Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

    বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

    জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Apurba Bhattacharya, Pawan Shaikia and many others joined the AGP:অপূৰ্ব ভট্টাচাৰ্য্য, পৱন শইকীয়াসহ বহুজনৰ অগপত যোগদান

publisher by publisher
January 29, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Apurba Bhattacharya, Pawan Shaikia and many others joined the AGP:অপূৰ্ব ভট্টাচাৰ্য্য, পৱন শইকীয়াসহ বহুজনৰ অগপত যোগদান
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

AGP Legislative Party meeting in Ambari: মহানগৰীৰ আমবাৰীত অগপৰ বিধায়িনী দলৰ বৈঠক

AGP Election Manifesto Launched:আমবাৰীত অসম গণ পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি

Prafulla Kumer Mahanta:দীর্ঘবিৰতিৰ অন্তত অগপ কার্যালয়ত উপস্থিত প্রতিষ্ঠাপক সভাপতি প্রফুল্ল কুমাৰ মহন্ত

Apurba Bhattacharya, Pawan Shaikia and many others joined the AGP:

আজি অসম গণ পৰিষদ দলৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক, জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্য, অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদক পৱন শইকীয়া, তৃণমূল কংগ্ৰেছৰ নেতা মিহিৰ পাল কংগ্ৰেছৰ গোৱালপাৰা পূৱ সমষ্টিৰ মন্ডল সভাপতি মাতোৱাৰ আলীসহ দুই শতাধিক বিভিন্ন ৰাজনৈতিক দলৰ বিষয়ববীয়াই অসম গণ পৰিষদ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে।

ADVERTISEMENT

এই উদ্দেশ্যে অনুষ্ঠিত এক সভাত দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই যোগদানকাৰীসকলক আদৰণি জনাই কয় যে, অসম তথা অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যতৰ লগতে ৰাজ্যখনৰ উন্নয়ণ আৰু বিকাশ ত্বৰাণ্বিত কৰাৰ লক্ষ্যৰে অসম গণ পৰিষদ দলত সেৱাৰ মনোভাৱেৰে কাম কৰিবলৈ আহ্বান জনায়।

বৰাই কয় যে, কংগ্ৰেছ এতিয়া ৰাজ্যখনত অস্বিত্বহীন আৰু গুৰুত্বহীন এটি দল। মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনে উন্নয়ণ আৰু প্ৰগতিৰ নতুন যাত্ৰা আৰম্ভ কৰিচে। অহা লোকসভা নিৰ্বাচনত মিত্ৰজোটে সৰ্বাধিক আসন লাভ কৰিব বুলি উল্লেখ কৰি বৰাই লগতে কয় যে, জ্যেষ্ঠসকলৰ অভিজ্ঞতা আৰু নতুন প্ৰজন্মৰ উদ্যম হ’ব আগন্তুক সময়বোৰত অসম গণ পৰিষদ দলৰ শক্তিৰ আধাৰ।

দলে জাতীয় দায়বদ্ধতাৰে ৰাজ্যবাসীৰ স্বাৰ্থত কাম কৰি যাব বুলিও মতপোষণ কৰে। যোগদানকাৰী প্ৰাক্তন কংগ্ৰেছী নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই সততা আৰু নিষ্ঠাৰে অসম গণ পৰিষদ দলৰ হৈ সেৱা আগবঢ়াই যোৱাৰ অঙ্গীকাৰ প্ৰকাশ কৰে। জাতীয় পৰিষদৰ প্ৰাক্তন সম্পাদক পৱন শইকীয়াই অতুল বৰাৰ নেতৃত্বত অসম গণ পৰিষদ দলে নতুন মাত্ৰা লাভ কৰা বুলি উল্লেখ কৰি ভৱিষ্যতৰ দিনত দায়বদ্ধতাৰে কাম কৰাৰ কথা উল্লেখ কৰে।

যোগদানকাৰীসকলৰ ভিতৰত অসম জাতীয় পৰিষদৰ গোলঘাট জিলা সমিতিৰ সভাপতি অজিত গগৈ, সম্পাদক ৰাতুল সন্দিকৈ, অসীম শইকীয়া, গৌতম বৰুৱা, মুকেশ লইং, বিকাশ বৰা আদিৰ লগতে দুই শতাধিক বিভিন্ন ৰাজনৈতিক দলৰ বিষয়ববীয়াই যোগদান কৰে।

অনুষ্ঠানত দলৰ কাৰ্যকৰী সভাপতি মন্ত্রী কেশব মহন্ত, সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ডা: কমলাকান্ত কলিতা, মনোজ শইকীয়া, প্ৰবীন হাজৰিকা, বিমলেন্দু সিংহ, সত্যব্ৰত কলিতা, উপ-সভাপতি সুনীল ডেকা, বিষ্ণু দাস, আক্ৰাম হুছেইন, জ্যোতিষ দাস, প্ৰচাৰ সম্পাদক ড: তপন দাস, সাংগঠনিক সম্পাদক অৰ্ণৱ ভৰালী, নিবেদিতা ডেকা, হবিবৰ ৰহমান আৰু ভাতৃ-ভগ্নী সংগঠনৰ সভাপতিসকল উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AGP JoinedAmbariCongress Leader Apurba BhattacharyaPawan Shaikia
publisher

publisher

Related Posts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই
International

ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

September 26, 2026
তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ
Assam

তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

September 26, 2026
বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা
Assam

বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

September 26, 2026
জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d