Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জ্বৰ, চৰ্দি আৰু কাহৰ বহু ‘ককটেল’ ঔষধ বাতিল মানদণ্ড পূৰণ কৰিব নোৱাৰিলে প্ৰসাধন সামগ্ৰীয়েও !

     Theft Arrested: Theft Arrested:সাতটা চোৰাং গৰু সহ দুই সৰবৰাহকাৰী আটক আগমনিত 

    Wild Elephants:বনৰীয়া হাতী উপদ্ৰৱ হাটশিঙিমীৰ বড়ঝোৰাত

    ইউক্ৰেইনৰ আক্ৰমণত ৰাছিয়াত বিপদত পৰিলে ভাৰতীয় প্ৰতিনিধি দল!

    Guwahati:মহানগৰীত উত্তৰ-পূবৰ প্ৰথমটো বিশ্বমানৰ পৰীক্ষাগাৰ মুকলি

    ACS officer Sharmistha Barah has been dismissed : এচিএছ বিষয়া শৰ্মিষ্ঠা বৰাক চাকৰিৰ পৰা বৰ্খাস্ত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    উপকাৰী বুলি ভুলটো মুখত প্ৰয়োগ নকৰিব এই সমূহ উপাদান! 

    গোটেই ৰাতি অনিদ্ৰাৰ সমস্যা? এই চিনাকি ফুল আপোনাৰ ঘৰত ৰাখিলে চকুলৈ টোপনি আহিব

    গ্ৰীষ্মকালত ছালত গোলাপ পানী ব্যৱহাৰ কৰিলে কি লাভ হয়?

    সপোনৰ দৰে সজাওক আপোনাৰ বেলকনিখন 

    সপোনৰ দৰে সজাওক আপোনাৰ বেলকনিখন 

    গৰমত আকর্ষণীয় হৈ থাকিবলৈ কৰক এইকেইটা কাম !

    এই আঁচনিত বিনিয়োগ কৰিলে পাব সুনিশ্চিত ৰিটাৰ্ণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Decline in India- Bangladesh relations: বাংলাদেশৰেও ভাৰতৰ সম্পৰ্কৰ অৱনতি

স্থল বন্দৰৰে সাজপাৰৰ পৰা আৰম্ভ কৰি ফলমূললৈ বিভিন্ন বাংলাদেশী সামগ্ৰীৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ ভাৰত চৰকাৰৰ, দ্বিপাক্ষিক বাণিজ্যত বৃহৎ ক্ষতিৰ আশংকা, অসম-ত্রিপুৰা-মিজোৰাম-মেঘালয়ৰ বন্দৰত সম্পূর্ণ নিষিদ্ধ

publisher by publisher
May 19, 2025
in Uncategorized
Reading Time: 3 mins read
0
Decline in India- Bangladesh relations: বাংলাদেশৰেও ভাৰতৰ সম্পৰ্কৰ অৱনতি
2
SHARES
15
VIEWS
ShareShareShareShare

Decline in India- Bangladesh relations:

সন্ত্রাসবাদীক পৃষ্ঠপোষকতা কৰা পাকিস্তানৰ পাছত সম্প্রতি বাংলাদেশৰ স’তেও ভাৰতৰ সম্পৰ্কৰ অৱনতি ঘটিছে। বাংলাদেশত তৈয়াৰী সাজপাৰৰ পৰা আৰম্ভ কৰি ফলমূললৈকে বহু সামগ্ৰীৰ স্থল বন্দৰৰে ভাৰতত প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰে। উল্লেখ্য যে স্থল বন্দৰ হৈছে চৰকাৰীভাৱে নিৰ্ধাৰিত আন্তর্জাতিক সীমান্তৰ এক নির্দিষ্ট স্থান, যি স্থানবে সংশ্লিষ্ট দেশ দুখনৰ মানুহে আহ-যাহ কৰিব পাৰে আৰু বয়বস্তু আমদানি-ৰপ্তানি কৰিব পাৰে।

