Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ভুল অস্ত্রোপচাৰত যুৱতীৰ অকাল মৃত্যুৰ অভিযোগ, ৩০ৰো অধিক দল-সংগঠনৰ প্রতিবাদত উত্তাল হৈ পৰিল গোলাঘাট

    ব্যক্তিগত প্রতিষ্ঠানলৈ কৃত্রিম উপগ্ৰহৰ পৰা মহাকাশযান নির্মাণলৈ ১২০টা প্রযুক্তি হস্তান্তৰিত

    Kanda Express:আজি নাছিকৰ পৰা ৮০০ টন পিঁয়াজ কঢ়িয়াই অনা  ‘কাণ্ডা এক্সপ্রেছ’ ৰে’ল খন অসম আহি পোৱাৰ সম্ভাৱনা

    বিজেপিৰ সমিতি গঠনৰ পাছত মোদী মন্ত্ৰীসভাৰ ৰদবদলক লৈ জল্পনা-কল্পনা

    দেশত জাতিগত জনসংখ্যাৰ তথ্য প্রকাশ পোৱাটো নিবিচাৰে এনডিএ চৰকাৰে!

    Global warming:বগা বৰফ হেৰুৱাই অন্ধকাৰ হৈছে পৃথিৱী !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ব্যক্তিগত প্রতিষ্ঠানলৈ কৃত্রিম উপগ্ৰহৰ পৰা মহাকাশযান নির্মাণলৈ ১২০টা প্রযুক্তি হস্তান্তৰিত

দেশৰ মহাকাশ গৱেষণাও ব্যক্তিগত খণ্ডলৈ

publisher by publisher
August 26, 2026
in India, News
Reading Time: 1 min read
0
ব্যক্তিগত প্রতিষ্ঠানলৈ কৃত্রিম উপগ্ৰহৰ পৰা মহাকাশযান নির্মাণলৈ ১২০টা প্রযুক্তি হস্তান্তৰিত
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

ISRO : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : সমগ্ৰ বিশ্বৰ স’তে মহাকাশ গৱেষণা ক্ষেত্ৰত দেশক আগুৱাই নিয়াৰ উদ্দেশ্যে ১৯৬০ৰ দশকত ভাৰত চৰকাৰে প্ৰতিষ্ঠা কৰা ভাৰতীয় মহাকাশ গবেষণা সংস্থা (ইছৰ’)ক সম্প্ৰতি নৰেন্দ্ৰ মোদী চৰকাৰে নখ-দন্তহীন বাঘত পৰিণত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে বুলি ব্যাপক চর্চা হৈছে।

ADVERTISEMENT

আনকি একপ্রকাৰ হাত এৰি হেতালি খেলাৰ লেখীয়াকৈ এনেদৰে মোদী চৰকাৰে দেশৰ সামৰিক বাহিনীৰ ৩১টা কৃত্রিম উপগ্রহ নিৰ্মাণৰ দায়িত্বও বেচৰকাৰী সংস্থাক অর্পণ কৰিলে বুলি উচ্চস্তৰীয় সূত্রই প্রকাশ কৰিছে। কেৱল সেয়াই নহয়, কৃত্রিম উপগ্ৰহৰ পৰা হস্তান্তৰ কৰিবলৈ ইছৰ’ক মোদী চৰকাৰে বাধ্য কৰা বুলিও অভিযোগ উত্থাপন হৈছে।

