Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Irregularities in the draft voter lists for the panchayat elections:পঞ্চায়ত নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকাত বিসংগতি !

নামেই অন্তর্ভুক্ত নহ'ল বিধায়ক ছিদ্দেকৰ, শ্রীভূমিত পঞ্চায়তৰ ভোটাৰ তালিকাত লক্ষ্মী সৰকাৰৰ স্বামীৰ নাম হ'ল অসম সৰকাৰ

publisher by publisher
December 16, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Irregularities in the draft voter lists for the panchayat elections:পঞ্চায়ত নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকাত বিসংগতি !
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

Tragic road accident in Sribhumi: শ্রীভূমিৰ শ্ৰীগৌৰীত ভয়ংকৰ পথ দুর্ঘটনাৰ প্ৰাণ গ’ল চাৰিজনৰ,আহত ১৭ জনৰ

Sribhumi Masjid:মছজিদৰ মাইকৰ বাবেই ৰক্ষা পৰিল সাতজনকৈ হিন্দু লোক

পঞ্চায়ত নিৰ্বাচনৰ মাজতে মাজুলীত বিজেপি নেতাৰ পদত্যাগ

বিবাহিতা মহিলাগৰাকীৰ নাম লক্ষ্মী সৰকাৰ । ভোটাৰ তালিকাত তেওঁৰ স্বামীৰ নাম অন্তর্ভুক্ত হৈছে অসম সৰকাৰ বুলি। এনে বাৰপাচি খেলিমেলি মাজেৰে প্রকাশ পাইছে আসন্ন পঞ্চায়ত নিৰ্বাচনৰ শ্রীভূমি জিলাৰ খচৰা ভোটাৰ তালিকা। আনকি খচৰা ভোটাৰ তালিকাত নাম অন্তর্ভুক্ত নহ’ল দক্ষিণ কৰিমগঞ্জৰ বিধায়ক ছিদ্দেক আহমেদৰ।

ADVERTISEMENT

স্বাভাৱিকতে খচৰা ভোটাৰ তালিকাৰ এই বেমেজালিক লৈ নির্বাচন আয়োগৰ বিৰুদ্ধে ক্ষোভৰ সৃষ্টি হৈছে। খচৰা ভোটাৰ তালিকাৰ এই বিসংগতি ইমানেই বেছি হয় যে উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বগলিগুল আৰু বৰচড়াপুঞ্জীৰ খচৰা ভোটাৰ তালিকাৰ ক্ৰমিক নম্বৰ ৯৩৮ তথা গৃহ নম্বৰ ৩৬০ৰ লক্ষ্মী সৰকাৰৰ স্বামীৰ নাম অসম সৰকাৰ বুলি উল্লেখ আছে। একেদৰে ডালিয়া সৰকাৰৰ পিতৃৰ নাম অসম সৰকাৰ বুলি আহিছে।

খচৰা ভোটাৰ তালিকাৰ এনে নাম বিভ্রান্তিক লৈ এখন সংবাদমেলত তীব্ৰ ক্ষোভ প্রকাশ কৰি বিধায়ক ছিদ্দেক আহমেদে অভিযোগ কৰে যে বিসংগতি হোৱাৰ এটা সীমা আছে। কেৱল কোনো মহিলাৰ স্বামী বা পিতৃৰ নাম অসম সৰকাৰ হোরাতে বিসংগতি সীমাবদ্ধ থকা নাই, এজন ভোটাৰেৰেই এটা ৱাৰ্ড গঠিত হোৱাৰ দৰে বিভ্রান্তিকৰ তথ্যও এই খচৰা ভোটাৰ তালিকাত অন্তর্ভুক্ত হোৱা বুলি বিধায়কজনে ক্ষোভ প্রকাশ কৰে। তেওঁ কয় যে নীতি-নির্দেশনা অনুসৰি এটা ৱাৰ্ডত সর্বাধিক ১৫শ ভোটাৰ থাকিব পাৰে। ইয়াৰ বিপৰীতে বড়পুৰাহিয়াৰ এটা ৱাৰ্ডত মাথোঁ এজন ভোটাৰ থকা এই খচৰা ভোটাৰ তালিকাত দেখুওৱা হৈছে।

