Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Demands, reality and homeland: দাবী, বাস্তৱ আৰু জন্মভূমি

#প্রাঞ্জলসেন ডেকা

publisher by publisher
August 5, 2024
in Uncategorized
Reading Time: 4 mins read
0
Demands, reality and homeland: দাবী, বাস্তৱ আৰু জন্মভূমি
1
SHARES
14
VIEWS
ShareShareShareShare

Demands, reality and homeland: দাবী, বাস্তৱ আৰু জন্মভূমি

#প্রাঞ্জলসেন ডেকা

জননী জন্মভূমিশ্চ স্বর্গাদপি গৰীয়সী মন্ত্ৰ আওৰোৱা এই মহান ভাৰতবৰ্ষৰ লাখ লাখ সন্তানে প্ৰতি বছৰে স্বৰ্গতকৈও শ্রেষ্ঠ জন্মভূমি ত্যাগ কৰি বিদেশী ৰাষ্ট্ৰৰ নাগৰিকত্ব গ্রহণ কৰিছে। সংসদৰ চলিত অধিবেশনত চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ২০২৩ বর্ষত দুই লাখ ১৬ হেজাৰৰো অধিক ভাৰতীয়ই এই দেশৰ নাগৰিকত্ব ত্যাগ কৰিছে। প্রায় সকলো ধৰণৰ জনসমষ্টিৰ লোকৰ দ্বাৰা ভাৰতীয় নাগৰিকত্ব ত্যাগৰ এনে ক্ৰমবৰ্দ্ধমান ধাৰাই পেলাব পৰা বিৰূপ প্রভাবে সামাজিক আৰু কূটনৈতিক মহলক সচকিত কৰি তুলিছে। ২০১৪ৰ পৰা ভাৰতীয় অর্থনীতিয়ে অভূতপূর্ব অগ্রগতি লাভ কৰা বুলি চৰকাৰীভাৱে অহৰহ দাবী কৰি অহাৰ সময়তে এই দশকটোতে ১৮ লক্ষাধিক লোকে এই দেশৰ নাগৰিকত্ব ত্যাগ কৰিছে।

ADVERTISEMENT

চৰকাৰে দাবী কৰি অহা ধৰণে বিকাশৰ উপাদানসমূহ যে মুঠেও পর্যাপ্ত নহয় ই তাকেই স্পষ্ট কৰি তুলিছে। ৰাজ্যসভাত বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০১১ত ১,৪৪,০১৭জন, ২০২০ত ৮৫,২৫৬ জন, ২০২১ত ১,৬৩,৩৭০ জন, ২০২২ত ২,২৫,৬২০ জন আৰু ২০২৩ত ২,১৬,২১৯ জন ভাৰতীয়ই জন্মভূমিক বিদায় দি বিদেশী বাষ্ট্রক আঁকোৱালি লৈছে। চৰকাৰী তথ্য অনুসৰিয়েই ক্ৰমবৰ্দ্ধমান বহির্গমন ২০২০ত ক’ভিড মহামাৰীৰ বাবে হ্রাস পোৱাৰ লগতে কিছু সংখ্যক লোক ভাৰতলৈ উভতি আহিবলৈও বাধ্য হৈছিল; কিন্তু ক’ভিড নিষেধাজ্ঞাসমূহ প্ৰত্যাহাৰৰ পাছতে ২০২১ত ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰা লোকৰ সংখ্যা দুগুণৰো অধিকলৈ বৃদ্ধি পায়।

RelatedPosts

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

Rage :আপোনাৰ বছে সৰু সৰু কথাক লৈ খং কৰে নেকি ?

মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰাৰ আঁৰত

পৰৱৰ্তী ২০২৩ত ২.২৫ লাখ ভাৰতীয়ই বিদেশী নাগৰিকত্ব গ্রহণ কৰে। এক দশকৰ পূৰ্বৰ তুলনাত এই সংখ্যা দুগুণৰো অধিক। উক্ত বর্ষত গড়ে দৈনিক ৬১৮ জনকৈ ভাৰতীয়ই গৃহভূমিৰ নাগৰিকত্ব ত্যাগ কৰে। শ্রেষ্ঠতৰ সুযোগ-সম্ভাৱনাৰ জৰিয়তে নিজৰ আৰু পৰৱৰ্তী প্রজন্মৰ উন্নত ভবিষ্যৎ নিশ্চিতকৰণৰ উদ্দেশ্যেই এই বৃহৎ সংখ্যক লোকে প্ৰতি বছৰে দেশ ত্যাগ কৰাটোৱে স্পষ্ট কৰি দিছে যে তেনে সম্ভাৱনাৰ দুৱাৰ ভাৰতত আজিও মুকলি হৈ উঠা নাই। সম্প্রতি তৃতীয়টো কাৰ্যকাল আৰম্ভ কৰা নৰেন্দ্ৰ মোদী চৰকাৰৰ উন্নয়নৰ দাবীৰ প্ৰতিও ই গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে।

