Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Dalgaon:কুকুৰা পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন 

দলগাঁৱৰ মহিবুলে মাহিলী উপাৰ্জন কৰিছে লক্ষাধিক টকা

publisher by publisher
April 21, 2026
in Uncategorized
Reading Time: 1 min read
0
Dalgaon:কুকুৰা পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন 
2
SHARES
15
VIEWS
ShareShareShareShare

Dalgaon:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-চৰকাৰী চাকৰিৰ আশাত বছৰ বছৰ ধৰি অপেক্ষা কৰাৰ বিপৰীতে নিজৰ পৰিশ্ৰম, অধ্যৱসায় আৰু চিন্তাশীল পদক্ষেপেৰে স্বাৱলম্বিতাৰ এক উজ্জ্বল নিদৰ্শন স্থাপন কৰিছে দৰঙৰ দলগাঁৱৰ এজন যুৱ উদ্যোক্তা মহিবুল হকে। ঘৰতে থলুৱা প্ৰজাতিৰ কুকুৰা পালন কৰি বৰ্তমান তেওঁ আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে অঞ্চলটোৰ বহু নিবনুৱা যুৱকৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে।

ADVERTISEMENT

সৰু পৰিসৰত আৰম্ভ কৰা এই উদ্যোগ আজিৰ দিনত এক সফল উদাহৰণ হিচাপে পৰিগণিত হৈছে। কোনো ডাঙৰ বাণিজ্যিক ফাৰ্ম স্থাপন নকৰাকৈ নিজ গৃহ পৰিসৰত বৈজ্ঞানিক পদ্ধতি অনুসৰণ কৰি মহিবুলে থলুৱা বা লোকেল কুকুৰা পালন কৰি আহিছে। বৰ্তমান তেওঁৰ ফাৰ্মত ৬০০তকৈও অধিক থলুৱা প্ৰজাতিৰ কুকুৰা আছে বুলি জানিব পৰা গৈছে।

RelatedPosts

Dalgaon:দলগাঁও সমষ্টিত কংগ্ৰেছ দলৰ টিকটৰ খোৱা কামোৰা মাজতে ৰাইজৰ দলৰ আজিজুৰ ৰহমানক চালানী মাছ আখ্যা 

Dalgaon:কৌপাটী বালিকা প্ৰাথমিক বিদ্যালয়ত গঠন নহ’ল পৰিচালনা সমিতি  !

Broiler Fram:ব্ৰইলাৰ ফাৰ্ম খুলি আৰ্থিক ভাৱে স্বাৱলম্বী তামুলপুৰৰ বৰবালিশীহাৰ উদ্যমী যুৱক পুষ্পক মহন্ত

WhatsApp Image 2026 04 21 at 1.50.18 PMবজাৰত থলুৱা কুকুৰাৰ মাংস আৰু ডিমৰ চাহিদা দিনক দিনে বৃদ্ধি পোৱাৰ ফলত মহিবুলে এই ব্যৱসায়ৰ জৰিয়তে প্ৰতিমাহে লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ স্বাস্থ্যসচেতন গ্ৰাহকৰ মাজত থলুৱা কুকুৰাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পোৱাত তেওঁৰ উৎপাদিত কুকুৰাৰ বিক্ৰীও যথেষ্ট বৃদ্ধি পাইছে।মহিবুলে জনায় যে আৰম্ভণিতে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল যদিও ধৈৰ্য, অধ্যৱসায় আৰু সঠিক পৰিকল্পনাই তেওঁক সফলতাৰ পথ দেখুৱাইছে। থলুৱা সম্পদক সঠিকভাৱে ব্যৱহাৰ কৰিলে গাঁৱে-গঞ্জেও যে স্বাৱলম্বী হোৱাৰ পথ বিচাৰি পাব পাৰি, সেই কথা তেওঁ বাস্তৱ ৰূপে প্ৰমাণ কৰি দেখুৱাইছে।

মহিবুলৰ এই সফলতাই এতিয়া অঞ্চলটোৰ বহু নিবনুৱা যুৱকক নতুনকৈ চিন্তা কৰিবলৈ উৎসাহিত কৰিছে। বহিঃৰাজ্যৰ পৰা অহা বয়লাৰ কুকুৰাৰ ওপৰত নিৰ্ভৰ নকৰি স্থানীয়ভাৱে উৎপাদিত থলুৱা কুকুৰাৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ পথ যে সম্ভৱ, সেয়া যেন মহিবুলৰ এই প্ৰচেষ্টাই স্পষ্ট কৰি তুলিছে।স্থানীয় ৰাইজৰ মতে, উপযুক্ত চৰকাৰী সহায় আৰু প্ৰশিক্ষণ লাভ কৰিলে মহিবুলৰ দৰে বহু যুৱকে কৃষিভিত্তিক আৰু পশুপালন ভিত্তিক উদ্যোগৰ জৰিয়তে নিজৰ জীৱন গঢ়াৰ সুযোগ লাভ কৰিব। মহিবুল হকৰ এই সফলতা কেৱল ব্যক্তিগত জয়গাথা নহয়, ই গাঁওৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰতো এক আশাব্যঞ্জক দৃষ্টান্ত হিচাপে পৰিগণিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Dalgaonmahibul hoqpoultoy RearingSelf Sufficient Youth
publisher

publisher

Related Posts

Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !
Uncategorized

April 23, 2026
WB- Tamilnadu Election Polling:আজি পশ্চিমবংগ আৰু তামিলনাডু বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ

Heroin Seized in Noonmati: নুনমাটি আৰক্ষীৰ জালত হেৰ’ইন সৰবৰাহকাৰী

April 22, 2026
Nitin Gadkari:পেট্ৰ’ল-ইথানল মিশ্ৰণৰ পৰিৱৰ্তে সম্পূৰ্ণ ইথানললৈ লক্ষ্য নীতিন গাডকাৰীৰ

Accident:কামৰূপৰ বংশৰত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুই বন্ধুৰ
Uncategorized

Accident:কামৰূপৰ বংশৰত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুই বন্ধুৰ

April 21, 2026
Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি
Uncategorized

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

April 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d