Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ

    Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

    Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

    Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Stagnation in the e-file system of the Government of Assam:অসম চৰকাৰৰ ই-ফাইল ব্যৱস্থাত অভাৱনীয় স্থৱিৰতা

সেৱা প্ৰদান কৰা প্ৰতিষ্ঠানক প্ৰাপ্য ধন পৰিশোধ নকৰাত ছাৰ্ভাৰ ব্যৱহাৰত বাধা, ৰাজ্য স্তব্ধ চৰকাৰী ফাইলৰ কাম

publisher by publisher
February 14, 2025
in India, Assam, News
Reading Time: 3 mins read
0
Stagnation in the e-file system of the Government of Assam:অসম চৰকাৰৰ ই-ফাইল ব্যৱস্থাত অভাৱনীয় স্থৱিৰতা
1
SHARES
14
VIEWS
ShareShareShareShare

Stagnation in the e-file system of the Government of Assam:

সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে ৰাজ্যৰ প্ৰশাসনৰ কাম-কাজ। কিয়নো চৰকাৰে প্ৰৱৰ্তন কৰা ই-ফাইল ব্যৱস্থাটোৰ সকলো কাম- কাজ স্তব্ধ হৈ পৰিছে। চৰকাৰী কামৰ গতি ত্বৰান্বিত কৰিবলৈ অসম চৰকাৰে ই-ফাইল ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল।

ADVERTISEMENT

এই ব্যৱস্থাত মন্ত্রী-আমোলা, বিষয়াই কাৰ্যালয়ত নবহাকৈয়ে নিজৰ দায়িত্বত থকা ফাইলৰ কাম কৰিব পাৰে, স্বাক্ষৰ কৰিব পাৰে। এই ব্যৱস্থাটো একেটা নেটৱৰ্কত চলি আহিছে। সেই ব্যৱস্থাটোতেই সম্প্রতি সম্পূর্ণ যতি পৰিছে।

RelatedPosts

Assam State Election Commission press conference in Janata bhawan: জনতা ভৱনত অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ সংবাদমেল

SLC Scheme:কৰ্মচাৰীসকলৰ বাবে আৰম্ভ Employee Salary-Linked Credit Scheme

Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

ইয়াৰ ফলত সমগ্ৰ প্ৰশাসনিক আৰু বিভাগীয় ব্যৱস্থাটোত হাহাকাৰ লাগিছে। সন্মুখত ৰাজ্যিক বাজেটৰ লগতে ‘এডভান্টেজ আছাম‘ বিনিয়োগ সন্মিলনৰ দৰে বৃহৎ চৰকাৰী কাৰ্যসূচী থকা অৱস্থাত ব্যৱস্থাটো ভৱন সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰাত হুৱাদুৱা লগা অৱস্থাৰ সৃষ্টি হৈছে।

janata bhwan 2কিয়নো সম্প্রতি প্রায় এশ শতাংশ কামেই ই-ফাইল ব্যৱস্থাৰে সম্পন্ন হয়। তাতেই সম্পূৰ্ণ যতি পৰাত স্বাভাৱিকতে চৰকাৰৰ সকলো কাম-কাজত স্তব্ধতা বিৰাজ কৰিছে। আকস্মিকভাৱে সৃষ্টি হোৱা এই জটিলতাৰ পৰিপ্ৰেক্ষিতত যিবোৰ ফাইলৰ কাম এতিয়াও নকৰিলে নহয়,সেইবোৰ পুনৰ পূৰ্বৰ দৰে কাগজ আৰু কলমেৰে হাতেৰে কৰিবলৈ মুখ্যমন্ত্রীয়ে নির্দেশ দিছে।

সেই নিৰ্দেশক লৈয়ো অসুবিধাৰ সৃষ্টি হৈছে। কাৰণ এটা আধুনিক ব্যৱস্থাৰ মাজত সোমাই যোৱাৰ পাছত তাক পুনৰ পূৰ্বৰ ব্যৱস্থাৰে কৰাটো ইমান সহজ নহয়। যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰাই ই-ফাইল ৱেবছাইটটোৱে ভালদৰে কাম কৰা নাছিল। তাৰ পাছত কালিৰ পৰা ই সম্পূৰ্ণ বন্ধ হৈ পৰে।

ৰাজ্য চৰকাৰৰ তথ্য-প্রযুক্তি বিভাগৰ সূত্ৰই সদৰী কৰা অনুসৰি, ব্যৱস্থাটো কেতিয়ালৈ পুনৰ স্বাভাৱিক হৈ উঠিব, সেয়া আজিয়েই স্পষ্টকৈ ক’ব নোৱাৰি। ব্যৱস্থাটোত সৃষ্টি হোৱা এই জটিলতাৰ বাবে চৰকাৰৰ বিভাগবোৰৰ মাজত কোনো এটা ফাইলৰে আদান-প্ৰদান হোৱা নাই, কোনো নথিত মন্ত্ৰী, আমোলা আৰু বিষয়াই স্বাক্ষৰ কৰিব পৰা নাই।ধনৰ লেনদেনো হোৱা নাই।

