Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুকলি কৰি দিলে CJPৰ তিনি নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাঙ্কাক

    বৰআগ্রা বাপুজী প্রাথমিক বিদ্যালয়ত কণ কণ ছাত্র-ছাত্ৰীৰ ব্যতিক্ৰমী ‘শনিবৰীয়া বজাৰ’

    জ্ঞানেশক আঁতৰ নকৰালৈ নিতৌ যন্তৰ মন্তৰলৈ সমদল উলিয়াব চিজেপিয়ে

    পথত লোৰ জোং স্থাপন কৰিও বাধা প্রতিবাদকাৰীক

    শ্বাসৰুদ্ধকৰ পৰিৱেশত উত্তাল ৰাজধানী

    শ্বাসৰুদ্ধকৰ পৰিৱেশত উত্তাল ৰাজধানী

    CJPৰ আন্দোলনত যোগদানৰ ইচ্ছা প্ৰকাশৰ পিছতে চৰ্চাত ধ্ৰুৱ ৰাঠী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

 শ্ৰী শ্ৰী বটদ্ৰৱা থানত এতিয়া কেৱল বিৰাজ কৰিছে নিস্তব্ধতা

publisher by publisher
May 17, 2020
in COVID-19, News
Reading Time: 1 min read
0
 শ্ৰী শ্ৰী বটদ্ৰৱা থানত এতিয়া কেৱল বিৰাজ কৰিছে নিস্তব্ধতা
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

তীব্ৰ আৰ্থিক সংকটত বটদ্ৰৱা থান : আদায় দিব পৰা নাই কৰ্মচাৰী-সেৱকৰ মাননি
বছৰৰ বাৰ মাহৰ প্ৰতিটো দিনতেই ৰাজ্য খনৰ উপৰিও দেশ-বিদেশৰ বিভিন্ন তীৰ্থযাত্ৰী, দৰ্শনাৰ্থী আৰু ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰি থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱাৰ শ্ৰী শ্ৰী বটদ্ৰৱা থানত সম্প্ৰতি বিৰাজ কৰিছে নিমাওমাও পৰিৱেশৰ । কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে দেশজুৰি বলবৎ কৰা তলাবন্ধৰ বাবে ইতিহাস প্ৰসিদ্ধ থানখনলৈ আগমন ঘটা নাই তীৰ্থযাত্ৰী আৰু দৰ্শনাৰ্থীৰ । সেয়েহে থানখনৰ কীৰ্তন ঘৰ, দুই পদশিলা, দৌল মন্দিৰ আৰু সতী ৰাধিকা মন্দিৰত চৈধ্য প্ৰসংগৰ বাহিৰে কোনো ধৰণৰ কাৰ্যসূচীয়েই অনুষ্ঠিত কৰা নাই । ইতিহাস প্ৰসিদ্ধ থানখনত নিতৌ মাত্ৰ তিনি জনকৈ ভকতে সলনা-সলনীকৈ সামাজিক দূৰত্বৰ নিৰ্দেশনা মানি চলি দুই পদশিলা, কীৰ্তনঘৰ আৰু দৌল মন্দিৰত চৈধ্য প্ৰসংগ অব্যাহত ৰাখিছে । আগতে দুপৰীয়াৰ প্ৰসংগত কীৰ্তনঘৰ আৰু দৌল মন্দিৰত অগনন ভক্তৰ সমাগম হয় যদিও তলাবন্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা এই প্ৰসংগত কোনো তীৰ্থযাত্ৰী আৰু অন্য ভকতৰ আগমন ঘটা নাই । তলাবন্ধৰ এই  দীঘলীয়া সময় ছোৱাত থান খনলৈ মাত্ৰ তিনি গৰাকী দৰ্শনাৰ্থীৰ আগমণ ঘটিছে বুলি জানিব পৰা গৈছে । এওঁলোক হ’ল জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত, ডিমৰীয়া কলেজৰ সহযোগী অধ্যাপক ডঃ মোহিনী মোহন ডেকা আৰু তেওঁৰ পত্নী ।
 শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰ মোহন বৰুৱাই আজি “দৈনিক অগ্ৰদূত”ৰ আগত প্ৰকাশ কৰা অনুসৰি, যিহেতু থান খন তীৰ্থযাত্ৰী আৰু দৰ্শনাৰ্থীৰ দান-বৰঙণি আৰু শৰাইৰ লগত দিয়া অৰিহণাৰ ধনৰেই পৰিচালিত হয় সেয়েহে তলাবন্ধৰ বাবে আৰ্থিক সংকটত পৰিছে । যোৱা ৫৫দিনত থান খনলৈ মাত্ৰ তিনি গৰাকী দৰ্শনাৰ্থীৰ আগমণ ঘটিছে । এতিয়া থানৰ অৰিহণাৰ বাকচ উদং । আগতে থান খনত মাহিলী দুইৰ পৰা আঢ়ৈ লাখ টকা অৰিহণাৰ পৰাই সংগ্ৰহ হয় । প্ৰতি তিনি মাহৰ মূৰত অৰিহণাৰ বাকচ খুলিলে চাৰিৰ পৰা ছয় লাখ টকা পৰ্যন্ত ওলায়।” থানখনৰ আয়ৰ পথ ৰুদ্ধ হৈ পৰাত পৰিচালনা কৰাৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা বুলি সদৰী কৰি বৰুৱাই আৰু কয়,”এতিয়া যিহেতু অৰিহণা নাই সেয়েহে আগৰ জমা ধনৰেই থান খন পৰিচালনা কৰি থকা হৈছে । তীৰ্থযাত্ৰী আৰু দৰ্শনাৰ্থীৰ আগমণ নঘটাৰ বাবে দৈনিক প্ৰয়োজন হোৱা মগু মাহ আৰু বুট কিনাৰ খৰচ এতিয়া তেনেই নগণ্য । আগতে দিনে গড়ে ডেৰ-দুই কুইন্টলকৈ মগু-বুট কিনিব লগীয়া হৈছিল যদিও এতিয়া দিনে তিনি-চাৰি কেজি মগু মাহৰেই শৰাইৰ কাম চলাই থকা হৈছে । দৌল উৎসৱৰ সময়ত উঠা মগুৰেই সেই কাম চলাই থকাত মগু কিনিব লগীয়া হোৱা নাই ।
অৱশ্যে নৈবেদ্যৰ উপকৰণৰ সামগ্ৰী কেইবিধমান কিনিব লগা হৈছে।তলাবন্ধৰ সময় ছোৱাত থানৰ মগু কিনাৰ খৰচ কমিলেও অন্য খৰচ একেই আছে । আমি থানৰ কৰ্মচাৰী-সেৱকৰ মাহিলী মাননিৰ বাবদ প্ৰতি মাহে ৭৯হেজাৰ টকা আদায় দিব লাগে । আমাৰ থানত দুজন কাৰ্যালয় সহায়ক, এজন কম্পিউটাৰ অপাৰেটৰ, এজন ইলেক্ট্ৰিচিয়ান, কীৰ্তন ঘৰৰ সেৱক, নৈবেদ্য গৃহৰ সেৱক, পৰ্যটন নিৱাসৰ তত্বাবধায়ক, চাফাই কৰ্মচাৰী সহ মুঠ ২৭জন‌ কৰ্মচাৰী-সেৱক আছে । এওঁলোকৰ মাৰ্চ মাহৰ মাননি এপ্ৰিল মাহত আদায় দিয়া হৈছে যদিও এপ্ৰিল মাহৰ মাননি এতিয়াও আদায় দিব পৰা নাই । তাৰোপৰি, থান খনত লাইটৰ বিল, জেনেৰেটৰৰ তেল, অন্যান্য আনুসংগিক খৰচৰ নামতো ২০-২৫হেজাৰ টকা খৰচ হয় । এতিয়া যিহেতু অৰিহণা নাই সেয়েহে আগৰ জমা ধনৰেই চলাই থকা হৈছে, কিন্তু আৰু দুমাহৰ পাছত আমি থান পৰিচালনাৰ ক্ষেত্ৰত ধনৰ নাটনিত ভুগিম।” তলাবন্ধৰ সময়ছোৱাত থান খনৰ চৌহদ, পবিত্ৰ আকাশী গংগাৰ পাৰ বিনন্দীয়া প্ৰাকৃতিক সৌন্দৰ্য্যৰ আকৰ হৈ পৰিছে । অৱশ্যে থান চৌহদক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাত বিশেষ গুৰুত্ব আৰোপ কৰিছে থান পৰিচালনা সমিতিয়ে।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCovid-19Lockdown
publisher