একেদৰে নিলাম বজাৰ আঞ্চলিক পঞ্চায়তৰ অধীনৰ এটা ৱাৰ্ডত মাত্র ছজন ভোটাৰহে আছে বুলি এই খচৰা ভোটাৰ তালিকাত উল্লেখ থকা বুলি অভিযোগ উত্থাপন কৰি বিধায়কজনে লগতে কয়, ‘টিলাবাড়ী বান্দৰকোন গাঁও পঞ্চায়তৰ ছয় নম্বৰ ৱাৰ্ডত ৩২জন ভোটাৰ দেখুওৱা হৈছে।’ আনকি তেওঁৰো এই খচৰা ভোটাৰ তালিকাত নাম নাই বুলি বিধায়ক আহমেদে অভিযোগ কৰি লগতে কয় যে ধলছড়া গাঁও পঞ্চায়তৰ এক নম্বৰ ৱাৰ্ডৰ সহস্রাধিক ভোটাৰৰ নামো এই খচৰা ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান হৈছে। একেদৰে নেটেলাতু-সোজপুৰ গাঁও পঞ্চায়তৰ ১০ নম্বৰ ৱাৰ্ডতো এনে ঘটনা সংঘটিত হৈছে বুলি তেওঁ অভিযোগ উত্থাপন কৰে।

খচৰা ভোটাৰ তালিকা চক্রান্তমূলকভাৱে প্ৰস্তুত কৰা হৈছে বুলি ক্ষোভ প্রকাশ কৰি বিধায়কজনে পুনৰ কয়, ‘বিজেপিৰ একাংশ নিম্ন পৰ্যায়ৰ কৰ্মীয়ে মোক সহ্য কৰিব পৰা নাই। তেওঁলোকে সম্পূর্ণ চক্রান্তমূলকভারে পঞ্চায়তৰ ভোটাৰ তালিকা প্রস্তুত কৰাইছে। মুখ্যমন্ত্ৰীক এই কথা অরগত কৰিম। কাৰ নেতৃত্বত পঞ্চায়তৰ খচৰা ভোটাৰ তালিকাত এই বৃহৎ বিসংগতি ঘটিছে, সেয়া প্রশাসনে প্রকাশ কৰিব লাগিব। চৰকাৰী চাকৰিয়ালৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিব লাগিব।’ খচৰা ভোটাৰ তালিকাৰ এই বিসংগতি সম্পর্কত অহা মঙলবাৰে শ্রীভূমিৰ জিলা আযুক্তক স্মাৰকপত্ৰ প্ৰদান কৰিব বুলি বিধায়ক আহমেদে সদৰী কৰে। তাৰ পাছতো ফল নাপালে বৃহত্তৰ আন্দোলন গঢ়ি তোলাৰ তেওঁ হুংকাৰ দিয়ে।

আনহাতে, বহিষ্কৃত কংগ্ৰেছ বিধায়কজনক বিজেপিৰ স’তে তেওঁৰ ঘনিষ্ঠতা প্রসংগ সাংবাদিকে সংবাদমেলত উত্থাপন কৰাত তেওঁ কয়, ‘মুখ্যমন্ত্ৰীৰ কামৰ স’তে শ্রীভূমি জিলাৰ একাংশ বিজেপি কর্মীৰ কামৰ অমিল আছে। মোৰ ৰাজনৈতিক ভবিষ্যৎ ধ্বংস কৰাৰ উদ্দেশ্যে চক্রান্তমূলকভাৱে কাম কৰিছে। খচৰা ভোটাৰ তালিকা প্রস্তুতত চৰকাৰী নীতি-নির্দেশনা (গাইড লাইন) সম্পূর্ণৰূপে প্ৰদানত কৰা হৈছে। এখন গাঁও পঞ্চায়তৰ কিছু সংখ্যকক আনত ভর্তি কৰা হৈছে। এই খেলিমেলিৰ মই উচিত তদন্ত দাবী কৰিছো।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Irregularities in the draft voter listsMla Siddiq AhmedPanchayat ElectionsSri bhumi
publisher

publisher

Related Posts

ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে
India

September 2, 2026
পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d