Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Extensive preparations for Durga Puja in Guwahati:ৰাজ্যজুৰি চমক সৃষ্টিৰে দুৰ্গা পূজাৰ ব্যাপক প্রস্তুতি

মহানগৰীৰ পূজা সমিতিলৈ কঠোৰ নীতি-নিৰ্দেশনা জাৰি প্ৰশাসনৰ, পৰিৱেশ অনুকূলসামগ্ৰীৰে প্ৰতিমা নির্মাণ কৰিব লাগিব, ৪০ লাখ টকা পর্যন্ত বাজেট ধাৰ্য কৰিছে সমিতিয়ে, নামচাইৰ গ'ল্ডেন পাগুডাৰ আর্হিত লতাশিলৰ পূজা, চীনৰ বিখ্যাত হোটেল গ্রেণ্ড লিছব'য়া আর্হিত আজাদ হিন্দ ক্লাবৰ পূজা

samimsultana by samimsultana
September 21, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Extensive preparations for Durga Puja in Guwahati:ৰাজ্যজুৰি চমক সৃষ্টিৰে দুৰ্গা পূজাৰ ব্যাপক প্রস্তুতি
3
SHARES
29
VIEWS
ShareShareShareShare

Extensive preparations for Durga Puja in Guwahati:

বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো ৰাজ্যজুৰি আৰম্ভ হৈছে শাৰদীয় দুর্গোৎসৱৰ ব্যাপক প্রস্তুতি। প্রকৃতি সুৰক্ষা, প্লাষ্টিক বর্জনকে ধৰি বিভিন্ন বিষয়বস্তুক লৈ পূজা মণ্ডপে মণ্ডপে চলিছে চমক সৃষ্টিৰ পৰিকল্পনা। পঞ্জিকাৰ গণনা অনুসৰি, ন অক্টোবৰ ২২ আহিন বুধবাৰে দেবী দুর্গাৰ ষষ্ঠ্যাদি কল্পাৰম্ভ আৰু সস্তী বিহিত পূজা, বোধন, সন্ধ্যা দেবীৰ আমন্ত্ৰণ আৰু অধিবাস হ’ব। এইবাৰ দেৱী দোলাত আহিব আৰু ঘোঁৰাত যাব।

ADVERTISEMENT

দুর্গা পূজা বুলি ক’লে উত্তৰ- পূৰ্বৰ দুৱাৰ মুখ গুৱাহাটী মহানগৰীৰ পৰিৱেশ সুকীয়া। মহনগৰীখনত সৰু-বৰ ছয় শতাধিক দুর্গা পূজা অনুষ্ঠিত হয় আৰু ইয়াৰে গৰিষ্ঠ সংখ্যক পূজা মণ্ডপৰ সা-সজ্জাই সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়। এইবাৰো ইয়াৰ ব্যতিক্রম নহয়। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো দেশ-বিদেশৰ মন্দিৰ, পৌৰাণিক কীৰ্তিচিহ্ন, হোটেল আদিৰ আর্হিত বহুকেইটা পূজা মণ্ডপ নির্মাণৰ প্রস্তুতি দ্রুতগতিত চলিছে আৰু এই মণ্ডপসমূহে ভক্তৰ মন জয় কৰিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে।

RelatedPosts

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰশাসনিক বিষয়াৰ সালসলনি

Gaurav Gogoi Pressmeet:মহানগৰীৰ বেলতলাত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চৰ চাৰিদলৰ উমৈহতীয়া সংবাদমেল

Aaranyak:আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীৰ ৱেবছাইট আৰু গাইডবুক মুকলি

বিশেষকৈ অৰুণাচল প্ৰদেশৰ নামচাইস্থিত গ’ল্ডেন পাগোডা (সোণালী বৌদ্ধ মন্দিৰ) ৰ আৰ্হিত এইবাৰ লতাশিলৰ পূজা মণ্ডপ প্ৰস্তুত কৰা হৈছে। একেদৰে চীনৰ বিখ্যাত হোটেল ‘গ্রেণ্ড লিছব ‘য়া’ আর্হিত পাণ্ডুৰ আজাদ হিন্দ ক্লাবৰ পূজা, ‘গংগাৰ পাৰৰ ৰূপ কথা’ৰ আৰ্হিত সুভাষ নগৰৰ পূজা, ৰাজস্থানৰ পৌৰাণিক অট্টালিকাৰ আর্হিত বিষ্ণুপুৰৰ পূজা, হেৰী পটাৰৰ আৰ্হিত নতুনবস্তি পূজা, টি-২০ বিশ্বকাপ ট্রফীৰ আৰ্হিত কালীবাড়ীৰ পূজা মণ্ডপ নির্মাণ কাম আৰম্ভ কৰা হৈছে।

