Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 Ocean Cyclone Remal Has Widespread Impact in Assam:অসমত সামুদ্ৰিক ধুমুহা ৰেমালৰ ব্যাপক প্ৰভাৱ

মুষলধাৰ বৰষুণ - ধুমুহাত গুৱাহাটী সহ ৰাজ্যত বিস্তৰ ক্ষতিসাধন,বিদ্যুত সেৱা ব্যাহত ,ছাত্ৰ সহ তিনিজনৰ মৃত্যু, ঢেকীয়াজুলিত স্কুল বাছৰ ওপৰত গছ বাগৰি পৰাত আহত সাত কণমানি ছাত্ৰ, গুৱাহাটী-কলকাতা অভিমুখী ১৪খন বিমানৰ চলাচল বাতিল, বাতিল হ'ল ৪৪খন ৰেলৰ যাত্ৰা, গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা বন্ধ, মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ হাই এলাৰ্ট জাৰি

publisher by publisher
May 28, 2024
in Assam, India, News
Reading Time: 5 mins read
0
 Ocean Cyclone Remal Has Widespread Impact in Assam:অসমত সামুদ্ৰিক ধুমুহা ৰেমালৰ ব্যাপক প্ৰভাৱ
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Artificial Flood in Guwahati:দেওবাৰে নিশা মুষলধাৰ বৰষুণৰ পিছতে গুৱাহাটী মহানগৰীত হাহাকাৰ পৰিস্থিতি

Artificial Flood in Guwahati:উন্নয়নৰ জয়ঢোল বজোৱা দিশপুৰক পুনৰ নগ্ন কৰিলে এজাক মুষলধাৰ বৰষুণে

Guwahati Artificial Flood:এজাক বৰষুণে উটুৱালে শাসকৰ দম্ভ

Ocean Cyclone Remal Has Widespread Impact in Assam:

প্রতি ঘণ্টাত ১৩৫ কিলোমিটাৰ বেগত এফালৰ পৰা ঢাহি-মুহি নিলে শক্তিশালী ঘূর্ণী ৰেমালে। বংগোপসাগৰত উৎপত্তি হোৱা ঘূর্ণীজাকে  যোৱা নিশা অসমৰ ঠায়ে ঠায়ে বিস্তৰ ক্ষতিসাধন কৰে  ৷মৃত্যু হৈছে এগৰাকী মহিলা সহ এজন ছাত্ৰ।

ADVERTISEMENT

গুৱাহাটী সহ ৰাজ্যত সোমবাৰে পুৱাৰে পৰা আৰম্ভ হয় ৰেমালৰ প্রভাব। ওৰেটো দিন কিনকিনীয়া বৰষুণ অব্যাহত থকা ৰাজ্যখনৰ চৌদিশে নিশাৰ ভাগত প্ৰৱলতৰ হৈ পৰে বৰষুণ আৰু ধুমুহা। সমানে প্রতি ঘণ্টাত ২০ৰ পৰা ৩০ কিলোমিটাৰ বেগত অহা ধুমুহায়ো বিপর্যন্ত কৰে গোৱালপাৰা, ধুবুৰী, কামৰূপ, কামৰূপ মহানগৰ,ডিমা হাচাও জিলাকে ধৰি বৰাক উপত্যকাৰো একাধিক জিলা।

আনহাতে, প্ৰতিকূল বতৰৰ বাবে নগাঁও,মৰিগাঁও,হোজাই সহ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিদ্যালয়সমুহ বন্ধ ঘোষনা কৰিছে। মহানগৰীতো বিস্তৰ ক্ষতি সাধন কৰিছে। ৰীমালৰ প্ৰভাৱত গুৱাহাটীত হাহাকাৰ পৰিস্থিতি ৷ব্যাহত হৈছে বিদ্যুত সেৱা, ব্যাহত হৈছে ইন্টাৰনেট সেৱা, নাই ম’বাইলৰ নেটৱৰ্ক, ঠায়ে ঠায়ে বাগৰিছে প্রকাণ্ড গছ ৷ গুৱাহাটী মহানগৰ প্ৰশাসনে বন্ধ ঘোষণা কৰিছে বিদ্যালয় ৷ বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা মতে আগন্তুক তিনিদিনলৈ থাকিব ৰীমালৰ ব্যাপক প্ৰভাৱ ৷

