Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি! মুম্বাইৰ পৰা গ্ৰেপ্তাৰ অভিযন্তা 

    সন্দেহজনক লেনদেন! ৰামদেৱৰ পতঞ্জলিলৈ কেন্দ্ৰৰ জাননী, 

    CM Himanta Viswa Sarma:মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ পূর্বে কোনবোৰ অৰ্হতা পৰীক্ষা কৰা হ’ব জনালে মুখ্যমন্ত্রীয়ে

    সীমান্ত পাৰ হৈ পুনৰ ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা!

    BTC: বিটিচিত দ্রুত সলনি ৰাজনৈতিক সমীকৰণ !

    ফটকা কাৰখানাত ভয়াবহ বিস্ফোৰণ! 

    ফটকা কাৰখানাত ভয়াবহ বিস্ফোৰণ! 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    বার্ধক্যক বাধা দিয়ে ‘ডি’ ভিটামিনে, ৰোগ প্ৰতিৰোধতো থাকে ভূমিকা

    উপকাৰী বুলি ভুলটো মুখত প্ৰয়োগ নকৰিব এই সমূহ উপাদান! 

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Assam DGP:শীঘ্ৰে অধিক বিতাড়ন: জিলালৈ কঠোৰ নিৰ্দেশ আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ

অনুপ্ৰৱেশকাৰী-অবৈধ বাংলাদেশী বিচাৰি পিয়াপি দি ফুৰিছে আৰক্ষী-চোৰাংচোৱা

publisher by publisher
May 29, 2025
in News, Assam
Reading Time: 1 min read
0
Assam DGP:শীঘ্ৰে অধিক বিতাড়ন: জিলালৈ কঠোৰ নিৰ্দেশ আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ
1
SHARES
7
VIEWS
ShareShareShareShare

Assam DGP:

দেশত থকা অবৈধ বাংলাদেশীক বিচাৰি উলিয়াই ভাৰতৰ পৰা বিতাড়িত কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ে সকলো ৰাজ্যক নির্দেশ দিছে। অসমতো ইয়াকে লৈ অব্যাহত থকা তৎপৰতাৰ অংশ হিচাপে পুৰুষ-মহিলাসহ ১৪ জনক বুধবাৰে পুৱতি নিশা বিতাড়ন কৰা হয়। ইয়াৰ বিপৰীতে বিদেশী ন্যায়াধিকৰণ আৰু ন্যায়ালয়ৰ দ্বাৰা ঘোষিত অনুপ্ৰৱেশকাৰী বহুতকে আৰক্ষীয়ে বিচাৰি পোৱা নাই। আনকি গৃহ মন্ত্রণালয়ৰ নিৰ্দেশৰ পাছত ঘোষিত অনুপ্ৰৱেশকাৰীসকলক স্থানীয় আৰক্ষী থানাত হাজিৰ হ’বলৈ জাৰি কৰা নির্দেশো বহুতে অমান্য কৰে।

ADVERTISEMENT

ইয়াৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীৰ মুখ্য কার্যালয়ে সকলো জিলাৰ আৰক্ষী অধীক্ষকক তেনে লোকসকলক শীঘ্রে করায়ত্ত কৰাৰ লগতে সন্দেহজনক নাগৰিকৰ তালিকা প্রস্তুতৰ নিৰ্দেশ দিছে। তদুপৰি সন্দেহজনক লোক থকা বুলি ধাৰণা কৰা অঞ্চলত জিলা আৰক্ষীক বিশেষ অভিযান চলাবলৈয়ো নির্দেশ দিয়া হৈছে। তেনে লোকৰ গতি-বিধিৰ ওপৰতো চকু ৰখাৰ লগতে চোৰাংচোৱাক অধিক তৎপৰ হ’বলৈ বিভিন্ন পৰামৰ্শ আগবঢ়োৱা হৈছে।

RelatedPosts

Heavy Rainfall: গুৱাহাটীত কৃত্রিম বানৰ তাণ্ডৱ,মুষলধাৰ বৰষুণত মহানগৰৰ অধিকাংশ অঞ্চলজলমগ্ন

