Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই

    তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা

    ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Red China has developed a new war strategy:নতুন যুদ্ধনীতি তৈয়াৰ কৰিছে ৰঙা চীনে !

লক্ষ্য বিশ্বৰ সৰ্বশ্ৰেষ্ঠ সেনা বাহিনে গঠন, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰত্যাহ্বান গ্ৰহণৰ ক্ষমতা জিনপিঙে পিএলএক সাজু কৰিছে

publisher by publisher
August 27, 2024
in Uncategorized
Reading Time: 2 mins read
0
Red China has developed a new war strategy:নতুন যুদ্ধনীতি তৈয়াৰ কৰিছে ৰঙা চীনে !
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

Economist Professor Dr.Hiranya Nath:মাৰ্কিন যুক্তৰাষ্ট্ৰত উজ্জ্বলিল অসম সন্তান ড:হিৰণ্য নাথ

Donald Trump:ফ্ল’ৰিডা বিমান বন্দৰৰ নাম ট্রাম্প আন্তর্জাতিক বিমান বন্দৰলৈ কৰিলে সলনি

Red China has developed a new war strategy:

পুৰণি ৰণকৌশলৰে চীনৰ সেনাবাহিনীয়ে পূর্বে প্রতিবেশী দেশৰ স’তে একাধিক যুদ্ধত জয়লাভ কৰিছিল। কিন্তু এই বাৰ জি জিনপিঙৰ দেশখনে যুদ্ধনীতি সলনি কৰিবলৈ সাজু হৈছে। শক্তিশালী শত্রু তথা বিৰোধীৰ স’তে সম্ভাব্য যুদ্ধত জয়লাভ কৰিবলৈ বেইজিঙে প্রস্তুত কৰিছে নতুন যুদ্ধনীতি।

ADVERTISEMENT

ইয়াৰ বাবে বেইজিঙে দেশখনৰ সেনাবাহিনীক নতুনকৈ গঠনৰো পৰিকল্পনা গ্রহণ কৰিছে। চীনে এতিয়া আমেৰিকাক দেশখনৰ মূল শত্রু গণ্য কৰি সামৰিক প্ৰস্তুতি চলাইছে। ৰাষ্ট্ৰপতি জি জিনপিঙে পিপ’লছ লিবাৰেচন আমি (পিএলঅ’)ক নিজৰ ৰণনীতিক ক্ষমতা বৃদ্ধি কৰিবলৈ অলপতে নির্দেশ দিছিল। জিনপিঙৰ নেতৃত্বত চীনে দেশখনৰ সেনাবাহিনীক বিশ্বৰ ভিতৰতে সর্বশ্রেষ্ঠ ৰূপত গঢ়াৰ প্রস্তুতি চলাইছে।

জিনপিং চীনৰ সেনা আয়োগৰ অধ্যক্ষ আৰু এইটো হৈছে দেশখনৰ সর্বোচ্চ সামৰিক পদ। জিনপিঙে চীনৰ সাৰ্বভৌমত্ব অটুট ৰখাৰ লগতে সামৰিকভাবে দেশখনক অপ্রতিদ্বন্দ্বীৰ ৰূপত গঢ়িব বিচাৰিছে। এই লক্ষ্যৰে জিনপিঙে সামৰিক বাহিনীৰ বাবে পৰম্পৰাগত নীতিৰ পৰিৱৰ্তে নতুন নীতি প্রস্তুত কৰিব বিচাৰিছে। আধুনিক যুদ্ধৰ প্রযুক্তি কৌশল আহৰণৰ পৰা নতুন নতুন ৰণনীতি অৱলম্বনৰ বাবে চীনৰ সেনাবাহিনীক সৰ্বদিশৰ পৰা সাজু কৰিবলৈ ইতিমধ্যে জিনপিঙে নির্দেশ দিছে।

পিএলএক আধুনিক, শক্তিশালী আৰু সুসংগঠিত সামৰিক বাহিনী হিচাপে গঢ়ি তুলিবলৈ ইতিমধ্যে একাধিক সামৰিক সংস্কাৰৰ ব্যৱস্থাও জিনপিং চৰকাৰে গ্ৰহণ কৰিছে। মূলতঃ আমেৰিকাৰ সেনাবাহিনীৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা ক্ষমতাৰে জিনপিঙে পিএলএক সাজু কৰিব বিচাৰিছে।

টাইৱান, দক্ষিণ চীন সাগৰৰ দৰে বিষয়সমূহৰ ক্ষেত্ৰত চীনে আমেৰিকাৰ বাধাৰ সন্মুখীন হৈ আহিছে। আগন্তুক দিনত আমেৰিকাৰ এনে বাধাৰ উচিত প্ৰত্যুত্তৰ দিবলৈ জিনপিঙে পিএলএক অধিক শক্তিশালী তথা সর্বশ্রেষ্ঠ সেনাবাহিনী হিচাপে গঢ়িব বিচাৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: new war strategyPLARed ChinaUSA
publisher

publisher

Related Posts

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত

Zubeen Gamosa:জুবিনক্ষেত্ৰত মুল মণ্ডপত প্ৰদৰ্শন ৪৫০ ফুট দৈঘ্যৰ গামোচা

September 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d