Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guwahati New Police Station:মহানগৰীত অচিৰেই বৃদ্ধি পাব থানাৰ সংখ্যা

    Youth arrested with air gun:ছয়মাইলৰ পদপথৰ দোকানীক ভয়-ভাবুকিৰে ধন সংগ্ৰহৰ অভিযোগ

    Jamunamukh Flood: যমুনামুখত বানৰ কোবাল সোঁতকো ভেদি চলিছে এম্বুলেন্স !

    Unification of AKRSU:বহুধাবিভক্ত আক্ৰাছু ঐক্যবদ্ধ হোৱাৰ অংগীকাৰ

    Wild Buffalo Attack In Tezpur:তেজপুৰত ভয়ংকৰ ঘটনা,বনৰীয়া ম’হৰ আক্ৰমণত নিহত দুই ,আহত ৩জন

    Wild Elephant:মাজুলীত বন্যহস্তীৰ উপদ্ৰৱ,বিভিন্ন ঠাইত বন্য হস্তীৰ মুক্ত বিচৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Solar Power Generation Has Shown Surprises:ৰাজ্যখনত দৈনিক সৌৰশক্তি উৎপাদনৰ সম্ভাৱনীয়তাৰ হাৰ ১৩,৭৬০ মেগাৰাট ধার্য কেন্দ্ৰৰ কেন্দ্রীয় মন্ত্রণালয়ৰ প্রতিবেদন

বিজেপি শাসিত আন ৰাজ্যই পালে শশ কোটি, অসমলৈ মাত্র ১৪ কোটি, বিদ্যুৎ উৎপাদনত চহকী ৰাজ্যয়ো সৌৰশক্তি উৎপাদনৰে দেখুৱাইছে চমক, দিছপুৰে কঁঠাল ভাঙিব ৰাজ্যবাসীৰ মূৰত

publisher by publisher
February 19, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Solar Power Generation Has Shown Surprises:ৰাজ্যখনত দৈনিক সৌৰশক্তি উৎপাদনৰ সম্ভাৱনীয়তাৰ হাৰ ১৩,৭৬০ মেগাৰাট ধার্য কেন্দ্ৰৰ কেন্দ্রীয় মন্ত্রণালয়ৰ প্রতিবেদন
2
SHARES
20
VIEWS
ShareShareShareShare

Solar Power Generation Has Shown Surprises:

জল বিদ্যুৎ আৰু তাপ বিদ্যুৎ উৎপাদনত বিগত দশককেইটাত শোচনীয় ব্যর্থতা প্ৰদৰ্শনৰ পৰিণতিত মুকলি বজাৰৰ পৰা ক্ৰয় কৰা বিদ্যুতব ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হোৱা অসমে পর্যাপ্ত আর্থিক সহযোগিতা লাভৰ পাছতো সৌৰশক্তি উৎপাদনতো প্রদর্শন কৰিছে চূড়ান্ত ব্যর্থতা।

ADVERTISEMENT

যি সময়ত ভাৰত চৰকাৰে সৌৰশক্তি উৎপাদনৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি নতুন নীতি গ্রহণৰে ইয়াত মনোনিবেশ কৰিছে, সেই সময়তে হাত সাবটি বহি থকা অসম চৰকাৰে এতিয়া ৰাইজৰ মূৰত কঁঠাল ভাঙিবলৈ তৎপৰ হৈছে।

RelatedPosts

Deportation of declared foreigners:ঘোষিত বিদেশীক বিতাড়নৰ বাবে তৎপৰতা চৰকাৰৰ : আত্মগোপন বহুসংখ্যকৰ

Heavy rains disrupted normal life:ৰাজ্যজুৰি জটিল পৰিৱেশ: ধাৰাসাৰ বৰষুণত ব্যাহত স্বাভাৱিক জীৱনযাত্রা

Appointment of nodal officers for land purchase and sale: ৰাজ্যত প্ৰযোজ্য হ’ল ভূমি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম

শেহতীয়াকৈ অসম বিধানসভাত উত্থাপন কৰা আগন্তুক বিত্তীয় বৰ্ষৰ বাজেটত বিত্তমন্ত্রীয়ে প্রস্তাৱ দিছে যে এতিয়াৰে পৰা ৰাজ্যত নতুনকৈ নিৰ্মাণ কৰা অট্টালিকাৰ ছাদত সৌৰ পেনেল স্থাপন কৰাটো বাধ্যতামূলক কৰা হ’ব। ইয়াৰ বাবে প্রয়োজনীয় নীতি-নির্দেশনা শীঘ্রে প্রস্তুত কৰা হ’ব বুলিও উল্লেখ কৰা হৈছে। হঠাতে সৌৰশক্তি উৎপাদনৰ প্রতি অসম চৰকাৰ আগ্রহৰ আঁৰত আছে বিদ্যুতৰ ক্ষেত্ৰত পৰনির্ভৰশীল বাজ্যসমূহৰ তুলনাত অসমে সবাতোকৈ পিছপৰি ৰৈছে সৌৰশক্তি উৎপাদনত।

কেন্দ্রীয় চৰকাৰৰ নতুন আৰু পুনৰ নবীকৰণ শক্তি মন্ত্রণালয়ে শেহতীয়াকৈ প্রকাশ কৰা প্রতিবেদন মতে, ২০১৪ব ৩১ মার্চ পর্যন্ত সমগ্ৰ দেশৰ সৌৰশক্তি উৎপাদনৰ পৰিমাণ আছিল ২.৮২ মেগাৱাট। ইয়াৰ বিপৰীতে ২০২৩ ৰ ৩১ ডিচেম্বৰ পর্যন্ত দেশত সৌৰশক্তি উৎপাদনৰ পৰিমাণ বৃদ্ধি পাইছে ৭২.৩২ মেগাৱাটলে। দৈনিক ভাৰতৰ প্ৰতিখন ৰাজ্যতে উৎপাদিত হৈছে ৭৩,৩১৮.৪৯ মেগাৱাট সৌৰশক্তি। সমগ্র দেশৰ এই বৃহৎ পৰিমাণৰ সৌৰশক্তি উৎপাদনৰ ভিতৰত অসমৰ অৰিহণা হ’ল মাথোঁ ১৫৫.৮১ মেগাৱাটহে।

উল্লেখ্য যে তাপ বিদ্যুৎ উৎপাদনৰে বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত চহকী ৰাজ্যৰূপে প্রতিষ্ঠা কৰিবলৈ সক্ষম হোৱা দেশৰ কে’বাখনো ৰাজ্যই তাপ বিদ্যুতৰ সমান্তৰালকৈ সৌৰশক্তি উৎপাদনৰ দিশত লাভ কৰিছে চমকপ্রদ সফলতা। এই ৰাজ্যসমূহৰ সফলতা এনে পর্যায়ত উপনীত হৈছে যে সংশ্লিষ্ট ৰাজ্যসমূহে বিদ্যুৎ ৰাহি কৰি আন ৰাজ্যক বিক্রী কৰিবলৈয়ো সক্ষম হৈছে৷

এই ক্ষেত্রত ৰাজ্য চৰকাৰসমূহে কেন্দ্রীয় চৰকাৰৰ পৰা লাভ কৰি আহিছে বৃহৎ অংকৰ ধন। কেন্দ্রীয় চৰকাৰৰ অর্থসাহায্যত সৌৰশক্তি উৎপাদন প্রকল্প স্থাপন কবি সুযোগৰ সদ্ব্যবহাৰ কৰাত যি সময়ত দেশব প্রায়কেইখন আগশাৰীৰ ৰাজ্যই সফলতা অর্জন কৰিছে সেই সময়তো অসমে সৌৰশক্তি উৎপাদনব কৌশল আয়ত্ত কৰিব নোৱৰাটো ৰাজ্যখনৰ চৰকাৰ তথা শক্তি বিভাগৰ ব্যৰ্থতাৰূপে চিহ্নিত হৈছে।

কেন্দ্রীয় চৰকাৰে প্ৰকাশ কৰা তথ্য মতে, বিগত ৩১ ডিচেম্বৰত অন্ত পবা ২০২৩ত অন্ধ্রপ্রদেশত সৌৰশক্তি উৎপাদনৰ পৰিমাণ আছিল দৈনিক ৪৫৬৫.৬০ মেগাৱাট। ইফালে, চত্তিছগড়ব দৰে তুলনামূলকভাৱে ক্ষুদ্র ৰাজ্যখনতো সৌৰশক্তি উৎপাদনৰ পৰিমাণ বৃদ্ধি পাইছে ১০৭২.২৪ মেগাৱাট।

