Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

    কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

    G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

    কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা

    Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে

    India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Union Minister Sarbananda Sonowal Visit Three Dist:শিৱসাগৰ, যোৰহাট, গোলাঘাটত সদস্যতা অভিযানৰ নেতৃত্ব দিলে কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে

ভাৰতীয় জনতা পার্টিত সদস্যতা লাভ মানে ব্যক্তিসেৱা নহয়। প্রকৃততে এই দলটো সমাজসেৱা, দেশসেৱা আৰু মানৱসেৱাৰ মাধ্যম: সোণোৱাল

samimsultana by samimsultana
September 23, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Union Minister Sarbananda Sonowal Visit Three Dist:শিৱসাগৰ, যোৰহাট, গোলাঘাটত সদস্যতা অভিযানৰ নেতৃত্ব দিলে কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে
5
SHARES
45
VIEWS
ShareShareShareShare

Union Minister Sarbananda Sonowal Visit Three Dist:

ভাৰতীয় জনতা পার্টিত সদস্যতা লাভ মানে ব্যক্তিসেৱা নহয়। প্রকৃততে এই দলটো সমাজসেৱা, দেশসেৱা আৰু মানৱসেৱাৰ মাধ্যম। জনসাধাৰণৰ হিতার্থে ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্রাত মহৎ উদ্দেশ্য লৈ সমর্পিত সেৱা আগবঢ়াই অহাৰ বাবেই বিজেপি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দললৈ ৰূপান্তৰিত হৈছে।, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে সোমবাৰে শিৱসাগৰ, যোৰহাট, গোলাঘাটত ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা অভিযানৰ নেতৃত্ব দি এই মন্তব্য কৰে।

ADVERTISEMENT

সোণোৱালে উল্লেখ কৰে, সদস্যতা অভিযানৰ প্ৰতি সৰ্বস্তৰৰ ৰাইজে জনোৱা অভূতপূর্ব সঁহাৰি-সমর্থনে আমাক আপ্লুত কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হ’বলৈ আপোনালোকেও মিড কল দিয়ক: ৮৮ ০০ ০০ ২০২৪ নম্বৰত। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ বাবে দলটোৰ সৈতে সংযুক্ত হ’বলৈ সৰ্বস্তৰৰ ৰাইজক আন্তৰিকতাৰে আহ্বান জনালোঁ।

RelatedPosts

No Content Available

sonowal 2আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাক সামৰি উক্ত কাৰ্যসূচীৰ বিষয়ে কাৰ্যকৰ্তাসকলৰ লগত পর্যালোচনা কৰে আৰু সৰ্বস্তৰৰ ৰাইজক সংযুক্ত কৰাৰ বাবে কেতবোৰ দিহা-পৰামৰ্শ আগবঢ়ায়। চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ বিষয়ে ব্যাপক প্ৰচাৰ-প্ৰসাৰেৰে আৰু জনসংযোগ অধিক বৃদ্ধিৰে সদস্য ভৰ্তিৰ অভিযান ক্ষিপ্ৰতৰ কৰি তুলিবলৈ সকলোকে আহ্বান জনায় সোণোৱালে। সোণোৱালে ভাষণ প্ৰসংগত কয়, ২০১৪ চনৰ আগৰ ভাৰতবৰ্ষৰ লগত বৰ্তমানৰ ভাৰতবৰ্ষৰ আকাশ- পাতাল পার্থক্য আছে। দেশৰ সৰ্বস্তৰৰ লোকক সামৰি সর্বাংগীণ বিকাশৰ প্ৰকৃত নিদর্শন মোদী ডাঙৰীয়াই হাতে- কামে কৰি দেখুৱাইছে। বিগত দহ বছৰে প্ৰধানমন্ত্ৰী হিচাপে দেশমাতৃৰ সেৱাত নিমজ্জিত কৰা মোদীয়ে এতিয়াও নিজকে দেশৰ প্ৰধান সেৱক হিচাপেহে গণ্য কৰে।

কংগ্ৰেছৰ শাসনকালত বিশ্বৰ অৰ্থনৈতিক ক্ৰমাংকত ভাৰত প্রথম দহটা স্থানৰ ভিতৰতে নাছিল, কিন্তু মোদীৰ দূৰদৰ্শী নেতৃত্বত আমাৰ দেশখনে মাত্ৰ দহ বছৰতে বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতি হিচাপে এক নতুন শিখৰত উপনীত হ’ল। এইবাৰ মোদীয়ে স্বাধীনতা দিৱসৰ বক্তব্যত কৈছে যে, ‘যোৱা দুটা কার্যকালত আমি দুগুণ কষ্ট কৰিছিলোঁ। এইবাৰৰ তৃতীয় কার্যকালত তিনিগুণ কষ্ট কৰিম।’ ২০৪৭ চনৰ ভিতৰত ভাৰতক বিশ্বৰ এখন আগশাৰীৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে আমি প্ৰতিগৰাকী কাৰ্যকৰ্তাই, প্ৰতিগৰাকী ভাৰতীয়ই সক্রিয় ভূমিকা পালন কৰিব লাগিব আৰু এক নতুন ইতিহাস ৰচিব লাগিব। নতুন নতুন কল্যাণকামী নীতি, অটল আদর্শ ভৱিষ্যৎমুখী ধ্যান-ধাৰণাৰে ৰাইজক আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থাভাজন কৰি ৰাখিব লাগিব।

