Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Former Union Minister Rajen Gohain has called the BJP an exploiter:বিজেপিক শোষণকাৰী আখ্যা দি আঞ্চলিক দল অভিমুখে ৰাজেন গোহাঁই

তিনিচুকীয়াত দলীয় নেতাৰ স'তে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত, জিলাই জিলাই ক্ষুব্ধ নেতা-কর্মীৰে আলোচনাত প্রাক্তন কেন্দ্রীয় মন্ত্রী, ৰাষ্ট্ৰীয় দলৰ পৰা অসমৰ লাভ হোৱা নাই:ৰাজেন গোহাঁই

publisher by publisher
August 1, 2024
in Uncategorized
Reading Time: 2 mins read
0
Former Union Minister Rajen Gohain has called the BJP an exploiter:বিজেপিক শোষণকাৰী আখ্যা দি আঞ্চলিক দল অভিমুখে ৰাজেন গোহাঁই
3
SHARES
34
VIEWS
ShareShareShareShare

Former Union Minister Rajen Gohain has called the BJP an exploiter:

অচিৰে দল ত্যাগৰ তৎপৰতা আৰম্ভ কৰিছে বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে। বিজেপিৰ ৰাষ্ট্ৰীয় ৰাজনীতি এৰি গোহাঁয়ে আদৰি ল’ব বিচাৰিছে আঞ্চলিক ৰাজনীতিক।

ADVERTISEMENT

গোহাঁয়ে তাৰেই ইংগিত দিলে ‘দৈনিক অগ্রদূত’ক। অৱশ্যে কোনটো আঞ্চলিক দলৰ মজিয়াৰ পৰা তেওঁ আগন্তুক দিনত নতুন ৰাজনৈতিক ইনিংছ আৰম্ভ কৰিব সেই তথ্য সদৰী কৰাৰ পৰা বিৰত থাকে।

RelatedPosts

ASSAM BJP কোন হ’ব ৰাজ্যিক বিজেপিৰ সভাপতি

BJP will split and the Assam Jana Sangh will be Born:বিজেপিত এলাগী হোৱা বিজেপিৰ নেতাৰ দলত্যাগৰ বাবে সাজু

BJP Leadership is Concerned about the Conflict between the Old and New:ন-পুৰণিৰ সংঘাতক লৈ উদ্বিগ্ন নেতৃত্ব: নির্বাচনত দলক সহায় নকৰাসকলৰ বিৰুদ্ধেও ব্যৱস্থা

অৱশ্যে তেওঁৰ পছন্দৰ তালিকাত অসম গণ পৰিষদ নাই। উল্লেখ্য যে বিজেপিৰ বৰ্তমানৰ নেতৃত্বৰ প্ৰতি ক্ষুণ্ণ তথা নিজৰ লগত যোগাযোগ থকা পূব অসমৰ বিভিন্ন পৰ্যায়ৰ একাংশ নেতা- কর্মীৰ লগত গোহাঁই দীঘলীয়া আলোচনাত বহে। তিনিচুকীয়াৰ এখন হোটেলত অনুষ্ঠিত এই আলোচনাত ভাগ লোৱা নেতা-কর্মীসকল ৰাজ্যিক বিজেপিৰ প্ৰায় ১৩ খন সাংগঠনিক জিলাৰ লগত জড়িত। গোহাঁয়ে সদৰী কৰা অনুসৰি, আগন্তুক দিনত তেওঁ ৰাজ্যৰ আন আন জিলালৈও যাব আৰু তাৰ বাবে বিজেপিৰ বৰ্তমানৰ নেতৃত্বৰ প্ৰতি ক্ষুণ্ণ জিলাবোৰৰ নেতা- কর্মীসকলক আমন্ত্রণ জনাইছে।

ইপিনে, বিজেপি এৰি গোহাঁই কোন দলত যোগদান কৰিব সেয়া অন্য এক চর্চাব বিষয় হৈছে। শেহতীয়া চর্চা অনুসৰি, অসম জাতীয় পৰিষদৰ লগত গোহাঁইৰ এক যোগাযোগ স্থাপন হৈছে; কিন্তু গোহাঁয়ে যি নীতিৰে ইমান দিনে ৰাজনীতি কৰি আহিছে তাৰ লগত জাতীয় পৰিষদৰ আদৰ্শগত পার্থক্য আছে। তেনে ক্ষেত্ৰত গোহাঁইৰ যোগদানে ক্ষতি কৰাৰহে সম্ভাৱনা আছে বুলি বিষয়টো চাই থকা দলটোৰ দায়িত্ব প্রাপ্তসকলে আশংকা কৰিছে। সেয়েহে জাতীয় পৰিষদৰ পৰা গোহাঁয়ে এই পর্যন্ত সেউজ সংকেত পোৱা নাই যদিও যোগাযোগো বিচ্ছিন্ন হোৱা নাই।

