Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Indo-Bangladesh Conflict:ভাৰত-বাংলাদেশৰ তিক্ততাপূৰ্ণ পৰিবেশ

বায়ুসেনাৰ বিশেষ বিমানেৰে ঢাকাত উপস্থিত বৈদেশিক সচিব বিক্রম মিস্ত্ৰী, ৰাষ্ট্ৰীয় অতিথিশালা পদ্মা ভৱনত দুই দেশৰ বিদেশ সচিবৰে হ'ব কুটনৈতিক বৈঠক, ভাৰতৰ বৈদেশিক সচিবৰ ভ্ৰমণৰ প্ৰাকক্ষণত বিএনপিৰ বৃহৎ প্রতিবাদ ঢাকাত

publisher by publisher
December 9, 2024
in News, International
Reading Time: 4 mins read
0
Indo-Bangladesh Conflict:ভাৰত-বাংলাদেশৰ তিক্ততাপূৰ্ণ পৰিবেশ
1
SHARES
6
VIEWS
ShareShareShareShare

ভাৰত- বাংলাদেশৰ তিক্ততাপূৰ্ণ পৰিবেশৰ মাজতে সোমবাৰে দুপৰীয়া ঢাকাত উপস্থিত ভাৰতীয় বৈদেশিক সচিব বিক্রম মিস্ত্ৰী :

ভাৰত- বাংলাদেশৰ তিক্ততাপূৰ্ণ পৰিবেশৰ মাজতে সোমবাৰে দুপৰীয়া ঢাকাত উপস্থিত হয় ভাৰতীয় বৈদেশিক সচিব বিক্রম মিস্ত্ৰী। বায়ুসেনাৰ বিশেষ বিমানেৰে ঢাকা বিমান বন্দৰত উপস্থিত হোৱা বৈদেশিক সচিব গৰাকীক উস্ম আদৰণি জনায় বাংলাদেশৰ বৈদেশিক দপ্তৰৰ উচ্চপদস্থ বিষয়াই ৷

ADVERTISEMENT

বিক্রম মিস্ত্ৰীয়ে আজি সন্ধিয়া ভাগত বাংলাদেশৰ বৈদেশিক সচিবৰ স’তে ৰাষ্ট্ৰীয় অতিথিশালা পদ্মা ভৱনত দুই দেশৰ তিক্ততাপূৰ্ণ পৰিস্থিতি আৰু কেতবোৰ বিষয় সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে ৷

RelatedPosts

Indo-Bangladesh Conflict:বিঘ্নিত ভাৰত- বাংলাদেশৰ কুটনৈতিক সম্পৰ্ক !

Bangladesh:তীব্র গতিত হ্রাস পাইছে বাংলাদেশ ভ্রমণকাৰী ভাৰতীয়ৰ সংখ্যা

# ভাৰতৰ বৈদেশিক সচিব বিক্রম মিস্ত্ৰী বাংলাদেশ ভ্রমণৰ প্ৰাকক্ষণত উত্তাল প্ৰতিবাদ বাংলাদেশ নেছনেলিষ্ট পার্টিৰ

ভাৰতৰ বৈদেশিক সচিব বিক্রম মিস্ত্ৰী বাংলাদেশ ভ্রমণৰ প্ৰাকক্ষণত ঢাকাস্থিত ভাৰতীয় উচ্চাযুক্তালয় কঁপোৱাৰ ব্যর্থ চেষ্ট চলায় দেশখনৰ সোঁপন্থী ৰাজনৈতিক দল বাংলাদেশ নেছনেলিষ্ট পার্টি (বিএনপি)য়ে। দেওবাৰে বিএনপিৰ হেজাৰ হেজাৰ নেতা-কর্মীয়ে ভাৰতৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি ঢাকাৰ বড়িধাৰাস্থিত ভাৰতীয় উচ্চায়ুক্তালয়লৈ এক সমদল উলিয়ায়। প্রাক্তন প্রধানমন্ত্রী খালেদা জিয়া নেতৃত্বাধীন সোঁপন্থী দলটোৰ তিনিটা শাখা ক্রমে যুৱ দল , স্বেচ্ছাসেৱক দল আৰু ছাত্র দলে উলিওৱা এই বৃহৎ সমদলক ৰামপুৰা দলঙৰ ওচৰত আৰক্ষীয়ে বাধা দিয়ে। দুপৰীয়া ১২-৩৫ বজাত বিএনপিৰ ঢাকাৰ নয়াপল্টনস্থিত মুখ্য কাৰ্যালয়ৰ পৰা উলিওৱা এই সমদলে ৰামপুৰা দলঙৰ ওচৰ পোৱাৰ সময়তে প্রতিবাদকাৰী সকলক বৃহৎ সংখ্যক আৰক্ষীয়ে বাধা দিয়ে।