সংশ্লিষ্ট পূজা সমিতিসমূহে এই মণ্ডপসমূহে ভক্তক আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্রকাশ কৰিছে। মহানগৰীৰ বিভিন্ন স্থানত প্রায় ৪০ লাখ টকা পর্যন্ত বাজেট লৈ বিভিন্ন সমকালীন বিষয়বস্তুৰে পূজা মণ্ডপ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। উল্লেখ্য যে দেৱী বন্দনাৰ সমানে সমানে বিভিন্ন সমকালীন বিষয়বস্তুক লৈ প্ৰযুক্তিৰ পয়োভৰৰে সজ্জিত তথা জিলিকি উঠা দূর্গা পূজাৰ মণ্ডপসমূহে ভক্তসকলক এক উছাহভৰা আনন্দ তথা পৰিৱেশ দি আহিছে। এইবাৰৰ পূজাৰ মণ্ডপসমূহো ইয়াৰ ব্যতিক্ৰম নহ’ব। বিশেষকৈ মহানগৰীৰ মালিগাঁও-পাণ্ডু অঞ্চলত অনুষ্ঠিত দুর্গা পূজাসমূহৰ এক সুকীয়া পৰিৱেশ বিৰাজ কৰে।

এইবাৰ ৭২ বৰ্ষত ভৰি দিয়া পাণ্ডুৰ আজাদ হিন্দ ক্লাবৰ দুর্গা পূজা সমিতিয়ে প্রস্তুতি তুংগত তুলিছে। ৩০ লাখ টকাৰ বাজেটৰ আজাদ হিন্দ ক্লাবৰ দুর্গা পূজাৰ এইবাৰৰ বিশেষ আকর্ষণ হৈছে চীনৰ প্ৰখ্যাত হোটেল ‘গ্রেণ্ড লিছব’য়া’। একেদৰে মালিগাঁৱৰ সুভাষ নগৰ সাৰ্বজনীন দুর্গা পূজাৰ এইবাৰ ৫০ সংখ্যক পূজাৰ মূল আকর্ষণ হৈছে নদীকেন্দ্রিক সভ্যতা তথা ‘গংগাৰ পাৰৰ ৰূপকথা’। ১৫ লাখ টকাৰ বাজেট নির্ধাৰণ কৰি মণ্ডপ নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে পূজা সমিতিয়ে।

ইয়াৰ উপৰি ৭৪ বছৰত ভৰি দিয়া বিষ্ণুপুৰ সাৰ্বজনীন দুর্গা পূজাৰ এইবাৰৰ মূল আকর্ষণ হ’ব ৰাজস্থানৰ পৌৰাণিক অট্টালিকা পুৰণা হাভেলী’। একেদৰে ২৫ লাখ টকাৰ বাজেটৰ ৫০ সংখ্যক আৰ্য নগৰৰ নতুনবস্তি সার্বজনীন দুর্গা পূজা সমিতিৰ মূল আকর্ষণ তথা বিষয়বস্তু হ’ব ‘হেৰী প’টাৰ’। ৫৫ সংখ্যক ভাস্কৰনগৰ সাৰ্বজনীন দুর্গা পূজাৰ বিষয়বস্তু হৈছে জগন্নাথ ৰথযাত্রা। উল্লেখ্য যে আইচিচি টি-২০ ক্রিকেট বিশ্বকাপ ট্রফীৰ আর্হিত এইবাৰ কালীবাড়ী কল’নী দুর্গা পূজাৰ মণ্ডপ প্ৰস্তুত কৰা হৈছে।

ইপিনে, ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰৰ গুৱাহাটী সার্বজনীন দুর্গা পূজাৰৰ এইবাৰৰ ৪৮ সংখ্যক পূজাৰ বাজেট হৈছে ২৫ লাখ। সমিতিৰ সম্পাদক বিজিত প্রদীপ দাসে কয় যে থলুৱা শিল্পীয়ে এইবাৰৰ পূজাৰ মূল মণ্ডপ প্ৰস্তুত কৰিব আৰু মণ্ডপৰ আৰ্হিহ’ব নামচাইস্থিত গ’ল্ডেন পাগোডা। অষ্টমীত মিনি থিয়েটাৰ, নৱমীত পুতলা নাচকে ধৰি বিভিন্ন কাৰ্যসূচী ৰখা হৈছে বুলি তেওঁ লগতে সদৰী কৰে। একেদৰে বৃহত্তৰ কাহিলিপাৰাৰ সাৰ্বজনীন দুর্গা পূজাৰ এইবাৰৰ বাজেট হৈছে সাতৰ পৰা আঠ লাখ টকা। সমিতিৰ সদস্য হীৰেন্দ্ৰ প্ৰসাদ ভট্টাচাৰ্যই সদৰী কৰা অনুসৰি, ২২ সংখ্যক এইবাৰৰ পূজাৰ বিষয়বস্তু হৈছে প্রকৃতি সংৰক্ষণ আৰু প্লাষ্টিক বর্জন। এই আর্হিৰে পূজা মণ্ডপ নিৰ্মাণ কৰা হ’ববুলি উল্লেখ কৰি তেওঁ এইবাৰ দেৱী আগমন আৰু গমন দুয়োটাই শুভ নহয় বুলি কয়।

