Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ভুল অস্ত্রোপচাৰত যুৱতীৰ অকাল মৃত্যুৰ অভিযোগ, ৩০ৰো অধিক দল-সংগঠনৰ প্রতিবাদত উত্তাল হৈ পৰিল গোলাঘাট

publisher by publisher
August 26, 2026
in Assam, News
Reading Time: 1 min read
0
ভুল অস্ত্রোপচাৰত যুৱতীৰ অকাল মৃত্যুৰ অভিযোগ, ৩০ৰো অধিক দল-সংগঠনৰ প্রতিবাদত উত্তাল হৈ পৰিল গোলাঘাট
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

MedicalNegligence : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : চিকিৎসকৰ ভুল অস্ত্রোপচাৰৰ বাবে এগৰাকী ১৮ বছৰীয়া মেধাৱী ছাত্ৰীৰ অকাল মৃত্যুৰ অভিযোগ তুলি কালি গোলাঘাটত ৩০টাৰো অধিক দল-সংগঠনে উত্তাল প্রতিবাদ সাব্যস্ত কৰে।

ADVERTISEMENT

গোলাঘাটৰ এইছজিএম নাৰ্ছিংহোমৰ সন্মুখত এই সংগঠনৰ সদস্যই প্রতিবাদ সাব্যস্ত কৰি নাৰ্ছিংহোমখন ছীল কৰি দিয়াৰো দাবী জনায়। প্রতিবাদস্থলীত দণ্ডাধীশ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ লগতে জিলা আযুক্তৰ নির্দেশ মর্মে জ্যেষ্ঠ চিকিৎসক ডাঃ ৰূপম দুৱৰাসহ এটা দলে ঘটনাৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে।

ইফালে, গোলাঘাট সদৰ আৰক্ষী থানাৰ চৌহদত যোৱা নিশাও কে’বাটাও সংগঠনৰ নেতৃত্বই একে দাবীৰ সমর্থনত উত্তাল প্রতিবাদ সাব্যস্ত কৰে। যুৱতীগৰাকী অস্ত্রোপচাৰ সম্পন্ন কৰা ডাঃ ভাস্কৰ হাজৰিকাৰ পক্ষত থিয় দিয়া কে’বাজনো চিকিৎসা কর্মীক গতিয়াই উলিয়াই দিয়ে দল-সংগঠনৰ সদস্যসকলে।

উল্লেখ্য যে খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত কচুপথাৰ গাঁৱৰ প্ৰয়াত কুমুদ বৰা আৰু ববিতা বৰাৰ কন্যা জ্যোৎস্মিতা বৰাৰ ২৫ জুলাইত নাৰ্ছিংহোমখনত ডাঃ হাজৰিকাৰ তত্ত্বাৱধানত পিত্তস্থলীৰ পাথৰৰ অস্ত্রোপচাৰ সম্পন্ন কৰা হয়। ডাঃ হাজৰিকাৰ তেলগৰমস্থিত ব্যক্তিগত চেম্বাৰত দেখুৱাই তেওঁৰ পৰামৰ্শ মতে গোলাঘাটৰ এইছজিএম নাৰ্ছিংহোমত অস্ত্রোপচাৰ কৰা হয়। অস্ত্রোপচাৰৰ বাবদ নাৰ্ছিংহোম কর্তৃপক্ষই এক লাখ ১০ হেজাৰ টকা আদায় কৰে।

অস্ত্রোপচাৰৰ আঠদিন পাছত যুৱতীগৰাকীক ঘৰলৈ যাবলৈ দিয়া হয় যদিও তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসক হাজৰিকাৰ স’তে যোগাযোগ কৰে। পাছত অৱস্থা জটিল হৈ পৰাত চিকিৎসকজনৰ পৰামৰ্শক্রমে পুনৰ নাৰ্ছিংহোমত ভর্তি কৰোৱা হয়। কিন্তু স্বাস্থ্যৰ অধিক অৱনতি ঘটাত যোৰহাটলৈ স্থানান্তৰৰ পৰামৰ্শ দিয়ে।

ইফালে, যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত এই ৰোগৰ চিকিৎসাৰ বাবে প্রয়োজনীয় ব্যৱস্থা নথকাৰ বিষয়ে পৰিয়ালক অৱগত কৰাত জ্যোৎস্মিতাক জিএমচি হাস্পতালত ভর্তি কৰায়। ইফালে, এই সময়ছোৱাত ডাঃ হাজৰিকাই জ্যোৎস্মিতাৰ মাতৃক ফোনযোগে গালি-গালাজ তথা ধমক দিয়াৰ অভিযোগ কৰিছে ববিতা বৰাই।

তেওঁ কয়, ‘মোৰ ছোৱালীজনীৰ জীৱন ভাল কৰাৰ পৰিৱৰ্তে শেষ কৰি দিলে।’ ইয়াৰ মাজতে জিএমচি হাস্পতালত নদিন চিকিৎসাধীন হৈ থকাৰ পাছত ২০ আগষ্টত মৃত্যুক সাবটি লয় ছাত্ৰীগৰাকীয়ে। ইয়াৰ পাছতে ভুল চিকিৎসাৰ বলি হৈ মৃত্যু হোৱা বুলি অভিযোগ কৰি ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লগতে দল-সংগঠনে চিকিৎসকজনক গ্ৰেপ্তাৰৰ দাবী জনাই প্রতিবাদ সাব্যস্ত কৰে। তদুপৰি পৰিয়ালৰ লোকে চিকিৎসকজনৰ বিৰুদ্ধে গোলাঘাট সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে চিকিৎসকজনক যোৱা নিশা এই সন্দৰ্ভত সোধপোছ কৰি যাবলৈ দিয়ে। ইয়াৰ পাছতে আজি পুনৰ ৩০টাতকৈ অধিক দল-সংগঠন আৰু জনগোষ্ঠীৰ ঐক্যমঞ্চই প্রতিবাদ সাব্যস্ত কৰি এই ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী জনায়। লগতে অস্ত্রোপচাৰৰ সা-সুবিধা নথকা নাৰ্ছিংহোমখন বন্ধ কৰি দিবলৈও দাবী জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #Golaghat #MedicalNegligence #MedicalNegligenceCase #MedicalError #WrongSurgery #JusticeForJyotsmita #JusticeForStudent #HealthcareAccountability #PatientSafety #MedicalInvestigation #HospitalProtest
publisher

publisher

Related Posts

পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

October 12, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

‘উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়’, প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d