Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

    বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

৩৫ শতাংশ মুছলমানৰ বিপৰীতে ৬৫ শতাংশ হিন্দুক সমবেত কৰি ২০২১ ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ লক্ষ্য লৈছে বিজেপিয়ে : মনোৰঞ্জন তালুকদাৰ

publisher by publisher
November 12, 2020
in India, News, Politics
Reading Time: 1 min read
0
৩৫ শতাংশ মুছলমানৰ বিপৰীতে ৬৫ শতাংশ হিন্দুক সমবেত কৰি ২০২১ ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ লক্ষ্য লৈছে বিজেপিয়ে : মনোৰঞ্জন তালুকদাৰ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

Bokakhat:প্ৰখৰ ৰ’দকো নেওচি প্ৰণৱ দলেৰ মুক্তিৰ দাবীত সভা-সমদলৰে উত্তাল বোকাখাত

বিটিআৰত বলিছে নিৰ্বাচনী গৰম বতাহ ৷ ভোটাৰৰ মন জয় কৰিবলৈ প্ৰচাৰ অভিযানত নামিছে প্ৰতিটো ৰাজনৈতিক দলে ৷ বিভিন্ন ৰাজনৈতিক দলৰ সমান্তৰালকৈ বাঁওপন্থী দল CPI(M)য়ে বাক্সাৰ শালবাৰীৰ মথনগুৰি সমষ্টিত অনুষ্ঠিত কৰে ৰাজহুৱা সভা ৷ সমষ্টিটোৰ খাৰিজা বিজনীৰ মিলন বজাৰত অনুষ্ঠিত সভাত CPI(M)ৰ ৰাজ্যিক নেতা মনোৰঞ্জন তালুকদাৰে বিজেপিক সাম্প্ৰদায়িক দল বুলি অভিহিত কৰি দলটোৰ জনবিৰোধী কাৰ্যকলাপক তীব্ৰ সমালোচনা কৰে ৷

ADVERTISEMENT

অহা বিধানসভা নিৰ্বাচনত ৩৫ শতাংশ মুছলমানৰ বিপৰীতে ৬৫ শতাংশ হিন্দুক একত্ৰিত কৰাৰ দৰে সাম্প্ৰদায়িক মন্তব্য দিয়া মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকো তীব্ৰ সমালোচনা কৰি নেতাগৰাকীয়ে সাংবাদিকৰ আগত কয়-“আমি স্বাভাৱিকতে ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিয়ে দেশৰ বৰ্তমানৰ পৰিস্থিতিক লৈ যথেষ্ট উদ্বিগ্ন ৷ আমাৰ দেশৰ অৰ্থনীতি বিধ্বস্ত হৈ পৰিছে ৷ জনমূৰি আয় বিয়োগলৈ গতি কৰিছে ৷ মুদ্ৰাস্ফীতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাত মূল্যবৃদ্ধিয়ে মানুহৰ কঁকাল ভাঙি দিছে ৷

প্ৰতিটো নিত্য সামগ্ৰীৰ দাম বৃদ্ধি পাইছে ৷ তাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে এই দাম বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ সলনি অত্যাৱশ্যকীয় সেৱা আইন তেওঁলোকে বাতিল কৰি অবাধে লুণ্ঠন কৰিবলৈ পুঁজিপতি সকলক সুযোগ প্ৰদান কৰিছে ৷ অৰ্থনৈতিক বিপৰ্যস্তৰ মাজতো এক সাম্প্ৰদায়িক দৃষ্টিভংগীৰে হিন্দুত্বৰ শ্ল’গানেৰে ভাৰতবৰ্ষৰ সমাজক বিভাজিত কৰা দেখিবলৈ পোৱা গৈছে ৷

বিশেষকৈ ২০২১ৰ অসমৰ বিধানসভা নিৰ্বাচনৰ বাবে তেওঁলোকে মানুহক বিভাজিত কৰিবলৈ অপপ্ৰচাৰত লিপ্ত হৈছে ৷ অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সভা সমিতিয়ে কৈ ফুৰিছে এইবাৰ মোগলৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজ হ’ব ৷ দুটা সভ্যতাৰ যুঁজৰ কথা কৈছে ‌ । সাম্প্ৰদায়িক মনোভাৱ আগত ৰাখি নিৰ্বাচনী প্ৰচাৰ, সাম্প্ৰদায়িক প্ৰচাৰ চলাইছে চৰকাৰখনে ৷

তাৰ বিপৰীতে আমি মানুহৰ মাজত সাম্প্ৰদায়িক ঐক্য যাতে বিনষ্ট নহয়, সাম্প্ৰদায়িকতা যাতে পৰাস্ত কৰিব পাৰি সেই মনোভাৱ আগত ৰাখিয়েই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হওঁ৷” লগতে চিপিআইএমৰ নেতাগৰাকীয়ে কয়, “বিহাৰ বিধানসভা নিৰ্বাচনত বিলম্ব কৰি ভোট গণনা হৈছে ৷ শেষ পৰ্যায়ত ৯ টা সমষ্টিৰ ভোট কব্জা কৰি পুনৰ গণনাৰ দোহাই দি বলপূৰ্ব্বকভাৱে বিজেপিক জয়ী দেখুৱাইছে আৰু ১১৯ পোৱা মহাজোঁটক পৰাজয়ৰ দিশে ঠেলি দিছে ৷ ইয়াকে লৈ বিহাৰৰ জনগণ বাৰুকৈয়ে উত্তেজিত হৈছে আৰু ন্যায়ালয়ৰ কাষ চাপিছে ৷ বিহাৰ নিৰ্বাচনত বামপন্থী সকলৰ উত্থান দেখিছোঁ ৷ আমাৰ বামপন্থীৰো দুখন আসন বিজেপিয়ে কব্জা কৰাৰ অভিযোগ উঠিছে ৷ তৎস্বত্বেও বিহাৰৰ নিৰ্বাচনত আমি ১৬ খন আসন লাভ কৰিবলৈ সক্ষম হৈছোঁ ৷”

সভাখনত ২০নং মথনগুৰি সমষ্টিৰ CPI(M)ৰ প্ৰাৰ্থী জুলহাছ উদ্দিন আহমেদ, জ্যেষ্ঠ নেতা ডাঃ নাৰায়ন দাসকে ধৰি বহু সংখ্যক লোক উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJPCPIMmanoranjan talukdar
publisher

publisher

Related Posts

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ
India

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

September 26, 2026
এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়
News

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

September 26, 2026
পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে
Assam

পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

September 26, 2026
মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Assam

মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

September 26, 2026
সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ
International

সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

September 26, 2026
বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ
Assam

বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d