আইন-শৃংখলাৰ সমস্যা সৃষ্টিৰ আশংকা কৰি আগতীয়াকৈ আৰক্ষীয়ে ৰামপুৰা দলঙৰ ওচৰত বেৰিকেড স্থাপন কৰি আৰক্ষীয়ে প্রতিবাদকাৰী সকললৈ অপেক্ষা কৰে। প্ৰতিবাদকাৰীসকল উক্ত স্থানত উপস্থিত হোৱাৰ লগে লগে তেওঁলোকক আৰক্ষীয়ে বাধা দি এই প্রতিবাদী কাৰ্যসূচীৰ নেতাসকলক নিৰাপত্তা বাহিনীক সহযোগ কৰিবলৈ আহ্বান জনায়। আৰক্ষীৰ এই আহ্বানলৈ সঁহাৰি দি প্ৰতিবাদকাৰীসকল থমকি ৰয়। অৱশ্যে তাত সমদলকাৰীসকলে কমেও এঘণ্টা পথ অৱৰোধ কৰে। প্রতিবাদকাৰীসকলে প্ৰকাশ কৰা অনুসৰি তেওঁলোকে ত্ৰিপুৰাৰ আগৰতলাত শেহতীয়াভাৱে বাংলাদেশৰ উপ-উচ্চায়ুক্তালয় সংঘটিত প্ৰতিবাদকাৰীৰ উপদ্ৰৱ আৰু দেশখনৰ ৰাষ্ট্ৰীয় পতাকা অৱমাননাৰ বিৰুদ্ধে এই প্রতিবাদী সমদল কাৰ্যসূচীৰ আয়োজন কৰে।

আনহাতে, আৰক্ষীৰ বাধাত ৰামপুৰ দলঙৰ ওচৰত প্রতিবাদী কাৰ্যসূচীৰ সামৰণি পেলোৱাৰ পাছত প্রতিবাদকাৰীসকলে বড়িধাৰাস্থিত ভাৰতীয় উচ্চায়ুক্তালয়লৈ ছজন প্রতিনিধি প্ৰেৰণ কৰে। প্ৰতিবাদকাৰীসকলক প্রতিনিধিত্ব কৰি বিএনপিৰ যুৱ দলৰ কেন্দ্ৰীয় সভাপতি মনায়েম মুন্না, সাধাৰণ সম্পাদক নুৰুল ইছলাম নয়ন, স্বেচ্ছাসেৱক দলৰ সভাপতি এছএম জিলানি, সাধাৰণ সম্পাদক ৰাজীৱ এহছান, ছাত্ৰ দলৰ সভাপতি ৰকিবুল ইছলাম ৰাকিব আৰু সাধাৰণ সম্পাদক নাছিৰ উদ্দিন নাছিৰ ভাৰতীয় উচ্চায়ুক্তালয়ত উপস্থিত হৈ কে’বাদফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে।

ভাৰতীয় উচ্চায়ুক্তালয়ৰ এজন বিষয়াই ছয়জনীয়া প্রতিনিধি দলটোৰ পৰা গ্ৰহণ কৰা এই স্মাৰকপত্ৰত ‘আগৰতলা কাণ্ড’ আৰু দেশখনৰ ৰাষ্ট্ৰীয় পতাকা পদদলিত কৰাৰ ঘটনাৰ প্রতিবাদো জনোৱা হৈছে। তদুপৰি বাংলাদেশৰ ক্ষমতাচ্যুত প্রধানমন্ত্রী শ্বেইখ হাছিনাক ভাৰতত আশ্রয় দিয়াক লৈও স্মাৰক পত্ৰখনত অসন্তুষ্টি প্রকাশ কৰা হৈছে। প্রতিবাদকাৰীসকলে অভিযোগ কৰিছে যে ভাৰতত নিৰাপদ আশ্রয়ত থাকি প্রাক্তন প্রধানমন্ত্রী হাছিনাই বাংলাদেশক অস্থিৰ কৰাৰ চেষ্টা কৰিছে। ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী গৰাকীৰ প্ৰতি ভাৰতে প্ৰদৰ্শন কৰা এই দৰদক বাংলাদেশৰ জনতাই ইতিবাচকভাবে লোৱা নাই বুলিও প্রতিবাদকাৰী সকলে দাবী কৰে।

প্রতিবাদকাৰীসকলে লগতে অভিযোগ কৰা অনুসৰি, ভাৰতে বাংলাদেশত সাম্প্রদায়িক সংঘৰ্ষৰ উচটনি যোগাবলৈ ষড়যন্ত্র কৰিছে। লক্ষ্যণীয় যে বাংলাদেশত হিন্দু নিৰ্যাতনৰ বিৰুদ্ধে অলপতে আগৰতলাত একাংশই কৰা প্রতিবাদৰ সময়ত দেশখনৰ উপ-উচ্চায়ুক্তালয়ত দুর্বৃত্তই উপদ্রব চলায়। ইয়াক লৈ বাংলাদেশে তীব্র প্রতিক্রিয়া প্রকাশ কৰি ঢাকাস্থিত ভাৰতীয় উচ্চাযুক্ত প্রণয় বাৰ্মাক তলব কৰি নি ক্ষোভ প্রকাশ কৰে। ইয়াৰ সমান্তৰালভাৱে আগৰতলা কাণ্ডৰ বিৰুদ্ধে ভাৰত চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰে। ঘটনাত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে সাতজন লোকক গ্ৰেপ্তাৰ কৰে। তদুপৰি ঘটনাটো সংঘটিত হোৱাৰ সময়ত কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত ত্ৰিপুৰা চৰকাৰে তিনিজন আৰক্ষী বিষয়াক নিলম্বিত কৰাৰ লগতে আন এজনক ৰিজার্ভ ক্ল’জড কৰে। তৎসত্ত্বেও বাংলাদেশত আগৰতলা কাণ্ডৰ বিৰুদ্ধেও প্রতিবাদ অব্যাহত থকাটোৱে তাৎপর্য বহন কৰিছে।

