Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Prabitra Magherita:ফিজিৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

    Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !

    Myanmar’s air strikes:ম্যানমাৰত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক !

    PM Modi visits Punjab’s Adampur airbase:পঞ্জাৱৰ আদমপুৰ এয়াৰবেছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

    National stock exchange:একেদিনাই তিনি হেজাৰ পইণ্টৰ উত্থান: ৮২ হেজাৰ অতিক্ৰম ছেনছেক্সৰ

    কোন দিশে অসমীয়া সমাজ! নৃশংস অপৰাধে উদ্বিগ্ন কৰিছে সকলোকে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

State Home Dept. Report:ঘোষিত ২৫৮ অনুপ্ৰৱেশকাৰীক শিবিৰত পোহপালৰ বাবদ বছৰি ৬০ লক্ষাধিক টকা ব্যয়

বৃহৎ চৰকাৰী ঘোষণাৰ পাছতো উন্মুক্ত হৈয়ে আছে ৬৬ কিলোমিটাৰৰ অধিক দৈৰ্ঘ্যৰ সীমান্ত

publisher by publisher
March 4, 2025
in India, News
Reading Time: 2 mins read
0
State Home Dept. Report:ঘোষিত ২৫৮ অনুপ্ৰৱেশকাৰীক শিবিৰত পোহপালৰ বাবদ বছৰি ৬০ লক্ষাধিক টকা ব্যয়
1
SHARES
9
VIEWS
ShareShareShareShare

State Home Dept. Report:

ঘোষিত অনুপ্রৱেশকাৰীক নিজ দেশলৈ ঘূৰাই পঠিয়াবলৈ উচ্চতম ন্যায়ালয়ে পৰামৰ্শ দিলেও ইয়াক কার্যকৰী ৰূপ দিয়াত ব্যর্থ হৈছে অসম চৰকাৰ। সংশ্লিষ্ট দেশৰ সিদ্ধান্তৰ ওপৰতহে ই নিৰ্ভৰ কৰিব বুলি মন্তব্য কৰিয়ে ৰাজ্য চৰকাৰে বিষয়টোৰ পৰা মুৰ পোলোকা দিছে। ফলস্বৰূপে ঘোষিত বিদেশী নাগৰিকক অসম চৰকাৰে লাখ লাখ টকা ব্যয় কৰি পোহপাল দি থাকিবলগীয়া হৈছে।

ADVERTISEMENT

স্বাভাৱিকতে এনে অনুপ্ৰৱেশকাৰীৰ সিংহভাগেই হৈছে বাংলাদেশৰ। তেওঁলোকক ৰখা হৈছে গোৱালপাৰাৰ মাটিয়াত স্থাপন কৰা ট্রেনজিত শিবিৰত। যোৱা ২৪ ফেব্ৰুৱাৰী পর্যন্ত এই শিবিৰত থকা তেনে বিদেশীৰ সংখ্যা হ’ল ২৫৮ জন। সোমবাৰে অসম বিধানসভাত গৃহ বিভাগে দাখিল কৰা তথ্য অনুসৰি, এইসকল বিদেশীক পোহপাল দিয়াৰ বাবদ বছৰি কমেও ৬০ লাখকৈ টকা ব্যয় হয়। এই অনুপ্ৰৱেশকাৰীসকলক কেতিয়ালৈ ঘূৰাই পঠিওৱা হ’ব সেয়াও চৰম অনিশ্চয়তাৰ গৰাহত। এই সন্দৰ্ভত গৃহ বিভাগে সদৰী কৰে যে সংশ্লিষ্ট দেশৰ দূতাবাসৰ পৰা ট্রেনজিত পাছ লাভ কৰাৰ পাছতহে শিবিৰত থকা অনুপ্ৰৱেশকাৰীসকলক বিতাড়ন কৰা হ’ব। কিন্তু এয়া যে মুখৰ কথা নহয়, সেইটোও সঁচা।

RelatedPosts

Dibrugarh BCPL:লাখৰ পৰিৱৰ্তে ৮০ জনকহে নিযুক্তি !

