Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ব্যক্তিগত প্রতিষ্ঠানলৈ কৃত্রিম উপগ্ৰহৰ পৰা মহাকাশযান নির্মাণলৈ ১২০টা প্রযুক্তি হস্তান্তৰিত

    Kanda Express:আজি নাছিকৰ পৰা ৮০০ টন পিঁয়াজ কঢ়িয়াই অনা  ‘কাণ্ডা এক্সপ্রেছ’ ৰে’ল খন অসম আহি পোৱাৰ সম্ভাৱনা

    বিজেপিৰ সমিতি গঠনৰ পাছত মোদী মন্ত্ৰীসভাৰ ৰদবদলক লৈ জল্পনা-কল্পনা

    দেশত জাতিগত জনসংখ্যাৰ তথ্য প্রকাশ পোৱাটো নিবিচাৰে এনডিএ চৰকাৰে!

    Global warming:বগা বৰফ হেৰুৱাই অন্ধকাৰ হৈছে পৃথিৱী !

    Deuraja:দেওৰজাৰ ধেনুচোচা গাঁৱত অলৌকিক ঘটনা: বসুমতি ভেদি ওলাল মহাদেৱৰ মূৰ্তি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

দেশত জাতিগত জনসংখ্যাৰ তথ্য প্রকাশ পোৱাটো নিবিচাৰে এনডিএ চৰকাৰে!

publisher by publisher
August 26, 2026
in India, News
Reading Time: 1 min read
0
দেশত জাতিগত জনসংখ্যাৰ তথ্য প্রকাশ পোৱাটো নিবিচাৰে এনডিএ চৰকাৰে!
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

ব্যক্তিগত প্রতিষ্ঠানলৈ কৃত্রিম উপগ্ৰহৰ পৰা মহাকাশযান নির্মাণলৈ ১২০টা প্রযুক্তি হস্তান্তৰিত

Kanda Express:আজি নাছিকৰ পৰা ৮০০ টন পিঁয়াজ কঢ়িয়াই অনা  ‘কাণ্ডা এক্সপ্রেছ’ ৰে’ল খন অসম আহি পোৱাৰ সম্ভাৱনা

বিজেপিৰ সমিতি গঠনৰ পাছত মোদী মন্ত্ৰীসভাৰ ৰদবদলক লৈ জল্পনা-কল্পনা

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : দেশত জাতিগতভাবে কিমান লোক আছে তাৰ সঠিক তথ্য ৰাজহুৱা হোৱাটো নৰেন্দ্ৰ মোদী চৰকাৰে নিবিচাৰে নেকি?

ADVERTISEMENT

দেশত প্ৰথমবাৰৰ বাবে এইবাৰ লোকপিয়লৰ স’তে জাতি গণনাৰ ব্যৱস্থা কৰা হৈছে যদিও জাতিগত তথ্য সংগ্ৰহৰ ক্ষেত্ৰত বিভ্রান্তিৰ সৃষ্টি হৈছে। জাতিগত পৰিচয় তথ্য লাভৰ বাবে লোক গণনাকাৰীয়ে কৰিবলগীয়া প্রশ্নসমূহ ভুল-ত্রুটিৰে পৰিপূৰ্ণ হোৱাৰ লগতে প্রক্রিয়াটো শুদ্ধভাবে সম্পন্ন কৰিবলৈ স্পষ্ট চৰকাৰী নির্দেশনাও নাই।

লক্ষ্যণীয় যে জানি-বুজিয়ে চৰকাৰে প্ৰক্ৰিয়াটো বিভ্রান্তিকৰ কৰা বুলিও অভিযোগ উত্থাপন হৈছে। সম্প্রতি বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰি তৎপৰ হৈছে কংগ্ৰেছ নেতৃত্ব। বর্তমানে দেশত চলি থকা এই লোকপিয়লৰ জাতিগত পৰিচয় সংক্রান্তীয় প্রশ্নসমূহ বিভ্রান্তিকৰ বুলি উল্লেখ কৰি এইসমূহৰ তাৎক্ষণিক শুধৰণিৰ দাবীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে কংগ্রেছ সভাপতি মল্লিকার্জুন খার্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে।

পত্ৰখনত ৰাহুল-খাগেই উদ্বেগ প্ৰকাশ কৰিছে যে লোকপিয়লৰ জাতিগত পৰিচয় সংক্রান্তীয় প্রশ্নসমূহে বিভ্রান্তিৰ সৃষ্টি কৰাৰ আশংকা আছে। পৰিণতিত জাতিগত তথ্য সংগ্রহত ভুল হ’ব পাৰে। গতিকে এইসমূহৰ তাৎক্ষণিক শুধৰণিৰ দাবী তুলিছে কংগ্ৰেছ নেতাদ্বয়ে।

জনতাৰ জাতিগত তথ্য সংগ্ৰহৰ বাবে কিছু প্ৰশ্নৰ তালিকা প্ৰস্তুত কৰিছে মোদী চৰকাৰে। আশ্চর্যজনক যে এই প্রশ্নসমূহে বিভ্রান্তি সৃষ্টিৰ আশংকা কৰিছে কংগ্ৰেছে। প্রধানমন্ত্রীলৈ প্ৰেৰণ কৰা পত্ৰখনত ৰাহুল-খাগেই আঙুলিয়াই দিছে যে একেটা জাতিয়েই দেশৰ বিভিন্ন অঞ্চলত বিভিন্ন নাম অথবা উপ-জাতিৰে পৰিচিত। তদুপৰি অনেক জাতিৰ স্থানীয় নামো থাকে।