কংগ্ৰেছৰ শাসনকালত উগ্রপন্থা, হত্যা-হিংসা, বন্ধ, অপহৰণ, দুর্নীতি-লুণ্ঠনেৰে জৰ্জৰিত অসমত ভাৰতীয় জনতা পার্টি চৰকাৰৰ সদিচ্ছা আৰু দৃঢ় পদক্ষেপৰ বাবেই শান্তিৰ পৰিৱেশ ঘূৰি আহিছে। এই স্থায়ী শান্তি আৰু সর্বাংগীণ প্ৰগতিৰ বাবে বিজেপি মিত্ৰজোঁটৰ পক্ষত অভূতপূর্ব সঁহাৰি-সমর্থনেৰে সৰ্বস্তৰৰ ৰাইজে সংযুক্ত হৈছে। বাৰে বাৰে কংগ্ৰেছ চৰকাৰ শাসনত থকাৰ পাছতো তেওঁলোকৰ ব্যাপক দুর্নীতিৰ ফলত ৰাইজৰ ওচৰলৈ কল্যাণমূলক আঁচনিৰ লাভালাভ যোৱা নাছিল। কংগ্ৰেছে জনসাধাৰণৰ জীৱনৰ মানৰ সৈতে আপোচ কৰিছিল। কংগ্ৰেছৰ শাসনকালত চলি থকা ব্যাপক দুর্নীতি আঁতৰ কৰাৰ বাবে মোদী ডাঙৰীয়াই জন ধন যোজনাৰ অধীনত চাহ বাগিচা অঞ্চলৰ লোকসকলৰ বাবে বেংক একাউণ্টৰ ব্যৱস্থা কৰিছিল, যাতে সকলো আঁচনিৰ ধন মধ্যভোগীয়ে পাব নোৱাৰাকৈ হিতাধিকাৰীয়ে লাভ কৰে।

মোদী চৰকাৰৰ এই ১০ বছৰত ২৫ কোটিতকৈও অধিক ভাৰতীয়ক দৰিদ্ৰতাৰ কৱলৰ পৰা উদ্ধাৰ কৰাটো আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয়। কংগ্ৰেছৰ শাসনকালত এয়া কল্পনাৰো অগোচৰ আছিল, যিয়ে কোনোধৰণৰ পৰিৱৰ্তনকামী পদক্ষেপ অবিহনে কেৱল গৰীবী হাটাও শ্ল’গানহে দি আছিল। মোদী চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন কল্যাণমূলক আঁচনিৰ জৰিয়তে নগৰীয়া অঞ্চলৰ সমানেই গাঁও অঞ্চলৰ জনগণে প্ৰগতিৰ এক নতুন যুগৰ সাক্ষী হৈছে। বিগত ১০ বছৰত মোদীয়ে কৰা নিৰন্তৰ প্ৰচেষ্টাৰ ফলত দৰিদ্ৰ শ্ৰেণী, মহিলাসকলৰ লগতে কৃষকসকল আৰু যুৱচামৰ বিশেষ কল্যাণ সাধন হৈছে। আমি জনসাধাৰণৰ কল্যাণৰ এই যাত্রা শক্তিশালী ৰূপত আগুৱাই নিবলৈ দৃঢ় প্রতিশ্রুতিবদ্ধ।”, সোণোৱালে লগতে উল্লেখ কৰে।

আজিৰ সভাসমূহত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক সংগ দিয়ে সাংসদ কামাখ্যা প্রসাদ তাছা, বিধায়কদ্বয় হিতেন্দ্র নাথ গোস্বামী আৰু ৰূপজ্যোতি কুর্মী, প্ৰাক্তন মন্ত্রী তথা প্রাক্তন সাংসদ তপন কুমাৰ গগৈ, প্রাক্তন বিধায়ক কুশল দুৱৰী, শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোহাঁই, যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতা, দলৰ ৰাজ্যিক উপ-সভাপতি ৰাণা গোস্বামী, চাহ জনগোষ্ঠী মর্চা অসম প্ৰদেশৰ সভাপতি দুলেন নায়ক, জ্যেষ্ঠ নেতা পালিত বৰা প্ৰমুখ্যে দলীয় সতীর্থসকল আৰু উৎসাহী কার্যকর্তাসকলে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BJP membership recruitment campaignUnion Minister Sarbananda Sonowal Visit Three Dist
samimsultana

samimsultana

Related Posts

ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 
India

May 10, 2025
কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!
India

কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

May 10, 2025
G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক
News

G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

May 10, 2025
কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা
India

May 10, 2025
Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে
News

Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে

May 10, 2025
India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ
India

India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d