Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে লোক-সংস্কৃতিৰ অন্যতম শিল্পকলা পুতলা থিয়েটাৰ

publisher by publisher
June 27, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে লোক-সংস্কৃতিৰ অন্যতম শিল্পকলা পুতলা থিয়েটাৰ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

লোক সংস্কৃতিৰ বৈচিত্ৰময় আংগিকৰ অন্যতম পুতলা নাচ।অসমৰ সংস্কৃতিৰ শিল্প জগতত পুতলা নাচ এক অন্যতম শিল্পকলা । এই পুতলা নাচৰ শিল্পকলাকে মূল বিষয়বস্তু হিচাপে লৈ গঢ়ি উঠিছিল পুতলা থিয়েটাৰ দল। কিন্তু বৰ্তমান এই পুতলা থিয়েটাৰ দল এশ এবুৰি সমস্যাৰ চাকনৈয়াত পৰি মৃত্যু মুখলৈহে গতি কৰা পৰিলক্ষিত হৈছে । চৰম বিপৰ্যয়ৰ সন্মুখীন হৈ সম্প্ৰতি মৃত্যু মূখলৈ ধাৱমান হোৱা তেনে এটি পুতলা ভ্ৰাম্যমাণ থিয়েটাৰ হ’ল “ৰূপালীম পুতলা থিয়েটাৰ”। গুৰুজনাৰ দিনৰে পৰা চলি অহা অসমৰ পুতলা নাচক লৈয়েই ৰাজ্য খনৰ নগাঁও জিলাৰ কাকমাৰীত পাঁচ বছৰৰ পূৰ্বে জন্ম হৈছিল পুতলা নাচৰ ভ্ৰাম্যমাণ থিয়েটাৰ দলটো। মধ্য অসমৰ নগাঁৱৰ কাকমাৰীৰ উচ্চ শিক্ষিত, সংস্কৃতিৱান লোক ৰাজু বৰাৰ অশেষ প্ৰচেষ্টাত জন্ম হৈছিল “ৰূপালীম পুতলা থিয়েটাৰ” নামৰ ভ্ৰাম্যমাণ পুতলা থিয়েটাৰ দলটোৰ।

ADVERTISEMENT

সেই সময়ত অতি জনপ্ৰিয় হৈ পৰিছিল ভ্ৰাম্যমান পুতলা থিয়েটাৰ দল ৰূপালীম। লোক কৃষ্টিৰ বৈচিত্ৰময় আংগিকৰ অন্যতম পুতলা নাচকে সাৰথি কৰি লৈ একাংশ সংস্কৃতিবান লোকক লৈ ৰাজু বৰাই অতি সাহসেৰে নগাঁও জিলাৰ পশ্চিম প্ৰান্তত জন্ম দিছিল এই পুতলা থিয়েটাৰ দলটোৰ। পিছে এই ডিজিটেল যুগত পুতলা থিয়েটাৰক সংস্কৃতিৰ পথাৰত জীয়াই ৰখাটোৱেই এক প্ৰত্যাহ্বান হৈ পৰিছিল। ইলেকট্ৰনিক মাধ্যমৰ দ্ৰুত প্ৰসাৰ,বিশ্বায়নৰ প্ৰভাৱ,ডিজিটেল যুগৰ জয়জয়কাৰ,নৱ প্ৰজন্মৰ পুতলা নাচৰ প্ৰতি অনাসক্তি আদিকো নেওচি নগাঁৱৰ ৰাজু বৰাই পুতলা থিয়েটাৰ দলটোক অশেষ কষ্টৰে জীয়াই ৰাখিছিল যদিও এতিয়া পুতলা থিয়েটাৰ দলটোৰ অস্তিত্বৰ প্ৰতিয়েই চৰম ভাবুকি নামি অহা পৰিলক্ষিত হৈছে। সময়ৰ আহ্বানত যেন বৰ্তমান অনাদৃত অৱহেলিত হৈ পৰিছে পুতলা থিয়েটাৰৰ পুতলা সমূহৰ লগতে থিয়েটাৰত ৱ্যৱহৃত সা – সৰঞ্জাম আৰু অন্যান্য শিল্পী সকল।