ইপিনে ৰাজ্যৰ বিভিন্ন ঠাইত গছ ভাঙি যাতায়াত ব্যৱস্থা ব্যাহত আছে। এতিয়াও বিদ্যুত যোগান ব্যাহত আছে। ইফালে বতৰ বিজ্ঞানৰ আগজাননী অনুসৰি কেইবাখনো জিলাত ৰেড এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট ঘোষণা কৰি কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে ।

একেদৰে কালঘূৰ্ণী ‘ৰেমালৰ প্ৰভাৱ ব্ৰহ্মপুত্ৰ নৈত। কালঘূৰ্ণী ‘ৰেমাল’ৰ প্ৰভাৱ পৰিছে গুৱাহাটী মহানগৰীতো। প্ৰচণ্ড ঢৌৱে খুণ্ডা মাৰিছে ব্ৰহ্মপুত্ৰ নৈত। কাছাৰীঘাটৰ প্ৰচণ্ড ঢৌ সৃষ্টি হোৱাৰ লগতে ক্ৰমাৎ বাঢ়িছে নৈৰ পানী ৷

আনহাতে,ঢেকীয়াজুলিত স্কুল বাছৰ ওপৰত পৰিল প্ৰকাণ্ড গছ , বিধ্বস্ত হয় স্কুল বাছ ৷ আহত হয় কেইবাগৰাকী কণ কণ ছাত্ৰ-ছাত্ৰী৷ প্ৰচণ্ড ধুমুহাৰ ফলত স্কুল বাছৰ ওপৰত উভালি পৰে গছডাল। চেন্ট উৰচলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰৱেশদ্বাৰত সংঘটিত হয় এই ঘটনা ৷

একেদৰে কামৰূপ জিলাৰ পলাশবাৰীৰ ৰাজাপুখুৰীত গছ বাগৰি পৰি আহত মহিলা এগৰাকীৰ চিকিৎসালয়ত মৃত্যু ৷ মৃত মহিলাগৰাকীৰ নাম লাৱণ্য কুমাৰী ৷ মৰিগাঁওত চলন্ত অটো ওপৰত গছ বাগৰি থিতাতে নিহত হয় ১৭ বছৰীয়া এজন ছাত্ৰ ৷

আনহাতে,ৰেমলৰ ব্যাপক প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ প্ৰশাসনে ব্ৰহ্মপুত্ৰ নৈৰ লগতে আন আন নৈ- উপনৈ আৰু জলাশয় সমূহত নাও চলাচল আৰু মাছ ধৰা আগন্তুক ৭২ ঘণ্টাৰ বাবে নিষেধ্যাজ্ঞা জাৰি কৰিছে ৷ একেদৰে সম্ভাব্য বিপদৰ আশংকা কৰি বিপদগ্ৰস্ত লোকৰ সহায়ৰ বাবে দুটা ম’বাইল নম্বৰ জাৰি কৰা হৈছে ৷ নম্বৰ দুটা হ’ল ০৩৬২৪১০০ অথবা ৯৩৮৭৮-৯৩৩৯৪ ৷

ইপিনে,চুবুৰীয়া পশ্চিমবংগত পুৱতি নিশাৰ পৰা আৰম্ভ হোৱা মুষলধাৰ বৰষুণৰ লগতে ধুমুহাৰ ফলত ব্যাপক ক্ষয়ক্ষতি সাধন হয়। ছয়জনকৈ লোক মৃত্যুমুখত পৰে ৰাজ্য খনত । সমান্তৰালভাৱে প্ৰতিবেশী দেশ বাংলাদেশৰ উপকূলীয় অঞ্চলসমুহত ঘূৰ্ণীবতাহ ৰীমলে অভাৱনীয় পৰিৱেশৰ সৃষ্টি কৰিছে। এতিয়ালৈ প্ৰায় ১০ গৰাকী লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে ৷

