Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Himachal Pradesh Political Crisis Latest Update:ৰাজ্যসভাৰ নিৰ্বাচনত ওলট-পালট,সংকটত হিমাচল চৰকাৰ !

হিমাচলত চৰকাৰ থকাৰ পাছতো পৰাস্ত কংগ্ৰেছ, ক্ৰছ ভোটিঙত সমীকৰণ সলনি হিমাচলৰ, হিমাচল প্ৰদেশৰ মন্ত্ৰী বিক্ৰমাদিত্য সিঙৰ পদত্যাগ, বিধানসভাত চৰকাৰৰ সংখ্যাগৰিষ্ঠা নাই বুলি প্ৰতিবাদ কৰাৰ বাবেই জয়ৰাম ঠাকুৰ সহ ১৫ বিজেপি বিধায়কক বহিষ্কাৰ সদনৰ পৰা ,বিধানসভা স্থগিত অধ্যক্ষৰ, আজি হিমাচলত বাজেট দাখিলৰ দিন আছিল

publisher by publisher
February 28, 2024
in India, News
Reading Time: 4 mins read
0
Himachal Pradesh Political Crisis Latest Update:ৰাজ্যসভাৰ নিৰ্বাচনত ওলট-পালট,সংকটত হিমাচল চৰকাৰ !
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনাঃ খাদলৈ খহি পৰিল ট্ৰেভেলাৰ, নিহত কেবাজন, আহত বহু

বৰফৰ তলত যুৱকৰ মৃতদেহ, চাৰি দিন ধৰি কাষ এৰি নগ’ল পোষ্য  

হিমাচলত প্ৰচণ্ড তুষাৰপাতৰ ! পৰ্যটকৰ বাবে সতৰ্কতা জাৰি

ADVERTISEMENT

Himachal Pradesh Political Crisis Latest Update:

সমগ্র দেশৰ দৃষ্টি নিবদ্ধ হোৱা মঙলবাৰে অনুষ্ঠিত হোৱা ৰাজ্যসভাৰ নির্বাচনত হোৱা ক্রছ ভোটিঙে সলনি কৰিলে ৰাজনৈতিক সমীকৰণ। পাৰ্বত্য ৰাজ্য হিমাচল প্রদেশত সম্পন্ন হোৱা ৰাজ্যসভা নির্বাচনত ক্ৰছ ভোটিং’ হয়। ইয়াৰ ফলত শাসক দল কংগ্ৰেছত ভাঙোন ধৰিছে।

হিমাচলত অন্ততঃ ছজন কংগ্রেছ বিধায়কে বিজেপি প্রার্থীক ভোট দিয়া বুলি সূত্ৰত প্রকাশ। ৰাজ্যখনৰ মুখ্যমন্ত্রী সুখবিন্দৰ সিং ছুখুৱে নিজে স্বীকাৰ কৰিছে যে ক্ৰছ ভোটিং হৈছে। ৰাজ্যসভা নিৰ্বাচনত ক্ৰছ ভোটিঙক লৈ অভিযোগত উত্তেজনাৰ পৰিস্থিতিৰ মাজতে কংগ্ৰেছৰ নেতা তথা দলীয় প্রার্থী অভিষেক মনু সিংভি পৰাজিত হয়।

কংগ্ৰেছৰ বিধায়কৰ ক্ৰছ ভোটিঙৰ বাবেই প্রতিদ্বন্দ্বী বিজেপি প্রার্থী হর্ষ মহাজন বিজয়ী হয়। হিমাচল বিধানসভাৰ ৬৮ জন বিধায়কৰ ভিতৰত দুই পক্ষই ৩৪ টাকৈ ভোট লাভ কৰাত লটাৰী কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। এই মাধ্যমৰে জয়-পৰাজয় নিশ্চিত হয়।