এই পুতলা থিয়েটাৰত কৰ্মৰত কলা কুশলীসকলৰো জীৱন নিৰ্বাহৰ পথ অনিশ্চয়তাৰে গ্ৰাস কৰিছে।ৰূপালীম পুতলা থিয়েটাৰ দলটোৰ স্বত্বাধিকাৰী ৰাজু বৰাই আজি “দৈনিক অগ্ৰদূত”ক কয়, “মোৰ আজো ককা স্বৰ্গীয় বেথাৰাম বৰাৰ দিনৰে পৰাই আমাৰ ইয়াত পুতলা নাচৰ শিল্পটো চলি আছে। পাঁচ বছৰ মানৰ আগত মোৰ মনলৈ আহিল যে নলবাৰী যদি ভ্ৰাম্যমাণ থিয়েটাৰৰ বাটকটীয়া হয় তেন্তে আমাৰ গুৰুজনাৰ দিনৰে পৰা নগাঁৱত চলি থকা পুতলা নাচৰ লোক শিল্পকলৈ এটা ভ্ৰাম্যমাণ পুতলা থিয়েটাৰ দল দেখোন গঠন কৰিব পাৰি।পৰিকল্পনা অনুসৰিয়েই মই কামত লাগি পৰিলো।প্ৰায় ১৫লাখ টকা ব্যয় কৰি জন্ম দিলো ৰূপালীম পুতলা থিয়েটাৰ নামৰ ভ্ৰাম্যমাণ পুতলা থিয়েটাৰ দলটোৰ।এই থিয়েটাৰ দলটোত কলা কুশলী, বিভিন্ন কৰ্মচাৰী সহ মুঠ ৩২গৰাকী লোক আছিল।এটা পেণ্ডেল আছিল য’ত এহেজাৰ মানুহে একেলগে বহি থিয়েটাৰ চাব পাৰে।পোহৰ,শব্দযন্ত্ৰ,সংগীতৰ বিভিন্ন বাদ্যযন্ত্ৰ,বিশাল প্ৰজেক্টৰো আছিল। আমি তিনি দিন নাটক পৰিৱেশন কৰিছিলো । সেই নাটক সমূহ আছিল”ৰূপালীম”, “আউসীৰ জোনাকৰ নিশা”, “মিৰি জীয়ৰী”, “সূৰ্যাস্ত”, “মৰমে কন্দুৱায় মৰমে হহুৱাই”। প্ৰথমে ৰাইজৰ বিপুল সঁহাৰি পাইছিলো।”

এসময়ত ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ এই পুতলা থিয়েটাৰ দলটোৱে আমন্ত্ৰণ লাভ কৰি অনুষ্ঠান পৰিৱেশন কৰাৰ কথা সদৰী কৰি বৰাই আৰু কয়,”আমি যিমান খৰচ কৰিছিলো তাৰ বিনিময়ত সিমান ধন পোৱা নাছিলো।তিনি দিন নাটক কৰি মাত্ৰ ৩০-৪০হেজাৰ টকাহে পাইছিলো।ফলত চৰম আৰ্থিক সংকটত পৰিব লগীয়া হৈছিলো। কিন্তু বিভিন্ন বাধা বিঘিনীকো নেওচি পুতলা থিয়েটাৰ দলটোক জীয়াই ৰাখিছিলো যদিও কৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে দেশজুৰি বলবৎ কৰা দীঘলীয়া তলাবন্ধৰ ফলত সম্ভাৱনাৰ অন্তিমখন দুৱাৰো বন্ধ হৈ পৰে পুতলা থিয়েটাৰ দলটোৰ। কিয়নো যোৱা ২২মাৰ্চৰ পৰা আজি পৰ্যন্ত বন্ধ হৈ আছে পুতলা থিয়েটাৰ দলটো।” ১৯৯৬চনতেই নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰা ৰাজূ বৰাই চৰকাৰী চাকৰিৰ মোহ ত্যাগ কৰি অসমীয়া লোক শিল্পক পুতলা থিয়েটাৰ মাধ্যমেৰে ৰাইজৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াসেৰেই পুতলা থিয়েটাৰ দলটোক জন্ম দিছিল যদিও অতিমাৰী কৰ’না ভাইৰাছৰ আতংকই তেওঁৰ সকলো সপোন থানবান কৰি পেলায়।যোৱা মাৰ্চ মাহৰ পৰাই তলাবন্ধই বাৰুকৈয়ে জুৰুলা কৰে এই পুতলা সংস্কৃতিক। কৰ্মহীন হৈ পৰি চকুৰে ধোঁৱাকোৱাঁ দেখিব লগীয়া হয় পুতলা থিয়েটাৰ দলটোৰ স্বত্বাধিকাৰী ৰাজু বৰা আৰু ইয়াৰ লগত জড়িত আন কলাকুশলীসকল।

