Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    National stock exchange:একেদিনাই তিনি হেজাৰ পইণ্টৰ উত্থান: ৮২ হেজাৰ অতিক্ৰম ছেনছেক্সৰ

    কোন দিশে অসমীয়া সমাজ! নৃশংস অপৰাধে উদ্বিগ্ন কৰিছে সকলোকে

    Panchayat Election Results Update:বিৰোধীৰ ৰথী-মহাৰথীৰ ভেটিত কঁপনি তুলি পঞ্চায়তত বিজেপিৰ জয়

    মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

    ‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 

    সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Six Mile flyover in dangerous condition: বিপজ্জনক অৱস্থাত ছয়মাইলৰ উৰণ সেতু

যাতায়াতৰ অনুপযোগী,লোকনিৰ্মাণৰ বিশেষ সচিব দিব্যজ্যোতি চহৰীয়াক সামৰি তদন্তৰ দাবী

publisher by publisher
January 22, 2025
in India, Assam, News
Reading Time: 2 mins read
0
Six Mile flyover in dangerous condition: বিপজ্জনক অৱস্থাত ছয়মাইলৰ উৰণ সেতু
1
SHARES
9
VIEWS
ShareShareShareShare

Six Mile flyover in dangerous condition:

অতি বিপজ্জনক হৈ পৰিছে মহানগৰীৰ ছয়মাইলস্থিত উৰণ সেতুখন। নিৰ্মাণৰ বিসংগতিৰ বাবে সৃষ্টি হোৱা এই পৰিস্থিতিত আনকি যিকোনো মুহূর্তত ভয়াৱহ দুর্ঘটনা সংঘটিত হোৱাৰো আশংকা বৃদ্ধি হৈছে সেতুখনত।

ADVERTISEMENT

বিগত ২০০৯ত ছিমপ্লেক্স নামৰ এটা প্রতিষ্ঠানে নিৰ্মাণ কৰা সেতুখনৰ নানান বিসংগতি যোৱা প্ৰায় চাৰি বছৰৰ পৰা বৃদ্ধি হয়। বিশেষকৈ ৰুক্মিণীগাঁৱৰ দিশৰ পৰা উঠি যোৱা অংশটোক কেন্দ্ৰ কৰি বিসংগতি সৃষ্টি হোৱা তথা বিপজ্জনক পৰিস্থিতিৰ উদ্ভৱ হৈ আহিছে। যানবাহনৰ চলাচল সঘনে সেতুখনৰ ওপৰত নিয়ন্ত্ৰণ কৰা হৈছে।

RelatedPosts

কোন দিশে অসমীয়া সমাজ! নৃশংস অপৰাধে উদ্বিগ্ন কৰিছে সকলোকে

Buddha purnima:আজি বৌদ্ধ পূৰ্ণিমা, মহানগৰীৰ আদিংগিৰিৰ বৌদ্ধ বিহাৰ ট্ৰাষ্টত বিশেষ আয়োজন

Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !

ৰাজ্যৰ লোকনিৰ্মাণ বিভাগৰ জ্যেষ্ঠ অভিযন্তাৰ সূত্ৰই সদৰী কৰা অনুসৰি, উৰণ সেতুখনৰ দুই আৰু চাৰি নম্বৰ খুটা দুটাত দিন অতিবাহিত হোৱাৰ লগে লগে বিসংগতিও অধিক গুৰুতৰ হৈছে। তাক দূৰ কৰাৰ বাবে সঘনে মেৰামতিও কৰি থকা হৈছে। আনকি সেতুখনৰ ওপৰতে অহা-যোৱা দুয়োদিশে কাঠৰ দলং সাজিও যাতায়াত অব্যাহত ৰাখিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

sixmile 2তেনে ব্যৱস্থা কৰি সেতুখনৰ তলৰ দিশৰ পৰা মেৰামতি কৰা হৈছিল; কিন্তু সেয়াও কামত নাহিল। বর্তমানো সেতুখনৰ ৰুক্মিণীগাঁৱৰ দিশৰ পৰা উঠি যোৱা ৰাস্তাৰ বাঁও দিশটোৰে যানবাহন চলাচল নিয়ন্ত্ৰণ কৰা হৈছে। তেনে পৰিস্থিতিত সেতুখনৰ এটা অংশ ভাঙি পেলাবলগীয়া হ’ব পাৰে বুলিও বিভাগটোত চর্চা চলিছে। একে সময়তে সমস্যাটো সমাধানৰ বাবে ৰুক্মিণীগাঁৱত নির্মীয়মাণ উৰণ সেতুখন দীঘলীয়া কৰি নি ছয়মাইলৰ সেতুত সংযোগ কৰাৰো বিবেচনা কৰা হৈছে।