মনকৰিবলগীয়া যে হিমাচলৰ এখন আসনত কংগ্ৰেছ আৰু বিজেপিৰ মাজত পোনপটীয়া যুঁজ হোৱাৰ কথা আছিল। অথচ ক্ৰছ ভোটিঙৰ বাবে কংগ্ৰেছ প্রার্থী পৰাজিত হোৱাত সুখবিন্দৰ সিং চৰকাৰৰ সংখ্যাগৰিষ্ঠতাক লৈ প্রশ্ন উঠিছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ কংগ্ৰেছ চৰকাৰৰ পতন ঘটিব বুলি বিজেপিয়ে ইতিমধ্যে দাবী কৰে। ইয়াকে লৈ উল্লসিত হৈছে বিজেপি শিবিৰ। ইপিনে, কংগ্ৰেছৰ মুৰব্বী মল্লিকার্জুন খার্গেই কয়, ‘হিমাচলত গণতন্ত্রক হত্যা কৰিলে বিজেপিয়ে।’

মনকৰিবলগীয়া যে ৰাজ্যসভা নিৰ্বাচনত ক্ৰছ ভোটিঙৰ উত্তেজনাৰ মাজতে কংগ্রেছ বিধায়কক অপহৰণৰ অভিযোগ কৰে মুখ্যমন্ত্রী সুখবিন্দৰে। তেওঁ কয়, ‘আমাৰ পাঁচ-ছয়জন বিধায়কক অপহৰণ কৰিছে কেন্দ্রীয় বাহিনী চি আৰ পি আৰু বিজেপি শাসিত হাৰিয়ানাৰ আৰক্ষীয়ে।’

ইপিনে, মঙলবাৰে ৰাজ্যসভাৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হোৱাৰ সময়তে বিধানসভা ভৱনত কংগ্ৰেছ বিধায়কসকলৰ মাজত  হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱাত সাময়িকভাৱে ভোটগণনা বন্ধ কৰা হৈছিল। চর্চা হৈছিল যে কংগ্রেছৰ কমেও ছয়জন বিধায়কে বিজেপি প্রার্থীক ভোট দিছে। মুখ্যমন্ত্রী সুখবিন্দৰেও এই অভিযোগ স্বীকাৰ কৰি কয়, ‘আমাৰ কেইজনমান বিধায়কে বিজেপিক ভোট দিছে।’ হিমাচল প্ৰদেশৰ ৬৮ খন বিধানসভা আসনৰ কংগ্ৰেছৰ দখলত আছে ৪০ খন আসন। তিনিজন নির্দলীয় বিধায়কেও সুখবিন্দৰ চৰকাৰক সমর্থন দিছিল।

ইপিনে, বিজেপিৰ বিধায়কৰ সংখ্যা ২৫ জন। অথচ ৰাজ্যসভা নিৰ্বাচনৰ ফলাফলত স্পষ্ট হ’ল যে সংখ্যাগৰিষ্ঠতা নাই সুখবিন্দৰৰ পক্ষত। বুধবাৰে পুৱাতে কংগ্ৰেছ চৰকাৰৰ ভিতৰৰ ভাঙোন স্পষ্ট হৈছিল। ৰাজ্যখনৰ প্ৰদেশ কংগ্ৰেছৰ সভানেত্রী তথা লোকসভা সাংসদ প্রতিভা সিঙে কয় যে বর্তমান চৰকাৰৰ কাৰ্যকলাপত ক্ষুব্ধ হৈ আছে কংগ্ৰেছ বিধায়কৰ একাংশ। ৰাজ্যসভা নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰিব পাৰে বুলি তেওঁ কয়। প্রতিভা সুখবিন্দৰৰ বিৰোধী শিবিৰৰ বুলি সূত্ৰত প্ৰকাশ।