পেটৰ তাড়ণাতেই পুতলা থিয়েটাৰ দলটোৰ সৈতে জড়িত সকলে অন্য কামৰ সন্ধানত যেনি তেনি ঢাপলি মেলিব লগা হয়। তাৰোপৰি নাট্যকাৰ, পৰিচালক তথা ৰূপালীম পুতলা থিয়েটাৰৰ ব্যৱস্থাপক ৰাজু বৰাই জীৱন নিৰ্বাহ কৰিবলৈ এক বিকল্প জীৱিকা বাচি লবলৈ বাধ্য হয়। নিজ ঘৰতে বিজ্ঞান সন্মতভাৱে টাৰ্কি মুৰ্গী, ব্লেক চিকেন, ব্ৰয়লাৰ মুৰ্গী,ইণ্ডিয়ান ৰাণাৰ, গাইনিফল,হুৱাইট টেকিঙকে ধৰি প্ৰায় ১৫ বিধ বিভিন্ন প্ৰজাতিৰ চৰাই পোহপালৰে তেওঁ ব্যৱসায় আৰম্ভ কৰাৰ লগতে বায়’ফ্লক পদ্ধতিৰে মৎস্য পালন কৰি স্বাৱলম্বীতাৰ বাট বুলিছে। বৰাৰ এই ফাৰ্মতে কৰ্ম কৰি পৰিয়াল পোহপাল দি আহিছে দুই তিনিটিকৈ পৰিয়ালে। কিন্তু লোক সংস্কৃতি পুতলা থিয়েটাৰ দলটোক জীয়াই ৰাখিব নোৱাৰি তেওঁ মৰ্মাহত। পুতলা থিয়েটাৰ দলটোৰ লগত জড়িত ৩২গৰাকী লোকে এতিয়া দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰিব লগা হৈছে বুলিও ৰাজু বৰাই অতি আক্ষেপেৰে কয়।স্মৰ্তব্য যে,নিজৰ গাঁথিৰ ধন ১৫ লাখ টকা খৰচ কৰি ৰূপালীম পুতলা থিয়েটাৰ দলটোৰ জন্ম দিয়া বৰা এতিয়া চৰম আৰ্থিক সংকটত পৰিছে।অথচ তেওঁৰ এই দুৰ্দিনত কোনেও এবাৰ খবৰ লোৱা নাই।স্থানীয় বিধায়িকা আঙুৰলতা ডেকাই তেওঁক সহায়ৰ আশ্বাস দিছিল যদিও সেয়া আজিও কাৰ্যকৰী নহ’ল।যোৱা মাৰ্চ মাহৰ পৰাই সম্পূৰ্ণৰূপে বন্ধ হৈ পৰা ৰূপালীম পুতলা থিয়েটাৰ দলটোৰ সা সৰঞ্জাম,পুতলা সমূহো সম্প্ৰতি সম্পূৰ্ণ অসংৰক্ষিত অৱস্থাত পৰি থকা পৰিলক্ষিত হৈছে।বৃদ্ধ পিতৃ, বিজ্ঞান স্নাতক পত্নী আৰু একমাত্ৰ কন্যাৰে সৈতে ৰাজু বৰাৰ এখন সুখৰ সংসাৰ আছে। এই দুৰ্দিনত তেওঁক প্ৰেৰণা আৰু সাহস যোগাই আহিছে তেওঁৰ পত্নীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCovid-19Lockdown
publisher

publisher

Related Posts

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে
India

October 12, 2026
ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

‘উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়’, প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ
Entertainment

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

October 12, 2026
‘বিশ্বৰ সমস্যাৰ সমাধানৰ পথ দেখুওৱাৰ সম্ভাৱনা জেন জিৰ মাজতে আছে’, যুৱ প্ৰজন্মক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d