Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Agp Central Executive Meeting In Ambari:আমবাৰীত অগপৰ গুৰুত্বপূৰ্ণ সভা লোকসভা নিৰ্বাচনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

publisher by publisher
February 27, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Agp Central Executive Meeting In Ambari:আমবাৰীত অগপৰ গুৰুত্বপূৰ্ণ সভা লোকসভা নিৰ্বাচনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
6
SHARES
56
VIEWS
ShareShareShareShare

Agp Central Executive Meeting In Ambari:

অসম গণ পৰিষদ দলৰ নৱগঠিত কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিৰ প্ৰথমখন সভা আজি দলৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত সভাপতি অতুল বৰাৰ সভাপতিত্ব অনুষ্ঠিত হয়।
সভাত বিশেষ ভাৱে লোকসভা নিৰ্বাচন আৰু দলীয় সংগঠনৰ ওপৰত বিষয় ভাৱে আলোচনা কৰি অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীৰ লগতে মিত্ৰজোটৰ প্ৰাৰ্থীক বিপুল ভোটত জয়ী কৰাবলৈ ৰণকৌশল গ্ৰহণ কৰে। সভাত বুথ পৰ্য্যায়ৰ পৰা সাংগঠনিক তৎপৰতা বৃদ্ধি কৰাৰ লগতে সাংগঠনিক সভা আৰু গণসংযোগ কাৰ্য্যসূচী গ্ৰহণ কৰা হয়।

ADVERTISEMENT

agp 2সভাই দলৰ এখনি বাৰ্ষিক কৰ্মসূচী(কেলেণ্ডাৰ)ৰ খচৰা প্ৰস্তুত কৰিবলৈ কেইবাজনো বিষয়ববীয়াক দায়িত্ব অৰ্পন কৰাৰ লগতে দলৰ বাৰ্তালোচনী ‘গণবাৰ্তা’ৰ সম্পাদনা সমিতি আৰু আইন পৰিষদখনো গঠন কৰে। সভাত সভাপতিৰ আসনৰ পৰা অতুল বৰাই আগন্তুক দুমাহ লোকসভা নিৰ্বাচনৰ বাবে সকলোকে সক্ৰিয়তাৰে আত্মনিয়োগ কৰিবলৈ আহ্বান জনোৱাৰ লগতে সকলো সদস্যকে দলীয় শৃংখলা মানি সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত থাকি দলৰ হকে কাম কৰিবলৈ অনুৰোধ জনায়। সভাপতি বৰাই ৰাজ্যখনৰ উন্নয়ণ আৰু বিকাশৰ লগতে জাতীয় স্বাৰ্থত দলৰ দৃঢ়তাৰ কথা প্ৰকাশ কৰে। বৰাই লগতে কয় যে, অসম গণ পৰিষদ দল শক্তিশালী হলেহে আঞ্চলিকতাবাদ শক্তিশালী হ’ব আৰু অসমৰ খিলঞ্জীয়া জনসাধাৰণ সুৰক্ষিত হ’ব বুলি মন্তব্য কৰে। সভাত কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই নৱনিৰ্বাচিত বিষয়ববীয়া সকলক আদৰণি জনাই কয় যে, দলটোৰ সকলো পৰ্য্যায়ৰ বিষয়ববীয়া আৰু সদস্যসকলৰ সক্ৰিয়তাই দলটোক নতুন গতি দিব পাৰিব বুলি মন্তব্য কৰে। সভাত জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে সকলোকে সম্ভাষণ জনাই সংগঠনৰ ওপৰত বক্তব্য ৰাখে। সভাত সকলো বিষয়ববীয়া আৰু সদস্য উপস্থিত থাকে।

RelatedPosts

Amit Shah Election Rally in Missa:কলিয়াবৰৰ মিছাত ৰাহুল গান্ধীক তীব্ৰ কটাক্ষগৃহমন্ত্ৰী অমিত শ্বাহৰ 

AGP Election Manifesto Launched:আমবাৰীত অসম গণ পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি

টিকট নাপাই ক্ষোভ!

#প্ৰয়াত নেতা নগেন শৰ্মাৰ মৃত্যু বাৰ্ষিকী পালন:

অসম গণ পৰিষদ দলৰ অন্যতম প্ৰতিষ্ঠাপক, প্ৰাক্তন সাধাৰণ সম্পাদক, প্ৰাক্তন মন্ত্ৰী নগেন শৰ্মাৰ ২৪ সংখ্যক মৃত্যু বাৰ্ষিকী আজি অসম গণ পৰিষদ দলৰ আমবাৰী কাৰ্য্যালয়ত পালন কৰা হয়। শ্ৰদ্ধাঞ্জলী কাৰ্য্যসূচী মুকলি কৰে প্ৰয়াত নগেন শৰ্মাৰ সহধৰ্মিনী ড০ অলকা দেশাই শৰ্মাই। অনুষ্ঠানত দলৰ সভাপতি অতুল বৰা, কাৰ্য্যকৰী সভাপতি কেশৱ মহন্ত উপস্থিত থাকি শ্ৰদ্ধা তৰ্পন কৰে। এই উদ্দেশ্যে ৰাতিপুৱা নাম-প্ৰসঙ্গ অনুষ্ঠিত হয়।

#দুই শতাধিকৰ অগপত যোগদান

আজি অসম গণ পৰিষদ দলৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত বিভিন্ন দল-সংগঠনৰ দুই শতাধিক বিষয়ববীয়া আৰু সদস্যই অসম গণ পৰিষদ দলত যোগদান কৰে। যোগদানকাৰীসকলক আদৰণি জনায় সভাপতি অতুল বৰাই। গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ মুখ্য উপদেষ্টা তথা প্ৰাক্তন সভাপতি শ্বাহ নৱাজ হুচেইনৰ লগতে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসম জাতীয় পৰিষদৰ বিষয়ববীয়াই যোগদান কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Agp Central Executive MeetingAmbariAtul BoraKeshab Mahanta
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d