ইয়াৰ মূলতে হ’ল ৰাষ্ট্ৰীয় দলৰ ৰাজনীতিৰ প্ৰতি গঢ়ি উঠা তেওঁৰ হঠাৎ উদ্‌দ্গীৰণ হোৱা ক্ষোভ। সেই ক্ষোভৰ বহিঃপ্রকাশো ঘটে। ‘দৈনিক অগ্রদূত’ক তেওঁ কয়, ‘বিজেপিৰ বিকল্প কংগ্ৰেছ হ’ব নোৱাৰে। কি কংগ্ৰেছ, কি বিজেপি সকলো ৰাষ্ট্ৰীয় দলৰ মূল নীতি একে। অসমক শোষণেই তেওঁলোকৰ একমাত্র লক্ষ্য। অসমৰ একো লাভ হোৱা নাই, ক্ষতিহে হৈছে। হয়, মই বিজেপিৰ মঞ্চৰ পৰা চাৰিবাৰ সাংসদ -মন্ত্ৰী হৈছো।

সেই কৃতিত্ব কেৱল মোৰ বুলি মই বিশ্বাস কৰো। তাত কাৰো অৱদান নাই। নগাঁৱৰ দৰে সংসদীয় সমষ্টিত মই নিজৰ শক্তিৰে জিকিছিলো। এতিয়া মই উপলব্ধি কৰিছো, যুক্তিৰে ফহিয়াই এই সিদ্ধান্তত উপনীত হৈছো যে নিজৰ ৰাজ্যখনৰ বাবে কাম কৰিবলৈ আঞ্চলিক ৰাজনীতিয়ে একমাত্ৰ পথ ৷ আঞ্চলিকবাদ আমি কৰিবই লাগিব ৷

প্রসংগক্রমে উল্লেখ্য যে বিজেপিত থাকিও নেতৃত্বৰ প্ৰতি ক্ষুণ্ণ হোৱা একাংশ পুৰণি নেতাই অসম জনসংঘ নামৰ এটা বিকল্প দল গঠনৰ তৎপৰতাও চলাই আছে। ইয়াৰ অংশৰূপে প্ৰক্ৰিয়াটোৰ লগত জড়িতসকলৰ পাঁচখন বৈঠকো অনুষ্ঠিত হৈছে। অৱশ্যে ইয়াৰ লগত জড়িত থকা দলৰ দুজন সদ্য প্রাক্তন নেতা যুধিষ্ঠিৰ গগৈ আৰু ড° ভবেন মহনে শেহতীয়াকৈ এটা ৰাইজৰ দলত যোগ দিয়ে।

সূত্ৰৰ তথ্য অনুসৰি, ৰাইজৰ দলত যোগ দিয়া বিজেপিৰ প্ৰাক্তন জ্যেষ্ঠনেতাদ্বয়ৰ কথাও সভাখনত উচ্চাৰিত হয়। গোহাঁয়ে এই প্রসংগতে আকৌ কয় যে বিজেপিত ক্ষুব্ধ নেতা-কর্মীব সংখ্যা বাঢ়ি গৈছে। নাম উল্লেখ নকৰাকৈ ড:হিমন্ত বিশ্ব শৰ্মালৈ ইংগিত কৰি তেওঁ কয় যে এইজন নেতাৰ কৰ্মকাণ্ডৰ বাবেই আজি অসম ৰাজ্যিক বিজেপিত জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে। জিলাই জিলাই ক্ষোভ বিয়পি পৰিছে।

ক্ষুব্ধ নেতা-কর্মীসকলে সেয়েহে বিকল্প পথ বিচাৰিছে। তেওঁৰ আগত ক্ষোভবোৰ প্ৰকাশ কৰিছে। আজিও তেনেদৰে কৰে। গোহাঁয়ে কয়, ‘মই ক্ষোভবোৰ শুনিছো; কিন্তু তেওঁলোকক কোনো সিদ্ধান্ত দিয়া নাই। এই ধৰণৰ বিষয়ত সিদ্ধান্ত এটা দিয়াতো ইমান সহজ নহয়। মানুহবোৰৰ মাজত বিকল্প পথ যি যুক্তি বেছিকৈ উচ্চাৰিত হয়, সেই ফালেই নিশ্চয় যাব লাগিব।’

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam BJPBJP an exploiter:Former Union Minister Rajen Gohain
publisher

publisher

Related Posts

নিশাৰ আক্ৰমণৰ পাছত আজি পুৱা জয়ছালমেৰ গাঁৱত উদ্ধাৰ ‘বোমা সদৃশ বস্তু’ ,সতৰ্কবাণী জাৰি 
Uncategorized

May 9, 2025
Operations Sindoor: ‘অপাৰেছন সিন্দূৰ’ নামকৰণ কিয় কৰিলে প্রধানমন্ত্রীয়ে?
Uncategorized

Operations Sindoor: ‘অপাৰেছন সিন্দূৰ’ নামকৰণ কিয় কৰিলে প্রধানমন্ত্রীয়ে?

May 8, 2025
Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !
Uncategorized

Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !

May 8, 2025
images 16 2
Uncategorized

April 24, 2025
দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
Uncategorized

দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

April 19, 2025
মাজ আকাশতে দুৰ্যোগ!
Uncategorized

মাজ আকাশতে দুৰ্যোগ!

April 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d