Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পুনৰ কঁপি উঠিল পাকিস্তান!

    পুনৰ কঁপি উঠিল পাকিস্তান!

    Virat Kohli Retires From Test Cricket: ভাৰতীয় ক্ৰিকেটৰ বাবে এক দুঃখবৰ ৷

    মহাকাশৰ পৰা ভাৰতক নিৰাপত্তা দিছে ১০টি কৃত্রিম উপগ্রহে ! 

    Ghagrapar:ঘগ্রাপাৰ জিলা পৰিষদত বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্রাৰ্থী ডিম্বেশ্বৰ বেজবৰুৱা বিপুল ভোটত জয়লাভ

    Dist. Bjp Pressmeet:বঙাইগাঁৱত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত জিলা বিজেপি সভাপতি উজ্জ্বল কান্তি ৰায়ৰ সংবাদমেল

    Panchayat Election Results 2025:ধেমাজিতো অপ্ৰতিৰোধ্য গতি মিত্ৰজোঁটৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 Ocean Cyclone Remal Has Widespread Impact in Assam:অসমত সামুদ্ৰিক ধুমুহা ৰেমালৰ ব্যাপক প্ৰভাৱ

মুষলধাৰ বৰষুণ - ধুমুহাত গুৱাহাটী সহ ৰাজ্যত বিস্তৰ ক্ষতিসাধন,বিদ্যুত সেৱা ব্যাহত ,ছাত্ৰ সহ তিনিজনৰ মৃত্যু, ঢেকীয়াজুলিত স্কুল বাছৰ ওপৰত গছ বাগৰি পৰাত আহত সাত কণমানি ছাত্ৰ, গুৱাহাটী-কলকাতা অভিমুখী ১৪খন বিমানৰ চলাচল বাতিল, বাতিল হ'ল ৪৪খন ৰেলৰ যাত্ৰা, গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা বন্ধ, মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ হাই এলাৰ্ট জাৰি

publisher by publisher
May 28, 2024
in India, Assam, News
Reading Time: 5 mins read
0
 Ocean Cyclone Remal Has Widespread Impact in Assam:অসমত সামুদ্ৰিক ধুমুহা ৰেমালৰ ব্যাপক প্ৰভাৱ
2
SHARES
22
VIEWS
ShareShareShareShare

Ocean Cyclone Remal Has Widespread Impact in Assam:

প্রতি ঘণ্টাত ১৩৫ কিলোমিটাৰ বেগত এফালৰ পৰা ঢাহি-মুহি নিলে শক্তিশালী ঘূর্ণী ৰেমালে। বংগোপসাগৰত উৎপত্তি হোৱা ঘূর্ণীজাকে  যোৱা নিশা অসমৰ ঠায়ে ঠায়ে বিস্তৰ ক্ষতিসাধন কৰে  ৷মৃত্যু হৈছে এগৰাকী মহিলা সহ এজন ছাত্ৰ।

ADVERTISEMENT

গুৱাহাটী সহ ৰাজ্যত সোমবাৰে পুৱাৰে পৰা আৰম্ভ হয় ৰেমালৰ প্রভাব। ওৰেটো দিন কিনকিনীয়া বৰষুণ অব্যাহত থকা ৰাজ্যখনৰ চৌদিশে নিশাৰ ভাগত প্ৰৱলতৰ হৈ পৰে বৰষুণ আৰু ধুমুহা। সমানে প্রতি ঘণ্টাত ২০ৰ পৰা ৩০ কিলোমিটাৰ বেগত অহা ধুমুহায়ো বিপর্যন্ত কৰে গোৱালপাৰা, ধুবুৰী, কামৰূপ, কামৰূপ মহানগৰ,ডিমা হাচাও জিলাকে ধৰি বৰাক উপত্যকাৰো একাধিক জিলা।

RelatedPosts

17 APS officers promoted to IPS: আই পি এছলৈ পদোন্নতি ১৭ এপিএছ বিষয়া

Pay Commission:অষ্টম দৰমহা আয়োগ গঠনত কেন্দ্ৰৰ অনুমোদনৰ পিছত ব্যাপক তৎপৰতা বৃদ্ধি অসমত !

