Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Union Minister Sarbananda Sonowal Visit Three Dist:শিৱসাগৰ, যোৰহাট, গোলাঘাটত সদস্যতা অভিযানৰ নেতৃত্ব দিলে কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে

ভাৰতীয় জনতা পার্টিত সদস্যতা লাভ মানে ব্যক্তিসেৱা নহয়। প্রকৃততে এই দলটো সমাজসেৱা, দেশসেৱা আৰু মানৱসেৱাৰ মাধ্যম: সোণোৱাল

samimsultana by samimsultana
September 23, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Union Minister Sarbananda Sonowal Visit Three Dist:শিৱসাগৰ, যোৰহাট, গোলাঘাটত সদস্যতা অভিযানৰ নেতৃত্ব দিলে কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে
5
SHARES
48
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Union Minister Sarbananda Sonowal Visit Three Dist:

ভাৰতীয় জনতা পার্টিত সদস্যতা লাভ মানে ব্যক্তিসেৱা নহয়। প্রকৃততে এই দলটো সমাজসেৱা, দেশসেৱা আৰু মানৱসেৱাৰ মাধ্যম। জনসাধাৰণৰ হিতার্থে ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্রাত মহৎ উদ্দেশ্য লৈ সমর্পিত সেৱা আগবঢ়াই অহাৰ বাবেই বিজেপি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দললৈ ৰূপান্তৰিত হৈছে।, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে সোমবাৰে শিৱসাগৰ, যোৰহাট, গোলাঘাটত ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা অভিযানৰ নেতৃত্ব দি এই মন্তব্য কৰে।

ADVERTISEMENT

সোণোৱালে উল্লেখ কৰে, সদস্যতা অভিযানৰ প্ৰতি সৰ্বস্তৰৰ ৰাইজে জনোৱা অভূতপূর্ব সঁহাৰি-সমর্থনে আমাক আপ্লুত কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হ’বলৈ আপোনালোকেও মিড কল দিয়ক: ৮৮ ০০ ০০ ২০২৪ নম্বৰত। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ বাবে দলটোৰ সৈতে সংযুক্ত হ’বলৈ সৰ্বস্তৰৰ ৰাইজক আন্তৰিকতাৰে আহ্বান জনালোঁ।

আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাক সামৰি উক্ত কাৰ্যসূচীৰ বিষয়ে কাৰ্যকৰ্তাসকলৰ লগত পর্যালোচনা কৰে আৰু সৰ্বস্তৰৰ ৰাইজক সংযুক্ত কৰাৰ বাবে কেতবোৰ দিহা-পৰামৰ্শ আগবঢ়ায়। চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ বিষয়ে ব্যাপক প্ৰচাৰ-প্ৰসাৰেৰে আৰু জনসংযোগ অধিক বৃদ্ধিৰে সদস্য ভৰ্তিৰ অভিযান ক্ষিপ্ৰতৰ কৰি তুলিবলৈ সকলোকে আহ্বান জনায় সোণোৱালে। সোণোৱালে ভাষণ প্ৰসংগত কয়, ২০১৪ চনৰ আগৰ ভাৰতবৰ্ষৰ লগত বৰ্তমানৰ ভাৰতবৰ্ষৰ আকাশ- পাতাল পার্থক্য আছে। দেশৰ সৰ্বস্তৰৰ লোকক সামৰি সর্বাংগীণ বিকাশৰ প্ৰকৃত নিদর্শন মোদী ডাঙৰীয়াই হাতে- কামে কৰি দেখুৱাইছে। বিগত দহ বছৰে প্ৰধানমন্ত্ৰী হিচাপে দেশমাতৃৰ সেৱাত নিমজ্জিত কৰা মোদীয়ে এতিয়াও নিজকে দেশৰ প্ৰধান সেৱক হিচাপেহে গণ্য কৰে।

কংগ্ৰেছৰ শাসনকালত বিশ্বৰ অৰ্থনৈতিক ক্ৰমাংকত ভাৰত প্রথম দহটা স্থানৰ ভিতৰতে নাছিল, কিন্তু মোদীৰ দূৰদৰ্শী নেতৃত্বত আমাৰ দেশখনে মাত্ৰ দহ বছৰতে বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতি হিচাপে এক নতুন শিখৰত উপনীত হ’ল। এইবাৰ মোদীয়ে স্বাধীনতা দিৱসৰ বক্তব্যত কৈছে যে, ‘যোৱা দুটা কার্যকালত আমি দুগুণ কষ্ট কৰিছিলোঁ। এইবাৰৰ তৃতীয় কার্যকালত তিনিগুণ কষ্ট কৰিম।’ ২০৪৭ চনৰ ভিতৰত ভাৰতক বিশ্বৰ এখন আগশাৰীৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে আমি প্ৰতিগৰাকী কাৰ্যকৰ্তাই, প্ৰতিগৰাকী ভাৰতীয়ই সক্রিয় ভূমিকা পালন কৰিব লাগিব আৰু এক নতুন ইতিহাস ৰচিব লাগিব। নতুন নতুন কল্যাণকামী নীতি, অটল আদর্শ ভৱিষ্যৎমুখী ধ্যান-ধাৰণাৰে ৰাইজক আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থাভাজন কৰি ৰাখিব লাগিব।