এই প্ৰসংগত পূৰ্বৰ দৰেই চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে নাগৰিকত্ব ত্যাগ কৰাটো অথবা গ্ৰহণৰ কাৰণ সংশ্লিষ্টসকলৰ ব্যক্তিগত বিষয়। ব্যক্তিগত সা-সুবিধাৰ ওপৰত নিৰ্ভৰ কৰিহে সেইসকলে দেশৰ নাগৰিকত্ব ত্যাগ কৰিছে। সাম্প্রতিক জ্ঞান নিৰ্ভৰ অৰ্থনীতিৰ যুগত গোলকীয় কর্মক্ষেত্রত ইয়াক স্বাভাৱিক বুলিয়ে চৰকাৰে ক’ব খোজে। অৱশ্যে পৰিসংখ্যালে লক্ষ্য কৰিলে এই কথা ওলাই পৰে যে হেজাৰ হেজাৰ কোটিপতিও ভাৰতৰ নাগৰিকত্ব ত্যাগ কৰাসকলৰ তালিকাত অন্তর্ভুক্ত হৈছে। চলিত বর্ষতো উচ্চ সম্পদশালী কমেও ১০ হেজাৰ লোকে ভাৰত ত্যাগ কৰিব বুলি আগজাননী পোৱা গৈছে।

উল্লেখ্য যে সমগ্র বিশ্বত সম্প্রতি সর্বাধিক প্ৰব্ৰজনকাৰী জনসংখ্যা হৈছে ভাৰতৰ। এক কোটি ৮০ লাখৰো অধিক ভাৰতীয় নাগৰিকে গৃহভূমিৰ বাহিৰত বসবাস কৰি আছে। ভাৰতৰ পাছতে এক কোটি ১০ লাখ নাগৰিকৰে মেক্সিকো দ্বিতীয় শীর্ষস্থানত আছে। তাৰ পাছতে আছে ৰাছিয়া আৰু চীন। ৰাষ্ট্ৰসংঘৰ প্ৰব্ৰজন সম্পৰ্কীয় আন্তর্জাতিক সংস্থাৰ দ্বাৰা প্ৰস্তুত কৰা এক প্রতিবেদনত এই পৰিসংখ্যা প্রকাশ পাইছে। অৱশ্যে সকলো প্ৰব্ৰজনকাৰী ভাৰতীয়ই দেশৰ নাগৰিকত্ব এই পর্যন্ত ত্যাগ কৰা নাই। দেশৰ নাগৰিকত্ব ত্যাগ কৰি আন এখনৰ নাগৰিকত্ব গ্ৰহণৰ ক্ষেত্ৰত দীঘলীয়া আৰু জটিল প্ৰক্ৰিয়াৰ লগতে ইয়াৰ স’তে জড়িত বিত্তীয় কাৰণতো বহুতৰে বাবে ই গ্রহণযোগ্য হৈ নুঠে।

লক্ষ্যণীয় যে সর্বাধিক সংখ্যক ভাৰতীয়ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব গ্রহণ কৰিছে। ভাৰতীয়সকলে বসতি স্থাপন কৰা বিশ্বৰ ১১৪খন দেশৰ ভিতৰত সৰ্বাধিক পছন্দৰ হৈছে মার্কিন যুক্তৰাষ্ট্ৰ। ২০১৮ৰ পৰা চাৰে তিনি লক্ষাধিক ভাৰতীয়ই সেই দেশৰ নাগৰিকত্ব গ্রহণ কৰিছে। তাৰ পাছতে আছে কানাডা (১.৮০ লাখ), অস্ট্রেলিয়া (১. .৪০ লাখ) আৰু ইউনাইটেড কিংডম (৯০ হেজাৰ)। প্ৰব্ৰজন নীতি সম্পর্কীয় সংস্থাৰ তথ্য অনুসৰি ২০২২ পর্যন্ত মেক্সিকানসকলৰ পাছত আমেৰিকাত দ্বিতীয় সর্বাধিক প্ৰব্ৰজনকাৰীয়েই হ’ল ভাৰতীয়। তাৰ পাছতে তৃতীয় স্থানত আছে চীন।