যদি একোটা জাতিৰ এনে ধৰণৰ সকলো নাম সুকীয়াভাৱে নথিভুক্ত কৰা হয় তেন্তে একেটা জাতিয়ে হেজাৰ বিজাৰ নামত বিভক্ত হ’ব বুলি কংগ্রেছ নেতাদ্বয়ে আঙুলিয়াই দিছে। এই সম্পৰ্কত ৰাহুল-খার্গেই কয়, ‘যদি কোনো এটা জনগোষ্ঠীৰ লোকৰ সংখ্যা সঠিকভাৱে নথিভুক্ত কৰা নহয় তেন্তে সেই জনগোষ্ঠীৰ অৱস্থা সঠিকভাবে মূল্যায়ন সম্ভৱ নহ’ব।’

উল্লেখ্য যে চলিত ২০২৭ৰ লোকপিয়লত প্রথম বিজ্ঞপ্তিত ৩৩ টা প্ৰশ্নৰ তালিকা আছিল। পৰৱৰ্তী সময়ত দ্বিতীয় বিজ্ঞপ্তিত এই প্ৰশ্নৰ সংখ্যা ৪০ টালৈ বৃদ্ধি কৰা হয়। কিন্তু জাতিগত পৰিচয় সংক্রান্তীয় প্রশ্নসমূহ বিভ্রান্তিকৰ বুলি অভিযোগ উত্থাপন হৈছে।

লক্ষ্যণীয়ভাৱে আৰম্ভণিৰে পৰা মোদী চৰকাৰ দেশত জাতিগত জনগণনাৰ পক্ষত নাছিল। ইয়ে দেশত বিভাজনৰ সৃষ্টি কৰিব বুলি যুক্তি দাঙি ধৰি চৰকাৰে এই ক্ষেত্ৰত ইচ্ছুক নাছিল। অৱশ্যে দেশৰ পিছ পৰা শ্ৰেণীৰ লোকসকল সংখ্যাগৰিষ্ঠ হোৱা সত্ত্বেও তেওঁলোকৰ প্ৰকৃত তথ্য প্রকাশ নকৰি প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে বুলি কংগ্রেছ প্ৰমুখ্যে বিৰোধী নেতৃবৃন্দ বিগত সময়ছোৱাত সৰৱ হৈ আহিছে।

পিছ পৰা শ্ৰেণীৰ ওপৰত শোষণ- নিষ্পেষণ অব্যাহত ৰাখিবলৈকে এইবাৰো চৰকাৰে জাতিগত জনগণনাৰ বিৰোধ কৰিছে বুলিও বিৰোধীয়ে অভিযোগ কৰে। ফলস্বৰূপে পিছ পৰা শ্ৰেণীৰ ভোটৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ জাতিগত জনগণনাৰ বাবে সম্মতি প্ৰকাশ কৰিবলৈ বাধ্য হ’লেও ইয়াৰ প্ৰকৃত তথ্য প্রকাশত বাধা জন্মোৱাৰ উদ্দেশ্যে এনে বিভ্রান্তিকৰ প্ৰশ্নৱলী প্ৰস্তুত কৰা বুলি অভিযোগ উত্থাপিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

ব্যক্তিগত প্রতিষ্ঠানলৈ কৃত্রিম উপগ্ৰহৰ পৰা মহাকাশযান নির্মাণলৈ ১২০টা প্রযুক্তি হস্তান্তৰিত
India

ব্যক্তিগত প্রতিষ্ঠানলৈ কৃত্রিম উপগ্ৰহৰ পৰা মহাকাশযান নির্মাণলৈ ১২০টা প্রযুক্তি হস্তান্তৰিত

August 26, 2026
Kanda Express:আজি নাছিকৰ পৰা ৮০০ টন পিঁয়াজ কঢ়িয়াই অনা  ‘কাণ্ডা এক্সপ্রেছ’ ৰে’ল খন অসম আহি পোৱাৰ সম্ভাৱনা
Assam

Kanda Express:আজি নাছিকৰ পৰা ৮০০ টন পিঁয়াজ কঢ়িয়াই অনা  ‘কাণ্ডা এক্সপ্রেছ’ ৰে’ল খন অসম আহি পোৱাৰ সম্ভাৱনা

August 26, 2026
বিজেপিৰ সমিতি গঠনৰ পাছত মোদী মন্ত্ৰীসভাৰ ৰদবদলক লৈ জল্পনা-কল্পনা
India

বিজেপিৰ সমিতি গঠনৰ পাছত মোদী মন্ত্ৰীসভাৰ ৰদবদলক লৈ জল্পনা-কল্পনা

August 26, 2026
Global warming:বগা বৰফ হেৰুৱাই অন্ধকাৰ হৈছে পৃথিৱী !
National

Global warming:বগা বৰফ হেৰুৱাই অন্ধকাৰ হৈছে পৃথিৱী !

August 25, 2026
Deuraja:দেওৰজাৰ ধেনুচোচা গাঁৱত অলৌকিক ঘটনা: বসুমতি ভেদি ওলাল মহাদেৱৰ মূৰ্তি
Assam

Deuraja:দেওৰজাৰ ধেনুচোচা গাঁৱত অলৌকিক ঘটনা: বসুমতি ভেদি ওলাল মহাদেৱৰ মূৰ্তি

August 25, 2026
Elon Musk SpaceX Rocket Crashes in Moon: ইলন মাস্কৰ ৰকেটৰ আঘাতত ৬০ ফুটৰ গাঁত চন্দ্রপৃষ্ঠত
International

Elon Musk SpaceX Rocket Crashes in Moon: ইলন মাস্কৰ ৰকেটৰ আঘাতত ৬০ ফুটৰ গাঁত চন্দ্রপৃষ্ঠত

August 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d