আকৌ তাপ বিদ্যুৎ উৎপাদনৰে  বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত ৰাহি ৰাজ্য গুজৰাটত সৌৰশক্তি উৎপাদনব হাৰ হ’ল ১০,৫৪৯.০৭ মেগাৱাট। একেদৰে হাৰিয়ানাত ১২৪০ মেগাৱাট, কর্ণাটকত ৯৪১২.৭১ মেগাৱাট, মধ্যপ্রদেশত ৩১৭০ মেগাৱাট, মহাৰাষ্ট্ৰত ৫০৮০ মেগাৱাট, ৰাজস্থানত ১৮,৭৭৭ মেগাৱাট, তামিলনাডুত ৭৩৬০ মেগাৱাট, তেলেংগানাত ৪৭২ মেগাৱাট আৰু উত্তৰ প্ৰদেশত ২৭৪০.৮৭ মেগাৱাট সৌৰশক্তি উৎপাদন হয়।

দেশৰ প্রধান বাজ্যসমূহৰ এই হাৰৰ বিপৰীতে অসমত সৌৰশক্তি উৎপাদনৰ হাৰ যোৱা ৩১ ডিচেম্বৰ পর্যন্ত ১৫৫ মেগাৱাটতে সীমাবদ্ধ থকাটোৱে উন্মোচিত কৰিছে দেশৰ আগশাৰীৰ পাঁচখন বাজ্যৰ ভিতৰত এখন হ’বলৈ আগবঢ়া অসমৰ সাম্প্ৰতিক কালৰ বাস্তৱ প্রতিচ্ছবি।

উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে নবীকৰণযোগ্য শক্তি উৎপাদন বৃদ্ধিব বাবে ‘কফটপ ছ’লাৰ’ আঁচনি গ্রহণ কৰি ব্যক্তিগত আৱাসিক গোটৰ জৰিয়তে সৌৰশক্তি উৎপাদনব বাবে বিগত কে’বাবছৰব পৰাই বৃহৎ অংকৰ ধন ব্যয় কৰি আহিছে। কেন্দ্রীয় চৰকাৰে অহা ২০২৬ৰ ৩১ মার্চলৈকে অতিৰিক্তভাবে ব্যক্তিগত আবাসত চাৰি হেজাৰ মেগাবাট বিদ্যুৎ উৎপাদন কৰাৰ পৰিকল্পনা গ্রহণ কৰিছে।

এই পৰিকল্পনাৰ জৰিয়তে কেন্দ্রীয় চৰকাৰে দেশজুৰি চলোৱা এক জৰীপত পোহৰলৈ অহা তথ্য মতে, অসমত সৌৰশক্তি উৎপাদনৰ বাবে প্ৰাৰম্ভিক সম্ভাৱনীয়তাব হাৰ হ’ল ১৩,৭৬০ মেগাৱাট। কেন্দ্রীয় চৰকাৰে নির্ধাৰণ কৰি দিয়া হাৰত অসম চৰকাৰে বিদ্যুৎ উৎপাদন কৰিলে বহিঃউৎসৰ পৰা অধিক ধন ভৰি প্রতিদিনে বিদ্যুৎ ক্রয় কৰাৰ ধাৰাবাহিকতাৰ অৱসান ঘটাব পূর্ণ সুযোগ আছিল।

পিছে কেন্দ্রীয় চৰকাৰৰ আৱণ্টিত পুঁজিব চূড়ান্ত অপব্যৱহাৰৰ পৰিণতিত ৰাজ্যখনত সৌৰশক্তি উৎপাদন ব্যৱস্থা আজিও নিশকতীয়া হৈ বৈছে। প্রসংগত উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে বিগত ২০২২ -২৩ বিত্তীয় বৰ্ষত দেশৰ প্ৰতিখন ৰাজ্যলৈ সৌৰশক্তি উৎপাদনৰ বাবে ৰাজ্য চৰকাৰে দাখিল কৰা প্রকল্প ব্যয় অনুপাতে ধন আৱন্টন কৰিছিল। এই ক্ষেত্ৰতো সুযোগ গ্রহণ কৰাত ব্যর্থতা প্রদর্শন কৰা অসমে।

