Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

    স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

HC has taken a tough stance against illegal coal mining despite the ban:নিষেধাজ্ঞাৰ পাছতো কয়লাৰ অবৈধ খনন !

দিছপুৰে অস্বীকাৰ কৰি অহা ক'লা বেহা অৱশেষত ন্যায়ালয়ৰ দৃষ্টিত, নিজাববীয়াকৈ গোচৰ ৰুজু কৰি ৰাজ্য চৰকাৰলৈ জাননী জাৰি মুখ্য ন্যায়াধীশৰ নেতৃত্বৰ খণ্ড বিচাৰপীঠৰ , সাত ফেব্ৰুৱাৰীত পৰৱৰ্তী শুনানি ধার্য

publisher by publisher
January 29, 2025
in Assam, Crime, India, News
Reading Time: 2 mins read
0
HC has taken a tough stance against illegal coal mining despite the ban:নিষেধাজ্ঞাৰ পাছতো কয়লাৰ অবৈধ খনন !
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

HC has taken a tough stance against illegal coal mining despite the ban:

ডিমা হাছাও জিলাৰ উমৰাংছ’ত অবৈধ কয়লা খনিত সংঘটিত এক ভয়াৱহ দুর্ঘটনাই দীর্ঘদিন ধৰি অব্যাহত থকা ক’লা সাম্রাজ্য আৰু ইয়াক লৈ চৰকাৰ কৰ্তৃপক্ষৰ স্বৰূপ নগ্নভাবে উন্মোচিত কৰিলে। ‘দৈনিক অগ্রদূত’ত উমৰাংছ’ৰ অবৈধ কয়লা খননৰ সন্দর্ভত এলানি প্রতিবেদন প্রকাশ কৰা হয় যদিও গা লৰা নাছিল দিছপুৰৰ ।

ADVERTISEMENT

যোৱা ছয় জানুৱাৰীত উমৰাংছ’ৰ কালামাটি অঞ্চলৰ অবৈধ কয়লা খনিত নজন শ্রমিক জীৱন্তে আবদ্ধ হোৱাৰ পাছত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই স্বীকাৰ কৰিবলৈ বাধ্য হয় যে ৰাজ্যত অব্যাহত আছে অবৈধ ‘ৰেট হ’ল’ খনন। উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞাৰ পাছতো ৰাজ্যত চৰকাৰী পৃষ্ঠপোষকতাত অব্যাহত আছিল অবৈধ কয়লা খনন।

উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা বলবৎ কৰিবলৈ ব্যর্থ হোৱা অথবা ৰহস্যজনক মৌনব্রত ধাৰণ কৰা দিছপুৰ এতিয়া জবাবদিহি হ’ব লাগিব উচ্চ ন্যায়ালয়ৰ মজিয়াত।

গুৱাহাটী উচ্চ ন্যায়ালয়ে উমৰাংছ’ৰ অবৈধ কয়লা খননৰ বিষয়টোক লৈ গভীৰ উদ্বেগ প্রকাশ কৰাৰ লগতে নিজাববীয়াকৈ ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ ৰুজু কৰিছে। ‘ৰেট হ’ল’ খননৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা বলৱতৰ ক্ষেত্ৰত প্ৰশাসনৰ ব্যৰ্থতাৰ প্ৰসংগ উল্লেখ কৰি নিজাববীয়া গোচৰ ৰুজু কৰে উচ্চ ন্যায়ালয়ে।

এক নির্দেশত মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ কৌশিক গোস্বামীৰ যুটীয়া বিচাৰপীঠে ৰাজ্যৰ মুখ্য সচিবকে ধৰি ৰাজ্য চৰকাৰৰ বৰমূৰীয়া সাতজন বিষয়ালৈ জাননী জাৰি কৰে। এইসকল হৈছে অসম চৰকাৰৰ মুখ্য সচিব, খনি আৰু খনিজ বিভাগৰ অতিৰিক্ত মুখ্য সচিব, পৰিৱেশ আৰু বন বিভাগৰ আয়ুক্ত সচিব, গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব, ডিফুস্থ কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব তথা মহানগৰীৰ কাহিলিপাৰাৰ ভূতত্ত্ব আৰু খনিজ সঞ্চালকালয়ৰ সঞ্চালক।