বিদেশত অধ্যয়নৰ বাবে আগ্রহী ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও মার্কিন যুক্তৰাষ্ট্ৰই সবাতোকৈ পছন্দৰ স্থান। সেই সূত্রে আমেৰিকাত উচ্চ শিক্ষাত প্রতি বছৰে নামভৰ্তি কৰা দ্বিতীয় সর্বাধিক বিদেশী ছাত্ৰ-ছাত্ৰী হৈছে ভাৰতৰ। তেনেদৰেই নিয়োগকৰ্তাৰ দ্বাৰা প্রযোজিত দক্ষ কৰ্মীৰ বাবে আমেৰিকাই প্ৰদান কৰা এইছ বান বি ভিছা গৰিষ্ঠসংখ্যক ভাৰতীয়সকলেই লাভ কৰি আহিছে।

চৰকাৰী তথ্য অনুসৰি, ২০২২ত উচ্চ শিক্ষা লাভৰ বাবে বিদেশ যাত্ৰা কৰা চাৰে সাত লাখৰো অধিক ভাৰতীয় ছাত্র- ছাত্ৰীৰ এক লাখ ৯০ হেজাৰৰো অধিক মার্কিন যুক্তৰাষ্ট্ৰৰ শিক্ষানুষ্ঠানত ভর্তি হয়। তাৰ পাছতে এক লাখ ৮০ হেজাৰৰ লক্ষ্যস্থান আছিল কানাডা। এইসকল ছাত্র-ছাত্রীৰ এক বৃহৎ অংশই শিক্ষা গ্রহণ সমাপ্তিৰ পাছত আকর্ষণীয় সুযোগ-সুবিধা লাভৰ লগতে উন্নত জীৱনৰ আশাত সংশ্লিষ্ট দেশতে স্থায়ীভাবে বাস কৰিবলৈ বিচাৰি নাগৰিকত্বৰ আবেদন জনায়।

এনে পৰিপ্ৰেক্ষিতত স্বাভাৱিকতে প্রশ্ন উত্থাপিত হৈছে যে প্রতি বছৰে এনে বৃহৎ সংখ্যক ভাৰতীয়ই নাগৰিকত্ব ত্যাগ কৰিছে কিয়? সমাজ বিজ্ঞানী, নৃতত্ত্ববিদ তথা আর্থিক বিশেষজ্ঞসকলে ব্যাখ্যা দাঙি ধৰে যে মানুহে বিভিন্ন কাৰণত নিজৰ জন্মভূমি ত্যাগ কৰে। তাৰ ভিতৰত আর্থিক, ৰাজনৈতিক, পাৰিপাৰ্শিক তথা সামাজিক কাৰণতে কোনো এজন ব্যক্তিৰ এনে সিদ্ধান্ত গ্রহণত প্রভাৱ পৰে। একাংশই উচ্চ শিক্ষা গ্রহণ, উপযুক্ত কর্মসংস্থাপনৰ সন্ধান, অধিক লাভজনক আর্থিক সুযোগ তথা সুবিধাজনক কৰ গাঁথনিৰ সন্ধানত দেশ ত্যাগ কৰাৰ বিপৰীতে আন একাংশই বিভিন্ন প্ৰকাৰৰ সংঘাত-সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ, আনৰ দ্বাৰা আতিশয্যৰ বলি হৈ, সন্ত্রাসবাদৰ পৰা পৰিত্ৰাণ পাবলৈ অথবা পাৰিপর্শ্বিকতাই কঢ়িয়াই অনা প্ৰত্যাহ্বানৰ পৰিপ্ৰেক্ষিতত এনে পদক্ষেপ ল’বলৈ বাধ্য হৈ পৰে।