সূত্ৰৰ মতে, ইছৰ’ৰ দ্বাৰা কেৱল মহাকাশ গৱেষণা কাম-কাজ সম্পন্ন কৰোৱাৰ অজুহাতত এইদৰে সংস্থাটোক গুৰুত্বপূৰ্ণ প্রযুক্তি একাধিক ব্যক্তিগত সংস্থাক তুলি দিবলৈ চৰকাৰে বাধ্য কৰাইছে। ফলত আগন্তুক সময়ত অতি সাধাৰণ মানৰ কৃত্ৰিম উপগ্রহহে দেশত নির্মিত হ’ব বুলি একাংশ বিশেষজ্ঞই উদ্বেগ প্রকাশ কৰিছে। এই সম্পর্কত ইন-স্পেচ শীর্ষক সংস্থাৰ অধ্যক্ষ পৱন গোৰেংকাই সংবাদ মাধ্যমৰ আগত কয়, ‘ইছৰ’ৱে বেচৰকাৰী আৰু মহাকাশযান নির্মাণলৈ ১২০টা প্রযুক্তি ব্যক্তিগত প্রতিষ্ঠানলৈ ৰাষ্ট্ৰীয়কৃত সংস্থাক প্রযুক্তি হস্তান্তৰ কৰিব।

এই প্রযুক্তিৰ ভিত্তিত তৈয়াৰ হ’ব মহাকাশযান আৰু অতি সাধাৰণ মানৰ কৃত্রিম উপগ্রহ। এই পৰিৱৰ্তন আৰম্ভ হৈছে ক্ষুদ্র উপগ্রহ উৎক্ষেপণ যান (এছএছএলভি) নিৰ্মাণৰ জৰিয়তে। ইছৰ’ৱে প্ৰযুক্তি হিন্দুস্তান এৰ’নেটিক্স লিমিটেডলৈও হস্তান্তৰ কৰিছে।’ গোৱেংকাই লগতে মন্তব্য কৰা অনুসৰি ইছৰ’ প্রযুক্তি হস্তান্তৰৰ পৰৱৰ্তী পদক্ষেপ অধিক আকর্ষণীয় হ’ব।

কাৰণ এই পৰ্যায়ত দেশৰ মহাকাশ অভিযানৰ অন্যতম স্তম্ভস্বৰূপ পিএছএলভি মহাকাশযান আৰু এলভিএম-৩ মহাকাশযানৰ নিৰ্মাণ প্ৰযুক্তিও সংস্থাটোৱে ব্যক্তিগত সংস্থালৈ হস্তান্তৰ কৰিব। আশ্চর্যজনকভাৱে এইসমূহৰ নিলামত কোনো চৰকাৰী বা ৰাষ্ট্ৰীয়কৃত প্রতিষ্ঠানে অংশ ল’ব নোৱাৰিব।

অৱশ্যে কিহৰ তাড়নাত মোদী চৰকাৰে ইছৰ’ক গুৰুত্বপূৰ্ণ প্রযুক্তি হস্তান্তৰ কৰিবলৈ বাধ্য কৰিছে সেয়া বৰ্তমানলৈ পোহৰলৈ অহা নাই। লক্ষ্যণীয় যে সম্প্রতি ভাৰতে মহাকাশলৈ মানুহ প্ৰেৰণ কৰি অভিযান চলোৱা অভিলাষী লক্ষ্যও লৈছে। গতিকে ইছৰ’ৰ প্ৰযুক্তি হস্তান্তৰৰ বিষয়টো বহুতে সহজভাৱে ল’ব পৰা নাই।

অৱশ্যে ইয়াৰ পূৰ্বে ইছৰ’ৰ কমেও সাতশ বিজ্ঞানী আৰু অভিযন্তাই সংস্থাটোৰ চাকৰি ত্যাগ কৰে। এইসকল বিজ্ঞানী-অভিযন্তাই ইয়াৰ পূর্বাভাস পায়েই আগতীয়াকৈ ইস্তফা দিলে নেকি বুলিও চর্চা হৈছে।

ইপিনে, সূত্রই প্রকাশ কৰা অনুসৰি দেশৰ মহাকাশ গৱেষণা খণ্ডলৈ বিনিয়োগ অধিক অনাৰ উদ্দেশ্যে মোদী চৰকাৰে ইছৰ’ৰ প্ৰযুক্তি হস্তান্তৰ কৰাইছে। সম্প্ৰতি দেশৰ মহাকাশ গৱেষণা খণ্ডত আঠশ কোটি ডলাৰ বিদেশী বিনিয়োগ ঘটিছে। ২০৩৩ৰ মাজভাগলৈ ইয়াৰ পৰিমাণ ৪,৪০০ ডলাৰলৈ বৃদ্ধিৰ লক্ষ্য লৈছে মোদী চৰকাৰে। ইয়াৰ দ্বাৰা দেশৰ মহাকাশ গৱেষণা খণ্ডৰ উন্নতি সাধনৰ লক্ষ্য চৰকাৰে লৈছে বুলিও একাংশ বিশেষজ্ঞই মন্তব্য কৰিছে।

