Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

    ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

    আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

    Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

    ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

    Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Aap Asamato kejriyal:গুৱাহাটী লোকসভা সমষ্টিত কাইলৈৰ পৰা আৰম্ভ হ’ব ‘অসমতো কেজৰিৱাল’ অভিযানৰ

ঘোষণা কৰিলে আপৰ প্ৰাৰ্থী তথা ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে, অৰবিন্দ কেজৰিৱালৰ পত্ৰ সম্বলিত প্ৰচাৰ-পত্রিকাও উন্মোচন

publisher by publisher
February 24, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Aap Asamato kejriyal:গুৱাহাটী লোকসভা সমষ্টিত কাইলৈৰ পৰা আৰম্ভ হ’ব ‘অসমতো কেজৰিৱাল’ অভিযানৰ
1
SHARES
10
VIEWS
ShareShareShareShare

Aap Asamato kejriyal:

সমগ্র দেশে বিজেপিৰ বিকল্পৰ সন্ধানত থকাৰ সময়তে আম আদমি পার্টীয়ে ইণ্ডিয়া এলায়েন্সৰ হৈ অসমৰ তিনিখন লোকসভা আসনত প্রতিদ্বন্দ্বিতা আগ বঢ়াবলৈ সাজু হৈছে। দলটোৱে ইতিমধ্যে নির্বাচনকেন্দ্রিক প্ৰচাৰ আৰম্ভ কৰি জনতাৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।

ADVERTISEMENT

নির্বাচনী প্ৰচাৰৰ লগত সংগতি ৰাখি আপে অসমত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা তিনিটা সমষ্টিত ‘অসমতো কেজৰিৱাল‘ শীর্ষক এক অভিযান আৰম্ভ কৰিব। কাইলৈৰ পৰা ১০ দিন চলিবলগীয়া এই অভিযানৰ বিষয়ে সদৰি কৰি আপ অসমৰ সভাপতি তথা গুৱাহাটী লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী ডা: ভবেন চৌধুৰীয়ে কয় যে ৭০০০ জনীয়া এটা স্বেচ্ছাসেৱকৰ দলে সমষ্টিটোৰ প্ৰতিটো বার্ড আৰু চুবুৰীলৈ গৈ জনসভাৰ আয়োজন কৰিব। কাইলৈ এই অভিযানৰ শুভাৰম্ভ মহানগৰৰ বেলতলাস্থিত বশিষ্ঠ চাৰিআলি শিশু উদ্যানত কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

RelatedPosts

AAp Assamআপৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্বত ডাঃ ভবেন চৌধুৰী

App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ ‘আপ’ৰ প্ৰতিক্ৰিয়া

Union Minister Sarbananda Sonowal’s marathon campaign in support of coalition candidates in Sidli and Bongaigaon:ছিডলী আৰু বঙাইগাঁৱত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ মাৰাথন প্ৰচাৰাভিযান

এই অভিযানৰ অংশ হিচাপে আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ অসমবাসীলৈ প্ৰেৰণ কৰা পত্র সম্বলিত এখন প্ৰচাৰ-পত্রিকাও আজি ডা: চৌধুৰীয়ে উন্মোচন কৰে।

দেশৰ বৃহৎ বৃহৎ দুর্নীতিত লুতুৰিপুতুৰি হৈ থকা ডাঙৰ ডাঙৰ ৰাজনৈতিক নেতাক ৰঙা দলিচা পাৰি দিয়া বিজেপিৰ পৰা যে দেশৰ উন্নতি নহয়, সেই কথা জনতাই বুজি পাই বিকল্পৰ সন্ধানত আছে ।

ভাৰতক বিশ্বৰ ভিতৰত ১ নম্বৰ দেশ হিচাপে গঢ়ি তোলাৰ বাবে পণ কৰা অৰবিন্দ কেজৰিৱাল আৰু আম আদমি পার্টীয়েই যে একমাত্র বিকল্প, জনতাই বুজি পাইছে। সেই লক্ষ্য, উদ্দেশ্য আৰু সংকল্প আগত ৰাখি আম আদমি পার্টীয়ে এই নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিছে বুলি মন্তব্য কৰে আপ অসমৰ সভাপতিগৰাকীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AAp AssamAsamato Kejriwalelection campaignLoksabha Election 2024
publisher

publisher

Related Posts

Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা
News

March 11, 2026
ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
India

ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
News

আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

March 11, 2026
Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে
News

Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

March 11, 2026
ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী
News

ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

March 11, 2026
Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !
International

Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d