আনহাতে ৰীমলৰ প্ৰভাৱ পৰে চুবুৰীয়া পাৰ্বত্য ৰাজ্য মিজোৰামত ৷ মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা ভয়ংকৰ ভূমিস্খলনত মৃত্যু হয় ১৫ জনকৈ লোকৰ ৷ মণিপুৰত ধাৰাসাৰ বৰষুণৰ ফলস্বৰূপে সংঘটিত হোৱা ভূমিস্খলনত এখন ট্ৰাক মাটিত পোন যায়। অৱশ্যে সৌভাগ্যক্ৰমে ৰক্ষা পৰে চালকজন ৷

আনহাতে, ৰীমলৰ ব্যাপক প্ৰভাৱ পৰিছে নগাঁও আৰু মৰিগাঁও জিলাত। প্ৰতিকুল বতৰৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও আৰু মৰিগাঁও জিলা দুই আয়ুক্তই সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰাৰ লগতে সম্ভাব্য প্ৰাকৃতিক দুৰ্যোগৰ বাবে সকলো চৰকাৰী বিভাগক আগতীয়াকৈ সষ্টম কৰি দিয়া হৈছে ৷

সোমবাৰে পুৱাৰে পৰা অব্যাহত থকা বতাহ বৰষূণৰ ফলত নগাঁৱৰ বহু কেইখন শিক্ষানুষ্ঠানৰ গৃহত গছ বাগৰি বহু গৃহৰ বিস্তৰ ক্ষতি সাধন কৰিছে। একেদৰে বহু ঠাইত গছ বাগৰি আৰু বিদ্যুত পৰিবাহী খুটা বাগৰি পৰাৰ ফলত বিদ্যুত পৰিবাহি তাঁৰ বিচিন্ন হয় আৰু বিদ্যুত যোগান ব্যাহত হৈ পৰে ৷

আজি পুৱা নগাঁও ৰে’ল ষ্টেচনত প্ৰকাণ্ড গছ পৰি এজন গুৰুত্বৰ ভাৱে আহত হৈছে । হয়বৰগাঁও ২ নং মোল্লাপট্টিৰ জাকিৰ হুছেইন নামৰ লোকজনে ষ্টেচনত নিজৰ গাড়ীখন ৰখাই থোৱাৰ অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনাটো । ইফালে,নগাঁৱৰ কঠীয়াতলিৰ ৰেংবেং প্ৰাথমিক বিদ্যালয়ত শিক্ষাদানৰ সময়তে বিদ্যালয় গৃহৰ ওপৰত বাগৰি পৰে এডাল প্ৰকাণ্ড গছ ৷ অৱশ্যে কথমপি ৰক্ষা পৰে ছাত্ৰ-ছাত্ৰীসকল ৷ আজি পুৱা সংঘটিত হয় এই ঘটনাটি ৷

$ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ বিশেষ সতৰ্কবাণী ৰাজ্যবাসীলৈ, নদী – উপনৈ ,খাল- বিলত মাছ নধৰিবলৈ আৰু কৃষি কৰ্মলৈ নাযাবলৈ আহ্বান, চাৰি জিলাত ৰেড এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ | সামুদ্ৰিক ঘূৰ্ণিবতাহ ৰীমালৰ প্ৰভাৱত ৰাজ্যজুৰি যোৱা নিশাৰে পৰা অব্যাহত থকা নেৰানেপেৰা বৰষুণ- ধুমুহাই তচনচ কৰি নিছে গুৱাহাটী সহ ৰাজ্যৰ বহু জিলা ৷ কৰিমগঞ্জ আৰু শিলচৰত ৰাজপথত একাঠু পৰ্যন্ত পানী হোৱাত ব্যাহত হৈ পৰিছে যাতায়ত ব্যাৱস্থা ৷

