Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন

    নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত প্ৰকাশ ৰাজপুৰোহিত

    মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত অগ্নিকাণ্ড, পাৱাৰ বেংকৰ বিস্ফোৰণত আতংকিত যাত্ৰী

    হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত

    ‘পিছু হুঁহকি নাযাওঁ’, মুকলি হৈয়েই হুংকাৰ CJPৰ তিনি নেতাৰ

    দিল্লীত প্ৰতিবাদৰ মাজতে চেন্নাইত মেট্ৰ’ ৰে’লৰ নতুন অংশ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Global warming:বগা বৰফ হেৰুৱাই অন্ধকাৰ হৈছে পৃথিৱী !

গোলকীয় উষ্ণতাৰ বিপজ্জনক চক্র বৃদ্ধিত শংকিত বিজ্ঞানী মহল

publisher by publisher
August 25, 2026
in National, News, northeast, world
Reading Time: 1 min read
0
Global warming:বগা বৰফ হেৰুৱাই অন্ধকাৰ হৈছে পৃথিৱী !
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

জাৰৰ দিনতে পৰিৱেশ উষ্ণ হোৱাৰ পৰিণতি

Global warming:বাঢ়িছে দিন, হো-হোৱাই গলিছে বৰফ

Paddy and wheat production will fall by 10 per cent:১০ শতাংশ হ্রাস পাব ধান-ঘেঁহুৰ উৎপাদন !

Global warming:

:বৰফ কমিছে, প্রতিফলনকাৰী মেঘ কমিছে, লগতে উন্মুক্ত হৈছে মহাসাগৰ আৰু স্থলভাগৰ অন্ধকাৰাচ্ছন্ন অংশ। সাধাৰণ দৃষ্টিত এইবোৰ পৰিৱৰ্তনক পৃথক আৰু সৰু যেন লাগিলেও এইবোৰে কিন্তু সামগ্রিকভাৱে মহাশূন্যত সূৰ্যৰ পোহৰ প্ৰতিফলিত কৰাৰ ক্ষমতা কমাই দিছে। ফলত পৃথিৱীয়ে অধিক পৰিমাণৰ তাপ ধৰি ৰাখিছে, যি জলবায়ু সংকটক আৰু জটিল কৰি তুলিছে। ইয়াতে গুৰুত্বপূৰ্ণ হৈ পৰিছে এলবেডো।

ADVERTISEMENT

# এলবেডো কি আৰু কিয় গুৰুত্বপূৰ্ণ?

এলবোডো হৈছে কোনো বস্তু বা পৃষ্ঠৰ পোহৰ প্ৰতিফলিত কৰাৰ পৰিমাণ। নতুন বৰফ বা তুষাৰে সূৰ্যৰ প্ৰায় ৯০ শতাংশ পোহৰ মহাশূন্যলৈ ঘূৰাই পঠায়। আনহাতে, সাগৰৰ জলভাগ বা খালী ভূমিত ১০ শতাংশৰো কম পোহৰ প্ৰতিফলিত কৰে, বাকী পোহৰখিনি শোষণ কৰি লয়।

যেতিয়া বগা বৰফ গলিবলৈ আৰম্ভ কৰে, তেতিয়া তাৰ তলত থকা অন্ধকাৰ পৃষ্ঠ উন্মুক্ত হৈ পৰে। ই এক বিপজ্জনক চক্ৰ সৃষ্টি কৰে। ২০০০ৰ পৰাই নাছাৰ
পর্যবেক্ষণত দেখা গৈছে যে পৃথিৱীৰ এলবোডো ধাৰাবাহিকভাৱে হ্রাস পাইছে। গৱেষকসকলৰ মতে, এই এলবোডো হ্ৰাসৰ কাৰণে সাম্প্ৰতিক বছৰসমূহত পৃথিৱীৰ গড় তাপমাত্রা প্রায় ০.২ ডিগ্রী চেলচিয়াছ বৃদ্ধি পাইছে।

# এলবেডো হ্ৰাসৰ ক্ষতিকাৰক প্ৰভাৱ

পৃথিৱীয়ে নিজৰ শীতলীকৰণ ব্যৱস্থা হেৰুওৱাৰ প্ৰভাৱ পৰিৱেশৰ প্রতিটো ক্ষেত্রতে বিয়পি পৰিছে।

# সেই সমস্যাবোৰ হৈছে-

মানৱস্বাস্থ্যলৈ আশংকা : তীব্র তাপে পোনপটীয়াকৈ মানুহৰ শৰীৰ, কামৰ ক্ষমতা আৰু স্বাস্থ্যত চাপ সৃষ্টি কৰে। প্ৰবীণ আৰু শিশুসকল সবাতোকৈ বেছি বিপজ্জনক স্থিতিত থাকে।