বিশেষজ্ঞৰ এনে ব্যাখ্যাৰ বিপৰীতে মোদী চৰকাৰে দাবী কৰি আহিছে যে গোলকীয় কর্মক্ষেত্ৰত যোগদানৰ সুযোগ ল’বলৈ তথা ব্যক্তিগত সা-সুবিধা অনুযায়ীহে ভাৰতীয়সকলে বিদেশী ৰাষ্ট্ৰৰ নাগৰিকত্ব গ্রহণ কৰিছে। ভাৰতীয় আইনত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা অর্থাৎ একে সময়তে দুখন দেশৰ নাগৰিকত্ব গ্ৰহণৰ ব্যৱস্থা নাই। আন ৰাষ্ট্ৰৰ নাগৰিকত্ব গ্ৰহণৰ পূৰ্বে ভাৰতীয় নাগৰিকত্ব বিসর্জন দিব লাগে আৰু তাৰেই পৰ্ব্বিতিত প্ৰতি বছৰে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে বুলি চৰকাৰে যুক্তি দঙি ধৰিব বিচাৰে। অকল সেয়ে নহয়, গতিশীলতা বাধাগ্রস্ত হোৱাটোও ভাৰতীয় নাগৰিকত্ব ত্যাগৰ অন্যতম কাৰণ ৰূপে চিহ্নিত হৈছে।

বিশ্বৰ যিকোনো দেশ ভ্রমণ কৰিবলৈ হ’লে সংশ্লিষ্ট দেশৰ চৰকাৰৰ পৰা ভিছা ল’ব লাগে। আগতীয়াকৈ ভিছা লাভ কৰিলেহে সেই দেশ ভ্রমণ কৰাটো সম্ভব। কিন্তু বহু সময়ত তাৰ বাবে যথেষ্ট সময়ৰ প্ৰয়োজন হোৱাৰ লগতে জটিলতাবো সম্মুখীন হ’বলগীয়া হয়। ফলস্বৰূপে যাত্রা বাধাপ্রাপ্ত হৈ পৰে। সেয়েহে বিভিন্ন দেশে নিজস্ব সা-সুবিধা অনুযায়ী দ্বিপাক্ষিক চুক্তিত উপনীত হয়, যাতে দুয়ো দেশৰ নাগৰিকক পৰস্পৰৰ দেশ ভ্রমণৰ বাবে আগতীয়া ভিছাৰ প্ৰয়োজন নহয়। ফলস্বৰূপে সংশ্লিষ্ট দেশৰ নাগৰিকৰ মাজত গতিশীলতা বৃদ্ধি পায় আৰু পৰস্পৰৰ মাজত বিভিন্ন ধৰণৰ আদান-প্রদান বৃদ্ধিৰ জৰিয়তে উভয় পক্ষ লাভবান হয়। যিমান বেছি দেশৰ স’তে তেনে চুক্তি থাকিব, সেই দেশৰ নাগৰিকসকল সিমানে বেছি উপকৃত হ’ব।

শেহতীয়া সমীক্ষা অনুসৰি এইক্ষেত্ৰত বিশ্বৰ শীৰ্ষত থকা দেশখন হৈছে ছিংগাপুৰ; অর্থাৎ ছিংগাপুৰৰ নাগৰিকে সর্বাধিক সংখ্যক দেশত আগতীয়া ভিছা অবিহনেই ভ্ৰমণৰ সুযোগ লাভ কৰে। বিশ্বৰ ভ্ৰমণযোগ্য ২২৭খন দেশৰ সর্বাধিক ১৯৩ খন ছিংগাপুৰৰ পাছপ’ৰ্ট লৈ ভিছা অবিহনেই ভ্রমণ কৰিব পাৰে। তেনেদৰে মার্কিন নাগৰিকে ১৮৫ খন, কানাডাৰ নাগৰিকে ১৮৬খন, অস্ট্রেলিয়াই ১৮৬ খন আৰু ইউনাইটেড কিংডমৰ নাগৰিকে ১৮৯ খন দেশ ভ্রমণৰ সুযোগ লাভ কৰে।

এই তালিকাত ভাৰতৰ স্থান ৮২ নম্বৰত। ভাৰতীয় পাছপ’ৰ্ট লৈ আগতীয়া ভিছা অবিহনে বিশ্বৰ ৫৮ খন দেশহে ভ্রমণ কৰাটো সম্ভব। অৱশ্যে এই তালিকাত উন্নত অথবা গুৰুত্বপূর্ণ এখনো দেশ অন্তর্ভুক্ত হোৱা নাই। উন্নত কূটনৈতিক সম্পর্ক আৰু আন্তর্জাতিক স্থিতিৰ ওপৰত নিৰ্ভৰ কৰিহে এনে চুক্তিত উপনীত হোৱাটো সম্ভর। কোনো এখন দেশৰ পাছপ’র্টখনেই সেই দেশৰ আন্তর্জাতিক প্ৰভাৱ আৰু অর্থনৈতিক সম্ভাৱনাৰ পৰিচয় দাঙি ধৰে। ভিছা অবিহনে কোনো দেশ ভ্রমণৰ সুযোগ লাভ কৰাটো সম্প্রতি আর্থিক ক্ষেত্রত এক শক্তিশালী আহিলাত পৰিণত হৈছে, যি আর্থিক প্রগতি, আন্তর্জাতিক সহযোগিতা বৃদ্ধিৰ লগতে বিদেশী পুঁজি আকর্ষণত ফলপ্রসূ চিহ্নিত হৈছে।