ইপিনে, ভাৰতীয় উচ্চায়ুক্তালয়লৈ প্রতিবাদী সমদল উলিওৱাৰ পূর্বে প্রতিবাদকাৰীসকলে বিএনপিৰ মুখ্য কাৰ্যালয়ত দিনৰ ১১-৩০ বজাত এক প্রতিবাদী সভা অনুষ্ঠিত কৰে। এই সভাত ভাষণত বিএনপিৰ জ্যেষ্ঠ যুটীয়া সাধাৰণ সম্পাদক ৰুহুল কবিৰ ৰিজভি আৰু দলৰ উক্ত তিনিটা শাখাৰ শীর্ষ নেতৃবর্গই গৰিহণা দিয়ে যে ভাৰতৰ শাসক দল আৰু সংবাদ মাধ্যমে বাংলাদেশত ধর্মীয় সম্প্রীতিত ব্যাঘাত জন্মোৱাৰ উদ্দেশে মিছা আৰু বিপথে পৰিচালনাকাৰী প্ৰচাৰ চলাইছে। ভাষণত ৰিজভিয়ে লগতে অভিযোগ কৰে যে ভাৰতৰ শাসক দলে ক্ষমতাচ্যুত প্রধানমন্ত্রী হাছিনাক বাংলাদেশত পুনৰ ক্ষমতালৈ ঘূৰাই আনিব বিচাৰিছে। ইয়াক তেওঁ প্রত্যক্ষ আগ্রাসনৰ বাহিৰে আন একো নহয় বুলি আখ্যা দিয়ে। ভাৰত চৰকাৰে বাংলাদেশৰ জনতাক ভাল নাপায় বুলিও ক্ষোভ প্রকাশ কৰি তেওঁ পুনৰ কয়, ‘আপোনালোক (ভাৰত চৰকাৰ)-এ বাংলাদেশৰ জনতাক ভাল নাপায়। আপোনালোকে বাংলাদেশৰ সাৰ্বভৌমত্ব আৰু স্বাধীনতাক সম্মান নজনায়।’

ক্ষমতাচ্যুত প্রধানমন্ত্রী হাছিনাই শক্তিশালী গণ প্ৰতিবাদৰ সন্মুখীন হৈ বাংলাদেশৰ পৰা পলায়ন কৰি ভাৰতত আশ্রয় লয় বুলি উল্লেখ কৰি বিএনপি নেতাজনে পুনৰ কয়, ‘ভাৰতৰ শাসক দলে হাছিনাক ক্ষমতালৈ ওভতাই আনিবলৈ যি কৰিছে, সেয়া ৰাজনীতি বিজ্ঞানৰ ভাষাত প্রত্যক্ষ আগ্রাসনৰ বাহিৰে আন একো নহয়।’ দিল্লীৰ প্ৰভুত্বক প্রতিহত কৰিবলৈ বাংলাদেশৰ ১৮ কোটি জনতা সাজু আছে বুলি উল্লেখ কৰি তেওঁ আৰু কয়, ‘বায়ু, সমুদ্ৰৰ পৰা মাটিলৈ এই তিনিও ক্ষেত্ৰতে যুঁজ দি আমাৰ দেশক সুৰক্ষা কৰাৰ বাবে উন্নত অস্ত্র কেনেদৰে ব্যৱহাৰ কৰিব লাগে আমি জানো। আমাৰ তজবজীয়া সামৰিক বাহিনীত সমর্থবান লোক আছে।’ এই প্রতিবাদী কার্যসূচী উপলক্ষে আজি পুৱা ৯-৩০ বজাৰ পৰা বিএনপিৰ মুখ্য কাৰ্যালয়লৈ দলৰ নেতা- কর্মী-সমর্থকৰ সোঁত বয়। উক্ত প্রতিবাদী সভাৰ পাছত প্ৰতিবাদকাৰীসকলে ভাৰত বিৰোধী ধ্বনি লিখা ফেষ্টুন আৰু ৰাষ্ট্ৰীয় পতাকা লৈ ভাৰতীয় উচ্চায়ুক্তালয় অভিমুখে সমদল উলিয়ায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Dhaka VisitForein Secretary vikram MisriIndo-Bangladesh Conflict
publisher

publisher

Related Posts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d