Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

এইবাৰ আৰ‌এছ‌এছৰ বিষয়ে আনুষ্ঠানিক অধ্যয়ন কৰিব চিপিএমে

বিজেপিক ৰোধিবলৈ বাওঁপন্থীৰ বৌদ্ধিক লক্ষ্য

publisher by publisher
April 7, 2022
in India, News, Politics
Reading Time: 1 min read
0
এইবাৰ আৰ‌এছ‌এছৰ বিষয়ে আনুষ্ঠানিক অধ্যয়ন কৰিব চিপিএমে
1
SHARES
9
VIEWS
ShareShareShareShare

দেশজুৰি বিজেপিৰ আগ্ৰাসী ৰাজনৈতিক গতিয়ে ইয়াৰ আঁৰৰ পৰিচালক শক্তি আৰ‌এছ‌এছৰ বিষয়ে চিন্তা-চৰ্চা কৰিবলৈ বাধ্য কৰিছে বাওঁ শিবিৰক । আৰ‌এছ‌এছ (ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ)ৰ নেতৃত্বত সংঘ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে সেই বিষয়ে এতিয়া আনুষ্ঠানিকভাৱে অধ্যয়ন কৰিবলৈ সাজু হৈছে চিপিআই (এম) । বিজেপিক প্ৰতিৰোধৰ বাবে বৌদ্ধিক যুঁজৰ এক ব্যতিক্ৰমী চিন্তাধাৰাৰ উন্মেষ ঘটাইছে চিপিএমে ।

ADVERTISEMENT

উল্লেখ্য যে দলীয় সদস্যক সংগঠনৰ মতাদৰ্শ অথবা ৰীতি-নীতি শিকোৱাৰ বাবে ‌কাৰ্ল মাৰ্ক্স আৰু লেনিনৰ চৰ্চা দলীয় শ্ৰেণীকোঠাৰ পাঠদানত সৰ্বদা অব্যাহত থাকে । পৰিৱৰ্তিত পৰিস্থিতিত বাৰম্বাৰ শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱা চিপিএমে এতিয়া দলীয় শ্ৰেণীকোঠাত সংঘ পৰিয়ালক লৈ পঢ়া-শুনা কৰিব বিচাৰিছে ।

RelatedPosts

আমেৰিকাৰ ‘উদ্দেশ্য প্রণোদিত-পক্ষপাতমূলক’ প্রতিবেদনৰ তীব্র প্রতিক্রিয়া দিল্লীৰ

আৰ এছ এছ ৰ শতবাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিলে ১০০ টকীয়া মুদ্ৰা আৰু ডাক টিকট

আমি দুই-আমাৰ তিনি! প্রত্যেক ভাৰতীয় দম্পতীৰ তিনিটা সন্তান থকা উচিত

পশ্চিমবংগ বা ত্ৰিপুৰাৰ দৰে ৰাজ্যত সাম্প্ৰতিক কালত বাঁও শিবিৰৰ ভোট এতিয়া গেৰুৱা শিবিৰলৈ গ’লেও কমিউনিষ্ট দল এতিয়া আৰ‌এছ‌এছৰ আদৰ্শৰ প্ৰতি যে আগ্ৰহী হৈছে কথাটো তেনেকুৱা নহয় । চিপিএমে যুক্তি দৰ্শাইছে যে তেওঁলোক আৰ‌এছ‌এছৰ আদৰ্শৰ প্ৰতি অনুৰক্ত হোৱা নাই । অৱশ্যে সমগ্ৰ দেশত এতিয়া একপ্ৰকাৰ অপৰাজেয় তথা প্ৰবল প্ৰতাপী হৈ উঠা বিজেপিক পৰাস্ত কৰিবলৈ হ’লে এই দলৰ চালিকাশক্তি আৰ‌এছ‌এছৰ স’তে মোকাবিলা কৰিব‌ই লাগিব বুলি দলে প্ৰকাশ কৰিছে ।

চিপিএমে কয় যে আৰ‌এছ‌এছৰ স’তে মোকাবিলা কৰিব‌লৈ হ’লে প্ৰথমতে সংগঠনটোৱে কিদৰে অহৰহ নিজস্ব প্ৰস্তাৱ বিস্তাৰ কৰিবলৈ ধৰিছে সেই কথা পূৰ্বতে জানিব আৰু বুজিব লাগিব । সেয়ে চিপিএমৰ ২৩ সংখ্যক দলীয় কংগ্ৰেছত দাখিলৰ বাবে প্ৰস্তুত কৰা সাংগঠনিক খচৰা প্ৰতিবেদনত দলীয় পাঠদানত (পাৰ্টি ক্লাছ) সংঘ সংক্ৰান্তীয় শিক্ষাত গুৰুত্ব দি পাঠদান আৰম্ভ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে । বিজেপিৰ স’তে মোকাবিলা কৰিব‌লৈ সংসদত বিৰোধী শক্তিৰ ঐক্য বা বাহিৰত নিৰ্বাচনী বুজাবুজিয়ে যথেষ্ট নহয় । এই কথাও চিপিএমৰ সাংগঠনিক প্ৰতিবেদনত কোৱা হৈছে ।

