Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam taxis are not banned in Meghalaya Govt :Meghalaya Tourism Minister Paul Lyngdoh:অৱশেষত মেঘালয়ৰ পৰ্যটন মন্ত্ৰীৰ পল লিংডোৰ ঘোষণা

মেঘালয়ত মেঘালয়ত নিষিদ্ধ নহয় অসমৰ টেক্সি, সৰ্বভাৰতীয় অনুজ্ঞাপত্ৰ থকাৰ বাবে মেঘালয়ত নিষিদ্ধ নহয় অসমৰ টেক্সি

publisher by publisher
July 19, 2024
in Uncategorized
Reading Time: 3 mins read
0
Assam taxis are not banned in Meghalaya Govt :Meghalaya Tourism Minister Paul Lyngdoh:অৱশেষত মেঘালয়ৰ পৰ্যটন মন্ত্ৰীৰ পল লিংডোৰ ঘোষণা
2
SHARES
19
VIEWS
ShareShareShareShare

Assam taxis are not banned in Meghalaya Govt :Meghalaya Tourism Minister Paul Lyngdoh:

মেঘালয়ত নিষিদ্ধ নহয় অসমৰ টেক্সি। এই কথা আজি ঘোষণা কৰে মেঘালয়ৰ পৰ্যটন মন্ত্ৰী পল লিংডোৱে। সৰ্বভাৰতীয় অনুজ্ঞাপত্ৰ থকাৰ বাবে মেঘালয়ত নিষিদ্ধ নহয় অসমৰ টেক্সি। পূৰ্বৰ দৰে অসমৰ টেক্সি মেঘালয়ত চলাচল কৰিব পাৰিব ৷

ADVERTISEMENT

উল্লেখ্য যে,মেঘালয়লৈ বহিঃৰাজ্যৰ বাহনে কেৱল পর্যটকক অনা- নিয়াহে কৰিব পাৰিব, কোনো পর্যটনস্থলীলৈ পর্যটকক লৈ যাব নোৱাৰিব। সদৌ খাচী মেঘালয় পর্যটন টেক্সি সন্থাই মেঘালয় চৰকাৰক এই সম্পর্কত সিদ্ধান্ত গ্রহণৰ বাবে হেচা প্ৰয়োগ কৰি আহিছিল।

RelatedPosts

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

Assam- Meghalaya Border Violence : পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তত চেপা উত্তেজনা অব্যাহত

মেঘালয় পর্যটন টেক্সি সন্থাই জনোৱা দাবীয়ে সম্প্রতি গুৱাহাটীকে ধৰি বহিঃৰাজ্যৰ চালকসকলৰ মাজত এক অসন্তুষ্টিৰ সৃষ্টি কৰিছে। বিশেষকৈ এই দাবী কাৰ্যকৰী হ’লে অসমৰ টেক্সি চালকসকল ব্যাপকৰূপে ক্ষতিগ্রস্ত হ’ব আৰু এই বিষয়ত অসম চৰকাৰৰ হস্তক্ষেপৰ দাবী জনাইছিল অসমৰ টেক্সি চালকসকলে।

উল্লেখ্য যে ,৯ জুলাইত সদৌ খাচী মেঘালয় পর্যটন টেক্সি সন্থাই মেঘালয়ৰ পৰ্যটন মন্ত্রী পল লিংডক সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল। স্মাৰকপত্ৰৰ জৰিয়তে সংগঠনটোৱে দাবী উত্থাপন কৰিছে যে বহিঃৰাজ্যৰ পৰা পর্যটক কঢ়িয়াই অনা বাহনসমূহক ন’ এন্ট্রি লগাব লাগে, যাতে স্থানীয় টেক্সি চালকসকল কিছু হ’লেও উপকৃত হয়।

সংগঠনটোৰ এই দাবীৰ পাছতে বিশেষকৈ অসমৰ টেক্সি চালকসকলৰ মাজত ক্ষোভৰ বহিঃপ্রকাশ ঘটিছে। মেঘালয় চৰকাৰে যদি এই দাবী মানি সিদ্ধান্ত গ্রহণ কৰে, তেন্তে মেঘালয়ৰ বাহনসমূহৰ বাবেও খানাপাৰাই শেষ সীমা হ’ব বুলি অসমৰ চালকসকলে সকীয়নি প্রদান কৰিছে।