মঙলবাৰে বিজেপিৰ হাতত একমাত্ৰ ৰাজ্যসভাৰ আসন হেৰুৱাই শাসকীয় কংগ্ৰেছ দলৰ ফাট মেলিছে। এনে ঘটনাক্ৰমৰ মাজতে কংগ্ৰেছ দলৰ এক বৃহৎ বিপৰ্যয়ত বুধবাৰে হিমাচল প্ৰদেশৰ ৰাজহুৱা কাম-কাজ বিভাগৰ ৰাজ্যিক মন্ত্ৰী বিক্ৰমাদিত্য সিঙে পদৰ পৰা পদত্যাগ কৰে। পদত্যাগ পত্ৰ দাখিল সন্দৰ্ভত সিঙে প্ৰকাশ কৰে যে,তেওঁৰ প্ৰয়াত পিতৃ যি ৬ বাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিল, যাৰ কাৰণে ৰাজ্যত এই চৰকাৰ গঠন হ’ল – তেওঁলোকে মল ৰোডত তেওঁৰ প্ৰতিমূৰ্তিৰ বাবে সৰু ঠাই বিচাৰি নাপালে। এই চৰকাৰে এই সন্মান দেখুৱাইছে মোৰ প্ৰয়াত দেউতাক। আমি আৱেগিক মানুহ, পোষ্টৰ লগত আমাৰ কোনো সম্পৰ্ক নাই…কিন্তু এইটো অতি দুৰ্ভাগ্যজনক…মই বহুত আঘাত পাইছো, ৰাজনৈতিকভাৱে নহয় আৱেগিকভাৱে…,” পদৰ পৰা পদত্যাগ কৰাৰ পিছত এইদৰে কয় বিক্ৰমাদিত্য সিঙে।

আনহাতে,হিমাচল কংগ্ৰেছৰ ৰাজনৈতিক সংকট সমাধানৰ দায়িত্ব দিয়া হয় কৰ্ণাটকৰ উপ- মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ আৰু হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুদাক | দুয়োকে পৰ্যবেক্ষকৰ দায়িত্ব দিয়ে কংগ্ৰেছ হাইকামাণ্ডে ৷ ইতিমধ্যে হিমাচল প্ৰদেশ ভ্ৰমণ কৰিবলৈ সাজু হোৱা কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে কয় যে, “এয়া ঠিক নহয়, এই ধৰণৰ ঘোঁৰা ব্যৱসায়, কোনোবাদিনাই বুমেৰাং হ’ব পাৰে…মোৰ বিশ্বাস যে আমাৰ সকলো বিধায়ক দলৰ প্ৰতি আনুগত্যশীল হ’ব।”

কংগ্ৰেছৰ সাংসদ প্ৰমোদ তিৱাৰীয়ে কয়,”বিজেপি ক্ষমতালৈ অহাৰ পিছৰে পৰা ধন আৰু যন্ত্ৰৰ অপব্যৱহাৰ…এজেন্সীবোৰে যেন তেওঁলোকৰ ফ্ৰন্টাল সংগঠন বুলি প্ৰশ্ন উত্থাপন কৰিছে। এই সকলোবোৰৰ বাবেই ক্ৰছ ভোটিং আৰম্ভ হৈছে আৰু দল চুইচিং আৰম্ভ হৈছে। এয়া একো নহয়।” এজন প্ৰখ্যাত প্ৰাৰ্থী অভিষেক সিংহীক আমি নিৰ্বাচনত জয়ী কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক, আমি হতাশ হৈছো। আমাৰ দুজন জ্যেষ্ঠ নেতা তালৈ গৈছে, মোৰ বিশ্বাস যে তেওঁলোকে পৰিস্থিতিৰ তদন্ত কৰি সকলো প্ৰতিবেদন ঠাইতে পাব আৰু… হাইকমাণ্ডক দিয়ক।’

বুধবাৰে হিমাচল বিধানসভাত বাজেট দাখিলৰ কথা আছিল ৷ কিন্ত ৰাজনৈতিক সংকট হোৱাত শাসকীয় দলে বাজেট দাখিলৰ পৰা বিৰত থাকে ৷ আনহাতে বিৰোধী বিজেপিয়ে দলপতি জয়ৰাম ঠাকুৰৰ নেতৃত্বত সদনত চৰকাৰে সংখ্যাগৰিষ্ঠ হেৰুৱাছে বুলি মন্তব্য কৰি চৰকাৰৰ পদত্যাগৰ দাবীত বিক্ষোভ প্ৰদশৰ্ন কৰে ৷ এনে কাৰ্যত ক্ষুব্ধ হৈ হিমাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষ কুলদীপ সিং পাথানিয়াই বিৰোধী দলপতি জয়ৰাম ঠাকুৰ সহ ১৫ গৰাকী বিজেপি বিধায়কক নিলম্বন কৰি সদন স্থগিত ৰাখে। সদনত অসৎ আচৰণ আৰু শ্ল’গান দিয়াৰ বাবে নিলম্বন কৰা হয় বুলি মন্তব্য কৰে বিধানসভাৰ অধ্যক্ষই ৷