Heavy Rain:ৰাজ্যৰ ২৪ খন জিলাত অহা দুই-তিনি দিন প্ৰচুৰ বৃষ্টিপাতৰ আগজাননী

366 places in Guwahati are highly sensitive to landslides:মহানগৰীত ৩৬৬টা স্থান ভূমিস্খলনৰ বাবে অতি স্পৰ্শকাতৰৰূপে চিনাক্ত

আৰক্ষীৰ সূত্রই সদৰী কৰা অনুসৰি, সন্দেহজনক লোক অধিক থকা বুলি চর্চা চলি অহা ৰাজ্যৰ নির্দিষ্ট কেইখনমান জিলাৰ ওপৰত বিশেষ দৃষ্টি ৰখা হৈছে। আৰক্ষীৰ অভিযানৰ ফলত তেনে লোকে যাতে আন জিলালৈ গৈ আত্মগোপন কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি চোৰাংচোৱা ব্যৱস্থাটোক অধিক সক্রিয় কৰাৰ পৰামর্শ দিছে আৰক্ষীৰ উর্ধ্বতন কর্তৃপক্ষই।

ইপিনে, সন্দেহজনক লোকৰ তালিকা প্রস্তুতত গাঁওপ্রধানসকলক অধিক দায়বদ্ধ কৰা হৈছে। কোনো গাঁওপ্রধানে যদি ইচ্ছাকৃতভাবে তেনে লোকৰ তথ্য গাপ দিয়া বুলি প্রমাণিত হয়, তেন্তে বিধি অনুসৰি ব্যৱস্থা গ্রহণৰো স্থিতি গ্রহণ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে ১৪ জন লোকক বিতাড়নৰ পাছত আৰু অধিক লোকক বাংলাদেশলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে অসম আৰক্ষীয়ে। বাংলাদেশীক আশ্রয় দিয়া লোকসকলৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি আৰক্ষীৰ মুখ্য কার্যালয়ে জিলাবোৰক অৱগত কৰিছে। এনে নির্দেশৰ পাছতে অনুপ্রৱেশকাৰী তথা অবৈধ বাংলাদেশী বিচাৰি পিয়াপি দি ফুৰিছে আৰক্ষী আৰু চোৰাংচোৱাৰ দল।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Dgp officeHigh AlartHome Ministry of IndiaIllegal Bangladeshi
publisher

publisher

Related Posts

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি! মুম্বাইৰ পৰা গ্ৰেপ্তাৰ অভিযন্তা 
India

May 30, 2025
সন্দেহজনক লেনদেন! ৰামদেৱৰ পতঞ্জলিলৈ কেন্দ্ৰৰ জাননী, 
India

সন্দেহজনক লেনদেন! ৰামদেৱৰ পতঞ্জলিলৈ কেন্দ্ৰৰ জাননী, 

May 30, 2025
CM Himanta Viswa Sarma:মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ পূর্বে কোনবোৰ অৰ্হতা পৰীক্ষা কৰা হ’ব জনালে মুখ্যমন্ত্রীয়ে
News

CM Himanta Viswa Sarma:মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ পূর্বে কোনবোৰ অৰ্হতা পৰীক্ষা কৰা হ’ব জনালে মুখ্যমন্ত্রীয়ে

May 30, 2025
সীমান্ত পাৰ হৈ পুনৰ ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা!
India

সীমান্ত পাৰ হৈ পুনৰ ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা!

May 30, 2025
BTC: বিটিচিত দ্রুত সলনি ৰাজনৈতিক সমীকৰণ !
News

BTC: বিটিচিত দ্রুত সলনি ৰাজনৈতিক সমীকৰণ !

May 30, 2025
ফটকা কাৰখানাত ভয়াবহ বিস্ফোৰণ! 
India

ফটকা কাৰখানাত ভয়াবহ বিস্ফোৰণ! 

May 30, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d