Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সম্পত্তিৰ হিচাপ নিদিয়ে সাত শতাধিক বিষয়াই

চৰকাৰৰ পৃষ্ঠপোষকতাত নিশকতীয়া হৈছে প্ৰশাসনীয় ব্যৱস্থা

publisher by publisher
March 21, 2022
in Assam, India, News
Reading Time: 1 min read
0
সম্পত্তিৰ হিচাপ নিদিয়ে সাত শতাধিক বিষয়াই
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

ৰাজ্যৰ প্ৰশাসন যন্ত্ৰ পৰিচালনা কৰা সকলেই উলংঘা কৰিছে প্ৰশাসনীয় স্বচ্ছতা । একেদৰে চৰকাৰৰ স্বচ্ছ নিকা প্ৰশাসনৰ শ্ল’গান সেই শীৰ্ষ আমোলা-বিষয়াই চৰকাৰক তেওঁলোকৰ বছৰেকীয়া সম্পত্তিৰ তথ্য দাখিলৰ পৰা বিৰত আছে । এইসকলৰ ভিতৰত আছে ভাৰতীয় প্ৰশাসনিক সেৱা (আইএএছ), ভাৰতীয় আৰক্ষী সেৱা (আইপিএছ), অসম অসামৰিক সেৱা (এচিএছ) আৰু অসম অসামৰিক সেৱা (এপিএছ)ৰ বিষয়া ।

ADVERTISEMENT

সেৱা বিধি অনুসৰি এইসকল বিষয়াই ৩১ জানুৱাৰী অথবা তাৰ পূৰ্বে আগৰ বছৰৰ সম্পত্তিৰ তথ্য দাখিল কৰিব লাগে । অৰ্থাৎ এটা বিত্তীয় বৰ্ষৰ অন্ত পৰিবলৈ দুমাহ থকালৈকে তেওঁলোকে সম্পত্তিৰ তথ্য দাখিল কৰিব পাৰে । অথচ যোৱা ৩১ জানুৱাৰী বাদেই মাৰ্চলৈও সকলো এনে বিষয়াই সেৱা বিধি মানি চৰকাৰক নিজ সম্পত্তিৰ তথ্য দাখিল কৰা নাই ।

দিছপুৰৰ সূত্ৰ‌ই সদৰী কৰা অনুসৰি কমেও সাত শতাধিক এনে আমোলা-বিষয়াই তেওঁলোকৰ সম্পত্তিৰ তথ্য চৰকাৰক জমা দিয়াৰ পৰা এই পৰ্যন্ত বিৰত আছে । সেইসকলৰ ভিতৰত এচিএছ আৰু এপিএছৰ সংখ্যাই অধিক । সূত্ৰত প্ৰকাশ যে ৩১ জানুৱাৰীৰ ভিতৰত তথ্য দাখিল নকৰাসকলৰ ভিতৰত কমেও ২৩ জন আইএএছ আৰু ২৬ জন হ’ল আইপিএছ বিষয়া । আনহাতে, এচিএছ বিষয়াৰ সংখ্যা হ’ল ৫৭৬ জন আৰু এপিএছৰ সংখ্যা হ’ল ২৬৭ জন ।

এইসকল বিষয়াই সম্পত্তিৰ তথ্য দাখিল কৰাটো বাধ্যতামূলক । প্ৰশাসনীয় ব্যৱস্থাটোত স্বচ্ছতা ৰক্ষা আৰু দুৰ্নীতি ৰোধৰ বাবেই এই নিয়ম বাধ্যতামূলক কৰা হৈছে । তথ্য দাখিল নকৰাসকলৰ বিৰুদ্ধে চৰকাৰে অনুশাসন ভংগকে ধৰি অন্য বিধিসন্মত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে; কিন্তু চৰকাৰৰ বাবেও এনে ব্যৱস্থা গালো বালো খোলাকটিৰ তাল হৈ আহিছে ।

চৰকাৰৰ সকীয়নিবোৰ কাৰ্যতঃ নাটকহে হৈ পৰাটো এনে কাৰ্যবোৰৰ দ্বাৰাই স্পষ্ট হৈছে । চৰকাৰেও এনে নিয়ম নমনা আমোলা-বিষয়াৰ বিৰুদ্ধে কাৰ্যতঃ কোনো ব্যৱস্থা নলয় । ফলত ইয়াৰ সুযোগ লৈ সংশ্লিষ্টসকলেও বাধ্যতামূলক নীতিক অংগুষ্ঠ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে । প্ৰশাসন ব্যৱস্থাটোক চৰকাৰৰ পৃষ্ঠপোষকতাত এনেদৰে নিশকতীয়া কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে বুলি দিছপুৰত চৰ্চা চলিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ACSAdministrativeAPSAssamIAS
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d