Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

    Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam Repealing Bill 2024 passed in the Assembly:২০২৬ৰ ভিতৰত বন্ধ হ’ব বাল্য বিবাহ

বিধানসভাত গৃহীত হ’ল ‘দ্য আছাম ৰিপিলিং বিল ২০২৪’, বাতিল হ’ল ‘দ্য আছাম মুছলিম মেৰিয়েজ এণ্ড ডিভ’ৰ্চ ৰেজিষ্ট্ৰেচন এক্ট ১৯৩৫, কাজি প্রথা বিলুপ্ত কৰাই মূল লক্ষ্য, সদনত ঘোষণা মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ

publisher by publisher
August 29, 2024
in Uncategorized
Reading Time: 3 mins read
0
Assam Repealing Bill 2024 passed in the Assembly:২০২৬ৰ ভিতৰত বন্ধ হ’ব বাল্য বিবাহ
2
SHARES
22
VIEWS
ShareShareShareShare

Assam Repealing Bill 2024 passed in the Assembly:

আজি অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ চতুৰ্থ দিন ৷ সদনত সৰ্বসন্মতিক্ৰমে ‘দ্য আছাম ৰিপিলিং বিল ২০২৪’ বিধেয়ক গৃহিত হোৱাৰ বিপৰীতে বাতিল হয় দ্য আছাম মুছলিম মেৰিয়েজ এণ্ড ডিভ’ৰ্চ ৰেজিষ্ট্ৰেচন এক্ট ১৯৩৫ ৷ আনহাতে এই সম্পৰ্কীয় বিৰ্তকত অংশ লৈ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাই কয়,মুছলিম বিবাহ আইন সংশোধনী হোৱাৰ পিছত এতিয়াৰ পৰা কাজি প্রথা বিলুপ্ত হ’ব ৷ ইয়াৰ বিপৰীতে উপ- পঞ্জীয়কৰ দ্বাৰা পঞ্জীয়ন হ’ব মুছলিম বিবাহ ৷ মুছলমান বিবাহ পঞ্জীয়নৰ মাচুল হ’ব মাত্র ১ টকা’।

ADVERTISEMENT

একেদৰে মুখ্যমন্ত্ৰী গৰাকীয়ে বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰ অতি কঠোৰ বুলি মন্তব্য কৰি কয় ২০২৬ৰ ভিতৰত নির্মূল হ’ব বাল্যবিবাহ । বহি:ৰাজ্যত বাল্য বিবাহ হ’ব পাৰে। কিন্তু অসমত কোনো কাৰণতে নহ’ব বাল্য বিবাহ। POCSO আইনৰ অধীনত ইতিমধ্যে ১৪ বছৰৰ কাৰাবাস হৈছে ৭ জন লোকৰ।

RelatedPosts

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

Cm Himanta Viswa Sarma Pressmeet:কংগ্ৰেছ মুখপাত্ৰ পৱন খেড়াই উদ্থাপন কৰা সকলো অভিযোগক এক সংবাদমেলত মিছা বুলি দাবী মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাৰ

Dibrugarh: ডিব্ৰুগড়ৰ খোৱাঙৰ লেপেটকটাত চক্ৰধৰ গগৈৰ হৈ মুখ্যমন্ত্ৰীৰ মাৰাথন প্ৰচাৰাভিযান

আনহাতে সদনত এআইইউডিএফ বিধায়ক ৰফিকুল ইছলামে এই প্ৰসংগত কয় যে বহু আৰৱী পণ্ডিত আৰু চৰকাৰী শিক্ষকেই কাজীৰ কাম কৰি আছে৷ ইয়াৰ উদাহৰণ গুৱাহাটীৰ কেন্দ্ৰীয় কাজীজন৷তেওঁ এজন শিক্ষক ৷ তদুপৰি অসমত প্ৰায় ৯০জন কাজী আছে ৷

বিধায়ক গৰাকীৰ এই মন্তব্যৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে কয়,৯০ জন কাজীৰ চিন্তা কৰিব নালাগে ৷মুছলমান জীয়ৰী সকলৰ চিন্তা কৰাৰ সমান্তৰালভাৱে নিজৰ দুই জীয়ৰীৰ ভৱিষ্যত চিন্তা কৰক৷ কাজীৰ চিন্তা পৰিহাৰ কৰক৷ কাজী সকলক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি এই বিষয়টো চৰকাৰে বিবেচনা কৰিয়ে কাজী বিলুপ্তিকৰণৰ লক্ষ্যৰে নতুন বিধেয়ক খন অনা হৈছে ৷

