Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

No Officers and Employees Present in Nagaon:নগাঁৱত ঘন্টাৰ পাছত ঘন্টা বোন্দাপৰ দিবলগীয়া হয় দূৰ-দূৰণিৰ পৰা অহা ৰাইজে

কার্যালয়ত ১১ বজালৈ পদার্পণ নঘটে বিষয়া-কর্মচাৰীৰ, কুম্ভকৰ্ণ নিদ্ৰাত জিলা আয়ুক্ত !

publisher by publisher
January 11, 2024
in Assam, India, News
Reading Time: 2 mins read
0
No Officers and Employees Present in Nagaon:নগাঁৱত ঘন্টাৰ পাছত ঘন্টা বোন্দাপৰ দিবলগীয়া হয় দূৰ-দূৰণিৰ পৰা অহা ৰাইজে
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ

Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

No Officers and Employees Present in Nagaon:

চৰকাৰৰ নিৰ্দেশনা অনুসৰি ৰাজ্যৰ সকলোবোৰ চৰকাৰী কাৰ্যালয়ৰ কৰ্মৰ সময়সূচী হৈছে পুবা ন বজাৰ পৰা বিয়লি চাৰে পাঁচ বজা। অৱশ্যে এই সময়খিনিৰ মাজতে হতে দুপৰীয়া ১-৩০ বজাৰ পৰা দুই বজালৈ চাহ বিৰতিৰ সময়; কিন্তু অতি পৰিতাপৰ বিষয় যে নগাঁও সদৰত অৱস্থিত বিভিন্ন চৰকাৰী কাৰ্যালয়, চৰকাৰী খণ্ডৰ বিত্তীয় প্রতিষ্ঠান আদিত পুৱা ১১ বজালৈকে পদার্পণ নঘটে অধিকাংশ বিষয়া-কর্মচাৰীৰ।

ADVERTISEMENT

ফলত ১১ বজাৰ পাছতহে চৰকাৰী কাম-কাজ আৰম্ভ হয়। চৰকাৰী বিষয়া-কর্মচাৰী সকলে পুৱা ৯-৩০ কামত হাত দিব লাগে; কিন্তু বিভিন্ন অজুহাতত বিষয়া-কর্মচাৰী সকলে কোনো দিনাই নির্ধাৰিত সময়ত কার্যালয়ত উপস্থিত নহয়। ফলত বিভিন্ন কামত দূৰ-দূৰণিৰ পৰা অহা ৰাইজে ঘন্টাৰ পাছত ঘন্টা বোন্দাপৰ দিবলগীয়া হয়।

জিলাখনৰ চৰকাৰী কাৰ্যালয়সমূহত একাংশ বিষয়া- কৰ্মচাৰীৰ কৰ্মসংস্কৃতিৰ এই নমুনা দেখি ৰাইজৰ পেটতে হাত ভৰি লুকুৱাব লগা অবস্থাৰ সৃষ্টি হৈছে।

উল্লেখ্য যে নগাঁও জিলা সদৰত অৱস্থিত বিভিন্ন চৰকাৰী কার্যালয়সমূহ ক্রমে জিলা আয়ুক্তৰ কাৰ্যালয়, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়, জিলা উপাযুক্তৰ কাৰ্যালয়ত সংলগ্ন জিলা পৰিকল্পনা বিষয়াৰ কাৰ্যালয়,যোগান বিভাগৰ অধীক্ষকৰ কাৰ্যালয়কে ধৰি বিভিন্ন কাৰ্যালয়,কৰ অধীক্ষকৰ কাৰ্যালয়, কৰ ভৱন, আৰক্ষী অধীক্ষকৰ কাৰ্যালয়,জিলা নিৰ্বাচন বিষয়াা কাৰ্যালয় , জিলা পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়, জিলা অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়াৰ কাৰ্যালয়, জিলা পৰিবহণ বিষয়াৰ কার্যালয়, জলসম্পদ বিভাগৰ কাৰ্যালয়সমূহ, জলসিঞ্চন বিভাগৰ কাৰ্যালয়সমূহ, বন বিভাগৰকার্যালয়সমূহ, নগাঁও জিলা সংমণ্ডল বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কার্যালয়, জিলা প্রাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়, বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়, বিদ্যুৎ বিভাগৰ কাৰ্যালয়সমূহ, জিলা পশু চিকিৎসা বিষয়াৰ কাৰ্যালয়, কৃষি বিভাগৰ কার্যালয়, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্র, নিয়োগ কেন্দ্র, সমবায় বিভাগৰ কাৰ্যালয়, আবকাৰী অধীক্ষকৰ কার্যালয়, সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়সমূহ, লোকনিৰ্মাণ বিভাগৰ কাৰ্যালয়সমূহ, পর্যটন বিভাগৰ কাৰ্যালয়, অনুসূচিত জাতি কল্যাণ বিভাগৰ হ কার্যালয়, জিলা কোষাগাৰ, পঞ্জীয়কৰ কাৰ্যালয়, ভাৰতীয় খাদ্য নিগমৰ কাৰ্যালয়কে প্ৰমুখ্যে বিভিন্ন চৰকাৰী কাৰ্যালয়, বিভিন্ন চৰকাৰী খণ্ডৰ বিত্তীয় প্রতিষ্ঠানসমূহৰ লগতে জিলাখনৰ বিভিন্ন ঠাইত অৱস্থিত বিভিন্ন বিভাগৰ কাৰ্যালয়ত একাংশ বিষয়া-কৰ্মচাৰীয়ে ১১ বজাৰ পাছতহে কার্যালয়লৈ অহাটো এক প্ৰকাৰৰ নিয়মত পৰিণত হৈছে।