CM’s remarks on the Hemkosh dictionary in Assembly:হেমকোষ অভিধান চুৰি কৰি নিজৰ বুলি দাবী কৰা মানুহ আজি নায়ক !

Budget session of the Assam Assembly will be held for the first time in BTC:বিটিচিত প্ৰথমবাৰৰ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন

ইপিনে, ট্রেনজিত শিবিৰত থকা অনুপ্ৰৱেশকাৰী সকলৰ বিপৰীতে আন বৃহৎ সংখ্যক সম্প্রতি পলাতক। ৰাজ্যৰ গৃহ বিভাগৰ তথ্য অনুসৰি, অদ্যাপি পলাতক হৈ থকা ঘোষিত অনুপ্ৰৱেশকাৰীৰ সংখ্যা হ’ল ৮৫,০২৪ জন। প্রসংগক্রমে উল্লেখ্য যে অসমলৈ ধাৰাবাহিকভাৱে প্রধানকৈ বাংলাদেশৰ পৰা অনুপ্ৰৱেশ অব্যাহত আছে। চৰকাৰে অনুপ্রৱেশকাৰীক বাধা দিবলৈ যিবোৰ ব্যৱস্থাৰ কথা কৈ আহিছে সেইবোৰ কেৱল ঘোষণাতে সীমাবদ্ধ হৈ আছে। ফলস্বৰূপে বিগত বর্ষত বাংলাদেশত যি অস্থিৰ পৰিস্থিতিৰ সূচনা হয়, তাৰ পাছত অনুপ্ৰৱেশৰ মাত্ৰা অধিক বৃদ্ধিহে হৈছে। তেনে অনুপ্ৰৱেশকাৰীৰ কিছুসংখ্যকহে ধৰা পৰিছে। ধৰা নপৰাকৈ কিমানে অনুপ্ৰৱেশ কৰিবলৈ সক্ষম হৈছে তাৰ সীমা সংখ্যা নাই। ধৰা নপৰা অনুপ্ৰৱেশকাৰীক লৈ স্বয়ং মুখ্যমন্ত্রীয়ে ইতিমধ্যে উদ্বেগ প্রকাশ কৰি থৈছে।

ইয়াৰ মাজতে আজিও শ্রীভূমিৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত চাৰিজন অনুপ্ৰৱেশকাৰীক আৰক্ষীয়ে আটক কৰে। লোককেইজন হ’ল ৰফিকুল কালাম, মুস্কান, আব্দুল ৰহমান আৰু আকতাৰ হুছেইন। অৱশ্যে আটক কৰাৰ পাছত চাৰিও জনক ভাৰতৰ সীমাৰ বাহিৰলৈ উলিয়াই দিয়া হয়।

গৃহ বিভাগৰ তথ্যত প্রকাশ যে বিগত ২০১৬ত ৰাজ্যত বিজেপিৰ নেতৃত্বত চৰকাৰ গঠনৰ পাছত অনুপ্ৰৱেশৰ অভিযোগত ৯১০ জন লোকক কৰায়ত্ত কৰা হয়। তাৰে ৩০৩ জনক বিতাড়ন কৰা হৈছে। কৰায়ত্ত লোকৰ ভিতৰত আছে বাংলাদেশৰ সৰ্বাধিক ৬৫৭ জন লোক। ম্যানমাৰৰ ২২৩ জন অনুপ্ৰৱেশকাৰীক আটক কৰা হয়। ১১ জন অনুপ্রৱেশকাৰী হ’ল নাইজেৰিয়াৰ, দুজন ইউক্রেইনৰ আৰু এজনকৈ লোক হ’ল পাকিস্তান, উগান্ডা, কেনিয়া আৰু ছেনেগালৰ। পাকিস্তান, উগাণ্ডা, নাইজেৰিয়া, ইউক্রেইন আৰু কেনিয়াৰ আটাইকেইজনকে তেওঁলোকৰ দেশলৈ বিতাড়ন কৰা হৈছে।

