Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছৌদি আৰৱৰ কিং ফাহাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হুথিৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ,ভাৰতীয়সহ দুজনৰ মৃত্যু

    ‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ

    স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?

    প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান

    স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে

    শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Donald Trump’s outburst of anger: শান্তি নির্মাতা হ’বলৈ অত্যুৎসাহী হৈ পৰা ট্রাম্পৰ ক্ষোভৰ উদগীৰণ

সিহঁতে কি কৰি আছে নিজেই নাজানে ,ৰাষ্ট্ৰপতিৰ মুখত ফুটিল অশ্লীল শব্দ, যুদ্ধবিৰতি ভংগ নকৰিবলৈ আহ্বান

publisher by publisher
June 25, 2025
in International, News
Reading Time: 2 mins read
0
Donald Trump’s outburst of anger: শান্তি নির্মাতা হ’বলৈ অত্যুৎসাহী হৈ পৰা ট্রাম্পৰ ক্ষোভৰ উদগীৰণ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

এইচ১বি ভিছাৰ মাচুল ৯০ লাখ টকা অতিৰিক্ত বৃদ্ধিৰ প্ৰস্তাৱ ট্রাম্প প্ৰশাসনৰ

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

Donald Trump’s outburst of anger:

ইজৰাইল আৰু ইৰানৰ প্ৰতি তীব্র অসন্তুষ্ট হৈছে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প। মঙলবাৰে দ্য হেগত অনুষ্ঠিত নাটোৰ সন্মিলনত অংশগ্ৰহণৰ বাবে হোৱাইট হাউছ ত্যাগৰ পূৰ্বে ট্রাম্পে প্রদর্শন কৰে চূড়ান্ত বিৰক্তি। কিয়নো ট্রাম্পৰ মতে দুয়োখন দেশ যুদ্ধবিৰতিত উপনীত হৈছে।

ADVERTISEMENT

তেওঁ কয়, ‘১২ দিনীয়া যুদ্ধৰ অন্ত পেলাবলৈ তেওঁৰ দ্বাৰা প্ৰস্তাৱিত যুদ্ধবিৰতি চুক্তি উলংঘা কৰিছে ৰাষ্ট্ৰ দুয়োখনে।’ ইজৰাইল আৰু ইৰানৰ বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কৰি ট্রাম্পে কয় যে দুই ৰাষ্ট্ৰই তেওঁৰ ‘সম্পূৰ্ণ আৰু সামগ্রিক যুদ্ধবিৰতি’ক ধ্বংস কৰিলে। বিমানত উঠাৰ পূৰ্বে ট্রাম্পে দাবী কৰে যে ‘সিহঁতে (ইজৰাইল আৰু ইৰান) নাজানে যে কি… (অশ্লীল) কৰি আছে?’ ইয়াৰ পাছত ট্রাম্পে ইজৰাইলক বোমা নিক্ষেপ বন্ধ কৰিবলৈ কয় সামাজিক মাধ্যমৰ প’ষ্টত।

তদুপৰি লিখিছে, ‘যদি তোমালোকে বোমা নিক্ষেপ কৰা তেন্তে ই হ’ব গুৰুতৰ উলংঘন। ততালিকে তোমালোকৰ পাইলটসকলক ঘৰলৈ ওভতাই আনা।’ সোমবাৰে ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত কমেও চাৰিজন ইজৰাইলী নিহত হোৱাৰ পাছত আৰু ইজৰাইলে সূর্যোদয়ৰ পূৰ্বে ইৰানৰ বাহিনীৰ ঘাটিত বিমান আক্ৰমণ কৰাৰ পাছত দুই পক্ষই চুক্তি মানি লৈছিল।