# খাদ্য নিৰাপত্তা সংকট:

তাপমাত্রা বৃদ্ধি আৰু অনিয়মিত বৃষ্টিপাতে শস্যৰ ফলত হ্রাস কৰে আৰু পোহনীয়া জন্তুৰ স্বাস্থ্য নষ্ট কৰে, যি বিশ্বব্যাপী খাদ্য সংকটৰ সৃষ্টি কৰিব পাৰে।

সামুদ্রিক বাস্তুতন্ত্ৰৰ বিনাশঃ

সমুদ্রই অতিৰিক্ত তাপ শোষণ কৰাৰ ফলত ক’ৰেল ব্লিছিং বা প্রবাল ক্ষয় হৈছে আৰু সামুদ্রিক জীৱ-বৈচিত্র্য ব্যাহত হৈছে।

# বন্যপ্ৰাণীৰ বাসস্থানৰ বিলুপ্তিঃ

দ্রুত পৰিৱৰ্তনশীল তাপমাত্ৰাৰ স’তে স্বাভাৱিক হ’ব নোৱাৰি বহু প্রাণীয়ে বাসস্থান হেৰুৱাইছে। লগতে বহু প্ৰাণী আৰু উদ্ভিদ প্ৰজাতি বিলুপ্তিৰ পথলৈ ধাৱমান হৈছে।

#  দাবানল আৰু শুষ্কতাঃ

তাপমাত্রা বৃদ্ধিৰ ফলত বনভূমি শুকাই গৈছে, যি সঘন দাবানলৰ আশংকা বৃদ্ধি কৰিছে।

# খোৱাপানীৰ অভাৱ:

মেৰু অঞ্চলৰ বাহিৰেও পাহাৰৰ হিমবাহ শুকাই যোৱাত কোটি কোটি মানুহৰ সুস্বাদু পানীৰ উৎস ক্ষতিগ্রস্ত হৈছে।

# আমি এইবোৰ পৰিৱৰ্তন ৰোধ কৰিব পাৰোনে?

চহৰাঞ্চলত বগা বা পাতল ৰঙৰ ছাদ আৰু ৰাস্তা নিৰ্মাণ কৰি কিছু পৰিমাণে স্থানীয় স্বস্তি পোৱাটো সম্ভৱ। তদুপৰি বিজ্ঞানীসকলে কৃত্রিমভাৱে মেঘ তৈয়াৰ কৰি বা এৰ’ছল স্প্রে’ কৰি পৃথিৱীৰ প্ৰতিফলন ক্ষমতা বৃদ্ধিৰ প্রযুক্তিক লৈ গৱেষণা কৰিছে; কিন্তু এইবোৰ বিপদশংকুল আৰু মূল সমস্যাৰ সমাধান নহয়।

জলবায়ু পৰিৱৰ্তন কেৱল তাপমাত্রা বৃদ্ধিৰ বিষয় নহয়, ই প্রত্যেক জীৱসত্তাৰ অস্তিত্বৰ স’তে সম্পর্কিত। গ্রীণহাউছ গেছ নির্গমন হ্রাসেই পৃথিৱীৰ এলবোডো ৰক্ষা কৰা আৰু এই ধ্বংসাত্মক চক্ৰ ৰোধ কৰাৰ একমাত্ৰী দীর্ঘম্যাদী সমাধান।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Global Warming
publisher

publisher

Related Posts

খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন
International

October 11, 2026
নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত প্ৰকাশ ৰাজপুৰোহিত
India

নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026
মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত অগ্নিকাণ্ড, পাৱাৰ বেংকৰ বিস্ফোৰণত আতংকিত যাত্ৰী
India

মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত অগ্নিকাণ্ড, পাৱাৰ বেংকৰ বিস্ফোৰণত আতংকিত যাত্ৰী

October 11, 2026
হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত
International

হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত

October 11, 2026
‘পিছু হুঁহকি নাযাওঁ’, মুকলি হৈয়েই হুংকাৰ CJPৰ তিনি নেতাৰ
India

‘পিছু হুঁহকি নাযাওঁ’, মুকলি হৈয়েই হুংকাৰ CJPৰ তিনি নেতাৰ

October 11, 2026
দিল্লীত প্ৰতিবাদৰ মাজতে চেন্নাইত মেট্ৰ’ ৰে’লৰ নতুন অংশ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
India

দিল্লীত প্ৰতিবাদৰ মাজতে চেন্নাইত মেট্ৰ’ ৰে’লৰ নতুন অংশ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

October 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d