Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Bangladesh:তীব্র গতিত হ্রাস পাইছে বাংলাদেশ ভ্রমণকাৰী ভাৰতীয়ৰ সংখ্যা

বাংলাদেশত অব্যাহত ৰাজনৈতিক অস্থিৰতা, ভাৰতৰ স'তি দ্বিপাক্ষিক বাণিজ্যতো বিৰূপ প্ৰভাৱ, হ্রাস পাইছে ভিছা প্রদান

publisher by publisher
July 12, 2025
in International, News
Reading Time: 2 mins read
0
Bangladesh:তীব্র গতিত হ্রাস পাইছে বাংলাদেশ ভ্রমণকাৰী ভাৰতীয়ৰ সংখ্যা
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

Bangladesh:

শ্বেইখ হাছিনা চৰকাৰৰ পতনৰ বৰ্ষপূৰ্তি হোৱাৰ সময়তো বাংলাদেশত ৰাজনৈতিক সুস্থিৰতা সুদূৰ পৰাহত হৈয়ে আছে। ড: মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তী চৰকাৰৰ নৰম স্থিতিত মৌলবাদীৰ উত্থানকে ধৰি কেতবোৰ কাৰকে দেশখনৰ ঘাইকৈ ৰাজনৈতিক পৰিস্থিতি অস্থিৰ কৰি ৰাখিছে। এনে অৱস্থাতো ভাৰতৰ প্ৰতি শত্রুতাপূর্ণ আচৰণ কৰি  আহিছে ড: ইউনুছ চৰকাৰে।

ADVERTISEMENT

ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতে বাংলাদেশৰ স’তে একপ্ৰকাৰ বাণিজ্যিক সম্পর্ক ছেদ কৰিছে। এনে কাৰকে বাংলাদেশ ভ্রমণকাৰী ভাৰতীয়ৰ সংখ্যা তীব্র গতিত হ্রাস কৰিছে। পোহৰলৈ অহা তথ্য অনুসৰি অসমৰ পৰা পূৰ্বে যিমান সংখ্যক লোকে বাংলাদেশ ভ্রমণ কৰিছিল, তাৰ তুলনাত সম্প্রতি দেশখন ভ্রমণ কৰা লোকৰ সংখ্যা নগণ্য হৈছে।

উল্লেখ্য যে অসমত গুৱাহাটী, বঙাইগাঁও আৰু শিলচৰত ভিছা কেন্দ্র আছে। সূত্রই জনোৱা মতে এই তিনি ভিছা কেন্দ্ৰৰ পৰা পূৰ্বে নিতৌ বাংলাদেশ ভ্রমণৰ বাবে ৫০-৬০ খন ভিছা অনুমোদন হৈছিল। ইয়াৰ বিপৰীতে সম্প্রতি এই ভিছা কেন্দ্ৰৰ পৰা বাংলাদেশ ভ্রমণকাৰীক নিতৌ ১৫-১৮ খন ভিছাহে দিয়া হৈছে। এনেদৰে ভিছা প্ৰদানৰ সংখ্যা হ্ৰাসৰ ফলত শিক্ষা, স্বাস্থ্যকে ধৰি বিভিন্ন খণ্ডত বিৰূপ প্ৰভাৱ পৰিছে।

উল্লেখ্য যে পূর্বে অসমৰ বহুসংখ্যক ছাত্র-ছাত্রীয়ে বহনক্ষম খৰচত বাংলাদেশত চিকিৎসা শিক্ষা গ্রহণ কৰিছিল। বর্তমানেও দেশখনত অসমৰ একাংশ ছাত্র-ছাত্রীয়ে চিকিৎসা শিক্ষা গ্রহণ কৰি আছে যদিও হাছিনা চৰকাৰৰ পতনৰ পাছৰ পৰা বাংলাদেশলৈ অসমৰ পৰা চিকিৎসা শিক্ষা গ্রহণ কৰিবলৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা চকুত লগা ধৰণে হ্রাস পোৱা বুলি সূত্রই জনায়। ইয়াৰ কাৰণ বাংলাদেশত বিৰাজ কৰা ৰাজনৈতিক অস্থিৰতাক চিহ্নিত কৰা হৈছে।

সূত্ৰই জনোৱা মতে, বাংলাদেশৰ পৰাও ভাৰতত চিকিৎসা গ্রহণ কৰিবলৈ অহা লোকৰ সংখ্যা হ্রাস পাইছে। অথচ পূর্বে বৃহৎ সংখ্যক বাংলাদেশী লোকে চিকিৎসা গ্ৰহণৰ বাবে ভাৰতলৈ আহিছিল। ফলত অসমক কেন্দ্ৰ কৰি এক চিকিৎসা পর্যটন গঢ় লৈ উঠে। যোৱা বছৰৰ আগষ্টত দেশখনত সংঘটিত ৰাজনৈতিক পট পৰিৱৰ্তনৰ পাছত সৃষ্ট অৰাজক পৰিৱেশে এই চিকিৎসা পর্যটনতো আঘাত হনা বুলি চর্চিত হৈছে। এই অৱস্থাৰ শীঘ্ৰে অৱসান ঘটাৰো সম্ভাৱনা নুই কৰিছে সূত্রই।

উল্লেখ্য যে বাংলাদেশৰ শেহতীয়া ভাৰত বিৰোধী মনোভাবৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰে দেশখনৰ সামগ্ৰী প্ৰেৰণৰ বাবে ব্যৱহৃত দেশৰ অধিকাংশ স্থল বন্দৰ (লেণ্ড প’র্ট) বন্ধ কৰিছে। স্বাভাৱিকতে ইয়ে দুয়োখন দেশৰ মাজত বাণিজ্যিক সম্পৰ্কক প্ৰভাৱিত কৰিছে। অৱশ্যে মাছ, ৰন্ধন গেছ, ভেষজ তেলকে ধৰি কেতবোৰ সামগ্ৰীৰ ব্যৱসায় দুয়োখন দেশৰ মাজত অব্যাহত আছে।

উল্লেখ্য যে চৰকাৰী তথ্য অনুসৰি ২০২৩-২৪ত ভাৰত-বাংলাদেশৰ মাজত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ আছিল ১৪.০১ বিলিয়ন ডলাৰ অর্থাৎ কমেও ১২ হেজাৰ কোটি টকা। উক্ত বৰ্ষত ভাৰতে বাংলাদেশলৈ ১২.০৫ বিলিয়ন ডলাৰ মূল্যৰ সামগ্ৰী ৰপ্তানি কৰে। আনহাতে, বাংলাদেশে ভাৰতলৈ ১.৯৭ বিলিয়ন ডলাৰৰ সামগ্ৰী ৰপ্তানি কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Dr. Mahammad YunusIndo-Bangladesh ConflictNarendra Modi
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d