আনহাতে, খানাপাৰা ফার্মগেটৰ দুর্গা পূজা সমিতি, গণেশগুৰিৰ গণেশমন্দিৰ তিলিআলিৰ সাৰ্বজনীন দুর্গা পূজা সমিতি, বৃহত্তৰ নাৰেংগী দুর্গা পূজা সমিতি,বিষ্ণুপুৰ বিমলানগৰ দুর্গা পূজা সমিতি, সদৌ জাপৰিগোগ সার্বজনীন পূজা সমিতি, ছাত্রীবাৰী পূজা সমিতি, বেলতলা লক্ষ্মীমন্দিৰ সাৰ্বজনীন পুজা সমিতি আদিয়েও বিভিন্ন বিষয়বস্তুক লৈ পূজাৰ প্ৰস্তুতি অব্যাহত ৰাখিছে।

➡️ পূজা সমিতিলৈ কঠোৰ নীতি-নির্দেশনা: পৰিৱেশ অনুকূল সামগ্ৰীৰে প্ৰতিমা নির্মাণ

ইফালে, নিৰাপত্তাৰ দিশটোৰ লগতে সৃষ্টি হ’ব পৰা যান-জটৰ সমস্যাক লৈ ইতিমধ্যে পূজা সমিতিসমূহৰ স’তে জিলা প্রশাসনে বৈঠক অনুষ্ঠিত কৰি কেতবোৰ নীতি-নির্দেশনা জাৰি কৰিছে।

বিশেষকৈ প্রতিমা নির্মাণত যাতে পৰিৱেশ অনুকূল সামগ্ৰীৰ ব্যৱহাৰ কৰা হয়, তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিবলৈ পূজা সমিতিসমূহক আহ্বান জনাইছে জিলা প্রশাসনে। প্রতিখন পূজাথলীত ২৪ ঘন্টাই স্বেচ্ছাসেৱক নিযুক্ত কৰা, প্ৰতিখন পূজা মণ্ডপত চিচি কেমেৰাৰ ব্যৱস্থা কৰা, পূজাথলীত প্ৰৱেশ আৰু প্রস্থানৰ নিৰ্দেশনাৱলী মানি চলা, আলোকসজ্জাৰে তৈয়াৰী প্ৰৱেশ পথসমূহ জনসাধাৰণৰ অসুবিধা নোহোৱাকৈ উপযুক্ত স্থানত লগোৱা, বিসৰ্জনৰ শোভাযাত্ৰাৰ সময়ত উপযুক্ত গাড়ীৰ ব্যৱহাৰ কৰা, অনুজ্ঞাপত্ৰ থকা চালকক গাড়ী চলোৱাৰ অনুমতি প্রদান কৰা, প্রতিমা বিসর্জনৰ সময়ত কেৱল ধৰ্মমূলক সংগীতৰ ব্যৱস্থা কৰা, পদপথৰ দোকানসমূহৰ সম্পূৰ্ণ পৰিচয় সংগ্ৰহ কৰা, ভিভিআইপিৰ বাবে বেৰিকেডৰ ব্যৱস্থা কৰা আদি বিষয়ত গুৰুত্ব দিবলৈ পূজা সমিতিসমূহক নির্দেশ দিয়া হৈছে।

ইয়াৰ উপৰি প্ৰতিখন পূজাথলীত ‘হেল্পডেস্ক’ৰ ব্যৱস্থা কৰাৰ উপৰি দুৰ্ঘটনামুক্ত অসম গঢ়াৰ লক্ষ্যৰে পৰিবহণ বিভাগে প্রস্তুত কৰা জনসজাগতামূলক ভিডিঅ’ পূজাস্থলীত প্রদর্শন কৰিব লাগিব। শাৰদীয় দুর্গোৎসৱৰ সময়ত পূজা মণ্ডপসমূহত বেনাৰ, দৃশ্য-শ্রাব্যৰ মাধ্যমৰে পথ-সুৰক্ষাৰ বাণী পচাৰ কৰিবলৈও আহ্বান জনোৱা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Durga PujaExtensive preparationsGuwahati
samimsultana

samimsultana

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d