Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Onion prices have been hiked to Rs 70 per kg in Assam:বেপাৰীৰ দৌৰাত্ম্য: ৰাজ্যত পিঁয়াজৰ মূল্য কিলোগ্রামত ৭০ টকালৈ বৃদ্ধি

এমাহতে বাঢ়িল ন্যূনতম ৩০ টকাকৈ, পাইকাৰী বজাৰতে মূল্যৰ বৃহৎ তাৰতম্য , আগলৈ অব্যাহত থাকিব দাম বৃদ্ধিৰ প্ৰক্ৰিয়া নির্বিকাৰ যোগান বিভাগৰ ৰথী-মহাৰথী, গ্ৰাহকৰ মূৰত মাৰিছে ৰামটাঙোন

publisher by publisher
September 11, 2024
in Uncategorized
Reading Time: 2 mins read
0
Onion prices have been hiked to Rs 70 per kg in Assam:বেপাৰীৰ দৌৰাত্ম্য: ৰাজ্যত পিঁয়াজৰ মূল্য কিলোগ্রামত ৭০ টকালৈ বৃদ্ধি
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

Onion prices have been hiked to Rs 70 per kg in Assam:

পাইকাৰী ব্যৱসায়ীৰ দৌৰাত্ম্যৰ বাবেই ৰাজ্যত মাত্র দুসপ্তাহৰ ভিতৰতে অভাৱনীয়ভাবে বৃদ্ধি হৈছে পিঁয়াজৰ মূল্য। সম্প্রতি ৰাজাৰ বজাৰত প্ৰতি কিলোগ্রাম পিঁয়াজৰ মূলাই অতি সন্তর্পণে ৭০ টকাৰ সীমা স্পৰ্শ কৰিছে। অথচ মাত্র ১৫ দিন আগলৈ এই মূল্য সর্বাধিক ৫০ টকাতে

ADVERTISEMENT

সীমাবদ্ধ আছিল। তাৰ এসপ্তাহ পূর্বে সেই মূল্য আছিল ৪২ টকা। এনেদৰে এমাহৰ ভিতৰতে প্রতি কিলোগ্রাম পিঁয়াজৰ খুচুৰা মূল্য অসমৰ বজাৰত কমেও ৩০ টকা বৃদ্ধি হয়। নিয়ন্ত্রণহীন বজাৰ ব্যৱস্থাৰ পৰিণতিত এনেদৰে আকাশলংঘী হৈ পৰিছে মূল্যৰ এই পৰিমাণ। পিঁয়াজৰ মূল্য নিয়ন্ত্ৰণৰ বাবে ভাৰত চৰকাৰে সামগ্ৰীবিধৰ ৰপ্তানিত দীর্ঘদিনৰ পৰা কিছু কঠোৰ নীতি- নির্দেশনা আৰোপ কৰি থৈছে।

ইয়াৰ ফলত বতৰৰ প্ৰভাৱত দেশত পিঁয়াজৰ স্বাভাৱিক উৎপাদনত প্ৰভাৱ পৰিলেও ইয়াৰ মূল্য এটা পর্যায়ত নিয়ন্ত্ৰণৰ ভিতৰত বিগত কে’বামাহ ধৰি আছিল; কিন্তু হঠাৎ যোৱা আগষ্টৰ প্ৰথম পষেকৰ পৰা দামৰ উর্ধ্বমুখী গতি আৰম্ভ হয়। অসমত ভূতৰ ওপৰত দানহ পৰাদি সেই ঊর্ধ্বমুখী গতিয়ে সম্প্ৰতি গুৰুতৰ ৰূপ ধাৰণ কৰিছে। ইয়াৰ মূলতে হ’ল মধ্যভোগীৰ ওপৰত মধ্যভোগীৰ সৃষ্টি।

এই সন্দৰ্ভত নাম প্রকাশত অনিচ্ছুক গুৱাহাটী আৰু বৰপেটাৰোডৰ খুচুৰা বজাৰৰ দুজন ব্যৱসায়ীয়ে জনায় যে বহিঃৰাজ্যৰ পৰা পিঁয়াজ আমদানি কৰা বৃহৎ পাইকাৰী ব্যৱসায়ীসকলৰ পৰা আন একাংশ মধ্যম পৰ্যায়ৰ পাইকাৰী ব্যৱসায়ীয়ে পিঁয়াজ ক্রয় কৰে। তেওঁলোকৰ পৰাই সাধাৰণ খুচুৰা ব্যৱসায়ীসকলে পিঁয়াজ ক্ৰয় কৰিব লাগে। এনে একাধিক তৰপৰ পাইকাৰী ব্যৱসায়ীৰ তাণ্ডৱত খুচুৰা বজাৰত ৰাজ্যত পিঁয়াজৰ মূল্য দ্রুত গতিত উর্ধ্বমুখী হৈছে।

ব্যৱসায়ীদ্বয়ে জনায় যে অসমলৈ বর্তমান প্ৰধানকৈ নাচিকৰ পৰা পিঁয়াজৰ আমদানি চলি আছে। নাচিকৰ পৰা যিসকল বৃহৎ পাইকাৰী ব্যৱসায়ীয়ে পিঁয়াজ আমদানি কৰি আছে, তেওঁলোকৰ প্ৰতিষ্ঠানত প্রতি কুইণ্টল পিঁয়াজৰ মূল্য হ’ল ৫১০০ টকা। তেওঁলোকৰ পৰা আন একাংশ পাইকাৰী ব্যৱসায়ীয়ে পিঁয়াজ ক্রয় কৰাৰ পাছত তেওঁলোকে দাম বৃদ্ধি কৰিছে ছহেজাৰ টকালৈ। সেই পিঁয়াজ সাধাৰণ খুচুৰা ব্যৱসায়ীয়ে প্রতি কিলোগ্রামত বিক্ৰী কৰিছে সর্বাধিক ৭০ টকা দৰত।

পাইকাৰীতকৈ খুচুৰা মূল্য যথেষ্ট বেছি হোৱাৰ কাৰণ দর্শাই খুচুৰা ব্যৱসায়ীদ্বয়ে কয় যে প্রতিটো বেগতে যথেষ্ট পৰিমাণৰ নষ্ট হোৱা পিঁয়াজ ওলায়। বেয়া পিঁয়াজবোৰ আঁতৰোৱাৰ পাছত বিক্ৰীৰ বাবে উপযোগী পিঁয়াজ যথেষ্ট হ্রাস হয়। এনে ক্ষেত্রত লোকচান নভৰিবলৈকে পিঁয়াজৰ দৰে কম সময়ৰ ভিতৰত নষ্ট হোৱা সামগ্ৰীৰ খুচুৰা মূল্য স্বাভাৱিকতে বেছি হয় বুলি ব্যৱসায়ীদ্বয়ে দাবী কৰে।

এই প্ৰসংগতে পাইকাৰী ব্যৱসায়ী সূত্রই জনায় যে আগন্তুক আৰু কিছুদিনলৈ পিঁয়াজৰ মূল্যৰ উর্ধ্বমুখী গতি অব্যাহত থাকিব। গতিকে উপভোক্তা ৰাইজে পিঁয়াজৰ নামত আৰু অধিক ধন ভৰিবলৈ সাজু থাকিব লাগিব বুলি পাইকাৰী ব্যৱসায়ীজনে কয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamHiked Againonion prices
publisher

publisher

Related Posts

দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া
Uncategorized

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d