এই প্ৰতিবেদনত কোৱা হৈছে যে আৰ‌এছ‌এছে সমাজৰ সৰ্বস্তৰত বিয়পি গৈ নিজস্ব শক্তিশালী প্ৰভাৱ সৃষ্টি কৰিছে তথা মানুহৰ মগজুত ই স্থান লৈছে আৰু ইয়াৰে ৰাজনৈতিক মুনাফা লুটিছে বিজেপিয়ে । সেয়ে সামাজিক আৰু আদৰ্শগতভাৱে আৰ‌এছ‌এছৰ মোকাবিলাৰ পাঠ ল’ব লাগিব । ইয়াৰ বাবে উপযুক্ত স্থান হ’ব পাৰে দলীয় শ্ৰেণীকক্ষ । চিপিএমৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰকাশ কাৰাটে দলীয় আভ্যন্তৰীণ মহলত কয় যে আৰ‌এছ‌এছক কোনো মতেই সাধাৰণভাৱে ল’ব নালাগে ।

এইবাৰ চিপিএমৰ পলিটব্যুৰ’ৰ পৰা তেওঁৰ দ্বাৰাই প্ৰস্তুত কৰা সাংগঠনিক প্ৰতিবেদনত সংঘৰ স’তে মোকাবিলাৰ এই বাৰ্তা দলীয় কংগ্ৰেছতো আলোচনা হ’ব । দলৰ সূত্ৰত প্ৰকাশ যে সাংগঠনিক দায়িত্ব সঠিকভাৱে পালন কৰাত ব্যৰ্থ হোৱা পলিটব্যুৰ’ক ৰেহাই দিয়া হোৱা নাই এই প্ৰতিবেদনত । কেন্দ্ৰীয় কমিটীৰ নতুন সংশোধনমূলক দলিল প্ৰস্তুতৰ প্ৰয়োজনীয়তাৰ কথাও কোৱা হৈছে ।

সাংগঠনিক প্ৰতিবেদনৰ তথ্য অনুসৰি সমগ্ৰ দেশতে চিপিএমৰ সদস্যৰ সংখ্যা ন লাখ ৮৫ হেজাৰ ৭৫৭ জন । ইয়াৰ ভিতৰত কেৰালাত আছে পাঁচ লাখ ২৭ হেজাৰ ১৭৪ জন । পশ্চিমবংগৰ সদস্য সংখ্যা হ’ব এক লাখ ৬০ হেজাৰ ৮২৭ জন । তৰুণ প্ৰজন্মক দলৰ সদস্য হিচাপে আকৰ্ষিত কৰাৰ ব্যৰ্থতাক লৈ চিপিএম উদ্বিগ্ন হৈ থকাৰ ক্ষেত্ৰতো কেৰালাৰ ছবিখন তুলনামূলকভাৱে উন্নত । ক’বলৈ গ’লে দেশৰ ভিতৰতে কেৰালাত চিপিএমত তৰুণ প্ৰজন্মৰ উল্লেখযোগ্য অন্তৰ্ভুক্তি হৈছে ।

দক্ষিণৰ এই ৰাজ্যখনত বিগত বৰ্ষৰ দলীয় সন্মিলনৰ পাছত ৩১ বছৰ বয়স পৰ্যন্ত সদস্য অন্তৰ্ভুক্তি বৃদ্ধি পাইছে । এই ক্ষেত্ৰত কেন্দ্ৰীয় সমিতিৰ সদস্য‌ই কয় যে কেৰালাত দল ক্ষমতাত থকাৰ বাবে স্বাভাৱিকতে কিছু সুবিধা হৈছে । মন কৰিবলগীয়া যে দেশজুৰি বিজেপিৰ অগ্ৰগতিৰ মাজতো কেৰালাত বিধানসভা নিৰ্বাচনত দলে এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাই । কেন্দ্ৰীয় সমিতিৰ সদস্যজনে কয় যে কেৰালাৰ মানুহৰ লগতে এই কৃতিত্ব দলৰো বহু পৰিমাণে প্ৰাপ্য ।

কেৰালাৰ কন্নুড়ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পীনাৰী বিজয়নে কালি এই দলীয় কংগ্ৰেছৰ পতাকা উত্তোলন কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CPMRSS
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d