Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Rahul Gandhi Nyay YatraBIn Barpeta:ৰাহুলৰ ভাৰত জোেড়া ন্যায় যাত্রাৰ প্ৰৱেশ বৰপেটাত

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ সৰব ৰাহুল গান্ধী, 'দুর্নীতিগ্রস্ত মুখ্যমন্ত্ৰী'ৰ আখ্যা ৰাহুলৰ

publisher by publisher
January 24, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Rahul Gandhi Nyay YatraBIn Barpeta:ৰাহুলৰ ভাৰত জোেড়া ন্যায় যাত্রাৰ প্ৰৱেশ বৰপেটাত
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

Barpeta:সাম্প্ৰতিক লোকপিয়লত চৰ চাপৰিৰ মুছলমানক মাতৃভাষা অসমীয়া লিখিবলৈ আহ্বান চৰ চাপৰি সাহিত্য পৰিষদৰ

Pawan Khera Pressmeet in Barpeta:বৰপেটা প্ৰেছ ক্লাৱত এআইচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ পৱন খেৰাৰ গুৰুত্বপূৰ্ণ সংবাদমেল

Barpeta:বৰপেটাত আছাদুদ্দিন ওৱেছিৰ জনসভা

Rahul Gandhi Nyay Yatra In Barpeta:

গুৱাহাটী মহানগৰত ভাৰত জোড়ো ন্যায় যাত্ৰা প্ৰৱেশত আৰক্ষীৰ বাধাআৰোপৰ পাছত বুধবাৰে বৰপেটাত সমৰ্থকৰ বিপুল উছাহৰ মাজত প্ৰৱেশ কৰে ৷ জিলাখনৰ প্ৰৱেশদ্বাৰৰ পৰা ভিন্ন স্থানত গাড়ীৰ ওপৰৰ পৰাই ৰাইজক সম্বোধন কৰে কংগ্ৰেছৰ যুৱৰাজ গৰাকীয়ে ।

ADVERTISEMENT

উল্লেখ্য যে,মঙলবাৰে খানাপাৰাৰ কইনাধৰাত ভাৰত জোড়ো ন্যায় যাত্ৰাক আৰক্ষীয়ে গুৱাহাটীত প্ৰৱেশ কৰিব নিদি বেৰিকেড দি পথ অৱৰোধ কৰাৰ পাছত আৰক্ষী আৰু কংগ্ৰেছ কৰ্মীৰ মাজত হতাহতি পৰ্যন্ত হোৱাৰ পাছত আৰক্ষীয়ে আৰম্ভ কৰে লাঠিচাৰ্জ ৷ আনকি আৰক্ষীৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত হয় এপিচিচিৰ সভাপতি ভূপেন বৰা,দেৱব্ৰত শইকীয়া আৰু জাকিৰ হুছেইন শিকদাৰ সহ বহু কেইজন নেতা-কৰ্মী ৷

আনহাতে খানাপাৰাত কংগ্ৰেছ কৰ্মীৰ দ্বাৰা আৰক্ষী বেৰিকেড উফৰাই আৰক্ষীক প্ৰহাৰ কৰাৰ অভিযোগ কৰি বশিষ্ট আৰক্ষীয়ে ৰাহুল গান্ধী আৰু কে চি ভেনুগোপালকে ধৰি কেইবাজনো কংগ্ৰেছ নেতাৰ বিৰুদ্ধে হিংসা, প্ৰৰোচনা, ৰাজহুৱা সম্পত্তিৰ ক্ষতি অভিযোগত ৰজু কৰে গোচৰ।

যাত্ৰাৰ একাদশ দিনত ভৰি দিয়াৰ পাছত আজি বৰপেটা জিলাৰ ভেল্লাৰ পৰা আৰম্ভ হোৱা ন্যায় যাত্ৰাৰ মাজতে উত্তৰ বৰপেটাত ৰাহুল গান্ধীয়ে এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰে। এখন চাৰিচকীয়া বাহনৰ ওপৰত বহি দিয়া ভাষণত ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় আৰু অসম চৰকাৰক সমালোচনা কৰে। বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছ নেতাজনে তীব্ৰ সমালোচনা কৰে।

ৰাহুল গান্ধীয়ে সভাত ভাষণ দি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ “আটাইতকৈ দুর্নীতিগ্রস্ত মুখ্যমন্ত্রী”বুলি অভিহিত কৰে ।

গান্ধীয়ে আৰু কয়,মণিপুৰৰ পৰা  আৰম্ভ কৰা যাত্ৰাই অসমত প্ৰৱেশ কৰাৰ পূৰ্বে আন ৰাজ্যত কৰি আহিছে যদিও কোনো এখন ৰাজ্যতে বাধাৰ সন্মুখীন হোৱা নাছিল ৷ কিন্ত অসমত প্ৰৱেশ কৰাৰ পিছৰে পৰা বিজেপি নেতৃত্বাধীন অসম চৰকাৰে তেওঁলোকৰ যাত্ৰাত বাধাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে।

মনকৰিবলগীয়া যে,গুৱাহাটীত প্ৰৱেশত বাধা দিয়াৰ বাবে দলীয় কর্মীসকলে সংঘৰ্ষত লিপ্ত হোৱাৰ পিছতে চৰকাৰ আৰু কংগ্ৰেছৰ মাজত সংঘাত বৃদ্ধি পায় ৷ আনকি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সাংসদগৰাকীৰ বিৰুদ্ধে ‘ভিৰ প্ৰৰোচিত’ কৰাৰ অভিযোগত গোচৰ ৰুজু কৰিবলৈ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্রধানক নির্দেশ দিয়ে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BarpetaBhartat jodo Nyay YatraRahul Gandhi
publisher

publisher

Related Posts

Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ
Crime

September 3, 2026
Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত
Assam

Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

September 3, 2026
Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক
Assam

Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

September 3, 2026
চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
Assam

চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

September 3, 2026
তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

September 3, 2026
গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ
Assam

গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d