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে,বিবাহ পঞ্জীয়ন কৰিবলৈ ছাব ৰেজিষ্টাৰ অফিচলৈ আহিবলৈ অসুবিধা পালে আমি ইয়াৰ বাবে সুকীয়া মুছলিম বিবাহ ছাব ৰেজিষ্টাৰ অফিচৰ ব্যৱস্থা কৰিম ৷ আনহাতে বিবাহ বিচ্ছেদো ছাব ৰেজিষ্টাৰ কাৰ্যালয়তে সম্পন্ন হ’ব ৷ মুছলমান বিবাহ পঞ্জীয়নৰ মাচুল হ’ব মাত্র ১ টকা ধাৰ্য কৰা হৈছে ৷ বিবাহ পঞ্জীয়নৰ নামত অধিক ধন লোৱাটো চৰকাৰৰ মুল লক্ষ্য নহয় বুলি স্পষ্ট কৰি দিয়ে।

আনহাতে কাজী প্ৰথা বিলুপ্তি সন্দৰ্ভত কে’বা গৰাকী বিধায়কে সদনত অসন্তুষ্টি প্ৰকাশ কৰা প্ৰসংগত মুখ্যমন্ত্ৰীয়ে সদনত কয়,দেশৰ ভিতৰত আটাইতকৈ বেছি মুছলমান অধ্যুষিত ৰাজ্য জম্মু-কাশ্মীৰতো মুছলমান বিবাহ পঞ্জীয়ন হৈ আহিছে চৰকাৰী কাৰ্যালয়ত ৷একেদৰে দ্বিতীয় মুছলিম বহুল ৰাজ্য দক্ষিণ ভাৰতৰ কেৰালাতো বিবাহ পঞ্জীয়ন হৈছে চৰকাৰী কাৰ্যালয়ত। দুয়ো খন ৰাজ্য কোনো কাজীয়ে বিবাহ পঞ্জীয়ন কৰা নাই ৷ ইয়াৰ বাবে সংশ্লিষ্ট দুয়োখন ৰাজ্যৰ কাজী সকল ধন্যবাদৰ পাত্ৰ ৷

আনহাতে এআইইউডিএফৰ আন এজন বিধায়ক কৰিমউদ্দিন বৰভূঞাই সদনত এই একেই প্ৰসংগ আনি কয়, সঘনাই মুছলমানক টাৰ্গেট কৰি কেৱল মুছলমানেই বহুবিবাহ কৰি আহে বুলি কোৱা হৈছে যদিও কাৰ্যত মুছলমানেই বহুবিৱাহ নকৰে ৷ জনজাতি আৰু চাহ বাগিচা থকা অঞ্চলতো বহুবিবাহ হৈ আহিছে । এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰীয়ে কয়, আপুনি এনেকুৱা কথা কৈ অসমৰ ভূমিপুত্ৰ জনজাতি আৰু বাগিছা লোকসকলক খং উঠাই নল’ব ৷

এইটো বাস্তৱ সত্য যে জনজাতি আৰু বাগিচা লোকৰ অধ্যুষিত অঞ্চলত কেতিয়াও বহুবিবাহ হোৱা নাই ৷ এনে ক্ষেত্ৰত মোৰ বিনম্ৰ অনুৰোধ আপোনালোকে মুছলিম মহিলা- জীয়ৰীৰ উৎকৰ্ষ সাধন আৰু ন্যায়ৰ কথা চিন্তা কৰক ৷ কাৰণ এক তেওঁলোক আমাৰেই ছোৱালী ৷ তেওঁলোকক সুৰক্ষা আৰু বিধিসন্মত ন্যায় দিয়াটো আমাৰ নৈতিক দায়িত্ব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Legislative AssemblyAssam Repealing Bill 2024 passedCm Himanta Biswa Sarma
publisher

publisher

Related Posts

WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
Uncategorized

April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
Uncategorized

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

April 25, 2026
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি
Uncategorized

Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি

April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ
Uncategorized

Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d