Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Congress Memorandum To EC:নিৰ্বাচন আয়োগক কংগ্ৰেছৰ স্মাৰকপত্ৰ, ভোটগ্ৰহণত ব্যাপক ৰিগিং হোৱাৰ আশংকা বিৰোধীৰ

samimsultana by samimsultana
November 8, 2024
in Assam, India, News
Reading Time: 3 mins read
0
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

Gyanesh Kumar CEC controversy explained:আইন উলংঘাৰে মুখ্য নির্বাচন আয়ুক্তৰ দৌৰাত্ম্য

CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ

Congress Memorandum To EC:

অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ ৫টা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ যাতে শান্তিপূৰ্ণ আৰু নিকা হয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তক আহ্বান জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। আজি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ জৰিয়তে প্ৰেৰণ কৰা এক স্মাৰক পত্ৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া আৰু নিখিল ভাৰত কংগ্ৰেছৰ বিশেষ পৰ্যবেক্ষকৰ দায়িত্বত থকা বিকাশ উপাধ্যায়ে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰি দেশৰ নিৰ্বাচন আয়োগক মুক্ত আৰু শংকামুক্ত পৰিৱেশত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আবেদন জনায়।

ADVERTISEMENT

চামগুৰি বিধানসভা সমষ্টিত ইতিমধ্যে সংঘটিত কেবাটাও ঘটনাৰ উদাহৰণ দি স্মাৰকপত্ৰখনত কোৱা হয় যে কংগ্ৰেছ দলৰ বিধায়ক শিৱামণি বৰা, আফতাবুদ্দিন মোল্লা, আব্দুছ ছোৱাহনকে ধৰি কেবাজনো জনপ্ৰতিনিধিৰ ওপৰত দুষ্কৃতিকাৰীয়ে আক্ৰমণ চলোৱাৰ পিছতো প্ৰশাসনে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। স্পৰ্শকাতৰ ভোটকেন্দ্ৰ আৰু এলেকাসমূহত চিচিটিভি যথোপযুক্তভাৱে সংলগ্ন কৰিবৰ বাবে দাবী উত্থাপন কৰি স্মাৰকপত্ৰখনত কোৱা হয় যে শাসকীয় দলৰ একাংশ সমৰ্থক আৰু গুণ্ডাবাহিনীয়ে ইতিমধ্যে বিৰোধী দলৰ প্ৰাৰ্থীসকলক নিৰ্বাচনী প্ৰচাৰ চলোৱাত বাধা দিছে আৰু ব্যাপকভাৱে অশান্তিৰ সৃষ্টি কৰিছে।

শাসকীয় বাহিনীৰ সমৰ্থকসকলে ইতিমধ্যে কংগ্ৰেছ দলৰ সমৰ্থকৰ বাহন আৰু অন্যান্য সা-সামগ্ৰী ভাঙি লণ্ড-ভণ্ড কৰিছে আৰু সমৰ্থকসকলক ভয়-ভাবুকিৰে ভীতিগ্ৰস্ত কৰিছে। অসমত উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫টা বিধানসভা সমষ্টি চামগুৰি, বিহালী, ধলাই, ছিদলী আৰু বঙাইগাঁৱত শাসকীয় বাহিনীৰ গুণ্ডাবাহিনী, চৰকাৰী ব্যৱস্থাৰ সহযোগিতাত অধিক সক্ৰিয় হৈ পৰিছে আৰু এনে পৰিস্থিতিত কংগ্ৰেছ দলে ৰিগিং হোৱাৰ আশংকা কৰিছে।

সেইবাবে ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটাৰক নিৰাপত্তা প্ৰদান কৰি মুক্তমনেৰে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সুবিধা কৰি দিব লাগে বুলি স্মাৰকপত্ৰখনত উল্লেখ কৰা হয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই এক বিবৃতিত আজি কংগ্ৰেছ দলৰ তৰফৰ পৰা এই স্মাৰকপত্ৰখন প্ৰদান কৰাৰ কথা উল্লেখ কৰে আৰু সুস্থ গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত ভাৰতীয় নাগৰিকক নিজৰ সাংবিধানিক অধিকাৰ সাব্যস্ত প্ৰদান কৰাৰ সুবিধা প্ৰদান কৰিবলৈ নিৰ্বাচন আয়োগক আহ্বান জনায়। বৰাই লগতে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ নামত সাধাৰণ ভোটাৰক প্ৰলোভন আৰু প্ৰতিশ্ৰুতি দিয়া বুলি অভিযোগ কৰে। মুখ্যমন্ত্ৰীৰ এই প্ৰলোভন ৰাজনীতিয়ে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা বুলি উল্লেখ কৰি বৰাই ৰাইজক দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীজনৰ আভুৱাভৰা প্ৰতিশ্ৰুতিত ভোল নাযাবলৈ আহ্বান জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APCC Memorandum To EcAssam By ElectionCEC
samimsultana

samimsultana

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d