Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Mithun Chakraborty:পশ্চিমবংগত বলীউডৰ অভিনেতা মিথুন চক্ৰৱৰ্তীৰ বিজেপিৰ হৈ মাৰাথন প্ৰচাৰাভিযান

মোৰ শৰীৰত এটোপাল তেজ থকালৈকে বংগক কোনেও বাংলাদেশলৈ ৰূপান্তৰিত কৰিব নোৱাৰে:মিথুন চক্ৰৱৰ্তী

publisher by publisher
April 4, 2026
in News
Reading Time: 1 min read
0
Mithun Chakraborty:পশ্চিমবংগত বলীউডৰ অভিনেতা মিথুন চক্ৰৱৰ্তীৰ বিজেপিৰ হৈ মাৰাথন প্ৰচাৰাভিযান
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

Suvendu Adhikari:বংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা প্ৰৱল

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Mithun Chakraborty:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–অসমৰ লগতে চুবুৰীয়া পশ্চিমবংগতো অনুষ্ঠাত হ’ব বিধানসভা নিৰ্বাচন ৷ ২৯৪ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব দুটা পৰ্যায়ত ৷ ২৩ এপ্ৰিলত ১৫২ খন আসনৰ বাবে ভোট গ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে ২৯ এপ্ৰিলত ১৪২ খন আসনৰ বাবে হ’ব ভোট গ্ৰহণ। ইতিমধ্যে শাসকীয় টিএমচিৰ সমান্তৰালভাৱে বিৰোধী বিজেপিৰো প্ৰচাৰাভিযান তুংগত ৷ ইয়াৰ মাজতে ঠায়ে ঠায়ে সংঘটিত হৈছে নিৰ্বাচন কেন্দ্ৰীক ঘটনা। কলকাতাৰ মচনদৰ পৰা টিএমচিক উৎখাতৰ বাবে আগ্ৰাসী ৰূপত অৱতীৰ্ণ হৈ বিজেপিয়ে বংগততাৰকা প্ৰচাৰক হিচাপে ৰণত নমাইছে ইজনৰ পিচত সিজনকৈ ষ্টাৰ কেম্পেইনাৰ ৷ বিশেষকৈ জ্যেষ্ঠ বিজেপি নেতা তথা বলীউডৰ বৰ্ষীয়ান অভিনেতা মিথুন চক্ৰৱৰ্তীয়ে নিৰ্বাচনী দিনাংক ঘোষণাৰ পিছৰে পৰা নামি পৰিছে প্ৰচাৰাভিযানত ৷

ADVERTISEMENT

কলকাতাত এখন প্ৰচাৰ সভাত অংশ লৈ অভিনেতা মিথুন চক্ৰৱৰ্তীয়ে কয়, যেতিয়ালৈকে মোৰ শৰীৰত এটোপাল তেজ থাকে, তেতিয়ালৈকে পশ্চিম বংগক কোনেও বাংলাদেশলৈ ৰূপান্তৰিত কৰিব নোৱাৰে।”

আনহাতে তেওঁ এআইএমআইএমৰ নেতা আছাদুদ্দিন ওৱাইছি সন্দৰ্ভত কয়, মই তেওঁক বহুত ভাল পাওঁ। তেওঁ সুশিক্ষিত। তেওঁ ইমান ভাল কথা কয়। ওৱাইছি এজন প্ৰকৃত নেতা।” তেওঁ আৰু কয় যে বিজেপি মুছলমানৰ বিৰোধী নহয়। ভাৰতত থাকি ভাৰতৰ ক্ষতি কৰিব বিচৰাসকলৰ বিৰুদ্ধে। বিশেষ নিবিড় পুনৰীক্ষণ (SIR) সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ প্ৰশ্নৰ উত্তৰত মিথুনে মন্তব্য কৰে যে বিজেপিৰ বহু প্ৰাৰ্থীয়েও ভোট হেৰুৱাইছে। মাদ্ৰাছাক দিলে ৫৭১৩ কোটি টকা। “বংগত ইমান লেতেৰা বিয়পি পৰিছে, ঝাড়ুৰে চাফা কৰিব লাগিব। মমতা বেনাৰ্জীয়ে এতিয়াই ক’ব, কিন্তু জয়ী হ’লে ক’ব সকলো ঠিকেই আছে। এইবাৰ সনাতনী সমাজ সাৰ পাই উঠিছে।” এইবাৰ পৰিৱৰ্তন হ’বই লাগিব, নহ’লে আপুনিও যাব, মইও যাম।