অৱশ্যে ইছৰ’ৰ প্ৰযুক্তি হস্তান্তৰৰ জৰিয়তে দেশৰ মহাকাশ গৱেষণা খণ্ডত বিনিয়োগ কোনোপধ্যে সম্ভৱ নহয় বুলি একাংশ বিশেষজ্ঞই মন্তব্য কৰিছে। আনহাতে একাংশ বিজ্ঞানীৰ মতে চৰকাৰী সংস্থা হোৱাৰ পৰিপ্ৰেক্ষিতত ইছৰ’ৰ কিছু সাংগঠনিক দুৰ্বলতা আছে। এনে পৰিস্থিতিত জ্যোতির্বিজ্ঞানৰ ক্ষেত্ৰ অথবা বেচৰকাৰী সংস্থাৰ একাধিক মহাকাশ অভিযানত অনিশ্চয়তাৰ সৃষ্টিৰ আশংকা আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #ISRO #SpaceResearch #IndianSpaceProgram #SpaceTechnology #SpaceTech #IndiaInSpace #PrivateSpaceSector #SpaceSector #SatelliteTechnology #SpaceMission
publisher

publisher

Related Posts

ভুল অস্ত্রোপচাৰত যুৱতীৰ অকাল মৃত্যুৰ অভিযোগ, ৩০ৰো অধিক দল-সংগঠনৰ প্রতিবাদত উত্তাল হৈ পৰিল গোলাঘাট
Assam

ভুল অস্ত্রোপচাৰত যুৱতীৰ অকাল মৃত্যুৰ অভিযোগ, ৩০ৰো অধিক দল-সংগঠনৰ প্রতিবাদত উত্তাল হৈ পৰিল গোলাঘাট

August 26, 2026
Kanda Express:আজি নাছিকৰ পৰা ৮০০ টন পিঁয়াজ কঢ়িয়াই অনা  ‘কাণ্ডা এক্সপ্রেছ’ ৰে’ল খন অসম আহি পোৱাৰ সম্ভাৱনা
Assam

Kanda Express:আজি নাছিকৰ পৰা ৮০০ টন পিঁয়াজ কঢ়িয়াই অনা  ‘কাণ্ডা এক্সপ্রেছ’ ৰে’ল খন অসম আহি পোৱাৰ সম্ভাৱনা

August 26, 2026
বিজেপিৰ সমিতি গঠনৰ পাছত মোদী মন্ত্ৰীসভাৰ ৰদবদলক লৈ জল্পনা-কল্পনা
India

বিজেপিৰ সমিতি গঠনৰ পাছত মোদী মন্ত্ৰীসভাৰ ৰদবদলক লৈ জল্পনা-কল্পনা

August 26, 2026
দেশত জাতিগত জনসংখ্যাৰ তথ্য প্রকাশ পোৱাটো নিবিচাৰে এনডিএ চৰকাৰে!
India

দেশত জাতিগত জনসংখ্যাৰ তথ্য প্রকাশ পোৱাটো নিবিচাৰে এনডিএ চৰকাৰে!

August 26, 2026
Global warming:বগা বৰফ হেৰুৱাই অন্ধকাৰ হৈছে পৃথিৱী !
National

Global warming:বগা বৰফ হেৰুৱাই অন্ধকাৰ হৈছে পৃথিৱী !

August 25, 2026
Deuraja:দেওৰজাৰ ধেনুচোচা গাঁৱত অলৌকিক ঘটনা: বসুমতি ভেদি ওলাল মহাদেৱৰ মূৰ্তি

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d