Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আলাস্কাৰ তুষাৰৰ মাজত জীৱন্তে উদ্ধাৰ এটি কুকুৰ

    ৯৯ বছৰতো বয়সৰ ওচৰতো হাৰ মনা নাই হেল্লা ডুফীয়ে

    এছিয়াৰ সৰ্ববৃহৎ বস্তিত পুনৰ সংস্থাপনৰ পদক্ষেপ আৰম্ভ

    বাতৰি কাকতৰ পৰা চাহ উদ্যোগলৈ, ব্যতিক্রমী মণ্ডপে আকৰ্ষণ কৰিছে ৰাইজক

    মুম্বাইত টাইগাৰ শ্ৰফলৈ গুলিবর্ষণ দুর্বৃত্তৰ : কথমপি প্ৰাণৰক্ষা, চালক আহত দুই

    অগ্নিগর্ভ ফ্রান্স, ক্ষুব্ধ জনতাই জুলালে ঐতিহাসিক কীর্তিচিহ্ন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Dalgaon:দলগাঁও সমষ্টিত কংগ্ৰেছ দলৰ টিকটৰ খোৱা কামোৰা মাজতে ৰাইজৰ দলৰ আজিজুৰ ৰহমানক চালানী মাছ আখ্যা 

দলগাঁও সমষ্টিখন কংগ্ৰেছ দলৰ বাবে A+ এটা ছিট,এই ছিট ৰাইজৰ দলক এৰি দিলে এ আই ইউ ডি এফক ৱ'ক অফাৰ দিয়া হ'ব

publisher by publisher
February 24, 2026
in News
Reading Time: 1 min read
0
Dalgaon:দলগাঁও সমষ্টিত কংগ্ৰেছ দলৰ টিকটৰ খোৱা কামোৰা মাজতে ৰাইজৰ দলৰ আজিজুৰ ৰহমানক চালানী মাছ আখ্যা 
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Robbers arrested in Dalgaon:দৰঙৰ দলগাঁৱত অস্ত্র-শস্ত্রসহ ৬ ডকাইত আৰক্ষীৰ জালত

APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ

পশ্চিমবংগ আৰু অসমৰ বিধানসভা নিৰ্বাচনত মুছলমান সন্দৰ্ভত বিজেপি নেতাসকলে কৰা মন্তব্য সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ

Dalgaon:

হয়,সমাগত বিধানসভা নিৰ্বাচন ২০২৬ ৰ দিন যিমানেই চমুচাপি আহিছে সিমানেই বৃদ্ধি পাইছে দলগাঁও সমষ্টিৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ তৎপৰতা । দলগাঁও সমষ্টিত কংগ্ৰেছ দলৰ প্ৰায় এক ডজন প্ৰাৰ্থীৰ সমান্তৰালভাৱে ৰাইজৰ দলৰ প্ৰাৰ্থী আজিজুৰ ৰহমান। কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আজিজুৰ ৰহমানৰ নাম চৰ্চালৈ অহাৰ লগে লগে দলগাঁও সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ লগতে কৰ্মী সকলৰ মাজত হুৱাদুৱা লাগিছে।

ADVERTISEMENT

দলগাঁও সমষ্টিত কংগ্ৰেছ দলৰ ভেটি বহুত শক্তিশালী ,সেয়ে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে কংগ্ৰেছ দলৰ প্ৰাৰ্থীক টিকট প্ৰদান কৰাৰ দাবী উত্থাপন কৰৰ লগতে ৰাইজৰ দলৰ প্ৰাৰ্থী আজিজুৰ ৰহমানক তীব্ৰ সমালোচনা কৰে NSUI দৰং জিলাৰ প্ৰাক্তন সভাপতি মিৰাজ উদ্দিন আহমেদে। শুকুৰ আলীতকৈয়ো জনপ্ৰিয়তা কম আজিজুৰ ৰহমানৰ।এই দৰে তূলাধনা মন্তব্য কৰিলে NSUI দৰং জিলাৰ প্ৰাক্তন সভাপতি মিৰাজ উদ্দিন আহমেদে।দলগাঁও সমষ্টিত ৰাইজৰ দলৰ কোনো ভেটি নাই, আজিজুৰ ৰহমান চালানী মাছ, চালানী মাছ কোনো দিনে দলগাঁও সমষ্টিৰ ৰাইজে গ্ৰহণ নকৰে। দলগাঁও সমষ্টিৰ ৰাইজে লোকেল মানুহক সদায় প্ৰধান্য দি আহিছে আৰু দি থাকিব।

