Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ভুল অস্ত্রোপচাৰত যুৱতীৰ অকাল মৃত্যুৰ অভিযোগ, ৩০ৰো অধিক দল-সংগঠনৰ প্রতিবাদত উত্তাল হৈ পৰিল গোলাঘাট

    ব্যক্তিগত প্রতিষ্ঠানলৈ কৃত্রিম উপগ্ৰহৰ পৰা মহাকাশযান নির্মাণলৈ ১২০টা প্রযুক্তি হস্তান্তৰিত

    Kanda Express:আজি নাছিকৰ পৰা ৮০০ টন পিঁয়াজ কঢ়িয়াই অনা  ‘কাণ্ডা এক্সপ্রেছ’ ৰে’ল খন অসম আহি পোৱাৰ সম্ভাৱনা

    বিজেপিৰ সমিতি গঠনৰ পাছত মোদী মন্ত্ৰীসভাৰ ৰদবদলক লৈ জল্পনা-কল্পনা

    দেশত জাতিগত জনসংখ্যাৰ তথ্য প্রকাশ পোৱাটো নিবিচাৰে এনডিএ চৰকাৰে!

    Global warming:বগা বৰফ হেৰুৱাই অন্ধকাৰ হৈছে পৃথিৱী !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অসমক শিখণ্ডী কৰি অৰুণাচলত জল বোমা

গেৰুকামুখৰ দৰে পৰিস্থিতিৰ পুনৰ সৃষ্টি নহ'বলৈ সর্বতোপ্ৰকাৰে সচেষ্ট এনএইছপিচি

publisher by publisher
April 23, 2026
in Assam, News
Reading Time: 1 min read
0
অসমক শিখণ্ডী কৰি অৰুণাচলত জল বোমা
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Subansiri Lower Hydroelectric Project:✒️দেশদেশৰ বিদ্যুৎ তথা শক্তি খণ্ডৰ বিকাশৰ নামত অসমক কেন্দ্ৰীয় চৰকাৰে শিখণ্ডীৰ দৰে ব্যৱহাৰ কৰিছে। সেইবাবে অসমৰ মূৰৰ ওপৰত অৰুণাচলৰ ভূমিত এটাৰ পাছত আনটো বৃহৎ নদীবান্ধৰ জলবোমা নির্মাণৰবাবে তৎপৰ হৈ উঠিছে।

ADVERTISEMENT

ইয়াৰ বিনিময়ত অসমক কিন্তু এক ইউনিট বিদ্যুতো ভাৰত চৰকাৰৰ শক্তি মন্ত্রণালয়ে বিনামূলীয়াকৈ দিয়াৰ কথা বিবেচনা কৰা নাই। বৰঞ্চ অসমে অধিক দামতহে প্রতি ইউনিট বিদ্যুৎ ক্রয় কৰিবলৈ বাধ্য হোৱাৰ কৌশলী নীতিহে মন্ত্রণালয়ে গ্রহণ কৰিছে।

ইয়াকে লৈ অসমবাসী যাতে ক্ষুব্ধ হৈ নুঠে, তাৰ বাবে আভুৱা ভাঁৰা কৌশল নিৰূপণ কৰিছে বান্ধ নির্মাণৰ দায়িত্বত থকা কেন্দ্ৰৰ ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান এনএইছপিচিয়ে। অসমৰ বান সমস্যা নিয়ন্ত্রণ কৰাই অৰুণাচলত নিৰ্মাণ কৰি থকা প্ৰতিটো বৃহৎ বৃহৎ জলবিদ্যুৎ প্রকল্পৰ মূল লক্ষ্য বুলি এনএইছপিচিয়ে এক আৱেগিক বাকধাৰা প্ৰচাৰৰ চেষ্টা কৰি আহিছে।

একে কৌশল গ্রহণ কৰা হৈছে শেহতীয়াকৈ কেন্দ্রীয় কেবিনেটে অনুমোদন দিয়া কামালা জলবিদ্যুৎ প্রকল্প আৰু কালাই-দ্বিতীয় জলবিদ্যুৎ প্রকল্পৰ ক্ষেত্ৰতো। ইয়াৰ ভিতৰত সৰ্বাধিক স্পৰ্শকাতৰ হৈছে কামালা বৃহৎ জলবিদ্যুৎ প্রকল্পটো। কাৰণ এই প্রকল্পটো নামনি সোৱণশিৰি জিলাৰ সোৱণশিৰি নদীক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰা হ’ব।

অসমৰ গেৰুকামুখৰ নামনি সোৱণশিৰিত নির্মীয়মাণ তথা আংশিকভাবে কার্যক্ষম হৈ উঠা বহু বিতর্কিত দুহেজাৰ মেগাৱাট শক্তিসম্পন্ন বৃহৎ জলবিদ্যুৎ প্রকল্পটোক লৈ ৰাজ্যখনত যি বৃহৎ প্রতিবাদ গঢ়ি উঠিছিল, সেই প্রতিবাদে এনএইছপিচিক বৃহৎ লোকচানৰ গৰাহলৈ ঠেলি দিয়ে।

সেই একেখন নদীৰে উপনৈ কামালাত এইবাৰ নিৰ্মাণ কৰা হ’ব ১,৭২০ মেগাৱাট শক্তিসম্পন্ন একে নামৰ জলবিদ্যুৎ প্রকল্পটো। ইয়াৰ বাবে প্ৰস্তাৱিত ব্যয়ৰ পৰিমাণ হ’ল ২৬,০৬৯.৫ কোটি টকা। আনহাতে, লোহিত নদীত নিৰ্মাণ কৰা হ’ব ১২ শ মেগাবাট শক্তিসম্পন্ন কালাই দ্বিতীয় প্রকল্প।