অৱশ্যে ইয়াৰ বাবে নক্সাৰ বহু সাল-সলনিৰ প্ৰয়োজন হোৱাৰ লগতে ব্যয়ো যথেষ্ট বৃদ্ধি পাব। সেয়েহে এই বিকল্প ব্যৱস্থাটোক সম্প্রতি একাষৰীয়া কৰি থৈ সেতুখনৰ চাৰি নম্বৰ খুটাটোত ধৰা পৰা বিসংগতি তলৰ পৰাই দূৰ কৰাৰ পৰিকল্পনা কৰা হৈছে।

উৰণ সেতুখনৰ অৱস্থাক লৈ গভীৰ উদ্বিগ্নতা প্রকাশ কৰে বিশেষজ্ঞ অভিযন্তা জে এন খাটনিয়াৰে। তেওঁ কয়, ‘মই যি অৱস্থাত সেতুখনৰ এটা অংশ দেখিছো, সেয়া অতি বিপজ্জনক অৱস্থাত আছে। মই বহু ফাট প্রত্যক্ষ কৰিছো। কংক্রিট এনে নহয় যে জোৰা-টাপলিৰে বিসংগতিবোৰ আঁতৰ কৰিব পৰা যাব। গতিকে আগন্তুক দিনত দলংখন কিদৰে স্বাভাৱিক কৰি ৰাখিব পৰা যাব, সেয়া লক্ষ্যণীয় হ’ব। এই দলংখন অত্যন্ত গুৰুত্বপূৰ্ণ। যথেষ্ট ওজন দলংখনে বহন কৰিব লাগে। গতিকে সেই মতে ব্যৱস্থা ল’ব লাগিব।’

ইপিনে, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উৰণ সেতুখনৰ দুৰৱস্থাৰ বাবে উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰে। সংগঠনটোৱে এক সংবাদমেলত বিষয়টোত গভীৰ উদ্বেগ প্রকাশ কৰি কয় যে এখন উৰণ সেতু ন্যূনতম ৫০ বছৰ ভালদৰে চলিব লাগে। ইয়াৰ বিপৰীতে ১৪ বছৰ নৌহওঁতেই ছয়মাইলৰ উৰণ সেতুখনৰ দুৰৱস্থা গভীৰ উদ্বেগৰ বিষয় হৈ পৰিছে। সংগঠনটোৰ সাধাৰণ সম্পাদক বিতু সোণোৱালে কয়, ‘সেতুখন বাৰে বাৰে মেৰামতি কৰি থকা হৈছে। মেৰামতিৰ কাম কৰে গৌতম কনষ্ট্ৰাকছনে। ইয়াৰ দ্বাৰা ৰাজ্যৰ ৰাজহৰ অপব্যয় হৈছে।

২০০৯ত সেতুখন নিৰ্মাণৰ সময়ত ইয়াৰ দায়িত্বত আছিল অভিযন্তা তথা বর্তমান লোকনির্মাণ বিভাগৰ বিশেষ সচিব দিব্যজ্যোতি চহৰীয়া। তেওঁ কি অভিযান্ত্রিক কাম কৰিছিল যে মাত্রা এইকেইটা দিনৰ ভিতৰতে সেতুখন ইমান বিপজ্জনক হৈ পৰিছে। সেতু নিৰ্মাণৰ নামত বৃহৎ মুনাফাৰ অংক কৰা হৈছিল বুলি আমি আজি ভাবিবলৈ বাধ্য হৈছো। চৰকাৰে সেতুখনৰ দুৰৱস্থাক লৈ তদন্ত কৰাৰ লগতে দিব্যজ্যোতি চহৰীয়াকো সেই তদন্তৰ আওতালৈ আনিব লাগে ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: APWDdangerous conditionGuwahatiSix Mile flyover
publisher

publisher

Related Posts

National stock exchange:একেদিনাই তিনি হেজাৰ পইণ্টৰ উত্থান: ৮২ হেজাৰ অতিক্ৰম ছেনছেক্সৰ
India

May 13, 2025
কোন দিশে অসমীয়া সমাজ! নৃশংস অপৰাধে উদ্বিগ্ন কৰিছে সকলোকে
News

কোন দিশে অসমীয়া সমাজ! নৃশংস অপৰাধে উদ্বিগ্ন কৰিছে সকলোকে

May 13, 2025
Panchayat Election Results Update:বিৰোধীৰ ৰথী-মহাৰথীৰ ভেটিত কঁপনি তুলি পঞ্চায়তত বিজেপিৰ জয়
News

Panchayat Election Results Update:বিৰোধীৰ ৰথী-মহাৰথীৰ ভেটিত কঁপনি তুলি পঞ্চায়তত বিজেপিৰ জয়

May 13, 2025
মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!
India

মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

May 12, 2025
‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 
India

‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 

May 12, 2025
সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে
India

সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

May 12, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d