Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

তলাবন্ধত স্থৱিৰ পৰিবহন ব্যৱসায়

publisher by publisher
August 3, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
তলাবন্ধত স্থৱিৰ পৰিবহন ব্যৱসায়
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

দীঘলীয়া তলাবন্ধৰ প্ৰভাৱত সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰিছে ৰাজ্যৰ পৰিবহন ব্যৱসায় ৷ থলুৱা লোকৰ দ্বাৰা নিয়ন্ত্ৰিত এই খণ্ডক পুনৰোজ্জীৱিতকৰণৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ৰাজ্য চৰকাৰে ৷ ফলত এক অনিশ্চিত ভৱিষ্যতৰ দিশে গতি কৰিছে ইয়াৰ লগত প্ৰত্যক্ষভাৱে জৰিত হেজাৰ হেজাৰ লোক । দৈনিক অগ্ৰদূত”ৰ আগত এই কথা সদৰী কৰি সদৌ অসম মটৰ পৰিবহন সন্থাৰ সম্পাদক প্ৰধান প্ৰদীপ দাসে কয় যে কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্য যোৱা ২১ মাৰ্চত জনোৱা পাছৰে পৰা স্থবিৰ হৈ পৰিছে ৰাজ্যৰ পৰিবহন বিভাগ ৷

ADVERTISEMENT

ইয়াৰ বাবে প্ৰতি তিনিমাহৰ অন্তৰে অন্তৰে পৰিবহন আইন অনুসৰি আদায় দিবলগীয়া পথ কৰ ৰেহাই দিয়াৰ দাবীৰে ৰাজ্য চৰকাৰক বাৰম্বাৰ আহ্বান জনোৱা হৈছে । পশ্চিমবংগ আৰু গুজৰাট চৰকাৰে ইতিমধ্যে পথ কৰ ৰেহাই দিছে যদিও আজি পৰ্যন্ত অসম চৰকাৰে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । অথচ তলাবন্ধৰ বাবে সকলো ধৰণৰ বাছ চলাচল প্ৰায় বন্ধ থকাৰ পাছতো বিগত ছমাহ ধৰি বাছৰ চালক পৰিচালক সকাহ দিয়াৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে ।

কিন্তু এই ক্ষেত্ৰত যদি ৰাজ্য চৰকাৰে সমূহীয়া পদক্ষেপ গ্ৰহণ নকৰে, তেন্তে ৰাজ্যৰ থলুৱা লোকৰ দ্বাৰা নিয়ন্ত্ৰিত এই খণ্ডটো জীয়াই ৰখাটো কঠিন হৈ পৰিব । এই সম্পৰ্কত তেওঁ কয় যে গুৱাহাটী মহানগৰীত বৰ্তমানে সাতশখন চিটীবাছ চলাচল কৰে বিভিন্ন পথত । অতিমাৰী কৰ’নাৰ ভয়াৱহতাৰ মাজত যোৱা মে’ত ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগৰ অনুমতি সাপেক্ষে ৫০ শতাংশ যাত্ৰীৰে মহানগৰীত ১২০ খন চিটী বাছ চলাচল কৰোৱা হয় ৷

কিন্তু প্ৰতিদিনে ব্যয়ৰ তুলনাত ৫০ শতাংশ যাত্ৰী কঢ়িওৱাৰ পাছত আয়ৰ হাৰ তেনেই নগণ্য । অথচ প্ৰতিদিনে বৃদ্ধি পাইছে ডিজেলৰ দাম ৷ এনেবোৰ দিশ চালি জাৰি চায়েই মহানগৰীত বন্ধ হৈ পৰে চিটী বাছৰ চলাচল । কেৱল মহানগৰীৰ ক্ষেত্ৰতেই নহয় । আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰতো সৃষ্টি হৈছে অনুৰূপ সমস্যা ৷ ৫০ শতাংশ যাত্ৰী লৈ সপ্তাহত মাত্ৰ দুটা দিনত আন্তঃজিলা ক্ষেত্ৰত বাছ চলাচলৰ অনুমতি প্ৰদান কৰিছে চৰকাৰে ।  কিন্তু ইখন জিলাৰ পৰা সিখন জিলালৈ ৫০ শতাংশ যাত্ৰীৰ পৰা আদায় কৰা ভাড়াৰে পৰিবহন খণ্ডটো জীয়াই ৰখাটো মুঠেই সম্ভৱ নহয় ।

ইপিনে গুৱাহাটী মহানগৰীত ১৪০ খন চিটী বাছ অধিগ্ৰহণ কৰে অসম ৰাজ্যিক পৰিবহন নিগমে। অধিগৃহীত প্ৰতিখন বাছৰ বিপৰীতে মহানগৰীত দৈনিক ২১০০ টকাকৈ আদায় দিয়াৰ বাবে পৰিবহন নিগমে বন্দোবস্তি কৰে কিন্তু দীঘলীয়া তলাবন্ধই সৰ্বস্তৰৰ লোকক বিপৰ্যস্ত কৰাৰ পাছতো পৰিবহণ অধিগ্ৰহণ কৰা বাছৰ বিপৰীতে আদায় দিবলগীয়া ভাড়া আদায় দিয়া নাই ।ফলত চালক পৰিচালকসকলৰ অৱস্থা সম্প্ৰতি পানীত হাঁহ নচৰা হৈছে ৷ বহু সংখ্যক বাছৰ চালক পৰিচালকে জীয়াই থকাৰ জীৱিকা সলনি কৰিবলৈ বাধ্য হৈছে ৷

এই সমস্যা কেৱল মহানগৰীতেই নহয় ৷ৰাজ্যৰ অন্যান্য জিলাত অনুৰূপ ধৰণে অনাদায় হৈ আছে পৰিবহন নিগমে অধিগ্ৰহণ কৰা বাছৰ ভাড়া ৷ কামৰূপ মহানগৰ জিলাক বাদ দি ৰাজ্যৰ আন জিলাত অধিগ্ৰহণ কৰা প্ৰতিখন বাছক দৈনিক ২৮ শ টকাকৈ আদায়ৰ বন্দোৱস্তি হোৱাৰ কথাও তেওঁ উল্লেখ কৰে । থলুৱা লোকৰ দ্বাৰা নিয়ন্ত্ৰিত এই খণ্ডটোক পুনৰোজ্জীৱিতকৰণৰ স্বাৰ্থত যদি ৰাজ্য চৰকাৰে সামান্য পৰিমাণেও সকাহ নিদিয়ে ৷ তেন্তে আত্মনিৰ্ভৰশীল ভাৰত কিম্বা আত্মনিৰ্ভৰশীল অসম কেৱল শ্ল’গানতে সীমাবদ্ধ থাকিব বুলি দাসে কয় ৷ সন্থাৰ ন্যায্য দাবীসমূহ যদি ৰাজ্য চৰকাৰে পূৰণ নকৰে তেন্তে এই খণ্ডতো পুনৰোদ্ধাৰ কৰা অসম্ভৱ বুলিও তেও উল্লেখ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamGuwahatiLockdown
publisher

publisher

Related Posts

গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

October 3, 2026
বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d