Minister Pijush Hazarika:জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

remal 255আনহাতে, প্ৰতিকূল বতৰৰ বাবে নগাঁও,মৰিগাঁও,হোজাই সহ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিদ্যালয়সমুহ বন্ধ ঘোষনা কৰিছে। মহানগৰীতো বিস্তৰ ক্ষতি সাধন কৰিছে। ৰীমালৰ প্ৰভাৱত গুৱাহাটীত হাহাকাৰ পৰিস্থিতি ৷ব্যাহত হৈছে বিদ্যুত সেৱা, ব্যাহত হৈছে ইন্টাৰনেট সেৱা, নাই ম’বাইলৰ নেটৱৰ্ক, ঠায়ে ঠায়ে বাগৰিছে প্রকাণ্ড গছ ৷ গুৱাহাটী মহানগৰ প্ৰশাসনে বন্ধ ঘোষণা কৰিছে বিদ্যালয় ৷ বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা মতে আগন্তুক তিনিদিনলৈ থাকিব ৰীমালৰ ব্যাপক প্ৰভাৱ ৷

ইপিনে ৰাজ্যৰ বিভিন্ন ঠাইত গছ ভাঙি যাতায়াত ব্যৱস্থা ব্যাহত আছে। এতিয়াও বিদ্যুত যোগান ব্যাহত আছে। ইফালে বতৰ বিজ্ঞানৰ আগজাননী অনুসৰি কেইবাখনো জিলাত ৰেড এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট ঘোষণা কৰি কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে ।

একেদৰে কালঘূৰ্ণী ‘ৰেমালৰ প্ৰভাৱ ব্ৰহ্মপুত্ৰ নৈত। কালঘূৰ্ণী ‘ৰেমাল’ৰ প্ৰভাৱ পৰিছে গুৱাহাটী মহানগৰীতো। প্ৰচণ্ড ঢৌৱে খুণ্ডা মাৰিছে ব্ৰহ্মপুত্ৰ নৈত। কাছাৰীঘাটৰ প্ৰচণ্ড ঢৌ সৃষ্টি হোৱাৰ লগতে ক্ৰমাৎ বাঢ়িছে নৈৰ পানী ৷

আনহাতে,ঢেকীয়াজুলিত স্কুল বাছৰ ওপৰত পৰিল প্ৰকাণ্ড গছ , বিধ্বস্ত হয় স্কুল বাছ ৷ আহত হয় কেইবাগৰাকী কণ কণ ছাত্ৰ-ছাত্ৰী৷ প্ৰচণ্ড ধুমুহাৰ ফলত স্কুল বাছৰ ওপৰত উভালি পৰে গছডাল। চেন্ট উৰচলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰৱেশদ্বাৰত সংঘটিত হয় এই ঘটনা ৷

একেদৰে কামৰূপ জিলাৰ পলাশবাৰীৰ ৰাজাপুখুৰীত গছ বাগৰি পৰি আহত মহিলা এগৰাকীৰ চিকিৎসালয়ত মৃত্যু ৷ মৃত মহিলাগৰাকীৰ নাম লাৱণ্য কুমাৰী ৷ মৰিগাঁওত চলন্ত অটো ওপৰত গছ বাগৰি থিতাতে নিহত হয় ১৭ বছৰীয়া এজন ছাত্ৰ ৷

আনহাতে,ৰেমলৰ ব্যাপক প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ প্ৰশাসনে ব্ৰহ্মপুত্ৰ নৈৰ লগতে আন আন নৈ- উপনৈ আৰু জলাশয় সমূহত নাও চলাচল আৰু মাছ ধৰা আগন্তুক ৭২ ঘণ্টাৰ বাবে নিষেধ্যাজ্ঞা জাৰি কৰিছে ৷ একেদৰে সম্ভাব্য বিপদৰ আশংকা কৰি বিপদগ্ৰস্ত লোকৰ সহায়ৰ বাবে দুটা ম’বাইল নম্বৰ জাৰি কৰা হৈছে ৷ নম্বৰ দুটা হ’ল ০৩৬২৪১০০ অথবা ৯৩৮৭৮-৯৩৩৯৪ ৷

ইপিনে,চুবুৰীয়া পশ্চিমবংগত পুৱতি নিশাৰ পৰা আৰম্ভ হোৱা মুষলধাৰ বৰষুণৰ লগতে ধুমুহাৰ ফলত ব্যাপক ক্ষয়ক্ষতি সাধন হয়। ছয়জনকৈ লোক মৃত্যুমুখত পৰে ৰাজ্য খনত । সমান্তৰালভাৱে প্ৰতিবেশী দেশ বাংলাদেশৰ উপকূলীয় অঞ্চলসমুহত ঘূৰ্ণীবতাহ ৰীমলে অভাৱনীয় পৰিৱেশৰ সৃষ্টি কৰিছে। এতিয়ালৈ প্ৰায় ১০ গৰাকী লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে ৷

আনহাতে ৰীমলৰ প্ৰভাৱ পৰে চুবুৰীয়া পাৰ্বত্য ৰাজ্য মিজোৰামত ৷ মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা ভয়ংকৰ ভূমিস্খলনত মৃত্যু হয় ১৫ জনকৈ লোকৰ ৷ মণিপুৰত ধাৰাসাৰ বৰষুণৰ ফলস্বৰূপে সংঘটিত হোৱা ভূমিস্খলনত এখন ট্ৰাক মাটিত পোন যায়। অৱশ্যে সৌভাগ্যক্ৰমে ৰক্ষা পৰে চালকজন ৷