আনহাতে সাংবাদিকৰে হোৱা এক বাৰ্তালাপত বিজেপি নেতা তথা প্ৰবীণ অভিনেতা মিথুন চক্ৰৱৰ্তীয়ে পশ্চিমবংগৰ আগন্তুক নিৰ্বাচনৰ বাবে দলৰ কৌশল আৰু তৃণমূল পৰ্যায়ৰ কাম-কাজৰ ওপৰত আস্থা প্ৰকাশ কৰে। স্থানীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ ক্ষেত্ৰত দলৰ সিদ্ধান্তৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে এই পদক্ষেপে তেওঁলোকৰ বিজয়ৰ সম্ভাৱনা অধিক শক্তিশালী কৰিব।

তেওঁ কয়, “এইবাৰ আমি স্থানীয় ব্যক্তিক বাছি লৈছো, সিদ্ধান্ত ভাল হওক বা বেয়া। যদি আমি নিৰ্বাচনত অৱতীৰ্ণ হ’ব লাগে তেন্তে আমি কেৱল স্থানীয় ব্যক্তিক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিম যাতে তেওঁ বিজয়ী হৈ উভতি আহিব পাৰে। এই আশাৰে মই ক’ব পাৰো যে আমি নিশ্চিতভাৱে জয়ী হ’ম।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিম বংগত অনুপ্ৰৱেশকাৰীৰ বিষয়টো উত্থাপন কৰা সন্দৰ্ভত সোধাত চক্ৰৱৰ্তীয়ে এই কথাত সন্মতি প্ৰকাশ কৰে যে অবৈধ অনুপ্ৰৱেশ এতিয়াও ৰাজ্যখনত এক গুৰুতৰ চিন্তাৰ বিষয় হৈয়ে আছে।

তেওঁ কয় যে এই বিষয়টোৱে মুছলমান নাগৰিককে ধৰি স্থানীয় জনগোষ্ঠীসমূহক বিশেষকৈ কৰ্মসংস্থাপন আৰু কল্যাণমূলক আঁচনিৰ ক্ষেত্ৰত প্ৰভাৱিত কৰিছে। আমাৰ বংগৰ মুছলমান সম্প্ৰদায়টোৱে তেওঁলোকৰ প্ৰাপ্য চাকৰি লাভ কৰিবলৈ অক্ষম হোৱাৰ বাবেই গুৰুতৰভাৱে প্ৰভাৱিত হৈছে। কেন্দ্ৰীয় চৰকাৰে আমাৰ মুছলমান ভাই-ভনীসকলক যি সুবিধা আৰু বিশেষাধিকাৰ প্ৰদান কৰে, সেই সুবিধাও তেওঁলোকে লাভ কৰা নাই।

অবৈধ অনুপ্ৰৱেশকাৰীৰ বিষয়টো সন্দৰ্ভত বিশদভাৱে উল্লেখ কৰি তেওঁ কয়, “৪০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মাটি খালী হৈয়ে আছে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কেইবাখনো চিঠি লিখিছে, কিন্তু তেওঁ (মমতা বেনাৰ্জীয়ে) মাটিখিনি তেওঁলোকক গতাই দিবলৈ অস্বীকাৰ কৰিছে। তেওঁ বিচাৰে যে মানুহে ইয়ালৈ আহি ইয়াত বসতি স্থাপন কৰক, আৰু তেওঁক ভোট দি থাকিব। কিন্তু তেওঁৰ সপোন কেতিয়াও পূৰণ নহ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Actor Mithun Chakrabortyelection campaignKalkataspecial speechwb Assembly Election 2026
publisher

publisher

Related Posts

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা
Assam

September 24, 2026
Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ
International

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ
International

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

September 24, 2026
Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি
Assam

Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

September 24, 2026
Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প
Assam

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

September 24, 2026
CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d