Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

40 vehicles disappeared from Fatashil-Ambari police station:মহানগৰীত আজৱ ঘটনা

ফটাশিল আমবাৰী থানাত জব্দকৃত ৪০ খন বাহন হৰলুকি !, তিনিজনক আটক, চাৰিলাখ টকাত বিক্ৰী কৰাৰ স্বীকাৰোক্তি ধৃত পৰেশ দলেৰ, বাহন বিক্ৰীত জড়িত ট্ৰেফিক আই চি !

publisher by publisher
August 29, 2024
in Uncategorized
Reading Time: 2 mins read
0
40 vehicles disappeared from Fatashil-Ambari police station:মহানগৰীত আজৱ ঘটনা
2
SHARES
21
VIEWS
ShareShareShareShare

40 vehicles disappeared from Fatashil-Ambari police station:

মহানগৰীত ৰক্ষক এতিয়া ভক্ষক হৈ পৰিছে। এক আজৱ ঘটনাই সকলোকে আচৰিত কৰি তুলিছে ৷ ফটাশিল আমবাৰী থানাত জব্দকৃত বহু বাহন দীৰ্ঘদিন ধৰি থানা চৌহদত পৰিত্যক্ত অৱস্থাত পৰি আছিল ।

ADVERTISEMENT

কিন্ত শেহতীয়াকৈ পোহৰলৈ আহিছে ৪০ খন বাহন { জব্দকৃত অধিকাংশ বাহনেই মটৰ চাইকেল } হঠাতে নোহোৱা হোৱাৰ কথা ৷ আৰক্ষীৰ তদন্তত পোহৰলৈ অহা অনুসৰি এই বাহন সমূহ কোনো লোকে চুৰি কৰি নি বিক্ৰী কৰিছে ৷ ঘটনা সন্দৰ্ভত এইপর্যন্ত ৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত লোককেইজন পৰেশ দলে, ৰাকেশ গোৱালা, ৰাতুল কাকতি। তিনিও জেৰাত বহু বিস্ফোৰক তথ্য সদৰি কৰিছে ৷ আনহাতে আটকাধীন পৰেশ দলেই প্রায় ৪ লাখ টকাত বিক্ৰী কৰিছিল বাহনসমূহ।

RelatedPosts

Guwahati :মহানগৰীত দেহ ব্যৱসায়ৰ ৰমৰমীয়া ‘এছক’ৰ্ট ছাৰ্ভিচ’, ১৮ যুৱতী চিনাক্ত

Mukalmua:তিনি এটিএম প্ৰৱঞ্চক মুকালমুৱা আৰক্ষীৰ জালত

Theft:ছাগলী চোৰ কৰিবলৈ গৈ ৰাইজৰ ৰোষত তিনি চোৰ

উল্লেখ্য যে,ধৃত তিনিওনে আৰক্ষীৰ জেৰাত সদৰি কৰা মতে যানবাহন চুৰি কৰা কাণ্ডৰে জড়িত আছি স্বয়ং ফটাশিল আমবাৰী থানাৰ যান-বাহন আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মিৰজাহান হুছেইন ৷ তৎস্বত্বেও এই পৰ্যন্ত সোধপোছৰ বাবে আটক কৰা নাই যান-বাহন আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মিৰজাহানক ৷

ফটাশিল আমবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে জানিব দিয়া অনুসৰি, চলিত মাহৰ ২২ আগষ্টত আৰক্ষীয়ে বিশেষ সূত্ৰৰ পমখেদি এখন গাড়ী অসম ভৈয়াম জনজাতি উন্নয়ন নিগমৰ পিছফালে পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় এখন বাহন ৷ উল্লেখ্য যে বাহন খন চুৰি হৈছিল ফটাশিল আমবাৰীৰ চাইকেল ফেক্টৰীৰ ওম শান্তি বিবাহ ভৱন চৌহদৰ পৰা ৷ পৰৱৰ্তী সময়ত বাহন খন উদ্ধাৰ কৰি থানা চৌহদত ৰখা হৈছিল ৷

ইতিপূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পৰেশ দলে অসম ভৈয়াম জনজাতি উন্নয়ন নিগমৰে জ্যেষ্ঠ একাউণ্টেণ্ট আছিল ৷ আন দুজন পুৰণা লোহাৰ বিক্ৰেতা ৰাকেশ গোৱালা আৰু ৰাতুল কাকতিক গ্ৰেপ্তাৰ কৰা হয় ক্ৰমে আমবাৰীৰ কে কে পথ আৰু
বীৰুবাৰী শংকৰপুৰৰ পৰা ৷

ইতিমধ্যে আৰক্ষীয়ে তিনিওকে গুৱাহাটী জিলা আদালতত হাজিৰ কৰি চাৰিদিনীয়া জিম্মাত লয়৷ আৰক্ষীৰ মাৰাথন জেৰাত ধৃত পৰেশ দলৈয়ে স্বীকাৰোক্তি দিয়া মতে গাড়ীবোৰ ১৫ জুলাইৰ পৰা একাদিক্ৰমে অলপ অলপকৈ প্ৰায় ৪ লাখ টকাত বিক্ৰী কৰে । বুধবাৰে তিনিওকে জিম্মা শেষ হোৱাত পুনৰ জিলা আদালতত হাজিৰ কৰে। ইয়াৰ পিছতে ন্যায়াধীশে অভিযুক্তক জেললৈ প্ৰেৰণ কৰে।

মনকৰিবলগীয়া যে ফটাশিল আমবাৰী থানাৰ ট্ৰেফিক আই চি মিৰজাহান হুছেইনৰ দায়িত্বত আছিল এই জব্দকৃত বাহন সমূহ । এখন দুখন নহয় ,৪০ খনকৈ বাহন চৌহদৰ পৰা কিদৰে হঠাতে নোহোৱা হ’ল এইয়া এতিয়া লাখটকীয়া প্ৰশ্ন ৷ আনহাতে আটকাধীন পৰেশ দলেই আৰক্ষীৰ জেৰাত আই চি মিৰজাহান হুছেইনৰ নাম উল্লেখ কৰিছে ৷ তাৰ পিছতো কিয় আই চি মিৰজাহানক জেৰা কৰা নহ’ল ? নে আৰক্ষী হোৱাৰ সুবাদতে সাৰি যাব নেকি আই চি মিৰজাহান ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 40 vehicles disappearedFatashil-Ambari police stationThree Person Arrested
publisher

publisher

Related Posts

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
Uncategorized

May 2, 2026
Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া
Uncategorized

Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া

May 1, 2026
Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ
Uncategorized

Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ

April 30, 2026
WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
Uncategorized

WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d