বিভাগীয় নীতি-নিৰ্দেশনাসমূহ জাৰি কৰিব পৰা নাই। মুঠতে ফাইলক লৈ যিমান কাম হৈ আহিছে, সেই সকলো এতিয়া স্তব্ধ হৈ পৰিছে। দিছপুৰৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈকে, বিভাগবোৰৰ মুৰব্বীৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি গাঁও অঞ্চললৈকে বিস্তাৰিত হৈ থকা কাৰ্যালয়বোৰতো কোনো কাম হোৱা নাই। ইফালে, সন্মুখত আছে ৰাজ্যিক বাডেট আৰু এডভান্টেজ আছামৰ দৰে বৃহৎ বিনিয়োগ সন্মিলনো। এই সন্মিলনৰ বাবে অন্তিম পৰ্যায়ত য’ত যিমান যোগাযোগ কৰিব লাগে,সেইবোৰো হোৱা নাই।

এই অভাৱনীয় জটিলতাৰ কিয় আৰু কেনেকৈ সৃষ্টি হৈছে, তাকে লৈ চৰকাৰী পক্ষ সম্পূর্ণ নিমাত। অসম চৰকাৰৰ ই-ফাইল ব্যৱস্থাটোত নেটৱৰ্ক ছাৰ্ভাৰ প্ৰদান কৰি আহিছে ৰেইল-টেল কৰ্প’ৰেছনে। ভাৰত চৰকাৰৰ ৰেল মন্ত্ৰণালয়ৰ অধীনৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৰ ই-ফাইল ব্যৱস্থাৰ ছাৰ্ভাৰত জটিল বিজুতি ঘটাৰ ফলতে অসমত এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে।

অৱশ্যে একে সময়তে চৰকাৰৰ উচ্চস্তৰীয় পৰ্যায়ত চৰ্চা হোৱা অনুসৰি, ছাৰ্ভাৰ ব্যৱহাৰ কৰাৰ বিনিময়ত প্রতিষ্ঠানটোক অসম চৰকাৰে যি ধন প্ৰদান কৰি আহিছে, সেয়া অনিয়মীয়া হোৱাত ৰেইল-টেলে এনে কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে। এই সন্দৰ্ভত ‘দৈনিক অগ্ৰদূত’ৰ ফালৰ পৰা ব্যৱস্থাটোৰ লগত জড়িত কে’বাজনো শীর্ষ বিষয়াৰ লগত যোগাযোগ কৰা হয় যদিও সকলোৱে স্পষ্ট উত্তৰ দিয়াৰ পৰা বিৰত থাকে।

সেয়েহে একাংশৰ মাজত হোৱা চৰ্চাক নুই কৰিব নোৱাৰি বুলি সূত্ৰই এই মন্তব্য কৰে। ই-ফাইলৰ কাম বন্ধ হোৱা মানেই চৰকাৰৰ কাম-কাজো সম্পূৰ্ণৰূপে স্থৱিৰ হৈ পৰাটোকে সূচায়। জনতা ভৱনৰ উচ্চস্তৰীয় সূত্ৰই সদৰী কৰা অনুসৰি, আগন্তুক বিধানসভা অধিবেশনৰ বাবেও ফাইলৰ কাম এই সময়ত যথেষ্ট বৃদ্ধি হৈছে।

সমান্তৰালভাৱে কেইদিনমান পাছতে চলিত বিত্তীয় বৰ্ষটোও শেষ হ’ব। তাকে লৈয়ো বিভাগবোৰত ব্যস্ততা তুংগত উঠিছে। বছৰ শেষ হোৱাৰ পূৰ্বে পুঁজি ব্যয়ত চৰকাৰৰ অত্যন্ত লৰা-ঢপৰা লাগে। সেয়াও বন্ধ হৈ পৰিছে। অথচ এই সময়ত এদিন কাম বন্ধ হ’লেই তাৰ প্ৰভাৱ দীঘলীয়া সময়লৈ বাহাল থাকে। তেনেস্থলত দুই-তিনি দিন ধৰি সম্পূৰ্ণ কাম বন্ধ হৈ পৰাটো সমগ্ৰ প্ৰশাসনীয় ব্যৱস্থাটোৰ প্ৰতি ডাঙৰ প্ৰত্যাহ্বান। মন্ত্ৰীসকলে হাতেৰে ফাইলৰ কাম কৰিবলৈ নিৰ্দেশহে দিছে, তাৰ বাস্তৱ প্ৰতিফলন ঘটা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam GovtDist AdministrationsJanata BhawanStagnation in e-file system
publisher

publisher

Related Posts

Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ
News

April 26, 2026
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
News

Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি
News

Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
News

Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

April 26, 2026
Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
News

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d