Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Bjym Pressmeet In Guwahati:এছিয়ান গেমছত ভাৰতলৈ অভূতপূর্ব সফলতা কঢ়িয়াই অনা খেলুৱৈক অভিনন্দন ভাৰতীয় জনতা যুৱ মৰ্চাৰ

publisher by publisher
October 10, 2023
in Uncategorized
Reading Time: 2 mins read
0
Bjym Pressmeet In Guwahati:এছিয়ান গেমছত ভাৰতলৈ অভূতপূর্ব সফলতা কঢ়িয়াই অনা খেলুৱৈক অভিনন্দন ভাৰতীয় জনতা যুৱ মৰ্চাৰ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত লাভলীনা বৰগোহাঁইৰ ব্ৰঞ্জ জয়

Bhabani Maran selected for Asian Games:এছিয়ান গেমলৈ নিৰ্বাচিত তিনিচুকীয়াৰ জুডু খেলুৱৈ ভৱানী মৰাণ

Assam wins two gold medals in boxing:ৰাষ্ট্ৰীয় ক্রীড়াত অসমৰ বাবে ভাল খবৰ 

Bjym Pressmeet In Guwahati:

চীনত অনুষ্ঠিত হৈ যোৱা ১৯ সংখ্যক এছিয়ান গেমছত ভাৰতৰ অভূতপূর্ব সফলতাৰ বাবে প্ৰতিজন পদক বিজেতা খেলুৱৈক ভাৰতীয় জনতা যুৱ মৰ্চা,অসম প্ৰদেশৰ সভাপতি সিদ্ধাঙ্কু অঙ্কুৰ বৰুৱাই অভিনন্দন জনাই।

ADVERTISEMENT

আজি ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি বৰুৱাই কয় যে, নেতৃত্ব সবল হ’লে দেশ সকলো ক্ষেত্ৰতে আগুৱাই যায়। ভাৰতৰ যশস্বী প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্য ক্ষেত্ৰ সমূহৰ দৰে ক্ৰীড়া ক্ষেত্ৰখন উত্তৰণৰ বাবে যথেষ্ট কাম কৰাৰ ফলতেই এছিয়ান গেমছত ভাৰতে ১০৭ টা পদক আজুৰি আনিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে এছিয়ান গেমছৰ প্ৰস্তুতিৰ বাবে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন ভাৰত চৰকাৰে ২২০ কোটিৰো অধিক টকা মোকলাই দিছিল ।

তাৰোপৰি আমাৰ দাঁতিকাষৰীয়া ৰাজ্য মণিপুৰত দেশৰ প্ৰথমখন ক্রীড়া বিশ্ববিদ্যালয় ৪৫০ কোটি টকা খৰছেৰে হ’বলৈ গৈ আছে। বিজেপি নেতৃত্বাধীন অসম চৰকাৰে ডিব্ৰুগড় জিলাৰ চাবুৱাতো অনিৰুদ্ধদেব ক্রীড়া বিশ্ববিদ্যালয় নিৰ্মাণৰ কাম হাতত লৈছে।
সিদ্ধাঙ্কু অঙ্কুৰ বৰুৱাই কয় এছিয়ান গেমছৰ মহিলা বক্সিঙত ৰূপৰ পদক লাভ কৰি পেৰিছৰ অলিম্পিকলৈ নিৰ্বাচিত হোৱা অসম গৌৰৱ লাভলীনা বৰগোঁহাই অসমৰ প্ৰতিজন যুৱ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ প্ৰতীক।

লাভলীনা বৰগোঁহাইৰ লগতে এছিয়ান গেমছত অংশগ্ৰহণ কৰা শিৱাংগী শৰ্মা, উমা ছেত্রী, প্রিয়া দেবী, শিৱ থাপা, অস্মিতা চলিহা আৰু অম্লান বৰগোহাঁইলৈ এক প্ৰেছ বিবৃতিৰ জৰিয়তে ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্রদেশে অভিনন্দন জনাই উজ্জ্বল ভৱিষ্যত কামনা কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Asian GamesBjym PressmeetLovlina Borgohain
publisher

publisher

Related Posts

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া
Uncategorized

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

September 20, 2026
Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত
Uncategorized

Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d