যিহেতু বিভিন্ন বিভাগৰ মুৰব্বী চৰকাৰী বিষয়া সকলেই চৰকাৰী নিৰ্দেশনা উলংঘা কৰি বহু পলমকৈ কাৰ্যালয়লৈ আহে সেয়েহে আন কৰ্মচাৰী সকলেও তেওঁ লোককে অনুকৰণ কৰা পৰিলক্ষিত হৈছে; কিন্তু ইয়াৰ দুর্ভোগ ভুগিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজে।

কর্মত ফাঁকি দিয়া বিষয়া-কর্মচাৰীসকলে ১১ বজাৰ পাছতহে নিজা নিজা কার্যালয়ত উপস্থিত হৈ কাম চম্ভালে মানে প্রায় বাৰ বাজে। চৰকাৰী সময়সূচী অনুসৰি জিলাখনৰ বিভিন্ন বিভাগৰ অধিকাংশ বিষয়া-কৰ্মচাৰীয়েই কার্যালয়ত উপস্থিত থাকি কাম-কাজ নকৰাত তেওঁলোকৰ টেবুলত ফাইলৰ দ’ম হোৱা পৰিলক্ষিত হৈছে।

এইসকল কামোৰ বিষয়া-কৰ্মচাৰীৰ বাবেই এদিনতে সম্পাদিত হ’বলগীয়া এটা কামৰ বাবে একোজন লোকে মাহৰ পাছত মাহ তাঁত-বাতি কৰিব লগীয়া হয়। জিলাখনৰ চৰকাৰী কাৰ্যালয়সমূহত নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ একাংশ বিষয়া- কৰ্মচাৰীৰ উপস্থিতিৰ সন্দৰ্ভত ভুক্তভোগী ৰাইজে বাৰম্বাৰ জিলা আয়ুক্তক অভিযোগ দি আহিছে যদিও ব্যৱস্থাৰ কোনো পৰিৱৰ্তন নহ’ল।

অৱশ্যে জিলাখনৰ জিলা সদৰ কিম্বা সৰু সৰু নগৰ, গ্রামাঞ্চলত অৱস্থিত অধিকাংশ চৰকাৰী কাৰ্যালয়ৰেই অধিকাংশ বিষয়া-কর্মচাৰীয়েই নিতৌ চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া সময়মতে কার্যালয়ত উপস্থিত নাথাকিলেও এমুঠিমান নিষ্ঠাৱান বিষয়া-কর্মচাৰীয়ে; কিন্তু সময়মতেই কার্যালয়লৈ আহ-যাহ কৰি থকা পৰিলক্ষিত হৈছে।

স্মৰ্তব্য যে আজিৰ দিনটোতো নগাঁও সদৰস্থ অধিকাংশ চৰকাৰী কাৰ্যালয়তেই পুৱা ১১ বজালৈকে অধিকাংশ বিষয়া-কৰ্মচাৰীয়েই ভৰি দিয়া পৰিলক্ষিত নহ’ল। কেৱল মাত্র বিভিন্ন কামত সংশ্লিষ্ট কাৰ্যালয়লৈ দূৰ দূৰণিৰ পৰা অহা একাংশ লোক আৰু চতুর্থবর্গৰ কৰ্মচাৰীকেইজনেই কাৰ্যালয়ত ইফাল-সিফাল কৰি থকা পৰিলক্ষিত হয় ৷

এই ক্ষেত্ৰত জিলা আয়ুক্ত গৰাকীৰ অমনোযোগিতা আৰু চাদেন ভিজিত নকৰাই বাবেই এতিয়া উভতাগোৰে নাচিছে একাংশ চৰকাৰী বিষয়া- কৰ্মচাৰী ৷ কিন্ত এওঁলোকক নাকি লগাব কোনে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: NagaonNo Officers and EmployeesPresent in Office
publisher

publisher

Related Posts

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!
India

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d