অসম ৰাজ্যিক টেক্সি চালক সন্থাৰ সভাপতি ধ্রুবজ্যোতি অসমে এই বিষয়ত সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰি কয় যে অসমৰ টেক্সিসমূহে তিনিখন ৰাজ্যক কৰ দি আহিছে। অসমৰ উপৰি মেঘালয় আৰু অৰুণাচলক কৰ আদায় দি অহা হৈছে। এই টেক্সি সেৱাৰ জৰিয়তে বহু পৰিয়ালৰ জীৱিকা নিৰ্ভৰ হৈ আছে ।

shillong 2এনেকুৱা সময়ত মেঘালয়ে যে এয়াই প্রথম কৰিছে তেনেকুৱা নহয়, আজি দীর্ঘদিন ধৰি মেঘালয়ৰ চালকসকলে অসমৰ পৰা যোৱা চালকসকলক বিভিন্ন সময়ত দুর্ব্যৱহাৰ কৰি আহিছে। অসমৰ চালকসকলৰ ওপৰত বিভিন্ন সময়ত মানসিক-শাৰীৰিকভাৱে দুব্যৱহাৰ কৰি অহা হৈছে। এই দাবী কোনো কাৰণতে মানি লোৱা নহ’ব বুলি তেওঁ স্পষ্ট কৰি দি অসমৰ চালকসকলক পেটে-ভাতে মৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে অসম চৰকাৰৰ হস্তক্ষেপৰ দাবী তোলে।

উল্লেখ্য যে সদৌ খাচী মেঘালয় পর্যটন টেক্সি সন্থাৰ দাবীৰে যে অসমকে ধৰি বহিঃৰাজ্যৰ বাহনসমূহে পর্যটক শ্বিলংলৈকে আনিব পাৰিব আৰু শ্বিলঙৰ পৰা পুনৰ উভতাই নিব পাৰিব। শ্বিলঙৰ পৰা নিৰ্দিষ্ট পর্যটনস্থলীলৈ মেঘালয়ৰ টেক্সিয়েহে পর্যটক অনা-নিয়া কৰিব। বহিঃৰাজ্যৰ বাহনসমূহৰ কাৰণে মেঘালয়ৰ বাহনসমূহে পর্যাপ্ত পর্যটক লাভ নকৰে। ইতিমধ্যে শ্বিলং পিক্ত এনে ব্যৱস্থা কৰা হৈছে। এই দাবীত অটল টেক্সি চালকসকলৰ লগত অহা ন আগষ্টত মেঘালয় চৰকাৰে আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে। যদি এই সিদ্ধান্ত কাৰ্যকৰী হয়, মেঘালয়ৰ চালকসকলৰ বাবে ভাল সিদ্ধান্ত হ’ব যদিও অসমৰ বাহন চালকসকল ক্ষতিগ্রস্ত হোৱাৰ সম্ভাৱনা আছে।

গুৱাহাটীৰ কে’বাজনো চালকে সদৰী কৰা অনুসৰি, এই দাবী কাৰ্যকৰী হ’লে তেওঁলোক ব্যাপক ক্ষতিৰ সম্মুখীন হ’ব। অসমৰ পৰা দৈনিক দুহেজাৰৰো অধিক বাহন মেঘালয়লৈ যায় আৰু ইয়াৰ জৰিয়তে তেওঁলোকে উপাৰ্জনৰ পথ প্রশস্ত কৰি আহিছে। গুৱাহাটীৰ পৰা দৈনিক চাৰি-পাঁচ হেজাৰ টকা ভাড়াত দেশ-বিদেশৰ বহু পর্যটকক তেওঁলোকে মেঘালয়ৰ বিভিন্ন পর্যটনস্থলী পৰিদৰ্শন কৰাই আহিছে।

এতিয়া যদি বাহনসমূহ কেবল শ্বিলঙলৈ যাবলৈ অনুমতি দিয়ে, এয়া কোনো কাৰণতে মানি লোৱা নহ’ব বুলি তেওঁলোকে হুংকাৰ প্ৰদান কৰে। এই সিদ্ধান্ত কাৰ্যকৰী হ’লে অসমৰ প্ৰতিজন টেক্সিচালকৰ বছৰি কমেও দুই লাখকৈ টকাৰ ক্ষতিৰ সম্মুখীন হ’ব বুলিও তেওঁলোকে জনায়। লগতে এনে হ’লে মেঘালয়ৰ বাহনসমূহেও অসমত প্ৰৱেশ কৰাত বাধাৰ সম্মুখীন হ’ব বুলি তেওঁলোকে স্পষ্ট কৰি দিছে।

শেহতীয়া খবৰ অনুসৰি, অসম ৰাজ্যিক টেক্সি চালক সন্থাই ইতিপূৰ্বেই মেঘালয়ৰ পৰ্যটন মন্ত্ৰীক বিষয়টো বিবেচনাৰ দিয়া আবেদনক সহাৰী জনাই পৰ্যটন মন্ত্ৰীৰ পল লিংডোৱে ঘোষণা কৰে যে অসমৰ টেক্সি মেঘালয়ত নিষিদ্ধ নহয় ৷ অসমৰ টেক্সিয়ে পৰ্যটকক লৈ ৰাজ্যৰ সকলো স্থানলৈ নিব পাৰিব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam taxis are not bannedMEGHALAYA GOVT.Meghalaya Tourism Minister Paul Lyngdoh
publisher

publisher

Related Posts

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
Uncategorized

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

April 25, 2026
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি
Uncategorized

Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি

April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ
Uncategorized

Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ

April 24, 2026
Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !
Uncategorized

Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d