Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

‘ছেকেণ্ড হেণ্ড’ বিমান ক্ৰয় কৰিব বিচাৰে নেকি ? নিলামত দিয়া হৈছে ডজন বিমান

publisher by publisher
July 14, 2021
in News
Reading Time: 1 min read
0
‘ছেকেণ্ড হেণ্ড’ বিমান ক্ৰয় কৰিব বিচাৰে নেকি ? নিলামত দিয়া হৈছে ডজন বিমান
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

‘ছেকেণ্ড হেণ্ড’ বিমান কিনিব বিচাৰে নেকি ? অতি শীঘ্ৰেই এই সুযোগ লাভ কৰিব । ১২খন বিমান নিলামত দিব বাংলাদেশে । যিকোনো দেশৰ নাগৰিক, চৰকাৰী বা বেচৰকাৰী সংস্থাই এই বিমান ক্ৰয় কৰিব পাৰিব ।

ADVERTISEMENT

১২খন বিমানৰ বহুকেইখন শেষবাৰ উৰিছিল ২০১২তেই । বিগত ন বছৰ ধৰি ঢাকাৰ শ্বাহজালাল বিমানবন্দৰত পৰিত্যক্ত অৱস্থাত পৰি আছে ।

এই বিমানবোৰ বাংলাদেশৰেই বন্ধ হৈ যোৱা কিছুসংখ্যক বেচৰকাৰী উৰন সংস্থাৰ । ইয়াৰ ভিতৰত আঠখন ইউনাইটেড এয়াৰৱেজৰ, দুখন ৰিজেণ্ট এয়াৰৱেজৰ, এখন জিএমজি এয়াৰ লাইন্স আৰু এখন এভিয়ানা এয়ৰলাইন্সৰ ।

দীৰ্ঘদিন পাৰ্কিং মাচুলৰ বাবদ এই সংস্থাবোৰৰ পৰা বাংলাদেশী মুদ্ৰাত আঠশ কোটি টকা পাব আছে শ্বাহজালাল বিমানবন্দৰ কৰ্তৃপক্ষই । বকেয়া ধন শোধ নকৰাৰ বাবে নিলামত দিয়াৰ সিদ্ধান্ত লৈছে কৰ্তৃপক্ষই ।

চিভিল আইন অনুযায়ীয়েই নিলামত দিয়া হৈছে বিমানকেইখন । আশানুৰূপ মূল্য লাভ নকৰিলে কেজিৰ দৰত বিক্ৰী কৰি দিয়া হ’ব ১২খন বিমান ।

আগতেই বিমানকেইনৰ পঞ্জীয়ন বাতিল হৈছিল । বিমানবন্দৰৰ পৰা এইসমূহ আঁতৰ কৰিবৰ বাবে জাননীও দিয়া হৈছিল বহুবাৰ । কিন্তু শীৰ্ষ ন্যায়ালয়ৰ জাননীৰ কোনো প্ৰত্যুত্তৰ দিয়া নাছিল সংস্থাবোৰে ।

শ্বাহজালাল কৰ্তৃপক্ষই জনাইছে, কেৱল বকেয়া ধন সংগ্ৰহ কৰাই এই নিলামৰ উদ্দেশ্য নহয় । বিমানবন্দৰৰ স্থান দখল কৰি বছৰৰ পাছত বছৰ পৰি থকা পৰিত্যক্ত বিমানবোৰক আঁতৰ কৰাও তেওঁলোকৰ লক্ষ্য ।

ঢাকাৰ এই আন্তৰ্জাতিক বিমানবন্দৰৰ পৰিচালক গ্ৰুপ কেপ্টেইন এছ‌এম টৌহিদুল আহছান । সংবাদ সংস্থাক দিয়া এক সাক্ষাৎকাৰত তেওঁ জনায়, শ্বাহজালালত তৃতীয় টাৰ্মিনেল তৈয়াৰ কৰা হৈছে । বিমানবোৰক আঁতৰ কৰিলে বন্দৰৰ স্থান ওলাব ।

শ্বাহজালালৰ কাৰ্গ’ ভিলেজৰ স্থান দখল কৰি বিগত আঠ বছৰ ধৰি পৰি আছে ১০খন বিমান । তৃতীয় টাৰ্মিনেলৰ বাবে কাৰ্গ’ ভিলেজৰ ঠাইডোখৰ খালি কৰিব লাগে বুলি জনায় টৌহিদুলে ।

ঢাকাৰ জিএম‌জি এয়াৰলাইন্স বন্ধ হয় ২০১২ত । ২০১৬ত ইউনাইটেড এয়াৰৱেজ । ২০২০ৰ মাৰ্চত বন্ধ হয় ৰিজেণ্ট এয়াৰলাইন্স । সম্পূৰ্ণ বন্ধ হোৱাৰ কেইবছৰমানৰ আগৰ পৰাই বহু কেইটা ৰুটত বিমান চলাচল বন্ধ কৰিবলৈ আৰম্ভ কৰিছিল সংস্থাবোৰে । তেতিয়াৰ পৰাই কেইখনমান বিমান ৰাখিবলৈ আৰম্ভ কৰিছিল শ্বাহজালালত ।

পাৰ্কিং চাৰ্জৰ বাবদ এতিয়া জিএমজি এয়াৰলাইন্সৰ পৰা বাংলাদেশী মুদ্ৰাত ৩৬০ টকা, ৰিজেণ্টৰ পৰা দুশ কোটি আৰু ইউনাইটেড এয়াৰৱেজৰ পৰা ১৯০ কোটি টকা পাব আছে শ্বাহজালাল বিমানবন্দৰ কৰ্তৃপক্ষই । ইয়াৰ ভিতৰত অৱশ্যে একমাত্ৰ ইউনাইটেড এয়াৰৱেজে বাংলাদেশৰ শ্বেয়াৰবজাৰৰ তালিকাভুক্ত ।

সম্প্ৰতি বিমানকেইখন নিলামত দিয়াৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । টৌহিদুলে জনায়, নিলামৰ প্ৰক্ৰিয়া নিৰ্ধাৰণৰ কমিটীও গঠন কৰা হৈছে । ইয়াৰ উপৰি কেনেদৰে নিলাম কৰা হ’ব তাৰ প্ৰক্ৰিয়া আৰু অনুমোদনো প্ৰায় সমাপ্ত হোৱাৰ পথত ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Avianca AirlinesGMG AirlinesRegent Airways
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d