ADVERTISEMENT

সম্প্রতি ভাৰত চৰকাৰে দেশৰ অধিকাংশ স্থল বন্দৰেৰে বাংলাদেশী সামগ্রীৰ আমদানি নিষিদ্ধ কৰিছে। উল্লেখ্য যে ড° মহম্মদ ইউনুছ নেতৃত্বাধীন বাংলাদেশৰ অনিৰ্বাচিত অন্তৱর্তী চৰকাৰে মুকলিকৈ চীন প্রীতি প্ৰদৰ্শন কৰি ভাৰতবিৰোধী স্থিতি লৈ আহিছে। কেন্দ্রীয় বাণিজ্য মন্ত্রণালয়ে কালি জাৰি কৰা এক নির্দেশৰ জৰিয়তে বাংলাদেশত তৈয়াৰী পোছাক, ফলমূল, সূতা, কাঠৰ আচবাব, স্থল বন্দৰৰে ভাৰতত প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অৱশ্যে কলকাতা আৰু মুম্বাই বন্দৰ বাংলাদেশী সামগ্ৰীৰ প্ৰৱেশৰ বাবে মুকলি ৰাখিছে ভাৰত চৰকাৰে।

RelatedPosts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

Pm Modi:ইয়াতেই অন্ত নেপেলাব! মোদী চৰকাৰক ধন্যবাদ জনাই ক’লে হিমাংশীয়ে

MahaKumbh:যোগী আয়োজিত’ মহাকুম্ভত ভুলত্ৰুটিৰ ক্ষমা প্রার্থী মোডী

স্বাভাৱিকতে ভাৰত চৰকাৰে জাৰি কৰা এই নির্দেশে বাংলাদেশৰ স’তে বাণিজ্যিক সম্পর্কত প্রভাৱ পেলোৱাটো নিশ্চিত। ইয়াৰ দ্বাৰা বাংলাদেশো প্ৰচুৰ ক্ষতিগ্রস্ত হ’ব বুলি একাংশ বিশেষজ্ঞই মন্তব্য কৰিছে। এই সম্পর্কত গ্ল’বেল ট্রেড ৰিচাৰ্ছ ইনিচিয়েটিভ (জিটিআৰআই) শীৰ্ষক সংস্থাই প্রকাশ কৰা এক প্রতিবেদন অনুসৰি ভাৰতে আৰোপ কৰা এই নিষেধাজ্ঞাৰ ফলত বাংলাদেশৰ ৰপ্তানি ৪২ শতাংশ ক্ষতিগ্রস্ত হ’ব। উল্লেখ্য যে বাংলাদেশে ভাৰতৰ মাজেৰে নেপাল, ভূটান আদি দেশলৈ প্ৰেৰণ কৰে। ভাৰত চৰকাৰে আৰোপ কৰা শেহতীয়া নিষেধাজ্ঞাৰ ফলত দেশখনে ভাৰতৰ মাজেৰে কোনো সামগ্রী আন দেশলৈও ৰপ্তানি কৰিব নোৱাৰিব। ইয়াৰ পূৰ্বে ভাৰতৰ বিমানকোঠ ব্যৱহাৰ কৰি বাংলাদেশে বিভিন্ন দেশলৈ সামগ্রী ৰপ্তানি কৰাত ভাৰত চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰে।

শেহতীয়াভাৱে বাণিজ্য মন্ত্রণালয়ে জাৰি কৰা নির্দেশটোত কোৱা হয়, ‘মুম্বাই আৰু কলকাতা বন্দৰক বাদ দি ভাৰতৰ কোনো বন্দৰৰে বাংলাদেশে সাজপাৰ (ৰেডিমেড পোছাক), ফলমূল, ফলৰ স্বাদযুক্ত কার্বনেটেড পানীয়, কেক, চিছ, মিঠাই, তুলা, সূতা, প্লাষ্টিকৰ সামগ্ৰী আৰু কাঠৰ আচবাব ৰপ্তানি কৰিব নোৱাৰিব। এই নিষেধাজ্ঞা অসম, মেঘালয়, ত্ৰিপুৰা বা মিজোৰামৰ স্থল বন্দৰ (শুল্ক কেন্দ্ৰ) ৰ ক্ষেত্রতো প্রযোজ্য হৈছে। উত্তৰ-পূবৰ পশ্চিমবংগৰ চাংৰাবান্ধা আৰু ফুলবাৰী বন্দৰৰেও বাংলাদেশী সামগ্ৰী ভাৰতলৈ প্ৰেৰণ কৰিব নোৱাৰিব।’ অসমৰ মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শর্মায়ো আজি কয় যে উত্তৰ-পূবৰ স্থল বন্দৰসমূহেৰেও বাংলাদেশী সামগ্ৰী ৰপ্তানিত নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি সদৰী কৰে।

