Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

KMSS Pressmeet In Guwahati:স্মার্ট মিটাৰৰ জৰিয়তে জনতাক অবাধ লুণ্ঠন বন্ধ কৰাৰ দাবীত বৃহৎ গণ আন্দোলন গঢ়ি তুলিব কৃষক মুক্তিয়ে

স্মার্ট মিটাৰৰ বিৰুদ্ধে জনতাৰ যুক্তিপূর্ণ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ শেহতীয়া মন্তব্যক মিথ্যাচাৰ আখ্যা দি সংবাদমেল পাতি উভতি ধৰিলে কৃষক মুক্তি সংগ্রাম সমিতিয়ে

publisher by publisher
August 21, 2024
in Uncategorized
Reading Time: 2 mins read
0
KMSS Pressmeet In Guwahati:স্মার্ট মিটাৰৰ জৰিয়তে জনতাক অবাধ লুণ্ঠন বন্ধ কৰাৰ দাবীত বৃহৎ গণ আন্দোলন গঢ়ি তুলিব কৃষক মুক্তিয়ে
4
SHARES
44
VIEWS
ShareShareShareShare

KMSS Pressmeet In Guwahati:

ৰাজ্যবাসীয়ে যুক্তিসংগতভাবে পূর্বৰ তুলনাত স্মার্ট মিটাৰৰ বিল বৃদ্ধিৰ বিৰোধীতা কৰাৰ বিপৰীতে স্বয়ং মুখ্যমন্ত্ৰীয়ে ৰাইজৰ দাবীক উপলুঙা কৰি APDCL আৰু শক্তি বিভাগক ৰক্ষণাবেক্ষণ দিবলৈ গৈ স্মার্ট মিটাৰত বিল বাঢ়িবই নোৱাৰে আৰু ই গ্রাহকৰ বাবে মিতব্যয়িতাৰ আহিলাহে বুলি কোৱাটোৱে প্রমাণ কৰে যে মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শর্মা এতিয়া গণ বিচ্ছিন্ন।

ADVERTISEMENT

কেবল পৰিয়ালৰ বৈধ- অবৈধ সম্পতিৰ দীঘলীয়া তালিকা হাতত লৈ সুযোগ পালেই চাফাই গায় সুৰক্ষা দিয়াত ব্যস্ত মুখ্যমন্ত্ৰী গৰাকীৰ কার্যকালত আজি অসুৰক্ষিত ৰাজ্যবাসী। শেহতীয়াকৈ অসমৰ প্রায় ৬০ শতাংশ ভূমি বানে ক্ষতিগ্রস্ত কৰাৰ সমান্তৰালভাৱে শিশু খাদ্যৰ পৰা ঔষধলৈকে নিত্য ব্যৱহায্য প্রতিপদ সামগ্ৰীৰ অবাধ মূল্যবৃদ্ধিৰ জুইয়ে ৰাজ্যবাসীক দহি পেলোৱাৰ সময়তে অসমৰ বিশেষকৈ দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালসমূহৰ তেজ শুহি খাইছে এতিয়া বিদ্যুৎ বিভাগে ঘৰে ঘৰে নতুনকৈ সংযোগ কৰা স্মার্ট মিটাবে। স্মার্ট মিটাৰৰ অভাৱনীয় বর্ধিত বিলে এতিয়া হাহাকাৰৰ সৃষ্টি কৰিছে সাধাৰণ জনসাধাৰণৰ মাজত। এই মন্তব্য কৃষক মুক্তি সংগ্রাম সমিতিৰ।

RelatedPosts

DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

বুধবাৰে সংগঠনটোৰ গান্ধীবস্তিৰ মুখ্য কাৰ্যালয়ত সাধাৰণ সম্পাদক বিদ্যুত শইকীয়া, মুখ্য সাংগাঠনিক সম্পাদক ৰিতুমণি হাজৰিকা, আকাশ দলে, কার্যনির্বাহক সদস্য অৰিন্দম গগৈয়ে সম্বোধন কৰা সংবাদমেলত সাম্প্ৰতিক সময়ৰ ৰাজ্যখনৰ এটা গুৰুত্বপূর্ণ বিষয় ‘স্মার্ট মিটাৰ’ ৰ বিসংগতি সন্দৰ্ভত বাখ্যা আগবঢ়াই কয় যে শেহতীয়াকৈ ৰাজ্যখনৰ প্ৰায়বোৰ জিলাতে কম বেছি পৰিমাণে পুৰণি মাহেকীয়া বিল পৰিশোধ কৰা প’ষ্টপেইড মিটাৰৰ পৰিৱৰ্তে নতুন প্রিপেইড আগতীয়াকৈ বিল পৰিশোধ কৰা স্মার্ট মিটাৰ গ্ৰাহকৰ ঘৰত সংযোগ কৰাৰ পাছৰে পৰা মাহেকীয়া বিলসমূহৰ ক্ষেত্ৰত ব্যাপক বিসংগতিয়ে দেখা দিছে।

প্রায় প্রতিগৰাকী গ্রাহকৰ ক্ষেত্রতে সর্বস্তৰৰ জনসাধাৰণক একত্রিত কৰি ব্যাপক গণ প্রতিবাদৰ সূচনা কৰাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে। ইয়াৰ উপৰিও সংগঠনটোৱে তথ্য সহকাৰে এপিডিচিএল-এ গ্রাহকলৈ বর্ধিত হাৰত বহু ভুৱা বিল প্রেৰণ কৰি টকা আদায় লোৱাৰ প্রমাণ দাঙি ধৰে।

সংগঠনটোৱে কয় যে যি সময়ত দিল্লীৰ দৰে ৰাজধানীত ২০০ ইউনিট পর্যন্ত বিদ্যুৎ ৰেহাই দিয়াৰ উপৰিও ২০০ পৰা ৪০০ ইউনিট বিদ্যুৎ ব্যৱহাৰ কৰা গ্রাহকক ৫০% পর্যন্ত ৰাজ সাহার্য প্রদান কৰাৰ বিপৰীতে নিজকে জনতাৰ চৰকাৰ বুলি দাবী হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে পূৰ্বৰ ৫ টকা ৭০ পইচা প্রতি ইউনিট বিজুলীৰ দাম বৃদ্ধি কৰিছে ৬ টকালৈ আৰু বিদ্যুৎ সেৱা সংযোগ মাচুল ঘৰুৱা সংযোজনৰ ক্ষেত্ৰত দুগুণ ১২,৫০০ ৰ পৰা ২৫,০০০ বৃদ্ধি কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Addressing gs bidyut SaikiaGuwahatiKMSS Pressmeet
publisher

publisher

Related Posts

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
Uncategorized

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

April 25, 2026
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি
Uncategorized

Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি

April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ
Uncategorized

Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ

April 24, 2026
Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !
Uncategorized

Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d