ইয়াত ৰাইজৰ দলৰ কোনো অস্তিত্ব নাই । কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আজিজুৰ ৰহমানৰ নাম চৰ্চালৈ অহাৰ লগে লগে এই দৰে বিস্ফোৰক মন্তব্য যুৱছামৰ। উল্লেখ্য যে কিছুদিন আগতে দলগাঁও সমষ্টিৰ শিয়ালমাৰী বজাৰত শুকুৰ আলি আহিছিলে আৰু সেই সময়ত শুকুৰ আলিৰ সভাত বহুত মানুহ হৈছিলে, ৰাইজৰ দলৰ প্ৰাৰ্থী আজিজুৰ ৰহমানৰ সভাত সিমান মানুহ নহয় বুলিও মন্তব্য কৰে।দলগাঁও সমষ্টি কংগ্ৰেছ দলৰ বাবে A+ এটা ছিট,এই ছিট কেতিয়াও ৰাইজৰ দলক এৰি নিদিবলৈ আহ্বান জনায়। এই ছিট ৰাইজৰ দলক এৰি দিলে এ আই ইউ ডি এফক ৱ’ক অফাৰ দিয়া হ’ব বুলিও মন্তব্য কৰে যুৱ নেতা মিৰাজ উদ্দিন আহমেদে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CongressDalgaonnsui leader protestpolitical conflictRaijor Dal
publisher

publisher

Related Posts

আলাস্কাৰ তুষাৰৰ মাজত জীৱন্তে উদ্ধাৰ এটি কুকুৰ
International

October 19, 2026
৯৯ বছৰতো বয়সৰ ওচৰতো হাৰ মনা নাই হেল্লা ডুফীয়ে
International

৯৯ বছৰতো বয়সৰ ওচৰতো হাৰ মনা নাই হেল্লা ডুফীয়ে

October 19, 2026
এছিয়াৰ সৰ্ববৃহৎ বস্তিত পুনৰ সংস্থাপনৰ পদক্ষেপ আৰম্ভ
India

এছিয়াৰ সৰ্ববৃহৎ বস্তিত পুনৰ সংস্থাপনৰ পদক্ষেপ আৰম্ভ

October 19, 2026
বাতৰি কাকতৰ পৰা চাহ উদ্যোগলৈ, ব্যতিক্রমী মণ্ডপে আকৰ্ষণ কৰিছে ৰাইজক
Assam

বাতৰি কাকতৰ পৰা চাহ উদ্যোগলৈ, ব্যতিক্রমী মণ্ডপে আকৰ্ষণ কৰিছে ৰাইজক

October 19, 2026
মুম্বাইত টাইগাৰ শ্ৰফলৈ গুলিবর্ষণ দুর্বৃত্তৰ : কথমপি প্ৰাণৰক্ষা, চালক আহত দুই
India

মুম্বাইত টাইগাৰ শ্ৰফলৈ গুলিবর্ষণ দুর্বৃত্তৰ : কথমপি প্ৰাণৰক্ষা, চালক আহত দুই

October 19, 2026
অগ্নিগর্ভ ফ্রান্স, ক্ষুব্ধ জনতাই জুলালে ঐতিহাসিক কীর্তিচিহ্ন
International

অগ্নিগর্ভ ফ্রান্স, ক্ষুব্ধ জনতাই জুলালে ঐতিহাসিক কীর্তিচিহ্ন

October 19, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d