কংগ্ৰেছৰ শাসনকালত উগ্রপন্থা, হত্যা-হিংসা, বন্ধ, অপহৰণ, দুর্নীতি-লুণ্ঠনেৰে জৰ্জৰিত অসমত ভাৰতীয় জনতা পার্টি চৰকাৰৰ সদিচ্ছা আৰু দৃঢ় পদক্ষেপৰ বাবেই শান্তিৰ পৰিৱেশ ঘূৰি আহিছে। এই স্থায়ী শান্তি আৰু সর্বাংগীণ প্ৰগতিৰ বাবে বিজেপি মিত্ৰজোঁটৰ পক্ষত অভূতপূর্ব সঁহাৰি-সমর্থনেৰে সৰ্বস্তৰৰ ৰাইজে সংযুক্ত হৈছে। বাৰে বাৰে কংগ্ৰেছ চৰকাৰ শাসনত থকাৰ পাছতো তেওঁলোকৰ ব্যাপক দুর্নীতিৰ ফলত ৰাইজৰ ওচৰলৈ কল্যাণমূলক আঁচনিৰ লাভালাভ যোৱা নাছিল। কংগ্ৰেছে জনসাধাৰণৰ জীৱনৰ মানৰ সৈতে আপোচ কৰিছিল। কংগ্ৰেছৰ শাসনকালত চলি থকা ব্যাপক দুর্নীতি আঁতৰ কৰাৰ বাবে মোদী ডাঙৰীয়াই জন ধন যোজনাৰ অধীনত চাহ বাগিচা অঞ্চলৰ লোকসকলৰ বাবে বেংক একাউণ্টৰ ব্যৱস্থা কৰিছিল, যাতে সকলো আঁচনিৰ ধন মধ্যভোগীয়ে পাব নোৱাৰাকৈ হিতাধিকাৰীয়ে লাভ কৰে।

মোদী চৰকাৰৰ এই ১০ বছৰত ২৫ কোটিতকৈও অধিক ভাৰতীয়ক দৰিদ্ৰতাৰ কৱলৰ পৰা উদ্ধাৰ কৰাটো আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয়। কংগ্ৰেছৰ শাসনকালত এয়া কল্পনাৰো অগোচৰ আছিল, যিয়ে কোনোধৰণৰ পৰিৱৰ্তনকামী পদক্ষেপ অবিহনে কেৱল গৰীবী হাটাও শ্ল’গানহে দি আছিল। মোদী চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন কল্যাণমূলক আঁচনিৰ জৰিয়তে নগৰীয়া অঞ্চলৰ সমানেই গাঁও অঞ্চলৰ জনগণে প্ৰগতিৰ এক নতুন যুগৰ সাক্ষী হৈছে। বিগত ১০ বছৰত মোদীয়ে কৰা নিৰন্তৰ প্ৰচেষ্টাৰ ফলত দৰিদ্ৰ শ্ৰেণী, মহিলাসকলৰ লগতে কৃষকসকল আৰু যুৱচামৰ বিশেষ কল্যাণ সাধন হৈছে। আমি জনসাধাৰণৰ কল্যাণৰ এই যাত্রা শক্তিশালী ৰূপত আগুৱাই নিবলৈ দৃঢ় প্রতিশ্রুতিবদ্ধ।”, সোণোৱালে লগতে উল্লেখ কৰে।

আজিৰ সভাসমূহত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক সংগ দিয়ে সাংসদ কামাখ্যা প্রসাদ তাছা, বিধায়কদ্বয় হিতেন্দ্র নাথ গোস্বামী আৰু ৰূপজ্যোতি কুর্মী, প্ৰাক্তন মন্ত্রী তথা প্রাক্তন সাংসদ তপন কুমাৰ গগৈ, প্রাক্তন বিধায়ক কুশল দুৱৰী, শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোহাঁই, যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতা, দলৰ ৰাজ্যিক উপ-সভাপতি ৰাণা গোস্বামী, চাহ জনগোষ্ঠী মর্চা অসম প্ৰদেশৰ সভাপতি দুলেন নায়ক, জ্যেষ্ঠ নেতা পালিত বৰা প্ৰমুখ্যে দলীয় সতীর্থসকল আৰু উৎসাহী কার্যকর্তাসকলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJP membership recruitment campaignUnion Minister Sarbananda Sonowal Visit Three Dist
samimsultana

samimsultana

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d