ম্যানমাৰৰ বিতাড়িত লোকৰ সংখ্যা হ’ল ৩০ জন। বাংলাদেশৰ বিতাড়িতৰ সংখ্যা হ’ল ২৫৭ জন। বাংলাদেশৰ অনুপ্ৰৱেশকাৰীৰ অধিকাংশক ‘পুস্ববেক’ কৰা হয়। কিয়নো দেশখনে কোনো দিনে স্বীকাৰ কৰা নাই যে বাংলাদেশৰ পৰা ভাৰতত অনুপ্ৰৱেশ কৰি আহিছে। ইয়াৰ ফলতে মাটিয়াত স্থাপন কৰা ট্রেনজিত শিবিৰটোৰ আৱাসীৰ সংখ্যাও বৃদ্ধি হৈছে। সেইসকলক পোহপাল দিয়াৰ বাবদ বছৰি ব্যয় হৈছে ৰাজকোষৰ লাখ লাখ টকা।

বাংলাদেশৰ পৰা অনুপ্রবেশ বন্ধ কৰাৰ বাবে সীমান্ত অঞ্চল ছীল কৰাৰ ঘোষণাহে কৰি অহা হৈছে। বাস্তৱত ইয়াৰ কাৰ্যকৰী ৰূপ আজিলৈকে হোৱা নাই। আনকি সীমান্তৰ বৃহৎ অঞ্চল আজিও উন্মুক্ত হৈ আছে। বাংলাদেশৰ সীমান্তৰ লগত অসমৰ চাৰিখন জিলা সংলগ্ন হৈ আছে। এই সীমান্তৰ দৈর্ঘ্য হ’ল ২৯১.৯৫৯ কিলোমিটাৰ। ইয়াৰে কাঁটাতাঁৰ থকা সীমান্তৰ দৈর্ঘ্য হ’ল ২২৫.৭৭৫ কিলোমিটাৰ। অদ্যাপি উন্মুক্ত হৈ থকা সীমান্তৰ দৈর্ঘ্য হ’ল ৬৬.১৮৪ কিলোমিটাৰ। ধুবুৰীৰ ৯০.৭৪৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ উন্মুক্ত অংশৰ দৈর্ঘ্য হ’ল ৪১.৯৯ কিলোমিটাৰ। দক্ষিণ শালমাৰা-মানকাচৰৰ কাঁটাতাঁৰ নথকা অংশৰ দৈর্ঘ্য হ’ল ২০.৬৯৪ কিলোমিটাৰ। শ্রীভূমি জিলাৰ কাঁটাতাঁৰবিহীন সীমান্তৰ দৈর্ঘ্য হ’ল ৩.৫ কিলোমিটাৰ। উল্লেখ্য যে অনুপ্রৱেশক লৈ অসম বিধানসভাত কে’বাজনো বিধায়কে প্রশ্ন উত্থাপন কৰে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam AssemblyHome Dept ReportIntrudersTransit Camps
publisher

publisher

Related Posts

Prabitra Magherita:ফিজিৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
News

May 13, 2025
Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !
News

Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !

May 13, 2025
Myanmar’s air strikes:ম্যানমাৰত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক !
News

Myanmar’s air strikes:ম্যানমাৰত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক !

May 13, 2025
PM Modi visits Punjab’s Adampur airbase:পঞ্জাৱৰ আদমপুৰ এয়াৰবেছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
India

PM Modi visits Punjab’s Adampur airbase:পঞ্জাৱৰ আদমপুৰ এয়াৰবেছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

May 13, 2025
National stock exchange:একেদিনাই তিনি হেজাৰ পইণ্টৰ উত্থান: ৮২ হেজাৰ অতিক্ৰম ছেনছেক্সৰ
India

National stock exchange:একেদিনাই তিনি হেজাৰ পইণ্টৰ উত্থান: ৮২ হেজাৰ অতিক্ৰম ছেনছেক্সৰ

May 13, 2025
কোন দিশে অসমীয়া সমাজ! নৃশংস অপৰাধে উদ্বিগ্ন কৰিছে সকলোকে
News

কোন দিশে অসমীয়া সমাজ! নৃশংস অপৰাধে উদ্বিগ্ন কৰিছে সকলোকে

May 13, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d