অথচ যোৱা বছৰ ৮০ সংখ্যক স্থানৰ পৰা শেহতীয়াভাবে ভাৰতৰ স্থান ৮২ লৈ অৱনমিত হৈছে, অর্থাৎ বিদেশ ভ্রমণৰ ক্ষেত্ৰত গতিশীলতাত যতিহে পৰিছে। বিশ্বক নেতৃত্ব দিবলৈ আগবঢ়া বুলি দাবী কৰি অহা চৰকাৰৰ কাৰ্যকালত এয়া নিশ্চয়কৈ হতাশাজনক খবৰ। দাবীৰ বিপৰীতে আন্তর্জাতিক মহলত ভাৰতে যে এতিয়াও বিশ্বাসযোগ্যতা গঢ়ি তুলিবলৈ সক্ষম হোৱা নাই, এনেবোৰ ঘটনাই তাক স্পষ্ট কৰি তোলে।

লক্ষ্যণীয় যে ২০১৯ত ভাৰতৰ নাগৰিকত্ব ত্যাগ কৰা সাত হেজাৰ কোটিপতিৰ এনে সিদ্ধান্ত গ্ৰহণৰ আঁৰত কিহে ক্রিয়া কৰিছে, সেই বিষয়ে এক প্রতিবেদনত প্রকাশ পাইছে। দেখা গৈছে যে তেওঁলোকৰ দেশ ত্যাগৰ সমূহীয়া কাৰণ হৈছে- পৰিয়ালৰ শিশু আৰু মহিলাৰ সুৰক্ষা, জীৱনযাত্ৰা আৰু আৰ্থিক কাৰণ, সন্তানৰ শিক্ষা, কৰ বিধি, স্বাস্থ্য সেৱা আৰু জীৱনৰ মান।

গতিকে চৰকাৰে গোলকীয় কর্মক্ষেত্ৰত যোগদান আৰু ব্যক্তিগত সা-সুবিধাকেই ভাৰতীয় নাগৰিকত্ব ত্যাগৰ কাৰণ বুলি প্রতিপন্ন কৰিব বিচাৰিলেও তথ্যই কিন্তু সম্পূর্ণ পৃথক ছবি এখনহে দাঙি ধৰে, যিয়ে কার্যতঃ দাবীৰ বিপৰীতে চৰকাৰৰ ব্যর্থতাকে সূচায়। পৰিস্থিতি এনে পর্যায় পাইছে যে বিভিন্ন দেশত বিনিয়োগ আঁচনিৰ জৰিয়তে নাগৰিকত্ব গ্রহণ কৰা ভাৰতীয়ৰ সংখ্যাও বৃদ্ধি পাইছে। ভাৰত শীঘ্ৰে বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিৰ দেশত পৰিণত হ’বলৈ দ্রুত অগ্ৰসৰ হোৱাৰ দাবীৰ সময়তে এনেবোৰ তথ্যই নিশ্চয় আশাৰ সঞ্চাৰ নকৰে।

অকল সেয়ে নহয়, জলবায়ু পৰিৱৰ্তনে বিশ্বৰ বিভিন্ন প্রান্তৰ লগতে ধাৰাবাহিকভাৱে ভাৰতৰ অঞ্চল বিশেষে ধ্বংসলীলা অব্যাহত ৰাখিছে। উত্তৰৰ পৰা দক্ষিণলৈ, পূৱৰ পৰা পশ্চিমলৈ চৌদিশে এনে ধ্বংসলীলাই জনজীবন বিপর্যস্ত কৰিছে। শশ লোকে বানপানী-ভূমিস্খলন আদিত প্রাণ হেৰুৱাইছে। আনকি দিল্লী-মুম্বাই-বাংগালুৰু আদিকে ধৰি মহানগৰ কেইখনতো কৃত্রিম বানত বৃহৎসংখ্যক লোকে প্রতি বছৰে প্ৰাণ হেৰুৱাইছে।

