Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

International Criminal Court:ট্রাম্পৰ ৰোষত আন্তর্জাতিক অপৰাধ আদালত !

আমেৰিকাৰ বিৰুদ্ধে লোৱা সিদ্ধান্তৰ পাছত জাৰি একাধিক নিষেধাজ্ঞা

publisher by publisher
February 7, 2025
in News, International
Reading Time: 1 min read
0
International Criminal Court:ট্রাম্পৰ ৰোষত আন্তর্জাতিক অপৰাধ আদালত !
1
SHARES
10
VIEWS
ShareShareShareShare

International Criminal Court:

এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ৰোষৰ সন্মুখীন হ’ল আন্তৰ্জাতিক অপৰাধ আদালত (আইচিচি)। অভিযোগ অনুসৰি আমেৰিকাৰ বিৰুদ্ধে সেই আদালতত কেবাটাও সিদ্ধান্ত লোৱা হৈছে ।

ADVERTISEMENT

কিছুমান সিদ্ধান্ত আমেৰিকাৰ ওচৰত থকা ইজৰাইলৰ বিৰুদ্ধেও গৈছে। ইয়াৰ পাছতে আন্তৰ্জাতিক ন্যায়ালয়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে ট্ৰাম্পে। বৃহস্পতিবাৰে তেওঁ আই চি চিৰ ওপৰত একাধিক নিষেধাজ্ঞা আৰোপ কৰে। এই সন্দৰ্ভত ট্ৰাম্পে সংশ্লিষ্ট নিৰ্দেশনাত স্বাক্ষৰ কৰাৰ পাছতে হোৱাইট হাউছে এক বিবৃতি প্ৰকাশ কৰে। ট্ৰাম্পৰ এই পদক্ষেপক লৈ এতিয়াও কোনো সঁহাৰি দিয়া নাই আইচিচিয়ে।

RelatedPosts

US Visa:২১ জানুৱাৰীৰ পৰা ৭৫ খন দেশৰ বাবে মাৰ্কিন ভিছা বন্ধ হ’ব !

মঙলবাৰে হোৱাইট হাউছৰ সমীপত গুলীবিদ্ধ হৈছিল, বুধবাৰে মৃত্যু হ’ল মাৰ্কিন ৰক্ষীৰ

Donald Trump’s outburst of anger: শান্তি নির্মাতা হ’বলৈ অত্যুৎসাহী হৈ পৰা ট্রাম্পৰ ক্ষোভৰ উদগীৰণ

আই চি চি এখন আন্তঃচৰকাৰী আৰু আন্তঃৰাষ্ট্ৰীয় আদালত। নেদাৰলেণ্ডৰ হেগ চহৰত অৱস্থিত এই আদালতে কিছুদিন পূৰ্বে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছিল। মঙলবাৰে নেতানিয়াহুৱে ট্ৰাম্পৰ স’তে সাক্ষাৎ কৰে। ইয়াৰ পাছতে আই চি চি বিৰুদ্ধে পদক্ষেপ লোৱাৰ পথত আগবাঢ়িল আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকী।

হোৱাইট হাউছৰ বিবৃতিত দাবী কৰা হৈছে যে আই চি চিয়ে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিছে। আমেৰিকা আৰু ইয়াৰ ঘনিষ্ঠ বন্ধুসকলে ইজৰাইলক ‘লক্ষ্য’ কৰিবলৈ কেবাটাও অবৈধ আৰু ভিত্তিহীন সিদ্ধান্ত গ্ৰহণ কৰিছে। ফলত ট্ৰাম্পে আইচিচি ৰ সকলো বিষয়া, কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ সম্পত্তি জব্দ কৰাৰ নিৰ্দেশ দিছে।

তেওঁলোকক আমেৰিকা লৈ যাত্ৰা কৰাৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। শেহতীয়াকৈ, আইচিচিয়ে যুদ্ধ অপৰাধৰ বিচাৰ চলাই আছিল। অভিযোগ কৰা হৈছে যে কেবাটাও আদালতৰ সিদ্ধান্ত আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে গৈছে।ট্ৰাম্পৰ নিষেধাজ্ঞা তেওঁলোকৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব যিসকলে পৰীক্ষণত সহযোগ কৰিছে।

আমেৰিকা বা ইজৰাইল আইচিচিৰ সদস্য নহয়। ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ প্ৰথম নিৰ্বাচনৰ পাছত, ট্ৰাম্পে আইচিচিৰ কিছুমান বিষয়াৰ বিৰুদ্ধে কিছু বিত্তীয় আৰু ভিছা নিষেধাজ্ঞা আৰোপ কৰিছিল। এইবাৰ তেওঁ সম্পত্তি জব্দ কৰিবলৈও নিৰ্দেশ দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Multiple Restrictions On ICCTrump Against IccWhite House
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d