আনহাতে, জিটিআৰআই তথ্য অনুসৰি, এই স্থল বন্দৰসমূহৰে বাংলাদেশৰ পৰা ভাৰতলৈ বার্ষিক চাৰে ছহেজাৰ কোটিৰো অধিক টকাৰ সামগ্রী আমদানি হয়। লক্ষ্যণীয়ভাৱে কেন্দ্রীয় বাণিজ্য মন্ত্রণালয়ে আৰোপ কৰা এই নিষেধাজ্ঞা বাংলাদেশৰ পৰা অহা মাছ, ঘৰুৱা ৰন্ধন গেছ (এলপিজি), খোৱাতেল আৰু চূণশিলৰ ক্ষেত্ৰত প্রযোজ্য নহয়। তৎসত্ত্বেও এই নিষেধাজ্ঞাই বাংলাদেশৰ অৰ্থনীতিত মাধমাৰ শোধোৱাটো নিশ্চিত হৈছে। কাৰণ বাংলাদেশত উৎপাদিত সাজপাৰকে ধৰি ফলমূল, তেল, সূতা আদি বিশ্বৰ বিভিন্ন দেশলৈ ভাৰতৰ মাজেৰে যায়। শ্বেইখ হাছিনা শাসনত থকাৰ কালছোৱাত ভাৰত-বাংলাদেশৰ মাজত গঢ় লোৱা মধুৰ সম্পৰ্কৰ অৱনতি আৰম্ভ হয় ড: ইউনুছৰ নেতৃত্বত অনির্বাচিত অন্তৱৰ্তী চৰকাৰ ক্ষমতালৈ অহাৰ পাছৰে পৰা।

দেশখনত হিন্দুকে ধৰি সংখ্যালঘু লোকসকল নির্যাতনৰ বলি হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে উদ্বেগ প্রকাশ কৰাত ক্ষোভ প্রকাশ কৰি আহিছে ড: ইউনুছ চৰকাৰে। শেহতীয়াভাৱে বাংলাদেশ চৰকাৰে প্ৰাক্তন প্রধানমন্ত্রী হাছিনা নেতৃত্বাধীন আৱামী লীগ নির্বাচনত অৱতীৰ্ণ হোৱাত নিষেধাজ্ঞা আৰোপ কৰাক লৈও ভাৰত চৰকাৰে উদ্বেগ প্রকাশ কৰে। ইয়াক লৈও বাংলাদেশ চৰকাৰ ক্ষুব্ধ হয়। অৱশ্যে ইয়াৰ পূৰ্বৰে পৰা ড: ইউনুছে চীনৰ সুচিন্তক বুলি জাহিৰ কৰি আহিছে। আনকি যোৱা মাৰ্চত চীন ভ্ৰমণৰ সময়ত তেওঁ ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যকেইখন সম্পর্কেও বিতর্কিত মন্তব্য কৰে। তদুপৰি তেওঁৰ এজন ঘনিষ্ঠই অলপতে মন্তব্য কৰে যে ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ হ’লে বাংলাদেশে উত্তৰ-পূব দখল কৰা উচিত।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DeclineDr. Mahammad YunusIndia- Bangladesh relationsPM Modi
publisher

publisher

Related Posts

Dainik Agradoot Today’s Edition -22May
Daily

Dainik Agradoot Today’s Edition -22May

May 22, 2025
বেংগালুৰুত ১২ ঘণ্টাত ১৩০ মিলিমিটাৰ বৰষুণ!
Uncategorized

May 20, 2025
Indian curriculum will include Akas and BrahMos missiles:ভাৰতীয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব আকাশ আৰু ব্ৰহ্মো’ছ মিছাইল

Bipanchika Bora of Nagaon receives National Scholarship: নগাঁৱৰ বিপঞ্চিকা বৰালৈ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় জলপানি

May 17, 2025
Jorhat Incident:কাজিয়াৰ পৰিণতি যোৰহাটত ভিডিঅ’কলত প্রেমিকক দেখুৱাই চিপ ল’লে ছাত্রীয়ে
Uncategorized

Jorhat Incident:কাজিয়াৰ পৰিণতি যোৰহাটত ভিডিঅ’কলত প্রেমিকক দেখুৱাই চিপ ল’লে ছাত্রীয়ে

May 15, 2025
BSF soldiers returned to Pakistan:২০ দিনৰ অন্তত স্বদেশ লৈ উভলিল পাকিস্তানৰ জেলত বন্দী বিএছএফ জোৱান পূৰ্ণম কুমাৰ শ্ব’
Uncategorized

BSF soldiers returned to Pakistan:২০ দিনৰ অন্তত স্বদেশ লৈ উভলিল পাকিস্তানৰ জেলত বন্দী বিএছএফ জোৱান পূৰ্ণম কুমাৰ শ্ব’

May 14, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d