নির্দেশটোত মঙলবাৰে মুখ্য ন্যায়াধীশৰ নেতৃত্বৰ যৌথ বিচাৰপীঠে উল্লেখ কৰে যে ২৭ জানুৱাৰীৰ নিৰ্দেশ মর্মে এই ৰাজহুৱা স্বার্থজড়িত গোচৰ (নিজাববীয়া) আবেদন পঞ্জীয়ন আৰু শুনানিৰ বাবে গ্রহণ কৰা হয়। নির্দেশত উল্লেখ কৰা হয় যে উমৰাংছ’ৰ কয়লা খনন আদালতৰ দৃষ্টিগোচৰ হৈছে। উমৰাংছ’ অঞ্চলত দুশতকৈ অধিক ‘ৰেট হ’ল’ খনন চলি থকা বুলি প্রকাশিত বিভিন্ন প্রতিবেদন আদালতৰ দৃষ্টিগোচৰ হৈছে।

তদুপৰি আদালতে এই কথাও লক্ষ্য কৰিছে যে অসমৰ কার্বি আংলং জিলাত ‘ৰেট হ’ল‘ খনন অনিয়ন্ত্রিতভাবে চলি আছে আৰু এই বিষয়ে জ্ঞাত হোৱাৰ পাছতো কর্তৃপক্ষই উক্ত ‘বেট হ’ল’ খননসমূহ বন্ধ কৰিবলৈ অথবা প্রতিৰোধ কৰিবলৈ কোনো ব্যবস্থা লোৱা নাই। এই কথা উল্লেখ কৰি যুটীয়া বিচাৰপীঠে সংশ্লিষ্ট পক্ষলৈ জাননী জাৰি কৰে। মঙলবাৰে আদালতত উপস্থিত থাকে ৰাজ্যৰ মহাধিবক্তা দেৱজিৎ শইকীয়া। ৰাজ্যৰ মুখ্য সচিবৰ পৰা আৰম্ভ কৰি ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনাৰ প্ৰধান সচিবকে ধৰি জাননী জাৰি পাঁচজন বিষয়াৰ লগতে ভূতত্ত্ব আৰু খনিজ সঞ্চালকৰ হৈ উপস্থিত থাকে মহাধিবক্তা।

আনহাতে, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিবৰ হৈ জাননী গ্ৰহণ কৰে পৰিষদৰ অধিবক্তা জে চুতীয়াই। অহা সাত ফেব্ৰুৱাৰীত পুনৰ গোচৰৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে। ইয়াৰ পূৰ্বে ৰাজহুৱা স্বার্থজড়িত আবেদন (নিজাববীয়া) সন্দর্ভত শপতনামা দাখিল কৰাৰ লগতে ৰাজ্যত ‘ৰেট হ’ল’ কয়লা খনন কার্য বন্ধ কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থাৰ শেহতীয়া অৱস্থিতি প্রতিবেদন দাখিল কৰিব লাগিব ৰাজ্য চৰকাৰে।

যুটীয়া বিচাৰপীঠৰ নিৰ্দেশ অনুসৰি অসম চৰকাৰে পৰিস্থিতিৰ সন্দৰ্ভত আৰু অবৈধ খনন বন্ধ কৰিবলৈ গ্রহণ কৰা কাৰ্যব্যৱস্থা সন্দৰ্ভত বিতং শপতনামা সাত ফেব্ৰুৱাৰীৰ পূর্বে দাখিল কৰিব লাগিব। আজিৰ নিৰ্দেশত উচ্চ ন্যায়ালয়ে সর্বোচ্চ ন্যায়ালয়ৰ নিষেধাজ্ঞা বলৱতৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

আদালতৰ নিৰ্দেশত স্পষ্ট হৈছে যে সংশ্লিষ্ট কর্তৃপক্ষই উচ্চতম ন্যায়ালয়ৰ অবৈধ খননৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা বলবৎ কৰাত ব্যর্থ হৈছে। মনকৰিবলগীয়া যে উমৰাংছ’ৰ শোকাৱহ ঘটনাৰ ক্ষেত্ৰত আদালতৰ হস্তক্ষেপ অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam GovtHigh Court CourtILLEGAL COAL MININGIssue NoticeUmrangso
publisher

publisher

Related Posts

খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ
Assam

October 1, 2026
পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়
Assam

পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

October 1, 2026
স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য
Assam

স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

October 1, 2026
৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে
Assam

৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

October 1, 2026
Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
Assam

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

October 1, 2026
বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ
Assam

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d