এইটো প্রকল্পৰ বাবে ব্যয় ধার্য কৰা হৈছে ১৪,১০৫.৮৩ কোটি টকা। এনেদৰে একেলগে অনুমোদন দিয়া দুয়োটা প্রকল্পৰ বাবে মুঠ ব্যয় ধার্য কৰা হৈছে ৪০ হেজাৰ কোটিৰো অধিক টকা। গতিকে ইমান বৃহৎ বিনিয়োগ যাতে সুকলমে সম্পন্ন হয় তাৰ বাবে সম্পূর্ণ সতর্কতা অৱলম্বন কৰিছে কেন্দ্ৰীয় চৰকাৰ আৰু এনএইছপিচিয়ে।

তাৰ কাৰণে বান্ধাৰা সৃষ্টিৰ বিষয় এইবাৰো অসমৰ বান নিয়ন্ত্ৰণৰ বুলি বাছি লোৱা হৈছে। বান হ’ল অসমৰ জ্বলন্ত এক সমস্যা। এই সমস্যাৰ লগত মানুহৰ জীৱন মৰণ জড়িত হৈ আছে। তেনে ক্ষেত্রত বান সমস্যা নিয়ন্ত্ৰণৰ বিষয়টোক আৱেগিক বিষয়ৰূপে লৈ সোৱণশিৰিৰ উপ-নৈখনত কামালা বৃহৎ জলবিদ্যুৎ প্রকল্প নিৰ্মাণৰ কাম হাতত লোৱা হৈছে।

শক্তি বিভাগৰ উচ্চ স্তৰীয় সূত্রই সদৰী কৰা অনুসৰি, চাৰে সাত বছৰত প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। যিহেতু অসমত গঢ়ি উঠা প্ৰৱল প্রতিবাদৰ বাবে গেৰুকামুখৰ নদীবান্ধটোৰ প্ৰস্তাৱিত নির্মাণ ব্যয় কে’বাগুণ বৃদ্ধি হোৱাত লোকচানৰ মাত্রা অভাৱনীয় পৰিমাণত বৃদ্ধি হয়, সেয়েহে কামালাৰ ক্ষেত্ৰত তেনে পৰিস্থিতিৰ উদ্ভৱ নহ’বলৈ সকলো ধৰণৰ ব্যৱস্থা গ্রহণ কৰিবলৈ এনএইছপিচি সাজু আছে বুলি সূত্রটোৱে সদৰী কৰে আৰু এই কথা এতিয়া বিভাগতে চৰ্চাৰ বিষয় হৈ পৰিছে।

আনহাতে, নতুন দুয়োটা প্রকল্পক লৈ অৰুণাচলতো বিৰোধৰ সৃষ্টি হৈছে। কাৰণ প্রকল্প ৰূপায়ণৰ বাবদ বহু লোকক স্থানান্তৰ কৰাটো নিশ্চিত হৈছে। তদুপৰি বৃহৎ পৰিমাণৰ বনভূমিও ধ্বংস কৰা হ’ব। ইয়াকে কেন্দ্ৰ কৰি ৰাইজৰ মাজত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Electricity production
publisher

publisher

Related Posts

ভুল অস্ত্রোপচাৰত যুৱতীৰ অকাল মৃত্যুৰ অভিযোগ, ৩০ৰো অধিক দল-সংগঠনৰ প্রতিবাদত উত্তাল হৈ পৰিল গোলাঘাট
Assam

August 26, 2026
ব্যক্তিগত প্রতিষ্ঠানলৈ কৃত্রিম উপগ্ৰহৰ পৰা মহাকাশযান নির্মাণলৈ ১২০টা প্রযুক্তি হস্তান্তৰিত
India

ব্যক্তিগত প্রতিষ্ঠানলৈ কৃত্রিম উপগ্ৰহৰ পৰা মহাকাশযান নির্মাণলৈ ১২০টা প্রযুক্তি হস্তান্তৰিত

August 26, 2026
Kanda Express:আজি নাছিকৰ পৰা ৮০০ টন পিঁয়াজ কঢ়িয়াই অনা  ‘কাণ্ডা এক্সপ্রেছ’ ৰে’ল খন অসম আহি পোৱাৰ সম্ভাৱনা
Assam

Kanda Express:আজি নাছিকৰ পৰা ৮০০ টন পিঁয়াজ কঢ়িয়াই অনা  ‘কাণ্ডা এক্সপ্রেছ’ ৰে’ল খন অসম আহি পোৱাৰ সম্ভাৱনা

August 26, 2026
বিজেপিৰ সমিতি গঠনৰ পাছত মোদী মন্ত্ৰীসভাৰ ৰদবদলক লৈ জল্পনা-কল্পনা
India

বিজেপিৰ সমিতি গঠনৰ পাছত মোদী মন্ত্ৰীসভাৰ ৰদবদলক লৈ জল্পনা-কল্পনা

August 26, 2026
দেশত জাতিগত জনসংখ্যাৰ তথ্য প্রকাশ পোৱাটো নিবিচাৰে এনডিএ চৰকাৰে!
India

দেশত জাতিগত জনসংখ্যাৰ তথ্য প্রকাশ পোৱাটো নিবিচাৰে এনডিএ চৰকাৰে!

August 26, 2026
Global warming:বগা বৰফ হেৰুৱাই অন্ধকাৰ হৈছে পৃথিৱী !
National

Global warming:বগা বৰফ হেৰুৱাই অন্ধকাৰ হৈছে পৃথিৱী !

August 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d