ফলস্বৰূপে আৰু কেইবছৰমান পাছত এই মহানগৰসমূহ মানুহৰ বাসোপযোগ্য হৈ থাকিবনে তাক লৈও সংশয়ৰ সৃষ্টি হৈছে; অথচ এনে বিপৰ্যয়ৰ পাছতো পৰিৱেশ ৰক্ষা আৰু জলবায়ুৰ পৰিৱৰ্তন ৰোধৰ অৰ্থে ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে চৰকাৰে উন্নয়নৰ নামত চৌদিশে পৰিৱেশ ধ্বংসতহে অৰিহণা যোগাইছে। গতিকে আগন্তুক দিনত যে অধিক বিপর্যয়ে অপেক্ষা কৰিছে তাৰ ব্যাখ্যা নিষ্প্রয়োজন। ফলস্বৰূপে অতি ধনীসকলে সময় থাকোতেই নিৰাপদ স্থানলৈ প্রব্রজন কৰিছে।

এই কথাত সন্দেহ নাই যে বিশ্বৰ বিভিন্ন দেশত ভাৰতীয় বৃত্তিধাৰীসকলৰ যথেষ্ট চাহিদা আছে। বিশেষকৈ চিকিৎসক- নাৰ্ছ, চাইবাৰ সুৰক্ষা আৰু কৃত্রিম বুদ্ধিমত্তাৰ অৰ্হতাসম্পন্ন তথ্য প্রযুক্তিবিদ তথা অভিযন্তাৰ উপৰি ৱেল্ডাৰ, প্লাম্বাৰ, ইলেক্ট্রিচিয়ান, কাঠমিস্ত্রি আদিৰ দৰে পৈণত শ্রমিকৰ চাহিদা লক্ষ্যণীয়। আনকি ইউৰোপৰ কে’বাখনো দেশে শেহতীয়াকৈ কৃষিকার্যৰ বাবে ঋতুভিত্তিক অস্থায়ী শ্রমিক বিচাৰিছে ভাৰতৰ পৰা। ইয়াৰ পৰাই বুজা যায় যে অর্ধদক্ষ অথবা দক্ষতাহীন শ্রমিকৰো চাহিদা নোহোৱা নহয়।

লক্ষ্যণীয়ভাৱে মোদী চৰকাৰে আন দেশৰ নাগৰিকত্ব গ্রহণ কৰিলেও প্ৰব্ৰজনকাৰীসকলক দেশৰ সম্পদ বুলিয়ে অভিহিত কৰি আহিছে। কেন্দ্ৰৰ মতে সফল, সমৃদ্ধিশালী আৰু প্ৰভাৱশালী প্ৰব্ৰজনকাৰীসকল ভাৰতৰ বাবে এক অতিৰিক্ত সম্পদ। তেওঁলোকক লক্ষ্য কৰিয়েই ‘মেক ইন ইণ্ডিয়া’ৰ দৰে আঁচনি গ্রহণ কৰা হৈছে বুলি কোৱা হৈছে। তেওঁলোকৰ প্ৰভাৱৰ জৰিয়তে দেশৰ লাভ নিশ্চিত কৰিবলৈ চৰকাৰ সক্ৰিয় বুলি সংসদত বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰীয়ে ব্যাখ্যা দাঙি ধৰিছে।

বাস্তৱ পৰিস্থিতি যে চৰকাৰে দাবী কৰাতকৈ বহু পৃথক, সেয়া পৰিসংখ্যাসমূহেই স্পষ্ট কৰি তোলে। আকর্ষণীয় আর্থিক অগ্রগতি, শক্তিশালী আন্তর্জাতিক স্থিতিৰ জৰিয়তে ভাৰত বিশ্বগুৰু হ’বলৈ দ্রুত অগ্ৰসৰ হোৱা বুলি কৰি অহা দাবীৰ ফোঁপোলা স্বৰূপ এনেবোৰ কথাই প্ৰমাণ কৰে। ফলস্বৰূপে শিক্ষিত যুৱক-যুৱতীসকলে সুযোগ পালেই স্বর্গতকৈও শ্রেষ্ঠ জন্মভূমিক ত্যাগ কৰি বিদেশত থিতাপি ল’বলৈ লৰ মাৰিবলৈ তৎপৰ হৈছে।
ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Acquiring Foreign CitizenshipIndia LEADSMinistry Of Foreign External Affairs Latest Reportpranjal sen dekaSpl Articles
publisher

publisher

Related Posts

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
Uncategorized

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

April 25, 2026
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি
Uncategorized

Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি

April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ
Uncategorized

Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ

April 24, 2026
Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !
Uncategorized

Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d