আনহাতে, ৰীমলৰ ব্যাপক প্ৰভাৱ পৰিছে নগাঁও আৰু মৰিগাঁও জিলাত। প্ৰতিকুল বতৰৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও আৰু মৰিগাঁও জিলা দুই আয়ুক্তই সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰাৰ লগতে সম্ভাব্য প্ৰাকৃতিক দুৰ্যোগৰ বাবে সকলো চৰকাৰী বিভাগক আগতীয়াকৈ সষ্টম কৰি দিয়া হৈছে ৷

সোমবাৰে পুৱাৰে পৰা অব্যাহত থকা বতাহ বৰষূণৰ ফলত নগাঁৱৰ বহু কেইখন শিক্ষানুষ্ঠানৰ গৃহত গছ বাগৰি বহু গৃহৰ বিস্তৰ ক্ষতি সাধন কৰিছে। একেদৰে বহু ঠাইত গছ বাগৰি আৰু বিদ্যুত পৰিবাহী খুটা বাগৰি পৰাৰ ফলত বিদ্যুত পৰিবাহি তাঁৰ বিচিন্ন হয় আৰু বিদ্যুত যোগান ব্যাহত হৈ পৰে ৷

আজি পুৱা নগাঁও ৰে’ল ষ্টেচনত প্ৰকাণ্ড গছ পৰি এজন গুৰুত্বৰ ভাৱে আহত হৈছে । হয়বৰগাঁও ২ নং মোল্লাপট্টিৰ জাকিৰ হুছেইন নামৰ লোকজনে ষ্টেচনত নিজৰ গাড়ীখন ৰখাই থোৱাৰ অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনাটো । ইফালে,নগাঁৱৰ কঠীয়াতলিৰ ৰেংবেং প্ৰাথমিক বিদ্যালয়ত শিক্ষাদানৰ সময়তে বিদ্যালয় গৃহৰ ওপৰত বাগৰি পৰে এডাল প্ৰকাণ্ড গছ ৷ অৱশ্যে কথমপি ৰক্ষা পৰে ছাত্ৰ-ছাত্ৰীসকল ৷ আজি পুৱা সংঘটিত হয় এই ঘটনাটি ৷

$ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ বিশেষ সতৰ্কবাণী ৰাজ্যবাসীলৈ, নদী – উপনৈ ,খাল- বিলত মাছ নধৰিবলৈ আৰু কৃষি কৰ্মলৈ নাযাবলৈ আহ্বান, চাৰি জিলাত ৰেড এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ | সামুদ্ৰিক ঘূৰ্ণিবতাহ ৰীমালৰ প্ৰভাৱত ৰাজ্যজুৰি যোৱা নিশাৰে পৰা অব্যাহত থকা নেৰানেপেৰা বৰষুণ- ধুমুহাই তচনচ কৰি নিছে গুৱাহাটী সহ ৰাজ্যৰ বহু জিলা ৷ কৰিমগঞ্জ আৰু শিলচৰত ৰাজপথত একাঠু পৰ্যন্ত পানী হোৱাত ব্যাহত হৈ পৰিছে যাতায়ত ব্যাৱস্থা ৷

এনে ভয়ানক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ অফিচিয়েল এক্স হেণ্ডেলত ৰাজ্যবাসীৰ বাবে জাৰি কৰিছে বিশেষ সতৰ্কবাণী । ঠায়ে ঠায়ে গছ-গছনি বাগৰি পৰা ,নদ-নদীত পানী বঢ়াৰ আশংকা কৰি মুখ্যমন্ত্ৰী কাৰ্যালয়ে মাছ ধৰা আৰু পথাৰত কৃষিকৰ্মৰ পৰা বিৰত থকাৰ লগতে অত্যন্ত জৰুৰী নহ’লে বাহিৰলৈ নাযাবলৈ আহ্বান জনাইছে ৷

remal 300আনহাতে, মঙলবাৰ আৰু বুধবাৰে ৰাজ্যৰ কেইবাখনো জিলাত ৰেড, অৰেঞ্জ আৰু য়েল্ল’ এলাৰ্ট জাৰি কৰা হৈছে। সেই অনুসৰি ২৮ মে’ত গোৱালপাৰা, কৰিমগঞ্জ, কাছাৰ, ডিমা হাচাও জিলাত ৰেড এলাৰ্ট জাৰি কৰাৰ বিপৰীতে নদী পৰীয়া জিলা ধুবুৰী, বৰপেটা হাইলাকান্দি, দক্ষিণ শলামাৰা আদি জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট । আন জিলা সমূহত য়েল্ল’ এলাৰ্ট জাৰি কৰা হৈছে ৷ ২৯ মে’ত কাছাৰ, ডিমা হাচাও,চিৰাংত ৰেড এলাৰ্ট, ,বৰপেটা আৰু নলবাৰী অৰেঞ্জ এলাৰ্ট ৷ বাকী জিলা সমূহত হালধীয়া এলাৰ্ট জাৰি কৰিছে বৰঝাৰস্থ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷

মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই চ’ছিয়েল মেডিয়াৰ জৰিয়তে ঘূৰ্ণীবতাহ ৰেমালে অসমক প্ৰভাৱিত কৰিছে, যাৰ ফলত বহুতো অঞ্চলত ধুমুহা আহিছে বুলি উল্লেখ কৰি কয়, ৰেমল ঘূৰ্ণিবতাহত মৰিগাঁৱত কৌশিক বৰদলৈ আম্ফি (১৭) নামৰ এগৰাকী ছাত্ৰৰ মৃত্যুৰ বাতৰি আমি লাভ কৰিছোঁ ৷ আনহাতে গছ পৰাৰ ফলত ঢেকীয়াজুলিত ১২গৰাকী শিক্ষাৰ্থী আহত হৈছে। গুৱাহাটীত কটন বিশ্ববিদ্যালয় আৰু জ্যোতি চিত্ৰবনৰ দৰে ঠাইত উভালি পৰা গছৰ বাবে মানুহ বা ঘৰৰ কোনো ক্ষতিসাধন হোৱা নাই।

গুৱাহাটীৰ লগতে অসমৰ নামনি ভাগৰ জিলাসমূহত বিদ্যুৎ যোগান ব্যাহত হৈছে। আমি পৰিস্থিতি সতৰ্কতাৰে নিৰীক্ষণ কৰি আছোঁ আৰু পৰিস্থিতি সুস্থিৰ নোহোৱালৈকে সকলোকে ঘৰৰ ভিতৰত থাকিবলৈ অনুৰোধ জনাইছোঁ।

সাগৰীয় ধুমুহা ৰেমালৰ ব্যাপক প্ৰভাৱত প্ৰতি লক্ষ্য ৰাখি আজি সন্ধিয়া সাত বজাত মুখ্যসচিবৰ উপস্থিতিত মুখ্যমন্ত্ৰী :হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ জিলা আয়ুক্তৰ স’তে ভিডিঅ’ কনফাৰেন্সত মিলিত হ’ব ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CMO ASSAMOcean Cyclone RemalWidespread Impact
publisher

publisher

Related Posts

পুনৰ কঁপি উঠিল পাকিস্তান!
News

পুনৰ কঁপি উঠিল পাকিস্তান!

May 12, 2025
Virat Kohli Retires From Test Cricket: ভাৰতীয় ক্ৰিকেটৰ বাবে এক দুঃখবৰ ৷
News

Virat Kohli Retires From Test Cricket: ভাৰতীয় ক্ৰিকেটৰ বাবে এক দুঃখবৰ ৷

May 12, 2025
মহাকাশৰ পৰা ভাৰতক নিৰাপত্তা দিছে ১০টি কৃত্রিম উপগ্রহে ! 
India

মহাকাশৰ পৰা ভাৰতক নিৰাপত্তা দিছে ১০টি কৃত্রিম উপগ্রহে ! 

May 12, 2025
Ghagrapar:ঘগ্রাপাৰ জিলা পৰিষদত বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্রাৰ্থী ডিম্বেশ্বৰ বেজবৰুৱা বিপুল ভোটত জয়লাভ
News

Ghagrapar:ঘগ্রাপাৰ জিলা পৰিষদত বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্রাৰ্থী ডিম্বেশ্বৰ বেজবৰুৱা বিপুল ভোটত জয়লাভ

May 12, 2025
Dist. Bjp Pressmeet:বঙাইগাঁৱত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত জিলা বিজেপি সভাপতি উজ্জ্বল কান্তি ৰায়ৰ সংবাদমেল
India

Dist. Bjp Pressmeet:বঙাইগাঁৱত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত জিলা বিজেপি সভাপতি উজ্জ্বল কান্তি ৰায়ৰ সংবাদমেল

May 12, 2025
Panchayat Election Results 2025:ধেমাজিতো অপ্ৰতিৰোধ্য গতি মিত্ৰজোঁটৰ
News

Panchayat Election Results 2025:ধেমাজিতো অপ্ৰতিৰোধ্য গতি মিত্ৰজোঁটৰ

May 12, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d