আনহাতে,ৰাজ্যসভাৰ সদ্য বিজয়ী হৰ্ষ মহাজনে বিধানসভাৰ অধ্যক্ষৰ এই কাৰ্যক তীব্ৰ সমালোচনা কৰি সংবাদ মাধ্যমৰ আগত কয়, এনে প্ৰচেষ্টা চলোৱা হৈছে  স্থগিত ৰখাৰ। এইবোৰ বিলম্বৰ কৌশল আৰু প্ৰতিখন বিধান সভাতে এনে কৰা হয় ৷ ইয়াৰ পৰা বুজা যায় কংগ্ৰেছ ভাঙি গৈছে।

উল্লেখ্য যে,আজি পুৱা ভাগত বিজেপিৰ বিধায়িনী দলৰ দলপতি জয়ৰাম ঠাকুৰৰ নেতৃত্বত এটা সজাটি দলে ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰি কংগ্ৰেছ দলে সদনত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে বুলি অভিযোগ কৰি বাজেট উদ্থাপনৰ পূবে চৰকাৰে সংখ্যাগৰিষ্ঠা প্ৰমাণ কৰাৰ বাবে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰে ৷

আনপিনে ,কংগ্ৰেছ চৰকাৰে ছয়জন বিধায়কৰ পৰা বিজেপিলৈ আনুগত্যৰ পৰিৱৰ্তনৰ সৈতে যুঁজি থকা হিমাচল প্ৰদেশত ৰাজনৈতিক উত্তাল পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুৱে তেওঁৰ পদত্যাগৰ সন্দৰ্ভত উত্থাপিত জল্পনা-কল্পনা খণ্ডন কৰে। বুধবাৰে মুখ্যমন্ত্ৰী সুখুৱে স্পষ্ট কৰি দিয়ে যে তেওঁ হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ পত্ৰ দিয়া নাই ।

চিমলাত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী সুখুৱে নিজৰ দৃঢ়তাক দৃঢ় কৰি কয়, “মই এজন সংগ্ৰামী, এটা সংস্কাৰী পৰিয়ালত জন্মগ্ৰহণ কৰা। এই সংগ্ৰামত আমি বিজয়ী হৈ ওলাই আহিম আৰু বিধান সভাত সংখ্যাগৰিষ্ঠতা প্ৰদৰ্শন কৰিম।”

ইপিনে, হিমাচল প্ৰদেশত ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ ছয়জন বিধায়কে ভোটদান কৰাৰ পিছতে ৰাজনৈতিক অস্থিৰতা বৃদ্ধি পায় । খবৰ অনুসৰি এই অসন্তুষ্ট বিধায়কসকলে মুখ্যমন্ত্রী চুখুৰ নেতৃত্ব শৈলীক লৈ অসন্তুষ্টি প্রকাশ কৰে ৷

এই ছয়জন বিধায়কৰ পলায়নে কংগ্ৰেছ চৰকাৰক এক অনিশ্চয়তাৰ অৱস্থালৈ পেলাইছে। অৱশ্যে সুখুৱে কয় যে ৰাজ্যসভা নিৰ্বাচনৰ সময়ত আমাৰ পৰা কৌশলী স্থিতি লৈ নিৰাপদ দূৰত অৱস্থান কৰা একাংশ বিধায়কৰ সৈতে আমাৰ যোগাযোগ অব্যাহত আছে।