এনে ভয়ানক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ অফিচিয়েল এক্স হেণ্ডেলত ৰাজ্যবাসীৰ বাবে জাৰি কৰিছে বিশেষ সতৰ্কবাণী । ঠায়ে ঠায়ে গছ-গছনি বাগৰি পৰা ,নদ-নদীত পানী বঢ়াৰ আশংকা কৰি মুখ্যমন্ত্ৰী কাৰ্যালয়ে মাছ ধৰা আৰু পথাৰত কৃষিকৰ্মৰ পৰা বিৰত থকাৰ লগতে অত্যন্ত জৰুৰী নহ’লে বাহিৰলৈ নাযাবলৈ আহ্বান জনাইছে ৷

আনহাতে, মঙলবাৰ আৰু বুধবাৰে ৰাজ্যৰ কেইবাখনো জিলাত ৰেড, অৰেঞ্জ আৰু য়েল্ল’ এলাৰ্ট জাৰি কৰা হৈছে। সেই অনুসৰি ২৮ মে’ত গোৱালপাৰা, কৰিমগঞ্জ, কাছাৰ, ডিমা হাচাও জিলাত ৰেড এলাৰ্ট জাৰি কৰাৰ বিপৰীতে নদী পৰীয়া জিলা ধুবুৰী, বৰপেটা হাইলাকান্দি, দক্ষিণ শলামাৰা আদি জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট । আন জিলা সমূহত য়েল্ল’ এলাৰ্ট জাৰি কৰা হৈছে ৷ ২৯ মে’ত কাছাৰ, ডিমা হাচাও,চিৰাংত ৰেড এলাৰ্ট, ,বৰপেটা আৰু নলবাৰী অৰেঞ্জ এলাৰ্ট ৷ বাকী জিলা সমূহত হালধীয়া এলাৰ্ট জাৰি কৰিছে বৰঝাৰস্থ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷

মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই চ’ছিয়েল মেডিয়াৰ জৰিয়তে ঘূৰ্ণীবতাহ ৰেমালে অসমক প্ৰভাৱিত কৰিছে, যাৰ ফলত বহুতো অঞ্চলত ধুমুহা আহিছে বুলি উল্লেখ কৰি কয়, ৰেমল ঘূৰ্ণিবতাহত মৰিগাঁৱত কৌশিক বৰদলৈ আম্ফি (১৭) নামৰ এগৰাকী ছাত্ৰৰ মৃত্যুৰ বাতৰি আমি লাভ কৰিছোঁ ৷ আনহাতে গছ পৰাৰ ফলত ঢেকীয়াজুলিত ১২গৰাকী শিক্ষাৰ্থী আহত হৈছে। গুৱাহাটীত কটন বিশ্ববিদ্যালয় আৰু জ্যোতি চিত্ৰবনৰ দৰে ঠাইত উভালি পৰা গছৰ বাবে মানুহ বা ঘৰৰ কোনো ক্ষতিসাধন হোৱা নাই।

গুৱাহাটীৰ লগতে অসমৰ নামনি ভাগৰ জিলাসমূহত বিদ্যুৎ যোগান ব্যাহত হৈছে। আমি পৰিস্থিতি সতৰ্কতাৰে নিৰীক্ষণ কৰি আছোঁ আৰু পৰিস্থিতি সুস্থিৰ নোহোৱালৈকে সকলোকে ঘৰৰ ভিতৰত থাকিবলৈ অনুৰোধ জনাইছোঁ।

সাগৰীয় ধুমুহা ৰেমালৰ ব্যাপক প্ৰভাৱত প্ৰতি লক্ষ্য ৰাখি আজি সন্ধিয়া সাত বজাত মুখ্যসচিবৰ উপস্থিতিত মুখ্যমন্ত্ৰী :হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ জিলা আয়ুক্তৰ স’তে ভিডিঅ’ কনফাৰেন্সত মিলিত হ’ব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CMO ASSAMOcean Cyclone RemalWidespread Impact
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d