Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Crime

Indo-Bangladesh Conflict:বিঘ্নিত ভাৰত- বাংলাদেশৰ কুটনৈতিক সম্পৰ্ক !

publisher by publisher
December 30, 2025
in Crime, National
Reading Time: 1 min read
0
Indo-Bangladesh Conflict:বিঘ্নিত ভাৰত- বাংলাদেশৰ কুটনৈতিক সম্পৰ্ক  !
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Bangladesh:তীব্র গতিত হ্রাস পাইছে বাংলাদেশ ভ্রমণকাৰী ভাৰতীয়ৰ সংখ্যা

Indo-Bangladesh Conflict:ভাৰত-বাংলাদেশৰ তিক্ততাপূৰ্ণ পৰিবেশ

Indo-Bangladesh Conflict:

:বাংলাদেশী অনুপ্ৰৱেশকাৰীক বিতাড়ন প্রক্রিয়া ৰাজ্য চৰকাৰে শেহতীয়াভাৱে ত্বৰান্বিত কৰিছে। অনুপ্ৰৱেশৰ পাছ মুহূৰ্ততে সীমান্তত যিসকল লোক ধৰা পৰিছে সেইসকলক প্রয়োজনীয় আইনী ব্যৱস্থা গ্রহণ কৰি তাৎক্ষণিকভাবে ওভতাই পঠিওৱা হৈছে। বাংলাদেশৰ সীমান্ত বাহিনী (বিজিবি) য়েও তেনে লোকসকলক নিজৰ দেশৰ বুলি নিশ্চিত কৰি ঘুৰাই লৈছে। ইয়াৰ বিপৰীতে অসমৰ বিদেশী ন্যায়াধিকৰণে অনুপ্রৱেশকাৰী বুলি চিনাক্ত কৰাসকলক ‘পুছবেক’ নীতিৰে বিতাড়নৰ যি প্রক্রিয়া ৰাজ্য চৰকাৰে অব্যাহত ৰাখিছে সেই ক্ষেত্রত বাংলাদেশে শেহতীয়াকৈ গ্রহণ কৰিছে কঠোৰ স্থিতি।

ADVERTISEMENT

বাংলাদেশৰ সীমান্তৰ ভিতৰলৈ ঠেলি দিয়া অনুপ্রৱেশকাৰী বুলি চিহ্নিত লোকসকলক বিজিবিয়ে ধৰি ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ) ক হস্তান্তৰৰ চেষ্ট চলাইছে। এনে টনা-তাঁজোৰাত পৰি ৰাষ্ট্ৰহীন নাগৰিকত পৰিণত হৈছে এইসকল ‘পুছবেক’ নীতিৰে বিতাড়ন কৰা লোক। তেওঁলোকক বাংলাদেশেও গ্রহণ নকৰে আৰু ভাৰতেও গ্রহণ কৰা নাই। অৱশ্যে পর্যাপ্ত নথি-পত্র থকাসকলৰ ক্ষেত্ৰত ভাৰতে নমনীয় স্থিতি গ্রহণ কৰিবলগীয়া হৈছে।

তেনে এক ঘটনাত বিজিবিৰ কঠোৰ নিৰীক্ষণৰ বাবেই যোৱা ২৭ ডিচেম্বৰৰ মাজ নিশা বিতাড়ন কৰা এগৰাকী মহিলাসহ তিনিজন লোকক লৈ শেহতীয়াকৈ সৃষ্টি হৈছে টনা-আঁজোৰা অসম চৰকাৰৰ তথ্য অনুসৰি সেইদিনা নিশা দুইবজাত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বোৱালমাৰি চৰ আন্তর্জাতিক সীমান্তৰ ১০৫৯ নম্বৰ খুঁটিৰে বিতাড়ন কৰা হয় আয়েশা খাতুন (৪৮) নামৰ এগৰাকী মহিলাৰ লগতে ৰুক্তম আলী (৬০) আৰু ইদ্রিছ আলী (৪৬) নামৰ দুজন লোকক নগাঁৱৰ বিদেশী ন্যায়াধিকৰণে তেওঁলোকক অনুপ্রৱেশকাৰী বুলি ঘোষণা কৰিছিল আয়েশা খাতুনে দাবী কৰা মতে, তেওঁৰ ঘৰ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অধীনৰ শালনাত। তেনেদৰে ৰুক্তম আলীয়ে দাবী কৰা মতে, তেওঁৰ ঘৰ নগাঁৱৰে কলিয়াবৰ আৰক্ষী থানাৰ অধীনৰ হাতীগাঁৱত আৰু ইদ্রিছ আলীৰো ঘৰ নগাঁৱৰে বহা থানাৰ অধীনত।

মাজনিশা ভাৰতৰ পৰা বিতাড়িত হোৱাৰ পাছত তিনিও বাংলাদেশৰ অভ্যন্তৰলৈ সোমাই যায়। তেওঁলোক উপস্থিত হয় বাগেৰহাট নামৰ এখন বজাৰত। সেই বজাৰতে বিজিবিয়ে তেওঁলোকক কৰায়ত্ত কৰে। শেহতীয়া তথ্য অনুসৰি সকলো পৰীক্ষাৰ অন্তত বিজিবিয়ে লোককেইজন ভাৰতৰ নাগৰিক বুলি নিশ্চিত হৈ বিএছএফক ঘূৰাই ল’বলৈ কয়। কিন্তু বিএছএফে বাংলাদেশৰ নাগৰিকক ভাৰতে ঘূৰাই নলয় বুলি জনাই দিয়ে। বিজিবিয়েও কোনো কাৰণতে ভাৰতৰ মানুহক বাংলাদেশে গ্ৰহণ নকৰে বুলি জনাই দিয়ে।

সম্প্রতি তিনিও বিজিবিৰ জিম্মাত আছে। যদিহে ভাৰতে নিজৰ স্থিতি শীঘ্ৰে স্পষ্ট নকৰে তেন্তে বিজিবিয়ে বাংলাদেশৰ আইন অনুসৰি তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি বিহিত ব্যৱস্থা গ্রহণ কৰিব। উল্লেখ্য যে নলবাৰীৰ বৰকুৰাৰ বাসিন্দা বুলি দাবী কৰা ছাকিনা খাতুন নামৰ এগৰাকী বয়োজ্যেষ্ঠা মহিলা অলপতে এনে কাৰণতে বাংলাদেশৰ কাৰাগাৰত বন্দী হ’বলগীয়া হয়। অবশেষত আশয় দিয়া বাংলাদেশৰে এটা পৰিয়ালৰ সহযোগত সম্প্রতি খাতুন জামিনত আছে যদিও পুনৰ বন্দী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Indo-Bangladesh Conflict
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

October 5, 2026
Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

October 1, 2026
Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

September 29, 2026
India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী
India

Meghalaya Fire:শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা
National

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d