মাথো ৪.২ কোটি টকাহে কেন্দ্রৰ পৰা সাহায্য লাভ কৰিছে। অথচ একেই আঁচনি ৰূপায়ণৰে কেন্দ্রীয় চৰকাৰক সন্তুষ্ট কৰি দিল্লীৰ পৰা বছৰটোতে বৃহৎ অংকৰ ধন মোকলাই নিবলৈ সক্ষম হৈছে দেশৰ আন কে’বাখনো বিজেপি শাসিত ৰাজ্যই। বিশেষকৈ বিগত বছৰটোত অসমে মাথোঁ ১৪ কোটি টকা লাভৰ বিপৰীতে গুজৰাটে ১১১৪.৬৫ কোটি, হাৰিয়ানাই ১১৮ কোটি, মধ্যপ্রদেশে ১৭০ কোটি, মহাৰাষ্ট্রই ৩০৪ কোটি, ৰাজস্থানে ২৫৮ কোটি টকা, উত্তৰ প্রদেশে ৭৪.৩২ কোটি টকাৰ উপৰি পঞ্জারে ৫৫.৯৩ কোটি, ওড়িছাই ২৬.৭ কোটি, কেৰালাই ৮৯.৭৮ কোটি, কর্ণাটকে ৯০ কোটি, ঝাৰখণ্ডে ৪০ কোটি টকা সৌৰশক্তি উৎপাদনৰ প্রকল্প স্থাপনৰ নামত কেন্দ্ৰৰ পৰা মোকলাই নিবলৈ সক্ষম হৈছে।

বিগত বছৰসমূহত সুযোগৰ সুবিধা লোৱাত ব্যর্থ অসম চৰকাৰে সৰ্বভাৰতীয় পৰ্যায়ত ৰাজ্যখনৰ পিছপৰা প্ৰতিচ্ছবি প্রতিফলিত হোৱাৰ পাছতে এতিয়া নবনির্মিত গৃহৰ ছাদত সৌৰ পেনেল স্থাপন বাধ্যতামূলক কৰাৰ নীতি প্ৰৱৰ্তনৰ কৌশলে অসমক সৌৰশক্তি উৎপাদনত কিমান দূৰ আগুৱাই নিয়ে সেইয়া হ’ব লক্ষণীয় ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam GovtPower GenerationShown SurprisesSolar Powerunion govt
publisher

publisher

Related Posts

Guwahati New Police Station:মহানগৰীত অচিৰেই বৃদ্ধি পাব থানাৰ সংখ্যা
News

June 2, 2025
Youth arrested with air gun:ছয়মাইলৰ পদপথৰ দোকানীক ভয়-ভাবুকিৰে ধন সংগ্ৰহৰ অভিযোগ
Crime

Youth arrested with air gun:ছয়মাইলৰ পদপথৰ দোকানীক ভয়-ভাবুকিৰে ধন সংগ্ৰহৰ অভিযোগ

June 2, 2025
Jamunamukh Flood: যমুনামুখত বানৰ কোবাল সোঁতকো ভেদি চলিছে এম্বুলেন্স !
News

Jamunamukh Flood: যমুনামুখত বানৰ কোবাল সোঁতকো ভেদি চলিছে এম্বুলেন্স !

June 2, 2025
Unification of AKRSU:বহুধাবিভক্ত আক্ৰাছু ঐক্যবদ্ধ হোৱাৰ অংগীকাৰ
News

Unification of AKRSU:বহুধাবিভক্ত আক্ৰাছু ঐক্যবদ্ধ হোৱাৰ অংগীকাৰ

June 2, 2025
Wild Buffalo Attack In Tezpur:তেজপুৰত ভয়ংকৰ ঘটনা,বনৰীয়া ম’হৰ আক্ৰমণত নিহত দুই ,আহত ৩জন
News

Wild Buffalo Attack In Tezpur:তেজপুৰত ভয়ংকৰ ঘটনা,বনৰীয়া ম’হৰ আক্ৰমণত নিহত দুই ,আহত ৩জন

June 2, 2025
Wild Elephant:মাজুলীত বন্যহস্তীৰ উপদ্ৰৱ,বিভিন্ন ঠাইত বন্য হস্তীৰ মুক্ত বিচৰণ
News

Wild Elephant:মাজুলীত বন্যহস্তীৰ উপদ্ৰৱ,বিভিন্ন ঠাইত বন্য হস্তীৰ মুক্ত বিচৰণ

June 2, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d