publisher

Related Posts

মুকলি কৰি দিলে CJPৰ তিনি নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাঙ্কাক
India

October 11, 2026
বৰআগ্রা বাপুজী প্রাথমিক বিদ্যালয়ত কণ কণ ছাত্র-ছাত্ৰীৰ ব্যতিক্ৰমী ‘শনিবৰীয়া বজাৰ’
Assam

বৰআগ্রা বাপুজী প্রাথমিক বিদ্যালয়ত কণ কণ ছাত্র-ছাত্ৰীৰ ব্যতিক্ৰমী ‘শনিবৰীয়া বজাৰ’

October 11, 2026
জ্ঞানেশক আঁতৰ নকৰালৈ নিতৌ যন্তৰ মন্তৰলৈ সমদল উলিয়াব চিজেপিয়ে
India

জ্ঞানেশক আঁতৰ নকৰালৈ নিতৌ যন্তৰ মন্তৰলৈ সমদল উলিয়াব চিজেপিয়ে

October 11, 2026
পথত লোৰ জোং স্থাপন কৰিও বাধা প্রতিবাদকাৰীক
India

পথত লোৰ জোং স্থাপন কৰিও বাধা প্রতিবাদকাৰীক

October 11, 2026
শ্বাসৰুদ্ধকৰ পৰিৱেশত উত্তাল ৰাজধানী
India

শ্বাসৰুদ্ধকৰ পৰিৱেশত উত্তাল ৰাজধানী

October 11, 2026
CJPৰ আন্দোলনত যোগদানৰ ইচ্ছা প্ৰকাশৰ পিছতে চৰ্চাত ধ্ৰুৱ ৰাঠী
India

CJPৰ আন্দোলনত যোগদানৰ ইচ্ছা প্ৰকাশৰ পিছতে চৰ্চাত ধ্ৰুৱ ৰাঠী

October 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d