সামাজিক মাধ্যমত যুদ্ধবিৰতি ঘোষণা কৰি মার্কিন ৰাষ্ট্ৰপতিয়ে কয়, ‘এতিয়া যুদ্ধবিৰতি কাৰ্যকৰী হৈছে। অনুগ্ৰহ কৰি উলংঘন নকৰিব।’ অৱশ্যে যুদ্ধবিৰতি আৰম্ভ হোৱাৰ কিছু ঘণ্টা পাছতে ইজৰাইলৰ উত্তৰ প্রান্তত শুনিবলৈ পোৱা গ’ল আক্ৰমণৰ সংকেত ধ্বনি আৰু বিস্ফোৰণৰ শব্দ।

এই কার্যত অগ্নিশর্মা হৈ পৰে ট্রাম্প। বিগত সময়ছোৱাত শান্তি স্থাপনৰ ভূমিকাত অৱতীৰ্ণ হ’বলৈ আগ্রহ প্রকাশ কৰা ট্রাম্পে কয়, ‘ইজৰাইলে আমি চুক্তি কৰাৰ লগে লগে ইয়াক ভংগ কৰি বোমাবোৰ পেলালে। এনে বৃহৎ পৰিমাণৰ বোমা নিক্ষেপ আমি পূর্বতেও কেতিয়াও দেখা নাই।’ তাৰ পাছত ট্রাম্পে সাংবাদিকক কয়, ‘আপোনালোকে জানেনে কি হৈছে? দুখন দেশে দীর্ঘদিন ধৰি যুদ্ধ কৰি আছে আৰু ইমানেই যুঁজিছে যে তেওঁলোকে নাজানে যে কি… কৰি (অশ্লীল) আছে।’

অৱশ্যে এই কথা কোৱাৰ কিছু মুহূৰ্তৰ পাছতে ট্রাম্পে সুৰ সলনি কৰে আৰু পুনৰ শান্তিৰ আশাত বন্দী হয়। ট্রাম্পে কয়, ‘ইজৰাইলে ইৰানক আক্রমণ নকৰে। সকলোবোৰ বিমান ঘৰলৈ ঘূৰাই অনা হ’ব। ইজৰাইলে ইৰানলৈ বন্ধুত্বসুলভ ‘বিমান লহৰ’ তুলিছে। কোনো আঘাতপ্রাপ্ত নহয়, যুদ্ধবিৰতি কাৰ্যকৰী হৈছে।’ পুনৰ ট্রাম্পৰ দাবী, ‘ইৰানে কেতিয়াও পাৰমানৱিক কেন্দ্ৰ স্থাপন নকৰে।’

ইপিনে, ট্রাম্পৰ এই ভাষ্যৰ পূৰ্বে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাজেই কয় যে তেওঁ তেহৰানত নতুন আঘাত হানিবলৈ সামৰিক বাহিনীক নির্দেশ দিছে। ইৰানে ইজৰাইলৰ অভিযোগ নস্যাৎ কৰে আৰু কয় যে ইজৰাইলে যুদ্ধবিৰতি কাৰ্যকৰী হোৱাৰ সময়ৰ পূৰ্বে প্ৰায় ডেৰ ঘণ্টা ধৰি আক্ৰমণ চলাইছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ইৰানৰ বৈদেশিক মন্ত্রী আব্বাছ আৰাঘচিয়ে কয় যে ইজৰাইলে যদি বন্ধ কৰে তেন্তে ইৰানেও আক্রমণ বন্ধ কৰিব। ইয়াৰ পাছত ইজৰাইলে নিশ্চিতি দিয়ে যে তেওঁলোকৰ অভিযানৰ লক্ষ্য সাধন হৈছে আৰু সেয়েহে শত্রুতাৰ পৰা বিৰত থাকিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DONALD TRUMPiran isreal waroutburst of angerWhite House
publisher

publisher

Related Posts

ছৌদি আৰৱৰ কিং ফাহাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হুথিৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ,ভাৰতীয়সহ দুজনৰ মৃত্যু
International

October 22, 2026
‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ
India

‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ

October 22, 2026
স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?
International

স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?

October 22, 2026
প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান
Assam

প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান

October 22, 2026
স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে
Assam

স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে

October 22, 2026
শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী
Assam

শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী

October 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d