তেওঁ আৰু কয়, তেওঁৰ চৰকাৰে পাঁচ বছৰৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব ৷ কিন্ত বিজেপিয়ে পিছ দুৱাৰেদি গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰখনক উফৰাই পেলোৱাৰ যি প্ৰচেষ্টা চলাইছে সেয়া বিফল হ’ব বুলিও কয়। সংবাদ প্ৰতিষ্ঠান এএনআইৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আমি তেওঁলোকৰ বিৰুদ্ধে (আৰ এছ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীক ভোট দিয়া কংগ্ৰেছ বিধায়কসকলৰ) অযোগ্যতা প্ৰস্তাৱ আনিছো আৰু ইয়াৰ শুনানি চলিব ।  কেবিনেট মন্ত্ৰী বিক্ৰমাদিত্য সিঙে আগবঢ়োৱা পদত্যাগৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰী সুখুৱে কয় যে কংগ্ৰেছ নেতাগৰাকীৰ কিছু অভিযোগ আছে যিবোৰৰ সমাধান কৰা হ’ব ৷

আনহাতে,ৰাজ্যসভা নিৰ্বাচনৰ সময়ত ক্ৰছ ভোটিঙত অংশগ্ৰহণ কৰা কংগ্ৰেছৰ ছয়জন বিধায়কৰ আইনী প্ৰতিনিধি অধিবক্তা সত্যপাল জৈনে জনোৱা মতে, হিমাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষই এই বিধায়কসকলক জাননী জাৰি কৰি কিয় কৰিব লাগে সেই সন্দৰ্ভত তেওঁলোকৰ পৰা ব্যাখ্যা বিচাৰিছে ,

আইন অনুসৰি অযোগ্যতাৰ সন্মুখীন নহ’ব।

ইফালে, সদনত কংগ্ৰেছৰ সংখ্যাগৰিষ্ঠতা নাই বুলি দাবী কৰে বিৰোধী দলপতি জয়ৰাম ঠাকুৰে। ঠাকুৰৰ উদ্ধৃতি দি এএনআইয়ে কয়, ‘আমি ৰাতিপুৱা ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ গৈছিলো আৰু আৰু মহামহিমক কৈছিলো যে যিহেতু বিধানসভাত বাজেট গৃহীত কৰিবলৈ কংগ্ৰেছৰ সংখ্যাগৰিষ্ঠতা নাই , এনে এক সংকটৰ পৰা চৰকাৰক ৰক্ষণাবেক্ষণ দিবলৈ অধ্যক্ষই বিজেপি বিধায়কক নানান কৌশলী পদক্ষেপৰে নিলম্বন কৰাৰ যৎপৰোনাস্তি চেষ্টা কৰিব ৷

হিমাচলৰ এই ৰাজনৈতিক অস্থিৰতাৰ মাজতে বিজেপিৰ ওপৰত তীব্ৰ আক্ৰমণ কৰি কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীয়ে অভিযোগ কৰে যে ৰাজ্যখনৰ গ্ৰেণ্ড অল্ড পাৰ্টিৰ সংখ্যাগৰিষ্ঠতাক প্ৰত্যাহ্বান জনাবলৈ কেশৰ দলটো ঘোঁৰা ব্যৱসায়ৰ ওপৰত “নিৰ্ভৰশীল”।

ইপিনে,হিমাচল প্ৰদেশত এতিয়া বিধায়কৰ ঘোঁৰা বেপাৰৰ কাম আৰম্ভ হ’ল। এয়া দেশৰ বাবে দুৰ্ভাগ্যজনক…দেশৰ জনসাধাৰণে এতিয়া বুজি পাইছে যে বিজেপি গণতন্ত্ৰৰ বাবে বিপজ্জনক আৰু গণতন্ত্ৰ ৰক্ষা কৰিবলৈ দেশবাসী আগবাঢ়ি আহিব লাগে।’-এএনআইক এইদৰে কয় পঞ্জাৱৰ মন্ত্ৰী তথা আপ নেতা হৰপাল সিং চিমাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: congress govtHimachal PradeshPolitical Crisis
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d