Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

    কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ

    Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

    Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

    বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Wife Kills Husband MP:কেৱল ক’লা হোৱাৰ বাবেই স্বামীক নৃশংস হত্যা পত্নীৰ !

প্ৰেমিকৰ সৈতে মিলি স্বামীৰ প্ৰাণ লোৱা ঘাতক পত্নী আৰক্ষীৰ জালত 

publisher by publisher
April 11, 2026
in Uncategorized
Reading Time: 1 min read
0
Wife Kills Husband MP:কেৱল ক’লা হোৱাৰ বাবেই স্বামীক নৃশংস হত্যা পত্নীৰ !
2
SHARES
17
VIEWS
ShareShareShareShare

Wife Kills Husband MP:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–কেৱল ক’লা হোৱাৰ বাবেই স্বামীক নৃশংস হত্যা পত্নীৰ। প্ৰেমিকৰ সৈতে মিলি স্বামীৰ প্ৰাণ লোৱা পত্নী ইতিমধ্যে আৰক্ষীৰ জালত। এই দেশ জোকাৰি যোৱা ভয়ংকৰ কাণ্ড সংঘটিত হয় মধ্য প্ৰদেশৰ ধৰ জিলাৰ ৰাজোদত ৷

ADVERTISEMENT

মৎস্য ব্যৱসায়ী দেৱকৃষ্ণ পুৰোহিতৰে দীৰ্ঘদিন ধৰি তেওঁৰ পত্নী প্ৰিয়ংকাৰ সম্পৰ্ক ভাল নাছিল। দেৱকৃষ্ণ ভগ্নীয়ে আৰক্ষীক জানিব দিয়া মতে দেৱকৃষ্ণক পত্নীয়ে প্ৰায়ে অপমান কৰি কৈছিল যে ক’লা বৰণৰ হোৱা বাবে ঠাট্টা-মস্কৰাৰে সম্পৰ্কটোক বিষাক্ত কৰি তুলিছিল। এই বিষয়টোক লৈ দৈনিক তৰ্ক-বিতৰ্কৰ সূত্ৰপাত ঘটিছিল ঘৰখনত৷ যাৰ ফলত দেৱকৃষ্ণ মানসিক চাপত ভুগিছিল।

RelatedPosts

অশালীন শব্দ ক’লেই পাঁচশ টকা জৰিমনা

মধ্যপ্ৰদেশত নৃশংস হত্যাকাণ্ড: কিশোৰক হত্যা কৰি ৰক্ত পান

Madhya Pradesh:কুনোত তিনিটা পোৱালী জন্ম দিলে জেমিনিয়ে, দেশত চিতাৰ সংখ্যা ৩৮ লৈ বৃদ্ধি

দেৱকৃষ্ণৰ ভগ্নীয়ে আৰক্ষীক বিতংভাৱে সদৰি কৰা মতে কিছুদিনৰ পৰা প্ৰিয়ংকাৰ আচৰণ সন্দেহজনক হৈ আছিল। স্বামীৰ পৰা দূৰত্ব বজাই ৰাখি ঘণ্টাৰ পিছত ঘণ্টা ধৰি ম’বাইলত কথা পাতিছিল ৷ যাৰবাবে এইক্ষেত্ৰত দেৱকৃষ্ণই আপত্তি কৰিলেই দুয়োৰে মাজত কথাৰ কটাকটি হয় । আনকি প্ৰিয়ংকাই কেইবাবাৰো বিবাহ বিচ্ছেদ কৰাও ভাবুকি দিছিল ৷

আনহাতে আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তত অবৈধ প্ৰেমৰ সম্পৰ্ক পোহৰলৈ আহিছে ৷ ৰাজগড় নিবাসী কমলেশ পুৰোহিতৰ সৈতে প্ৰিয়ংকাৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল। এই সম্পৰ্কৰ বাবেই দুয়োজনে দেৱকৃষ্ণক নিৰ্মূল কৰাৰ পৰিকল্পনা ৰচনা কৰিছিল। তদন্তত প্ৰকাশ পাইছে যে কমলেশে তেওঁৰ সংগী সুৰেন্দ্ৰ ভাটীক এক লাখ টকাৰ বিনিময়ত তেওঁক হত্যা কৰিবলৈ চুক্তিবদ্ধ কৰিছিল৷ ইয়াৰে ৫০ হাজাৰ টকা ইতিমধ্যে দিয়া হৈছিল।

৭ এপ্ৰিলৰ নিশা ষড়যন্ত্ৰৰ অংশ হিচাপে দেৱকৃষ্ণ পুৰোহিত ঘৰৰ দুৱাৰখন খোলা ৰখা হৈছিল। ইয়াৰ পিছতে অভিযুক্তই ঘৰত প্ৰৱেশ কৰি শুই থকা দেৱকৃষ্ণক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে। প্ৰমাণ নষ্ট কৰি আৰক্ষীক বিপথে পৰিচালিত কৰাৰ উদ্দেশ্যে ঘৰৰ সা-সামগ্ৰীবোৰ সিঁচৰতি কৰি ঘটনাটোক ডকাইতি বুলি চিহ্নিত কৰাৰ প্ৰয়াস কৰা হৈছিল।

অৱশ্যে আৰক্ষীৰ মাৰাথন জেৰাত দেৱকৃষ্ণ পুৰোহিতৰ পত্নীক সোধা-পোছা কৰাৰ সময়ত তেওঁৰ বক্তব্যত কেইবাটাও বৈপৰীত্যৰ কথা পোহৰলৈ আহে। ম’বাইল কলৰ সবিশেষ, আৰু কাৰিকৰী প্ৰমাণৰ ভিত্তিত সমগ্ৰ ষড়যন্ত্ৰৰ খলনায়ক দেৱকৃষ্ণৰ পত্নী প্ৰিয়ংকা আৰু তেওঁৰ প্ৰেমিক কমলেশক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে চুপাৰি কিলাৰ সুৰেন্দ্ৰ ভাটী এতিয়াও পলাতক অৱস্থাত আছে। আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

আনহাতে আৰক্ষীয়ে ঘৰৰ পৰা চুৰি হোৱা বুলি অভিযোগ উত্থাপন কৰা কেতবোৰ সামগ্ৰীও উদ্ধাৰ কৰাৰ সমান্তৰালভাৱে হত্যাকাণ্ডৰ পূৰ্বে দেৱকৃষ্ণক কোনো ধৰণৰ মাদক দ্ৰব্য দিয়া হৈছিল নেকি সেই বিষয়েও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: MADHYA PRADESHTerrible IncidentWife ArrestedWife kills Husband
publisher

publisher

Related Posts

Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি
Uncategorized

April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ

Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !

April 23, 2026
WB- Tamilnadu Election Polling:আজি পশ্চিমবংগ আৰু তামিলনাডু বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ

Heroin Seized in Noonmati: নুনমাটি আৰক্ষীৰ জালত হেৰ’ইন সৰবৰাহকাৰী

April 22, 2026
Nitin Gadkari:পেট্ৰ’ল-ইথানল মিশ্ৰণৰ পৰিৱৰ্তে সম্পূৰ্ণ ইথানললৈ লক্ষ্য নীতিন গাডকাৰীৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d